text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ | Assamese |
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ বহুজন বহুৰূপ শীৰ্ষক গল্প সংকলন উন্মোচন | Assamese |
এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্তভুৱা মবাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল | Assamese |
অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে ৰিপুন বৰা | Assamese |
গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক | Assamese |
এতিয়া অসমত বানপানীৰ পৰিবেশ বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে | Assamese |
নতুন ৰূপত কোভিড দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপপ্ৰজাতি চিনাক্ত | Assamese |
ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছেআঞ্চলিক গণ মৰ্চা | Assamese |
মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হব অসমৰ ১৫ টা হাতী | Assamese |
মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধিএতিয়াও সন্ধানহীন ২০ জন লোক | Assamese |
মুম্বাইত ভাৰতীয় ৰেলৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল | Assamese |
গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন | Assamese |
দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ | Assamese |
শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰীছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী অধ্যাপক সেনাই | Assamese |
বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে | Assamese |
অমৰাৱতীত নুপূৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি হত্যাৰ বলি হোৱা কেমিষ্টৰ হত্যাক গাপ দিব বিচাৰিছিল আৰক্ষীয়ে সাংসদ নৱনীত ৰাণাৰ দাবী | Assamese |
ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ | Assamese |
ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত সদনত সিন্দে শিৱিৰৰ প্ৰথমটো জয় | Assamese |
বিমানবন্দৰত আটক পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা | Assamese |
যৱনিকা পৰা নাই নাটকৰ বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন | Assamese |
অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা | Assamese |
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী | Assamese |
ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপজেষ্ঠ ভাতৃয়ে প্ৰাণ ললে কনিষ্ঠ ভাতৃৰ | Assamese |
জেহাদীৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হল ইনামুলক | Assamese |
কে এল অত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হল কোকৰাঝাৰলৈ | Assamese |
মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ | Assamese |
চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি তেনেহলে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি | Assamese |
ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ দেশখনৰ ওডেছাত নিহত কমেও ১৯জন | Assamese |
এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান | Assamese |
মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ | Assamese |
১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট | Assamese |
কোন প্ৰকৃত শিৱসেনা সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ | Assamese |
অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান কিদৰে কৰিব আবেদন | Assamese |
মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্যআপত্তিজনক নথিপত্ৰ জব্দ | Assamese |
শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা | Assamese |
কোৱা প্ৰধানমন্ত্ৰী নাহিল আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল | Assamese |
জীৱন বীমা এজেণ্টসাংবাদিকতা কৰিব নোৱাৰিব শিক্ষকে প্ৰাথমিকমাধ্যমিক শিক্ষা বিভাগৰ বিশেষ জাননী | Assamese |
ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয় অজিত কুমাৰ ভূঞা | Assamese |
তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা স্বাঃ তুমুল সংঘৰ্ষ এজন আলফা কেডাৰ নিহত | Assamese |
এতিয়া জামু খোৱাৰ বতৰ তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক | Assamese |
দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | Assamese |
দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ীউচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা | Assamese |
দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী | Assamese |
একাপ ২০টকাৰ চাহত ৫০ টকা বিল দেখি চকু কপালত ৰেলযাত্ৰীৰ কি কলে ভাৰতীয় ৰেলেৱেই | Assamese |
উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰতিবাদ | Assamese |
শনিদেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই | Assamese |
নোনেৰ ভয়াৱহ ভূমিস্খলন এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক | Assamese |
ভংগ হল ইজৰাইলৰ সংসদ চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন | Assamese |
বানগৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ | Assamese |
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ উপ মুখ্যমন্ত্ৰী হল দেৱেন্দ্ৰ ফাড়নৱিছ | Assamese |
এতিয়া কঁঠালৰ বতৰ ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হব আপুনি | Assamese |
মানৱতাৰ নিদৰ্শন টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৫১০০০ টকা | Assamese |
চলন্ত অটোত অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ আহত আন কেইবাজনো | Assamese |
নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ সংশোধিত নিৰ্দেশনা জাৰি | Assamese |
ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ | Assamese |
শিৱসাগৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ গাহৰি ফাৰ্ম নিৰ্মাণৰ প্ৰস্তুতি | Assamese |
একনাথ সিন্দে হব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সন্ধিয়া ৭৩০ বজাত শপতগ্ৰহণ | Assamese |
ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা | Assamese |
মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলনদুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু কেইবাগৰাকীও সন্ধানহীন | Assamese |
ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ আৰক্ষী প্ৰশাসনৰ বাধা | Assamese |
অগ্নিপথৰ বিৰোধিতা টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে | Assamese |
বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী সাত বাঁওপন্থী যুৱছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ | Assamese |
উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ বৃহস্পতিবাৰেই অনুষ্ঠিত হব মহাৰাষ্ট্ৰৰ আস্থা ভোট | Assamese |
উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ | Assamese |
আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে | Assamese |
বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা | Assamese |
নিজম পৰিল গুৱাহাটী অৱশেষত হোটেল ৰেডিছন ব্লু এৰি গোৱালৈ ৰাওনা একনাথ সিন্দে বাহিনীৰ | Assamese |
শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে কামাখ্যালৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাস | Assamese |
ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাইঅভিযোগ অজিত ভূঞাৰ | Assamese |
লক্ষ্য সজাগতা সৃষ্টি২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক | Assamese |
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা | Assamese |
শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দেআজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা | Assamese |
কোন কাটাপ্পা কোন বাহুবলী গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক | Assamese |
কেঁচা আম খাবলৈ বৰ জুতি কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে | Assamese |
বিজেপিৰ ঠাঁৰত নহয় গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক স্বীকাৰোক্তি একনাথ সিন্দেৰ | Assamese |
চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ | Assamese |
চৰকাৰৰ বিকাশৰ স্বৰূপ বছৰ বছৰ ধৰি পকী নহল পথ নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গাঁৱবাসীৰ | Assamese |
ভয়াৱহ সংকট শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী | Assamese |
কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৪ জন নিহত | Assamese |
আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী অপহৃত ১৫২০ জন বিধায়ক ঘূৰি আহিব বিচাৰে মুম্বাইলৈ | Assamese |
দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ মন্ত্ৰী ৰামেশ্বৰ তেলী বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল জাগুন | Assamese |
গা শিয়ৰি উঠা ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ | Assamese |
বিশিষ্ট কবি সাহিত্যিক ড০ লিলি ৰাজবংশীৰ পৰলোকপ্ৰাপ্তি | Assamese |
ইউক্ৰেইনৰ ক্ৰেমেনচুকৰ বিপণন কেন্দ্ৰত ৰাছিয়াৰ মিছাইল আক্ৰমণ নিহত ১৬আহত ৪০ | Assamese |
নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ | Assamese |
গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস | Assamese |
বঙাইগাঁও ৰেলৱে ষ্টেচনৰ যাত্ৰী পৰিসেৱাসমূহ কৰ্তনৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ | Assamese |
দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ | Assamese |
অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬৯৬০ খন | Assamese |
বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য | Assamese |
ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা | Assamese |
উপনিৰ্বাচনৰ বহুকেইখন আসনত বিজেপিৰ জয়লাভ উত্তৰ প্ৰদেশত অখিলেশৰ দুৰ্গত আঘাত গেৰুৱা বাহিনীৰ | Assamese |
আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ আজি শুনানি | Assamese |
মহাৰাষ্ট্ৰত কিমান কাৰ্যকৰী হব দলত্যাগ বিৰোধী আইন | Assamese |
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীত জৈৱপৰিসংখ্যাবিদৰ পদ খালী কেনেকৈ কৰিব আবেদন | Assamese |
বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা | Assamese |
আজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভাবাইক ৰেলী | Assamese |
শিক্ষা বিভাগত নহয় এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি | Assamese |
বিজেপি মন্ত্ৰীৰ দাবী ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে | Assamese |
ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.