text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
এতিয়া ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ ৰাছিয়াৰ নাগৰিকক লাগিব ভিছা | Assamese |
অগ্নিপথ আন্দোলনঃ আৰক্ষীৰ গুলীত নিহত দামোদৰ ৰাকেশৰ পৰিয়াললৈ ২৫ লাখ টকাৰ সাহায্য ঘোষণা | Assamese |
উজনিত বানৰ সংহাৰ টীয়কৰ জাঁজীমুখ বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী | Assamese |
বেছি পানী খোৱাটো বিপদজনক অধিক পানী খালে কি হব পাৰে | Assamese |
কুকুৰক পানীত দলিয়াই দিয়াৰ ভিডিঅ ভাইৰেলবঙাইগাঁৱত যুৱকক গ্ৰেপ্তাৰ | Assamese |
বানৰ কবলত বঙাইগাঁও জিলাৰ ১১০ খন গাঁওআক্ৰান্ত ৮০৫৮৬ লোক | Assamese |
অৱশেষত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান বৰনদীৰ বুকুত আৱদ্ধ ১৪টা পৰিয়ালক উদ্ধাৰ | Assamese |
হৃদয় বিদাৰক দৃশ্য কলৰ ভুৰত নদী পাৰ হৈছে অশীতিপৰ আইতাই | Assamese |
দেশত দৈনিক কৰনা আক্ৰান্তৰ সংখ্যা ১৩ হাজাৰ অতিক্ৰম বৃদ্ধি সক্ৰিয় ৰোগী | Assamese |
নেৰানেপেৰা বৰষুণৰ ফলত বিপৰ্যস্ত অসম বানত ৩১ জনৰ মৃত্যু ৩০০০ গাঁও পানীৰ তলত | Assamese |
কাবুলৰ গুৰুদ্বাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ নিহত ২জন আৱদ্ধ বহু শিখ | Assamese |
চতিয়াৰ ভোজমাৰীত ব্ৰহ্মপুত্ৰ নদৰ তীব্ৰ খহনীয়াত জাহ গল মছজিদ কবৰস্থান | Assamese |
মেঘালয়ৰ মৌচিনৰামত ভূমিস্খলনত ৭ জন লোক নিহত | Assamese |
বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ১৭ত বাহন চলাচলৰ নিষেধাজ্ঞাত কিছু শিথিলতা | Assamese |
তামুলপুৰৰ কচুবাৰীত অঘটন পানীত পৰি সন্ধানহীন ১৬ বছৰীয়া কিশোৰ | Assamese |
অসহায় মুখ্যমন্ত্ৰী বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজহুৱা পূজা অৰ্চনাৰে কংগ্ৰেছৰ প্ৰতিবাদ | Assamese |
তামুলপুৰৰ নাগ্ৰীজুলিৰ ২ নং ডোঙৰগাঁৱত বৰনদীৰ বুকুত আৱদ্ধ ১৪ টা পৰিয়াল | Assamese |
বক্সাৰ লাভলীনা বৰগোহাঁইয়ে বিচাৰিলে বিবাহ বিচ্ছেদ পাৰিবাৰিক আদালতত আবেদন | Assamese |
আইআইটি গুৱাহাটীৰ ২৪ সংখ্যক সমাৱৰ্তনত ১৬২০ গৰাকী বিভিন্ন শাখাৰ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান | Assamese |
অগ্নিপথ আঁচনিয়ে জ্বলাইছে দেশ অসম অভিমুখী লোহিত এক্সপ্ৰেছ জ্বলালে প্ৰতিবাদকাৰীয়ে | Assamese |
ধূমপান ত্যাগ কৰিব বিচাৰে নেকি ধূমপান এৰাত আপোনাক সহায় কৰিব পৰা ৫ টা উপায় চাওক | Assamese |
মোদীৰ প্ৰতিশ্ৰুতি অসাৰঃ ছুইছ বেংকত ৩০৫০০ কোটি টকা জমা কৰিছে ভাৰতীয়ই | Assamese |
বঙাইগাঁও জিলাৰ ৮৬ খন গাঁৱৰ ৭৭৭৭০ গৰাকী লোক বানৰ কবলত | Assamese |
চিআইডিএফৰ ১০০কোটি টকাৰ পুজিশিৱসাগৰ আছুৰ সংবাদ মেল বিধায়কৰ নিৰ্লিপ্ততাক ধিক্কাৰ | Assamese |
অগ্নিপথয়ে জ্বলাইছে দেশ ৰাজ্যই ৰাজ্যই ৰেলত জুই প্ৰতিবাদকাৰীৰ কেইবাখনো ৰেলৰ সেৱা বাতিল | Assamese |
আৰক্ষীৰ কলাৰত ধৰি টানি বিতৰ্কত কংগ্ৰেছ নেত্ৰী কি স্পষ্টীকৰণ দিলে নেত্ৰীগৰাকীয়ে | Assamese |
কোন হব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি শাসকবিৰোধীৰ মাজত অব্যাহত তৎপৰতা চর্চাত কোন | Assamese |
আলফা স্বাঅধ্যক্ষ মুকুল হাজৰিকাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা নহয় আইনী যুঁজত জয়ী ব্ৰিটেইনৰ আদালতত | Assamese |
বায়ু প্ৰদূষণৰ ফলত ৫ বছৰকৈ আয়ুস কমিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ | Assamese |
বান বাৰিষাৰে বান বাৰে বাৰে সহিম কিমান হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ | Assamese |
আদানীক দেশত সোমাবলৈ দিয়া নহবভাৰতীয় পুজিপতিৰ বিৰুদ্ধে হুংকাৰ শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাৰ | Assamese |
পেন্টাগনৰ শীৰ্ষ পদৰ বাবে মনোনীত ভাৰতীয় বংশোদ্ভূত ৰাধা আয়েংগাৰ | Assamese |
কেন্দ্ৰীয় মন্ত্ৰীৰ নদীবান্ধ বিৰোধী আন্দোলনকলৈ বিতৰ্কিত মন্তব্য যোৰহাটত অজাযুছাপৰ প্ৰতিবাদ | Assamese |
কলাইগাঁওত বানে উটুৱাই নিলে কলাইগাঁওওদালগুৰি সংযোগী পথ জিলা সদৰৰ লগত যোগাযোগ ব্যাহত | Assamese |
চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ | Assamese |
ঘৰ ভাঙি প্ৰতিশোধ লব নোৱাৰিব যোগী চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে | Assamese |
বৰলীয়া নৈৰ সংহাৰী ৰূপ শতাধিক গাঁও পানীৰ তলত | Assamese |
সমাজসেৱী খৰ্গেশ্বৰী নাথৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্ৰকাশ | Assamese |
তামুলপুৰ অঘটন মাছ মাৰিবলৈ গৈ পানীত পৰি এজনৰ মৃত্যু | Assamese |
অমানুষিক উৎপীড়ন কৰি হত্যা গ্ৰেট ইণ্ডিয়ান হৰ্ণবিলকতিনিজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে | Assamese |
উত্তৰ প্ৰদেশত পৰিয়ালৰ লোকৰ মাজতে সম্পত্তি হস্তান্তৰ হলে দিব নালাগিব ষ্টাম্প শুল্ক | Assamese |
মহানগৰীত চাঞ্চল্যকৰ ঘটনানিশা ৰাজপথত জ্বলি উঠিল ৪ খনকৈ বাহন | Assamese |
গুৱাহাটী মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা মহিলা আহত | Assamese |
বন বিষয়া আৰু চোৰাং কাঠ বেপাৰীৰ মিতিৰালী চাপৰত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ | Assamese |
শিৱসাগৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্তৰ লগতে কৃতি শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান | Assamese |
বানঃ আজি কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ | Assamese |
কোকৰাঝাৰত তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলোৱা পিতৃক দহ বছৰৰ কাৰাদণ্ড | Assamese |
অসমত কোনোধৰণৰ এনকাউণ্টাৰ হোৱা নাইঃ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত | Assamese |
শ্ৰীলংকা হোৱাৰ দিশে পাকিস্তান ইন্ধনৰ অভাৱত আন্ধাৰে চানিছে সমগ্ৰ দেশ | Assamese |
দেশত শীঘ্ৰে আৰম্ভ হব ৫ জি ইণ্টাৰনেট সেৱা কেবিনেটৰ অনুমোদন | Assamese |
১০ বছৰৰ পিছত পলিঅ মুক্ত ঘোষণা কৰা ভাৰতত পুনৰ ধৰা পৰিল পলিঅ ভাইৰাছ | Assamese |
১০খনকৈ ট্ৰাকত ৩০ কোটি টকা ব্যয় কৰি মন্ত্রী অশোক সিংঘালে পুঁজিৰ অপব্যৱহাৰ কৰিলে দেৱব্ৰত শইকীয়া | Assamese |
বানৰ কৱলত তামুলপুৰৰ বিস্তীৰ্ণ এলেকা ব্যাপক ক্ষয়ক্ষতি | Assamese |
তামুলপুৰত বন্য হস্তীৰ উপদ্ৰৱকেইবাটাও পৰিয়ালৰ বাসগৃহ ধ্বংস | Assamese |
নেশ্যনেল হেৰাল্ড গোচৰঃ একেৰাহে তৃতীয় দিনাও ৰাহুল গান্ধীক ইডিৰ মাৰাথন জেৰা | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ বুঢ়াপাহাৰ বনাঞ্চলত বন্দুকসহ আত্মসমৰ্পণ ৪ যুৱকৰ | Assamese |
গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিঘৰৰ বিনিময়ত হিতাধিকাৰীয়ে দিব লাগে ধন | Assamese |
ৰক্তদান কৰি যুৱকে দেখুৱাইছে আদৰ্শ এতিয়ালৈকে ১৩৮ বাৰ ৰক্তদান কৰিলে বিশ্বনাথৰ বিলাল শ্বেখে | Assamese |
যোৰহাটৰ চেউনি গাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ অঞ্চলজুৰি চাঞ্চল্য | Assamese |
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত মৃত্যু এগৰাকী মহিলাৰ | Assamese |
পিপিই কিট কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টি শিৱসাগৰত ললে প্ৰতিবাদী কাৰ্যসূচী | Assamese |
জলমগ্ন গুৱাহাটীকামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা হেল্পলাইন নম্বৰ মুকলি | Assamese |
গুৱাহাটীৰ বৰাগাঁৱত ভয়াৱহ ভূমিস্খলনে প্ৰাণ ললে চাৰি শ্ৰমিকৰ | Assamese |
বানত বিধ্বস্ত মহানগৰকৃত্ৰিম বানে পানী খুৱাইছে মহানগৰবাসীক | Assamese |
ৰাহুল গান্ধীক ইডিৰ চমনমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া উভতি ধৰিলে সাংসদ গৌৰব গগৈয়ে | Assamese |
ৰাইজে বেলেগ মুখ্যমন্ত্ৰী বিচাৰিছিল তেওঁ নিজেই হৈছে তেওঁক প্ৰশ্ন কৰিবলৈ সাহস আছে নে ৰকিবুল হুছেইন | Assamese |
স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষানিজ জিলাতে পৰীক্ষা দিয়াৰ ব্যৱস্থাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ ডি ৱাই এফ আইৰ | Assamese |
অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা | Assamese |
প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনা আমেঠিত হঠাতে ভাঙি পৰিল বিমান | Assamese |
গুৱাহাটীত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ অভিযান আটক ব্যৱসায়ী | Assamese |
হাজোত বস্তাইবস্তাই জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা আটক গাঞ্জা ব্যৱসায়ী | Assamese |
যোৰহাটৰ গটঙা চাহ বাগিচাত বিভিন্ন দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ | Assamese |
ৰাহুললৈ চমনঃ প্ৰতিবাদ কৰিবলৈ আহি আটক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ বহু জন | Assamese |
দুধনৈ ব্যৱসায়ী সন্থাত বিত্তীয় অনিয়মকেলেংকাৰী হিচাপ পৰীক্ষাত ওলাল জোলোঙাৰ মেকুৰী | Assamese |
নাগ্ৰীজুলিৰ বগামাটিত অঘটনঃ বৰনদীত সাঁতুৰিবলৈ গৈ উটি গল এজন প্ৰাক্তন সৈনিক | Assamese |
গুৱাহাটী মহানগৰীত নিশা ৰাজপথত আকৌ সুৰামত্ত যুৱতীৰ তাণ্ডৱ | Assamese |
ৰাছিয়াত অমিক্ৰনৰ নতুন প্ৰজাতি চিনাক্ত বহু লোক আক্ৰান্ত হোৱাৰ আশংকা | Assamese |
কেৰালাত নতুন ৰোগত আক্ৰান্ত হৈ পুনৰ আন এগৰাকী লোকৰ মৃত্যু | Assamese |
দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ললে চিকিৎসক সুকৃতি চৌধুৰীয়ে | Assamese |
বিশ্বনাথৰ মোনাবাৰীত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান | Assamese |
কোন এই ষ্টান স্বামী কিয় তেওঁৰ মৃত্যুক লৈ নহল কোনো চৰ্চা | Assamese |
কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীক গংগা ৰাম চিকিৎসালয়ত ভৰ্তি | Assamese |
দেশত কৰনাৰ চতুৰ্থ ঢৌৰ সতৰ্কতা পুনৰ বৃদ্ধি পালে দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যা | Assamese |
ক্ৰটিপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰতিবাদত ঘাইপথ উন্নয়ন সমিতিৰ সংবাদমেল | Assamese |
তামুলপুৰত বড়ো মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত | Assamese |
নুপুৰ শৰ্মাক শিৰচ্ছেদ কৰাৰ ভিডিঅ প্ৰস্তুত কৰি গ্ৰেপ্তাৰ কাশ্মীৰী ইউটিউবাৰ ফৈজল ৱানী | Assamese |
অৰুণাচল প্ৰদেশৰ ভাৰতচীন সীমান্তৰ পৰা ১৩ দিন ধৰি সন্ধানহীন দুই সেনা জোৱান | Assamese |
বতাহৰ জৰিয়তেও বিয়পিব পাৰে মাংকি পক্স ভাইৰাছ মাৰ্কিন বিজ্ঞানীৰ ঘোষণা | Assamese |
চকু কপালত উঠিব আপোনাৰ ৰাজ্যত কিমান নিবনুৱা ২৬ হাজাৰ পদৰ বিপৰীতে প্ৰায় ১২ লাখৰ আবেদন | Assamese |
দেশত কোভিড১৯ ৰ চতুৰ্থ ঢৌ চিন্তিত আইচিএমআৰ | Assamese |
ইউক্ৰেইন যুদ্ধ শেষ হবলৈ বহু দেৰি আছেআশংকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ | Assamese |
শিৱসাগৰত প্ৰথমবাৰৰ বাবে ৰেইকি শিবিৰ | Assamese |
মাৰ্ঘেৰিটাৰ চেগুনবাৰী চাহ ফেক্টৰিত শ্ৰম বিভাগৰ অভিযান | Assamese |
দেশত পুনৰ কৰনাৰ ৰঙা চকু বৃদ্ধি সংক্ৰমণ ৪০হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগী | Assamese |
দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ আন্নাৰ আন্দোলনৰ পৰিকল্পনা আদৰণি জনালে ডঃ দিব্যজ্যোতি শইকীয়াই | Assamese |
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন পাক ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ ডুবাইত চিকিৎসাধীন | Assamese |
ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা পৰিষদৰ ২১ তম সন্মিলন সম্পন্ন | Assamese |
টীয়কৰ ঢেকীয়াখোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অচিনাকী মৃতদেহ উদ্ধাৰ | Assamese |
কোকৰাঝাৰৰ ছালাকাটিত কেএলঅ নাম কৈ পিষ্টলেৰে ব্যৱসায়ীক আক্ৰমণ লুটি নিলে ধন | Assamese |
ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কিয় হ্ৰাস পাব সাংসদৰ ভোটৰ মূল্য | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.