text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
মুছেৱালাৰ হত্যাকাণ্ড৬জনক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ | Assamese |
২ জুনত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰিব হাৰ্দিক পেটেলে | Assamese |
বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আশ্বিকুল ইছলামৰ মৃত্যুউচিত তদন্তৰ দাবী জনালে মাছে | Assamese |
হাজোৰ আধিয়াৰপাৰাত বৰলীয়া নৈৰ গৰাখহনীয়াত পৰি অন্য ঠাইলৈ স্থানান্তৰ হল দহটাকৈ পৰিয়াল | Assamese |
সিদ্ধু মুছেৱালা হত্যাকলৈ ক্ষোভৰ মাজতে পঞ্জাৱ চৰকাৰৰ পৰা নিৰাপত্তাকলৈ উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে | Assamese |
পুটিনৰ জীৱনকাল আৰু মাত্ৰ ৩ বছৰ অন্ধ হবলৈ আগবাঢ়িছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি চাঞ্চল্যকৰ খৱৰ | Assamese |
পাঁচদিন ধৰি অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলত হব ধাৰাসাৰ বৰষুণ জনালে বতৰ বিজ্ঞান কেন্দ্ৰই | Assamese |
বৃদ্ধাৰ ছদ্মবেশত প্ৰৱেশ বিশ্বৰ প্ৰসিদ্ধ চিত্ৰশিল্প মনালিছাৰ পেইন্টিঙত কেক সানিলে যুৱকে | Assamese |
দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে | Assamese |
কাঁন বিতৰ্কৰাজ্যিক চলচিত্ৰ নিগমৰ সঞ্চালক ৰূপে কেতিয়া নিযুক্ত হল আইমী বৰুৱা | Assamese |
বটদ্ৰৱা কাণ্ডৰ আন এগৰাকী অভিযুক্ত জ্যোস্নাৰা বেগমক গ্ৰেপ্তাৰ | Assamese |
বঙাইগাঁও শিশু উদ্যানত ভৱন উদ্বোধন কৰিলে জিলা উপায়ুক্তই | Assamese |
কৃষক নেতা ৰাকেশ টিকাইতলৈ চিঁয়াহী নিক্ষেপ একাংশই দিলে মোডীমোডী শ্লোগান | Assamese |
বিহালীৰ বৰাজুলিত গঁড়ৰ মুক্ত বিচৰণ আতংকিত গঞা | Assamese |
অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষত দিল্লীৰ শ্ৰুতি শৰ্মাঅসমৰ শিল্পা খনিকৰৰো সাফল্য | Assamese |
বিশ্বনাথত আৰক্ষীৰ গুলীত আহত কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইন ওৰফে জাগিৰ | Assamese |
ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে তালিকাত কোন কোন | Assamese |
আৰক্ষীৰ গুলীত আহত অভিযুক্ত চোৰাং চিকাৰী জাগিৰ কি কলে বিশ্বনাথৰ আৰক্ষী অধীক্ষকে | Assamese |
বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত | Assamese |
আৰিয়ান খান কাণ্ডত মুখথেকেচা খোৱাৰ পাছত এনচিবিৰ কৰ্মীলৈ বিশেষ নিৰ্দেশনা কি আছে নিৰ্দেশনাত | Assamese |
জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা | Assamese |
শিলচৰত আৰক্ষীয়ে আটক কৰিলে মহিলাশিশুসহ ২৬ ৰহিংগীয়াক | Assamese |
বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক | Assamese |
কৰ্ণাটকত পুনৰ উত্তেজনাহিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ | Assamese |
দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হব খনন পোৱা যাব ২২২ নিযুত টন সোণ কত আছে এই স্বৰ্ণভাণ্ডাৰ | Assamese |
মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ | Assamese |
নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ | Assamese |
কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ ৰ জাননী কিয় | Assamese |
ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ | Assamese |
মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে | Assamese |
বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ ইণ্ডিগক পাঁচ লাখ টকাৰ জৰিমনা | Assamese |
টমেট ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক কিমান প্ৰস্তুত ভাৰত | Assamese |
মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনাযুৱকৰ দাৰ ঘাপত তিনিজন আহত | Assamese |
জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে | Assamese |
শালনাত ৰেল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ | Assamese |
কমিব চেনিৰ দামচেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে | Assamese |
সুশাসনৰ যোগ্য নহয় নেকি অৰুণাচললাডাখ প্ৰশাসনিক বিষয়াক লাডাখঅৰুণাচললৈ শাস্তিমূলক বদলিত ক্ষোভ | Assamese |
হত্যা নে স্বাভাৱিক মৃত্যু মহানগৰীৰ চান্দমাৰীত পুনৰ মৃতদেহ উদ্ধাৰ | Assamese |
বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা | Assamese |
বিচনাই সংগী হৈ পৰিছে জটিল ৰোগত আক্ৰান্ত জুপিতৰা দাসৰচিকিৎসাৰ বাবে প্ৰয়োজন ৰাইজৰ সহায়ৰ | Assamese |
২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে জনতাক কোনে কলে | Assamese |
বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট | Assamese |
তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে কি শাস্তি | Assamese |
চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট কলৈ গল কাক কিমান টকা আদায় দিলে | Assamese |
আয়বহিৰ্ভূত সম্পত্তিহাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড | Assamese |
অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ | Assamese |
নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ভাৰতৰ সৰ্ববৃহৎ দ্ৰোণ মহোৎসৱ | Assamese |
নতুন ৰূপত ভাৰতলৈ ঘূৰি আহিছে এম্বেছাদৰ লক্ষ্য বৈদ্যুতিক গাড়ীৰ বজাৰ | Assamese |
বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ | Assamese |
কুকুৰে কিয় গাড়ীৰ চকাত মূতে কাৰণবোৰ জানি আচৰিত হব আপুনি | Assamese |
ৰেল বিভাগৰ সুৰংগ পথে জলাকলা খুৱাইছে ৰাইজক নিৰ্বিকাৰ ৰেল কৰ্তৃপক্ষ জিলা প্ৰশাসন | Assamese |
হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ | Assamese |
কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি | Assamese |
যুদ্ধ অপৰাধ ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত | Assamese |
চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী | Assamese |
যুদ্ধৰ খৱৰইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হব শ্লোভাকিয়া কলে এডুয়াৰ্ড হিগাৰে | Assamese |
ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰকএনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ | Assamese |
কলিয়াবৰত নকল সোণৰ বেহা ধৃত ৪ জন লোক | Assamese |
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ বাতৰি অস্বীকাৰ হুছেইনৰ | Assamese |
ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া মহটো | Assamese |
মানুহৰ নহয় কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে সেয়ে কৰিলে এনে কাম | Assamese |
জলসম্পদ বিভাগৰ কাণ্ডবাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা নিমাত বিধায়ক অখিল গগৈ | Assamese |
যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল চোকা অস্ত্ৰ জব্দ | Assamese |
হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ পিকআপ ভান জব্দ দুজনক আটক | Assamese |
ৰাজ্যত পুনৰ এনকাউণ্টাৰকোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন | Assamese |
কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত | Assamese |
পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ কেইবাজনো গুৰুতৰ ভাবে অসুস্থ | Assamese |
জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা | Assamese |
অৱশেষত শাস্তি ঘোষণাজম্মুকাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড | Assamese |
অসমৰ বানপানী আৰু ডিমা হাচাওবিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি | Assamese |
তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে | Assamese |
দাম কমিব বিস্কুট ঘি আৰু চুলিত ঘঁহা তেলৰ কিন্তু এতিয়া নহয়কেতিয়া | Assamese |
মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ | Assamese |
কবাত কোনোৱাই পইচা লুটিব পুলিচ বহি থাকিব নোৱাৰেডিজিপি ভাস্কৰজ্যোতি মহন্ত | Assamese |
গুৱাহাটী মহানগৰীত দুটাকৈ মন্দিৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই | Assamese |
কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগতিনি অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
একৈশ বছৰ পুৰণি গোচৰত ঐতিহাসিক ৰায় আদালতৰসন্তুষ্টি প্ৰকাশ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ | Assamese |
পূৰণ নহল সেনাত ভৰ্তিৰ সপোনছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ললে পাঁচজনৰ | Assamese |
শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ | Assamese |
জিম্মাত মৃত্যু ঘটা ছফিকুলৰ পত্নী আন চাৰিজনৰ বিৰুদ্ধে ত গোচৰ অসম আৰক্ষীৰ | Assamese |
কাইলৈ পুনৰ ভাৰত বন্ধ কোনেকিয় দিছে এই বন্ধৰ আহ্বান | Assamese |
খাদ্যৰ অভাৱ কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু | Assamese |
কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা মহিলাসহ দুজনৰ মৃত্যু গুৰুতৰভাৱে আহত ৫ জন | Assamese |
জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ | Assamese |
কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ | Assamese |
ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্টমুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে | Assamese |
অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ | Assamese |
মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ | Assamese |
মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক বানগ্ৰস্ত লোকক উদ্ধাৰ কৰকঅমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ | Assamese |
বঙাইগাঁও জিলা অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ সভা সম্পন্ন | Assamese |
মহৎ কৰ্মৰ স্বীকৃতি ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
কোভিডে সৃষ্টি কৰা দুখন ছবিপ্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি | Assamese |
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ শিৱসাগৰত প্ৰতিবাদত নামিল আছু | Assamese |
জাতিমাটিভাষাক ভালপোৱাৰ নিদৰ্শন শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ললে নিতুৱে চাওক ভিডিঅ | Assamese |
বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
পুনৰ কৰনাৰ প্ৰকোপ ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে | Assamese |
অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান | Assamese |
বটদ্ৰৱাৰ ঘটনাৰ বুজ লবলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে | Assamese |
আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ | Assamese |
মাংকিপক্স কিমান ভয়াৱহ মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.