text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো | Assamese |
মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ এজন লোক আহত | Assamese |
পিপই কিট কেলেংকাৰীহিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন | Assamese |
নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথনবিষয় অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হব নেকি | Assamese |
বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী | Assamese |
তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী কিদৰে কৰিব আবেদন | Assamese |
মৰিয়নীত ধর্ষণ কৰি হত্যা অৰ্ধনগ্ন অৱস্থাত মাতৃকন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ | Assamese |
নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰআপ | Assamese |
নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই | Assamese |
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিধায়ক বেচাকিনা ৰাজনীতিৰ ঠিকাদাৰকটাক্ষ অজিত কুমাৰ ভূঞাৰ | Assamese |
আপুনিও আনাৰস খাই ভাল পাই নেকি জানো আহক আনাৰসৰ উপকাৰিতাৰ বিষয়ে | Assamese |
অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী কি পদ কেনেকৈ কৰিব আবেদন | Assamese |
শিৱসেনা বালাচাহেব একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা | Assamese |
ৰাজ্যৰ বান পৰিস্থিতিকলৈ সৰৱ ৰাজভৱনৰ সন্মুখত আম আদমী পাৰ্টীৰ মানৱ শৃংখল | Assamese |
লখিমপুৰত ত্ৰুটিপূৰ্ণ বিদ্যুতৰ লাইনৰ বাবে শ শ চৰাইৰ কৰুণ মৃত্যু | Assamese |
দেশত ২৪ ঘন্টাত কৰনাত ২০ জন লোকৰ মৃত্যু ৯০ হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগীৰ সংখ্যা | Assamese |
দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ মাতৃৰ এজাহাৰ | Assamese |
আমেৰিকা যুক্তৰাষ্ট্ৰত বাতিল কৰা হৈছে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ | Assamese |
যদি অগ্নিবীৰসকলে পেঞ্চন নাপায় সাংসদবিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে বৰুণ গান্ধীৰ প্ৰশ্ন | Assamese |
বিশ্বনাথত কিশোৰীক ধৰ্ষণঃ ৰঙাঘৰৰ আলহী হল ৫০ উৰ্ধৰ ব্যক্তি | Assamese |
গুৱাহাটীত পদ খালী জানো আহক আবেদনৰ প্ৰক্ৰিয়া | Assamese |
জনজাতিকৰণৰ লগতে অন্যান্য দাবীত মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল | Assamese |
কেৰালাত ৰাহুল গান্ধীৰ সাংসদ কাৰ্যালয়ত এছএফআইৰ তাণ্ডৱ চিপিআইএমৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ | Assamese |
অসমৰ তপন কুমাৰ ডেকাক আইবি প্ৰধান নিযুক্তি | Assamese |
মাত্ৰ ২৭ বছৰ বয়সত মৃত্যু প্ৰাক্তন মিছ ব্ৰাজিল গ্লাচি কোৰিয়াৰ | Assamese |
কি হব মহাৰাষ্ট্ৰ চৰকাৰৰ বিজেপিৰ ৰাজনৈতিক চক্ৰান্তৰ আগত তিষ্ঠিব পাৰিবনে শিৱসেনা | Assamese |
মাজনিশা শিৱসাগৰৰ দিখৌ নদীত জাপ দিলে এগৰাকী স্বাস্থ্যকৰ্মীয়ে অঞ্চলজুৰি চাঞ্চল্য | Assamese |
মুম্বাইলৈ উভতিল সিন্দে বিধানসভাৰ উপাধ্যক্ষক লগ কৰাৰ সম্ভাৱনা | Assamese |
কেমেৰাৰ সন্মুখতে বিষাক্ত সাপ উদ্ধাৰৰ শিহৰণকাৰী দৃশ্য জয়সাগৰৰ দুই যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস | Assamese |
নিমাতী ঘাটত দম দম দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটলমন যায়গ্ৰুপৰ চাফাই অভিযান | Assamese |
বিঘ্নিত হব দুখীয়াৰ কল্যাণ বিনামূলীয়া খাদ্য আঁচনি সম্প্ৰসাৰণত বিত্ত মন্ত্ৰালয়ৰ সতৰ্কবাণী | Assamese |
দিখৌমুখ মহাবিদ্যালয়ত পদ খালী কৰক আবেদন | Assamese |
এইবাৰকে ধৰি চাৰিবাৰ জেৰী হলৰ সৈতে মিডিয়া সম্ৰাট ৰূপাৰ্ড মাৰ্ডকৰ বিবাহ বিচ্ছেদ | Assamese |
পঞ্চায়ত নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিলে ৰাইজৰ দলে শিৱসাগৰত বৃহৎ যোগদান সমাৰোহ | Assamese |
মহাৰাষ্ট্ৰৰ সিন্দে বাহিনীৰ বিদ্ৰোহৰ আঁৰত কোটিটকীয়া খেল চাৰ্টাৰ্ড বিমানতে খৰচ ৫০ লাখ | Assamese |
বিদ্ৰোহী বিধায়কৰ উপাধ্যক্ষলৈ পত্ৰ একনাথ সিন্দেক নেতা হিচাপে ঘোষণা ৩৭ জন বিধায়কৰ | Assamese |
মূলসুঁতিৰ ভাৰতীয় নেতাৰ জ্ঞানৰ নমুনাসজাগতা সৃষ্টিকাৰী মণিপুৰী যুৱতীক সজালে বিদেশী | Assamese |
একনাথ সিন্দেকে ধৰি ১৭২০ জন বিদ্ৰোহী বিধায়ক আছে ইডিৰ নজৰত দাবী সঞ্জয় ৰাউটৰ | Assamese |
মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গৰম কৰি ৰখাৰ সময়তে ত চাংমা | Assamese |
মোডীয়ে মহাৰাষ্ট্ৰ চৰকাৰক অস্থিৰ কৰাৰ পৰিৱৰ্তে বানপীড়িত অসম ভ্ৰমণ কৰা উচিতগৌৰৱ গগৈ | Assamese |
মাজনিশা গুৱাহাটী মহানগৰীৰ ছয়মাইলত পথ দুৰ্ঘটনানিয়ন্ত্ৰণ হেৰুৱাই গছত ওলমি থাকিল বাহন। | Assamese |
১১ দিন খোজকাঢ়ি বিশ্বনাথ পালেহি বৰগাঙৰ শিশু গৰুচুৰি চক্ৰই বিক্ৰী কৰিছিল শিশুটিক | Assamese |
আপোনাৰো বৰ খং উঠে নেকি খং নোহোৱা কৰাৰ উপায় জানেনে | Assamese |
কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত | Assamese |
কোভিডত আক্ৰান্ত ৪৬ শতাংশ শিশুৱে দুমাহলৈ দেখুৱাই থাকে কোভিডৰ লক্ষণঃ লেঞ্চেটৰ অধ্যয়ন | Assamese |
৩০ জুনত মুকলি কৰা হব কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সচিবালয় | Assamese |
মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজ আতিথ্য কিয় ৰেডিশ্যন ব্লুৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ | Assamese |
ক্ৰমাৎ উন্নত হৈছে বঙাইগাঁও জিলাৰ বান পৰিস্থিতি | Assamese |
হৃদযন্ত্ৰক সৱল কৰি ৰাখিবলৈ কি কৰিব | Assamese |
ভাৰতবাংলাদেশ সীমান্তৰ কাটিগৰাত বানৰ সংহাৰী ৰূপ পাঁচদিনে নাই চৰকাৰী সাহায্য | Assamese |
পলাই অহা শিৱসেনা বিধায়কৰ বিস্ফোৰক মন্তব্য মোক বিষাক্ত বেজী দি হত্যা কৰিব বিচাৰিছিল | Assamese |
বিজেপিয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰত পৰিণত কৰিছে বানে ধোৱা অসমকঃ অসম জাতীয় পৰিষদ | Assamese |
কোভিডত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ভাৰ্চুৱেলী কৰিলে কেবিনেট বৈঠকত অংশগ্ৰহণ | Assamese |
ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত বিভিন্ন পদ খালী কেনেকৈ কৰিব আবেদন | Assamese |
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ শাসকীয় বিৰোধী উভয়ৰে দুয়োগৰাকী প্ৰাথীৰ আছে ঝাৰখণ্ডৰে সম্পৰ্ক কি সেই সম্পৰ্ক | Assamese |
উপকাৰিতাৰ বিষয়ে জানেনে আহকচোন চাওঁ কিমান উপকাৰী তিয়ঁহ | Assamese |
বানত ককবকাইছে ৰাজ্য মুখ্যমন্ত্ৰী ব্যস্ত মহাৰাষ্ট্ৰৰ দুকুৰি বিধায়কৰ ৰাজআতিথ্যতসমালোচনাত সৰৱ ভূপেন বৰা | Assamese |
দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছদিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰ | Assamese |
ৰেডিচন ব্লুত মহাৰাষ্ট্ৰ চৰকাৰৰ হৃদপিণ্ড গুৱাহাটীৰ পৰা নিয়ন্ত্ৰণ হব মহাৰাষ্ট্ৰৰ ৰাজনীতি | Assamese |
সাধাৰণ নাগৰিকৰ দৰে মন্ত্ৰী বিধায়কৰ কনভয়ৰো স্পীড লিমিট পথ সুৰক্ষা সপ্তাহ আদিৰ ব্যৱস্থা হওকআপ অসম | Assamese |
কলিয়াবৰৰ নাম কামাখ্যা গাঁৱত প্ৰকাণ্ড ৰজা ফেঁটী সাপ উদ্ধাৰ | Assamese |
নোবেল বিক্ৰী কৰি ইউক্ৰেইনক অৰ্থ সাহায্য ৰুছ সাংবাদিকৰ বিশ্বজুৰি চৰ্চাত দিমিট্ৰি মুৰাটভ | Assamese |
অম্বুবাচী মেলাত যানবাহন চলাচলৰ নতুন পথ নিৰ্দেশনা চাওক প্ৰবৃত্তিনিবৃত্তিৰ সময় | Assamese |
সুস্বাস্থ্যৰ বাবে আমি কেতিয়া খোজ কাঢ়িব লাগে | Assamese |
ছোনীয়া গান্ধীৰাহুল গান্ধীক ইডি জেৰা শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ | Assamese |
ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ সৰ্বসন্মত প্ৰাৰ্থী যশৱন্ত সিনহা ১৮টা দলৰ সভাত হল সিদ্ধান্ত | Assamese |
ঢোলৰ ৰাণী পূণ্য প্ৰভা দত্ত তামুলীক কলাগুৰু বঁটা প্ৰদান কৰিলে অসম যুৱ পৰিষদে | Assamese |
পলিটিক্স নকৰিবা বন্ধু বান সাহায্য নোপোৱা বন্যাৰ্তৰ ক্ষোভৰ সন্মুখীন হল ভৱেশ কলিতা | Assamese |
অভিলেখ প্ৰতি কিলোত এক লাখ টকা দৰত বিক্ৰী পাভজান গল্ড টি | Assamese |
ঘৰৰ বিভিন্ন স্থানত পৰি ৰৈছে মৃতদেহ একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যুক লৈ ৰহস্য | Assamese |
৮ দিনৰ পিছত ছোনিয়া গান্ধীক চিকিৎসালয়ৰ পৰা অব্যাহতিথাকিব লাগিব বিশ্ৰামত | Assamese |
মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হব নেকি অগ্নিপথৰো কিয় জোকাই লৈছে অগ্নিবীৰ সকলক | Assamese |
নিলাজী বনলাজুকী লতা কি ৰোগৰ বাবে এক আশীৰ্বাদস্বৰূপ জানেনে | Assamese |
দেশৰ সৰ্বস্তৰত অগ্নিপথ বিৰোধী প্ৰতিবাদ ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱফটো গেলেৰী | Assamese |
অগ্নিপথ আঁচনিঃ বায়ু সেনাৰ পিছত নিযুক্তিৰ জাননী জাৰি কৰিলে ভাৰতীয় সেনায়ো | Assamese |
শিৱসাগৰ দিলিহি গোহাঁই গাঁৱত গীতে মাতে সুঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক | Assamese |
ঝাৰখণ্ডৰ পিছত এইবাৰ হিমাচলত ৰোপৱেত আৱদ্ধ বহু পৰ্যটক | Assamese |
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক এবছু | Assamese |
বিশ্বনাথৰ কেলিফৰ্ণিয়া ৱাইন চপত দিন দুপৰতে ডকাইতিৰ ঘটনা | Assamese |
বৈঠকত ৰাছিয়াৰ মিছাইল আক্ৰমণ ৫০ জনতকৈও অধিক ইউক্ৰেনীয় জেনেৰেল নিহত হোৱাৰ দাবী | Assamese |
শ্ৰী শংকৰদেৱ নেত্ৰালয়ত খালী হৈছে একাধিক পদ কি পদৰ বাবে কেনেদৰে কৰিব আবেদন | Assamese |
মিছা চাহ বাগিচাত অঘটন পুখুৰীত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি | Assamese |
কামপুৰত বানত উটি গল দুই আৰক্ষীএজনৰ মৃতদেহ উদ্ধাৰ | Assamese |
কোকৰাঝাৰৰ ঢোলমাৰাত জামে মছজিদৰ ক্ষতিসাধন দুস্কৃতিকাৰীৰ চেপা উত্তেজনা | Assamese |
ওদালগুৰিত শোকাৱহ ঘটনামাছ ধৰিবলৈ গৈ নিহত শিশু বাঢ়নী পানীয়ে উটুৱাই নিলে যুৱকক | Assamese |
জলমগ্ন দিচাংমুখপুৱাই সমষ্টিৰ বানপীড়িতৰ কাষত বিধায়ক অখিল গগৈ | Assamese |
বঙাইগাঁও জিলাৰ ৮৮ খন গাঁও আজিও আছে বানৰ কবলত | Assamese |
অহা ৪৮ ঘণ্টাত অসমত হব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী | Assamese |
চৰাইৰ সৈতে খুন্দাউৰা মৰাৰ পাছতে উভতিব লগা হল ইণ্ডগ বিমান | Assamese |
কাশ্মীৰত সংঘৰ্ষত নিহত চাৰি লস্কৰ সন্ত্ৰাসবাদী | Assamese |
নুপূৰ শৰ্মাক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিছে প্ৰক্ষেপ কৰিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবেঃ আছাদুদ্দিন ৱাইছি | Assamese |
এডিপি কলেজ নগাঁৱত গ্ৰেড৩ আৰু গ্ৰেড৪ পদ খালী কিদৰে কৰিব আবেদন | Assamese |
চামগুৰি তিনিআলিত মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে পথচাৰীক | Assamese |
চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ মূৰত গুলি কৰি আত্মহত্যা | Assamese |
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটীউত্তৰ গুৱাহাটী ফেৰী সেৱা | Assamese |
এপিনে বানৰ তাণ্ডৱ আনপিনে বন্যহস্তীৰ উপদ্ৰৱ বিশ্বনাথত নিশা বনৰীয়া হাতীয়ে ভাঙিলে ঘৰবাহন | Assamese |
ৰাজ্যত কালান্তক বানৰ মাজতে কৃষ্ণাই নৈত উটি গল যুৱক | Assamese |
চাইকেল চলাই ৰাস্তাতে পৰিল চিত ভোলঙা খাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ হল এই অৱস্থা | Assamese |
মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি ঘোচ দিবলৈ গৈ আটক কংগ্ৰেছৰ নেতা | Assamese |
বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাৰিটা বন্যপ্ৰাণীৰ মৃত্যু | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.