text
stringlengths
1
2.59k
language
stringclasses
10 values
প্ৰফেট মহম্মদ বিতৰ্কনুপুৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ প্ৰদেশ কংগ্ৰেছৰ
Assamese
১০০ বছৰৰ পিছত অৰুণাচলত আকৌ দেখা গল দুষ্প্ৰাপ্য লিপষ্টিক ট্ৰি
Assamese
দোষী হলে জেইললৈ যাবলৈ প্ৰস্তুত ৰূপজ্যোতি কুৰ্মী জালুকবাৰীমাজুলীতো বিধায়ক পুঁজিৰ তদন্ত কৰিবলৈ আহ্বান
Assamese
ধৰ্ম বিদ্বেষী মন্তব্যঃ মোদীৰ মৌনতাক সমালোচনা প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনছাৰীৰ
Assamese
শ্ৰমিকৰ নামত ৮০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ
Assamese
বন্য জন্তুৰ বেহাঃ পুনৰ জামিন নাকচ বন বিষয়া অৰূপ বৈশ্যৰ
Assamese
বিপৰ্যয় উদ্বোধনৰ পিছতে খহি পৰিল দলং খাৱৈত সৰি পৰিল মেয়ৰসহ ২০ জন লোক চাওক ভিডিঅ
Assamese
প্ৰায় ৩মাহত সৰ্বাধিক দেশৰ দৈনিক কৰনা সংক্ৰমণ বৃদ্ধি পজিটিভিটিৰ হাৰ
Assamese
শক্তিহীন হল বিমল বৰা কাৰ কাৰ পৰা দপ্তৰ কাঢ়ি দিয়া হল জয়ন্ত মল্ল বৰুৱাক
Assamese
কোকৰাঝাৰৰ কাৰিগাঁৱত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সাংস্কতিক প্ৰতিবাদী সমদল
Assamese
ইউক্ৰেইনে প্ৰতিদিনে ২০০ জনলৈকে সেনা হেৰুৱাইছেজেলেনস্কিৰ সহযোগী পডোলিয়াক
Assamese
মহাজাগতিক ৰহস্য অন্য গেলেক্সিৰ পৰা পৃথিৱীলৈ আহিছে ৰেডিঅ সংকেত কোনে পঠিয়ালে
Assamese
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা১৮ জুলাইত নিৰ্বাচন ২১ জুলাইত ভোটগণনা
Assamese
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমটো সম্প্ৰসাৰণ কোনে কি দপ্তৰ পালে কোনে কি হেৰুৱালে
Assamese
নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গাওঁবাসীয়ে কেৰাচিন ঢালি জ্বলাই দিলে দুই যুৱকক
Assamese
পিপিই কিটছেনিটাইজাৰ কেলেংকাৰী মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয় অজিত কুমাৰ ভূঞা
Assamese
দেশত ক্ৰমে উৰ্ধগামী কনাগ্ৰাফ ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা কালিতকৈও বেছি
Assamese
জনজাতিকৰণৰ দাবীত শিৱসাগৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
Assamese
ডলাৰৰ তুলনাত পুনৰ কমিল ভাৰতীয় টকাৰ মূল্য কিমান কমিল
Assamese
ছয়টা বছৰে বিজেপি চৰকাৰে ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নকৰাত ক্ষোভ
Assamese
১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিলে চৰকাৰে
Assamese
ৰাজ্যৰ দহ খন জিলাত মুকলি মহিলাৰ বাবে বিশেষ কোষ
Assamese
যোৱা পাঁচ বছৰত দুগুণতকৈও অধিক বৃদ্ধি পাইছে দেশত প্লাষ্টিক আৱৰ্জনাৰ উৎপাদন
Assamese
হোমৱৰ্ক নকৰাৰ শাস্তিঃ প্ৰখৰ ৰদত হাতভৰি বান্ধি পেলাই থলে কণমানি ছাত্ৰীক
Assamese
সকলো বিভাগকে ৩০ জুনৰ ভিতৰত সম্পূৰ্ণৰূপে ইঅফিচলৈ পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ কেজৰিৱালৰ
Assamese
এনকাউণ্টাৰ ৰাজনীতিৰ বিৰুদ্ধে বঙাইগাঁৱত চিপিআই এম প্ৰতিবাদী কাৰ্যসূচী
Assamese
কোভিডৰ চতুৰ্থ ঢৌ দেশত এদিনতে ৫০০০ৰ অধিক লোক কোভিডত আক্ৰান্ত
Assamese
গোৱালপৰীয়া লোকগীতৰ সাধক নাট্যকাৰ হজৰত আলীৰ বিয়োগ চাপৰত শোকৰ ছাঁ
Assamese
কাৰ্বি আংলঙত নিৰ্বাচনী হিংসা এজন আহত
Assamese
বিহালীত নিৰ্মীয়মাণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লোহাৰ ৰড চুৰি চক্ৰক গ্ৰেপ্তাৰ
Assamese
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ দুই মন্ত্ৰীৰ নাম ঘোষণা চৰকাৰৰ
Assamese
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ আগমুহূৰ্তত বিধায়ক ৰূপজ্যোতি কু্ৰ্মীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি
Assamese
চেল্ফি তুলিবলৈ গৈ ৰ সপ্তম মহলাৰ পৰা পৰি মৃত্যু চিকিৎসকৰ
Assamese
বিটিচৰ সচিবালয়ত আঠুৱা যোগানৰ ঠিকাৰ নামত প্ৰৱঞ্চকৰ জালত ঠিকাদাৰ দুজনক আটক
Assamese
পাঁচ দিন ধৰি অসমকে ধৰি সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
Assamese
গৃহ মন্ত্ৰালয়ৰ সাৱধানবাণীএক বৃহৎ আক্ৰমণৰ পৰিকল্পনা চলাইছে আলফা স্বাধীনে
Assamese
মেট্ৰিকৰ ফলাফলৰ খবৰে ছিপাঝাৰত তিনিটা পৰিয়ালত তুলিছে কান্দোনৰ ৰোল
Assamese
শিৱসাগৰ নগৰত জুৱাৰী আটক জব্দ নগদ ধন
Assamese
পুলিচৰাজ নহয় আইনৰ শাসন প্ৰতিষ্ঠাৰ দাবীৰে ৰাজ্যজোৰা প্ৰতিবাদ চি পি আই এম
Assamese
অসমীয়াৰ ওপৰত দপদপনি বীৰ লাচিত সেনাই কাণত ধৰালে পেট্ৰল পাম্পৰ ৪ বহিৰাগত কৰ্মচাৰীক
Assamese
পৰিবেশ সংৰক্ষণৰ সজাগতাৰ বাবে সংবাদমাধ্যমৰ ভূমিকা অপৰিসীমপদ্মশ্ৰী যাদৱ পায়েং
Assamese
নাৰী নিৰ্যাতনে সীমা চেৰাইছে অসমত মহিলা কংগ্ৰেছে সকীয়নি দিলে মহিলা আয়োগক
Assamese
বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ কৃত্ৰিম অংগদান আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰৰ সামৰণি
Assamese
উত্তৰাখণ্ডত স্থাপন কৰা হল এছিয়াৰ সৰ্ববৃহৎ লিকুইড মিৰ টেলিস্কোপ
Assamese
চৰকাৰী চাকৰি পোৱাই কাল হল পত্নীৰ হিংসাতে পতিয়ে কাটি পেলালে পত্নীৰ হাত
Assamese
বঙাইগাঁৱত পিতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
Assamese
ছেৰফাংগুৰিৰ সুনীল মণ্ডলক গুলীওৱা ঘটনাত জড়িত কেএলঅ মডেলকে ধৰি ৬জনক আটক
Assamese
পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ আহ্বানেৰে দিচপুৰ মহাবিদ্যালয়ৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস পালন
Assamese
নাইজেৰিয়াৰ গীৰ্জাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৫০ জন নিহত
Assamese
মধ্যপ্ৰাচ্যৰ দেশসমূহত অৱনমিত দিল্লীৰ সন্মান ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান
Assamese
টংলাত আছু আৰু প্ৰাক্তন আছুৰ মাজত মুখামুখি সংঘাত প্ৰাক্তন আছুক সভা পতাত বাধা আছু কৰ্মীৰ
Assamese
উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ গভীৰ খাৱৈত পৰি ২৫ জন তীৰ্থযাত্ৰীৰ মৃত্যু
Assamese
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ১০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পৰিবেশ মিত্ৰ সন্মান অসম চৰকাৰৰ
Assamese
মাংকি পক্স :বিশ্বৰ ২৭ খন দেশৰ ৭৮০ গৰাকী লোক আক্ৰান্ত
Assamese
হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মানবীন জিন্দাল
Assamese
সম্পাদিত ভিডিঅে দুৰ্বৃত্তৰ ব্লেকমেইল নাগালেণ্ডৰ মন্ত্ৰীক
Assamese
নিশা চিৰাঙৰ আমটেকা বজাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ গুলীবিদ্ধ ব্যৱসায়ী
Assamese
জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ মাজত পৰিৱেশ ৰক্ষাত অৰিহণা যোগোৱা ৭টা উপায়
Assamese
গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত বিজেপি চৰকাৰৰ মিথ্যাচাৰিতাসমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছ
Assamese
জম্মুকাশ্মীৰৰ অনন্তনাগত সংঘৰ্ষত নিহত হিজব কমাণ্ডাৰ তিনি সেনা আহত
Assamese
এফচিআইৰ খাদ্য যোগানৰ লেহেমীয়া গতিখাদ্য সংকটত ভুগিব পাৰে দক্ষিণ অসম ত্ৰিপুৰা আৰু মিজোৰাম
Assamese
অৱশেষত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বিতৰ্কিত এছ আই জোনমণি ৰাভা
Assamese
এইখন ৰাজ্যত বিদেশৰ পৰা পৰা অহা লোকে কৰিব লাগিব মাংকি পক্স চিনাক্তকৰণৰ পৰীক্ষা
Assamese
নেচনেল হেৰাল্ড গোচৰৰাহুল গান্ধীলৈ পুনৰ জাননী এনফোৰ্চমেণ্ট সঞ্চালকালয়ৰ ১৩ জুনত হাজিৰ হোৱাৰ নিৰ্দেশ
Assamese
আদালতৰ অনুমতি লৈ মাণিকপুৰত জ্বলাই দিয়া হল ৬৮৬৪ কিলোগ্ৰাম বাৰ্মিজ চুপাৰী
Assamese
কাৰ স্বাৰ্থত ডলু বাগিছাৰ উচ্ছেদ আৰ টি আই তথ্যত ফাদিল অসম চৰকাৰৰ মিথ্যাচাৰিতা
Assamese
অন্ধ্ৰপ্ৰদেশত উদ্যোগৰ পৰা গেছ নিৰ্গমনঅসুস্থ হৈ পৰিল ২০০ ৰো অধিক মহিলা কৰ্মী
Assamese
হাজোৰ বৰম্বৈত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assamese
সুখবৰলাভৰ মুখ দেখিছে শিলঘাটৰ অসম সমবায় মৰাপাট কলে
Assamese
আজি বিশ্ব চাইকেল দিৱসহ্ৰাস পোৱা নাই চাইকেলৰ পূৰ্বৰ সেই জনপ্ৰিয়তা
Assamese
ৰক্তক্ষয়ী যুদ্ধৰ ১০০ দিনএতিয়ালৈকে কিমান লোকৰ মৃত্যু ঘটিল ইউক্ৰেইনত
Assamese
চামগুৰিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
Assamese
পঞ্জাৱী গায়ক মুছেৱালাৰ দেহত ১৯ টা গুলীৰ আঘাতৰ চিন আক্ৰমণৰ ১৫ মিনিট পিছতে মৃত্যু ঘটিছিল মুছেৱালাৰ
Assamese
বন বিভাগৰ ২৮ লাখ টকীয়া আঁচনি ধোঁৱাচাঙত কাম এৰি পলাল ঠিকাদাৰ
Assamese
বাৰিষাতো অস্বাভাৱিকভাবে খৰাং হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকু এটুপি পানী বিচাৰি হাহাকাৰ নৈপৰীয়া ৰাইজৰ
Assamese
৯জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণকোন থাকিব কোন যাৱ কি পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Assamese
যোৰহাটৰ পুলিবৰৰ পাষণ্ড কিশোৰী ধৰ্ষণকাৰী ৰিতুল আলিক গ্ৰেপ্তাৰ পুলিবৰ আৰক্ষীৰ
Assamese
ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহী যুৱকক
Assamese
হিমন্ত বিশ্ব শৰ্মাৰ কথামতে বড়ো ৰাইজ নচলে বড়োলেণ্ড আমাক লাগিবইবনছু
Assamese
মহানগৰীত বলপূৰ্বকভাৱে ঘৰত প্ৰবেশ কৰি ধৰ্ষণ যুৱতীক অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
লক্ষ্য মুখ্যমন্ত্ৰী পি পি ই কীট পিন্ধি ধৰ্ণা প্ৰদেশ কংগ্ৰেছৰ চিবিআইইডিৰ দ্বাৰা তদন্তৰ দাবী
Assamese
দৰা নোহোৱাকৈ বিয়া যুৱতীৰ অৱশেষত বিয়াৰ দিন ঠিক কৰি হনিমুনৰ সিদ্ধান্তও ললে বিন্দুৱে
Assamese
কভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ
Assamese
কোভিদত আক্ৰান্ত ছোনিয়া গান্ধী সামন্য জ্বৰৰ লগতে আছে আন লক্ষণো
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰদাবী প্ৰতিবেদনৰ
Assamese
নেচনেল হেৰাল্ড গোচৰছোনিয়া গান্ধীৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ এনফোৰ্চমেণ্ট সঞ্চালকালয়ৰ
Assamese
গৰু সৰবৰাহত কলিয়াভোমোৰাৰ নিৰাপত্তাৰক্ষী অজ্ঞাত সংগঠন একাংশ সংবাদকৰ্মী জড়িতৰ অভিযোগ
Assamese
শিল্পী কেকেৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাল অপ্ৰাকৃতিক মৃত্যু নহয়
Assamese
আমেৰিকাত পুনৰ কোভিডৰ সংহাৰ এসপ্তাহত আক্ৰান্ত ১ লাখৰো অধিক শিশু
Assamese
শিৱসাগৰত নিৰ্মাণৰ দুদিন পিছতে বখলাবখলে এৰাইছে লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰা পকী পথ
Assamese
কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্তমান সমাজত নাৰীৰ ভূমিকা শীৰ্ষক সজাগতা সভা
Assamese
২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতেলোটে ধৰা পৰিল পৌৰ প্ৰশাসনৰ কনিষ্ঠ অভিযন্তা
Assamese
পদপথৰ দোকানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে পুনৰ চলাব উচ্ছেদ অভিযান মৃগেন শৰণীয়াৰ হুংকাৰ
Assamese
জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ চিকিৎসাধীন
Assamese
গুৱাহাটী মহানগৰীত পুনৰ ভয়াৱহ ঘটনাৰেলৰ আগত জপিয়াই আত্মহত্যা মহিলাৰ
Assamese
নাগ্ৰীজুলিত খাদ্যত বিষক্ৰিয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ১৪ গৰাকী ছাত্ৰী অসুস্থ
Assamese
এফালে বিভিন্ন সমস্যাৰে ৰাজ্য ভাৰাক্ৰান্ত আনফালে শাসক বিৰোধীৰ নেতামন্ত্ৰীয়ে ৰচিছে কবিতা
Assamese
আলফাক ক্ষমা খুজি সাংঘাতিক ভুল কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে মুখ্যমন্ত্ৰী
Assamese
কাশ্মীৰত বিদ্যালয়ত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ শিক্ষয়িত্ৰীক গুলীয়াই হত্যা
Assamese