text
stringlengths
1
2.59k
language
stringclasses
10 values
গেৰুৱা শিবিৰত জোকাৰণিবিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং
Assamese
বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ
Assamese
বটদ্ৰৱা কাণ্ডথানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক
Assamese
জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ আছে দুবছৰীয়া সন্তানো ঘটনাটো কি
Assamese
তামুলপুৰ জিলাৰ ভাৰতভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ
Assamese
বটদ্ৰৱাৰ হিংসাত্মক কাণ্ডশালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ
Assamese
বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন
Assamese
ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ
Assamese
পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ
Assamese
হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী
Assamese
বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ
Assamese
শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ
Assamese
জনতাক সামান্য সকাহহ্ৰাস পাব পেট্ৰলডিজেলৰ মূল্যকিমান কমিব
Assamese
বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰজালত লাগি মৃত্যু হোৱাৰ সন্দেহ
Assamese
জিলা ন্যায়িক আদালতলৈ উন্নীত হল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত
Assamese
আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো অখিল গগৈ
Assamese
যুদ্ধৰ আঁৰৰ খৱৰফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই
Assamese
অৰ্থনৈতিক সংকটশ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল অপ্ৰয়োজনীয় বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা
Assamese
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী
Assamese
ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত
Assamese
এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল
Assamese
জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে
Assamese
চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা শিশুসহ মহিলাৰ মৃত্যু
Assamese
ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ
Assamese
জ্ঞানৱাপী মছজিদ বিতৰ্কউচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ
Assamese
শ্বীনা বৰা হত্যাকাণ্ডসাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী
Assamese
প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা
Assamese
কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ
Assamese
সলনি হব ৰাজীৱ ভৱনৰ পৰিচয় বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন
Assamese
গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক
Assamese
গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ শংকিত নৈপৰীয়া ৰাইজ
Assamese
বুল্লুটত ভূমি বিবাদক কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত শিশুমহিলাসহ ৫ জনকৈ লোক
Assamese
ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ
Assamese
ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ ভাঙিলে কেইবাটাও বাসগৃহ দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ
Assamese
জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ
Assamese
জব্দ বেংক একাউণ্ট ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল
Assamese
যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স বিশেষজ্ঞসকলে কৰিলে সতৰ্ক
Assamese
ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ মহানগৰীৰ আৰ্য হাস্পাতললৈ ৰ স্বীকৃতি
Assamese
শালকোচাত দুই চোৰাং চিকাৰীক আটক দুটা মৃত কেটেলা পহু উদ্ধাৰ
Assamese
ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে
Assamese
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ
Assamese
প্ৰত্যুত্তৰ ফৰাচীইটালীস্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই
Assamese
বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
Assamese
ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী
Assamese
জনপ্ৰতিনিধিৰ কাণ্ডসাংবাদিকৰ পিঠিত উঠি গল বান বিধ্বস্ত এলেকা চাবলৈ
Assamese
আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনাকি এই মাংকি পক্স
Assamese
দুপৰীয়াৰ আহাৰত গোমাংস গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী
Assamese
জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা
Assamese
পুনৰ ভূমিকম্পই জোকাৰি গল ৰাজ্যক অভিকেন্দ্ৰ মৰিগাওঁ
Assamese
প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ
Assamese
দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ
Assamese
কত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি
Assamese
হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল তামুলপুৰ কিয় দিলে ধ্বনি
Assamese
আৰক্ষীৰে কথা কটাকটিসাংবাদিকক গ্ৰেপ্তাৰ আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন
Assamese
দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে
Assamese
জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ
Assamese
খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ
Assamese
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া
Assamese
মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনাআকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হল একো বস্তুৰে ছাঁ
Assamese
সলনি হব লক্ষ্ণৌৰ নাম কি নাম হব পাৰে লক্ষ্ণৌৰ
Assamese
জ্ঞানৱাপী মছজিদত শিৱলিংগউচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কি ৰায় দিলে আদালতে
Assamese
ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা
Assamese
দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত অঞ্চলজুৰি ত্ৰাস
Assamese
বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনাদ্ৰুতবেগী বাহনে প্ৰাণ ললে তিনিজনৰ পাঁচজন আহত
Assamese
প্লাষ্টিক চাৰ্জাৰীয়েই কাল হল ভাৰতীয় অভিনেত্ৰীৰ মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু
Assamese
ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে
Assamese
কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে
Assamese
আলফা স্বামুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাইইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ
Assamese
পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ
Assamese
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা
Assamese
কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰকআক্ৰাছু
Assamese
জ্ঞানৱাপী মছজিদৰ শিৱলিংগ উদ্ধাৰৰ দাবী কৰা এলেকা ছীল উচ্চতম ন্যায়ালয়ত আজি শুনানি
Assamese
এফচিআইৰ গাফিলতিহাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য
Assamese
বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা
Assamese
হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং
Assamese
মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল
Assamese
ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা
Assamese
বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি বাৰ্ষিক সাধাৰণ সভা চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন
Assamese
আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ
Assamese
প্ৰসাদৰ বাবে লা ঢপৰা পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত
Assamese
নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ
Assamese
ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি জীয়াতু ভূগিছে ৰাইজে
Assamese
আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হবনে
Assamese
ইলোৰা বিজ্ঞান মঞ্চৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ঢেকিয়াজুলিত বাটৰ নাট প্ৰদৰ্শন
Assamese
নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি ৰাইজৰ হাহাকাৰ
Assamese
ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি লাথিচৰ ভুকু সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো ভিডিঅ
Assamese
বানত বিধ্বস্ত তামুলপুৰ জিলা বাল্টি নৈৰ বাঢ়নি পানীয়ে ছিঙি পেলালে লাউপাৰাবাৰিমাখা পথ
Assamese
ভাৰতৰো হৈছিল শ্ৰীলংকাৰ দৰে পৰিস্থিতিশ্ৰীলংকাৰ সাংসদৰ এই দাবীৰ আঁৰত কি কাহিনী
Assamese
শাৰদ পাৱাৰৰ সম্পৰ্কত আপত্তিজনক পষ্টবিজেপি নেতাৰ গালত প্ৰচণ্ড চৰ এনচিপি কৰ্মীৰ
Assamese
পুনৰ চাপত পুটিন খাৰকিভ ইউক্ৰেইনৰ দখলত ৰাছিয়াৰ সেনা প্ৰত্যাহাৰ
Assamese
বঙাইগাঁৱত দ্বিতীয় ৰাষ্ট্ৰীয় আদালত ৭০৩ টা বিচাৰাধীন গোচৰৰ ভিতৰত ১৭৪ টা নিষ্পত্তি
Assamese
গুণোৎসৱ তামুলপুৰত একেটা শ্ৰেণী কোঠাতে চলিছে প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান
Assamese
দ্ৰুত উত্থান নাটকীয় পতন বিপ্লব কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী
Assamese
আমেৰিকাত পুনৰ অঘটনবাফেলো চুপাৰমাৰ্কেটত দুৰ্বৃত্তৰ গুলীচালনাত ১০ জন নিহত
Assamese
আলফালৈ যোৱাৰ মনঃ ফেচবুকত পোষ্ট দি বঙাইগাঁৱত গ্ৰেপ্তাৰ যুৱক
Assamese
মঙলদৈত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন্
Assamese
ত্ৰিপুৰাত মুখ্যমন্ত্ৰীৰ পদত এগৰাকী দন্ত চিকিৎসক কোন তেওঁ
Assamese
২৩ হাজাৰ নিযুক্তি দিয়াৰ সময়তে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উনুকিয়ালে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা
Assamese
১৫ মে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন
Assamese
চাপৰত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ এজন সৰবৰাহকাৰীক আটক
Assamese