text
stringlengths
1
2.59k
language
stringclasses
10 values
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ আকস্মিক পদত্যাগ
Assamese
বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হব পাৰে ৰাজ্যসভাৰ সাংসদ ডঃ মানিক সাহা
Assamese
বাংলাদেশলৈ গো সৰবৰাহ মাৰণাস্ত্ৰ ৰখাৰ অভিযোগ নস্যাৎ কৰি কাকজানত পশুধন ব্যৱসায়ী সন্থাৰ প্ৰতিবাদী সভা
Assamese
ফুচকা বিক্ৰী কৰাসকল হিন্দী ভাষী লোকতামিল মন্ত্ৰীৰ মন্তব্যত বিতৰ্কৰ জোৱাৰ
Assamese
একেলগে গৰ্ভৱতী হল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ এগৰাকী চিকিৎসক
Assamese
ইউক্ৰেইনত যুদ্ধ অপৰাধৰ অভিযোগত প্ৰথমবাৰ বিচাৰৰ সন্মুখীন ৰাছিয়ান সেনা
Assamese
অৰবিন্দ কেজৰিয়াল কামৰ মানুহযোৰহাটত আম আদমি পাৰ্টিত যোগদান বিশাল সমদল
Assamese
দিল্লীৰ বহুমহলীয়া অট্টালিকাত ভয়াবহ অগ্নিকাণ্ড অগ্নিদগ্ধ হৈ ২৭ জনৰ মৃত্যু আহত বহুলোক
Assamese
কোভিড১৯ নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কিম জং উনৰ
Assamese
অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিত অনিয়মৰ অভিযোগউচ্চ ন্যায়ালয়ৰ দাৰস্থ হল বঞ্চিত প্ৰাৰ্থী
Assamese
পশ্চিম যোৰহাটৰ নামনি কাঠনিবাৰী গাঁৱৰ এটা ৰাস্তাই জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক
Assamese
পেট্ৰলডিজেলৰ দাম চৰা সেয়ে বিয়া কৰাবলৈ মহৰ গাড়ীতে উঠি আহিল দৰা
Assamese
ছত্তীশগড়ৰ ৰাইপুৰত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ২জন পাইলট নিহত
Assamese
পৰেশ বৰুৱাক মৃত্যুদণ্ড দিম বুলি ঘোষণা কৰিলোধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী
Assamese
কাইলৈ গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব সকলো পেট্ৰল পাম্প
Assamese
নৰ্থইষ্ট নাওৰ বিশেষ অনুষ্ঠান মতামতড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বৰ্ষপুতিৰ এক খতিয়ান
Assamese
চোৰাং চিকাৰীৰ নতুন কৌশল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হত্যা নকৰাকৈয়ে কাটি নিলে গঁড়ৰ খড়্গ
Assamese
বৰষুণক নেওচি চাহ শ্ৰমিকৰ প্ৰতিবাদ তাৰ মাজতে ডলু চাহ বাগিছাত চলিল প্ৰশাসনৰ বুলডজাৰ
Assamese
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিলে অসমৰ হেদায়েত আলীয়ে
Assamese
বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা সন্দৰ্ভত স্পষ্টীকৰণ আলফা স্বাধীনৰ কি কলে
Assamese
ভাৰতত কভিড১৯ত মৃত্যুৰ সংখ্যাকলৈ কিয় ইমান বিতৰ্ক প্ৰকৃততে মিছা মাতিছে কোনে
Assamese
ইপিনে গুণোৎসৱ আনপিনে মাত্ৰ এজন শিক্ষকৰে এটা কোঠাতে চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান
Assamese
শুৱালকুছিত অঘটনপ্ৰাৰ্থনা চলি থকাৰ মাজতে অচেতন হৈ ঢলি পৰিল ১০ গৰাকী ছাত্ৰী
Assamese
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
Assamese
ডুবাইত হৃদৰোগত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক ৰমেশ লাটকেৰ মৃত্যু
Assamese
পত্নীপাঁচ মহীয়া কন্যা সন্তানক এৰি কে এল অত যোগদান কৰিলে আক্ৰাছু নেতা জয় প্ৰকাশ বৰ্মনে
Assamese
মহানগৰীৰ ছয়মাইলৰ দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান
Assamese
বিজেপি সাংসদৰ দাবীতাজমহল আমাৰ মাটিত নিৰ্মাণ কৰা হৈছিল
Assamese
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ চচলত এ আই ইউ ডি এফৰ প্ৰতিবাদ
Assamese
দেশদ্ৰোহিতা আইনৰ পুনৰীক্ষণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Assamese
এনফোৰ্চমেণ্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিলে আইএএছ বিষয়া পূজা সিংঘলক কিন্তু কিয়
Assamese
শুৱালকুছিত চাঞ্চল্যআৰক্ষীৰ চালকবিহীন নাওত অচেতন অৱস্থাত উদ্ধাৰ মহিলা
Assamese
দেশত কোভিড আতংকৰ মাজতে আহিছে টমেটো ফ্লু ৮০ টিৰো অধিক শিশু আক্ৰান্ত কি এই টমেটো ফ্লু
Assamese
পুনৰ আলফা স্বাঃ যোগদান গুৱাহাটীৰ যুৱকৰ
Assamese
আলফা স্বাঃ লৈ গৈছে বহু উচ্চশিক্ষিত যুৱকযুৱতী তালিকাত কোন কোন
Assamese
বিজেপি মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ এবছৰমূল্যবৃদ্ধিৰ উপহাৰৰ বিৰুদ্ধে ধৰ্ণা গণ স্বাক্ষৰ অভিযান
Assamese
ডলু চাহ বাগিচাৰ ভূমিত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ
Assamese
বিফল নে সফলএবছৰীয়া ডঃ শৰ্মা চৰকাৰ প্ৰতিশ্ৰুতি পূৰণত সঁচাকৈয়ে সফল হল নে
Assamese
দেৰগাৱত পাঁচ বছৰীয়া কন্যা সন্তানক হত্যা কৰি মাতৃৰ আত্মহত্যাৰ অপচেষ্টা
Assamese
শিৱসাগৰত আম আদমী পাৰ্টীৰ গণ যোগদান কাৰ্যসূচীশতাধিক লোকৰ যোগদান
Assamese
নগাঁৱৰ আমবাগানত বেংকৰ চি এছ পিলৈ ডকাইতৰ গুলিচালনা
Assamese
নিশাৰ মহানগৰীত সুৰক্ষিত নহয় যুৱতী মহিলাযুৱতীক অশালীন ব্যৱহাৰ হেলমেটেৰে প্ৰহাৰ ৰেপিড চালকৰ
Assamese
বিজেপি চৰকাৰৰ এবছৰীয়া কাৰ্যকালবিফলতাৰ প্ৰতিচ্ছবি দাঙি ধৰি আপৰ প্ৰতিবাদ
Assamese
অশান্ত শ্ৰীলংকা বিক্ষোভকাৰীয়ে জ্বলাই দিলে মহিন্দা ৰাজপাক্ষেৰ পৰিয়ালৰ পৈতৃক ঘৰ
Assamese
বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা পাবলৈ সাজু অসমৰ বিহালী সংৰক্ষিত বনাঞ্চল
Assamese
গোসাইগাঁৱত ডাইনী সন্দেহত মহিলাক হত্যা তিনি হত্যাকাৰীক আটক
Assamese
গুৱাহাটী আৰক্ষীয়ে ইয়াৰ টুইটাৰ হেণ্ডেলত আইনবিৰুদ্ধভাৱে প্ৰকাশ কৰিলে শিশুৰ নাম
Assamese
ইলোকপিয়লসলনি হব পৰৱৰ্তী লোকপিয়লৰ প্ৰক্ৰিয়া অমিত শ্বাহৰ বৃহৎ ঘোষণা
Assamese
নিহত ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি ৪ জন ভাৰতীয়ই লাভ কৰিলে পুলিৎজাৰ বঁটা
Assamese
নাগ্ৰীজুলিৰ কালচেনীত বিএছএফৰ অস্ত্ৰ মেৰামতি কাৰখানা আৰু অস্ত্ৰ ভাণ্ডাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
Assamese
ব্যৰ্থতা প্ৰতাৰণা আৰু কুশাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ লুৰীণজ্যোতি গগৈ
Assamese
মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিলভূপেন বৰা
Assamese
বিজেপিৰ শাখা সংগঠন হিচাপে কাম কৰিছে নেকি ভাৰতৰ নিৰ্বাচনী আয়োগে
Assamese
ধেমাজিৰ চমৰাজান পানীতোলাত ৰেলে মহতিয়ালে স্কৰপিঅ বাহন এজন নিহত
Assamese
জঘন্য যুদ্ধ অপৰাধৰ বাবে দায়ী পুটিনমন্তব্য কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ
Assamese
শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটপ্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ পদত্যাগ
Assamese
পাকিস্তানৰ ভূমিত আমেৰিকাৰ সামৰিক ঘাটি নিৰ্মাণ কৰিবলৈ নিদিয়াৰ বাবেই ষড়যন্ত্ৰ দাবী ইমৰান খানৰ
Assamese
শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ ইংগিতউচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব ৰাজ্যৰ হাইস্কুলসমূহ
Assamese
ভাৰতবাংলাদেশ সীমান্তৰ পৰা ১৪ জন ৰহিংগীয়া লোকক আটক
Assamese
বঙাইগাঁৱত অবৈধ গাঞ্জাসহ তিনি জন লোকক আটক
Assamese
মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ তালিকাত শীৰ্ষত কোন ৰাজ্য
Assamese
চীনক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ভূটান সীমান্তৰ নাগ্ৰীজুলিত উত্তৰ পূৱৰ ভিতৰতেই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ প্ৰস্তুতি
Assamese
আলফাৰ মৃত্যুদণ্ডৰ সিদ্ধান্তক বৰ্বৰতা আখ্যা ধিক্কাৰ জনালে অসম নাগৰিক সমাজে
Assamese
আলফাস্বাধীনে ইয়াৰ দুজন কেডাৰক হত্যা কৰাটো সংগঠনটোৰ এক লজ্জাজনক কাৰ্যডিজিপি
Assamese
কোকৰাঝাৰত তিনিজন নাবালকৰ দ্বাৰা দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ
Assamese
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়াই
Assamese
পুনৰ দিল্লীৰ ব্যস্ত ৰাজপথত চলিল গুলী আহত দুই ব্যৱসায়ী দেশৰ ৰাজধানীৰ নিৰাপত্তাকলৈ প্ৰশ্ন
Assamese
অপ্ৰতিৰোধ্য মূল্যবৃদ্ধি ৰাজ্যত শীঘ্ৰেই বৃদ্ধি পাব ফেৰী সেৱাৰ ভাড়া
Assamese
ৰূপায়নৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ দিলে খাচী ছাত্ৰ সন্থাই
Assamese
যুদ্ধৰ বাহিৰৰ খৱৰবেলাৰুচত আটক সাংবাদিকৰ ৰাছিয়ান প্ৰেমিকাক ৬ বছৰৰ কাৰাদণ্ড
Assamese
হিন্দুত্ববাদক ফেচীবাদৰ সৈতে জড়িত কৰি পৰীক্ষাত প্ৰশ্ন বিতৰ্কত বেচৰকাৰী বিশ্ববিদ্যালয়
Assamese
আপোনাৰ মোৰ কথাৰে দল বাগৰা ৰাজনীতি নৰ্থ ইষ্ট নাও বিশেষ অনুষ্ঠান
Assamese
বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ২৮ টাকৈ চোৰাংভাবে সৰবৰাহ কৰা গৰু দুজনক গ্ৰেপ্তাৰ
Assamese
অসমত টৰ্ণেডো নিম্ন প্ৰাবল্যৰ টৰ্ণেডোৰ সৃষ্টি হল অসমৰ এখন জিলাত ভিডিঅ
Assamese
তেজৰ ফাঁকু খেলা বন্ধ হব লাগে আলফাই মৃত্যুদণ্ডৰে দণ্ডিত কৰা যুৱকক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
Assamese
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্য্যকালৰ কিদৰে মূল্যায়ন কৰিলে ৰিপুন বৰাই
Assamese
অচ্ছে দিন পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য কিমান বাঢ়িল
Assamese
বঙাইগাঁৱত গুণোৎসৱ২০২২ ৰ প্ৰস্তুতিবিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত
Assamese
বিৰিয়ানীৰ সৈতে গিলিলে লক্ষাধিক টকাৰ গহনা কিন্তু কিয়
Assamese
ৰাজনীতিৰ পৰা অৱসৰ ললে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা নুৰজামাল সৰকাৰে
Assamese
ডাউনটাউনস্থিত বাৰৰ ভিতৰত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি চাৰিজনক আটক
Assamese
পুনৰ চৰ্চাত পুটিনৰ প্ৰাক্তন প্ৰেমিকা কোন এই এলিনা কাবায়েভা
Assamese
চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে
Assamese
অস্থিৰ শ্ৰীলংকা দেশজুৰি বিক্ষোভৰ মাজতে মাজনিশা ঘোষণা কৰা হল জৰুৰী অৱস্থা
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ বাবে সাজু মুকেশ আম্বানীৰ সংস্থা
Assamese
চামগুৰিত আৰক্ষীৰ অভিযানত সজীৱ গুলী পিষ্টল নগদ ধনসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক
Assamese
নাবালিকাক ধৰ্ষণ কৰি হত্যা অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড গোৱালপাৰাৰ আদালতৰ
Assamese
কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন প্ৰত্যাখান দিল্লীৰ চৰকাৰৰ
Assamese
ভাৰতীয় সেনাই লাভ কৰিব দুটাকৈ আকাশ এয়াৰ ডিফেন্স মিছাইল
Assamese
শিৱসাগৰত জিলা কংগ্ৰেছৰ সভাপতি পদত প্ৰয়াত কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ পুত্ৰ মঞ্জীৰ গগৈ
Assamese
যোৰহাট জিলা সভাপতি দিব্যজ্যোতি শৰ্মাৰ নেতৃত্বত ৰাইজৰ দলৰ বহুকেইজনৰ আপত যোগদান
Assamese
কাশ্মীৰত তুমুল সংঘৰ্ষত নিহত হিজবুলৰ শীৰ্ষ কমাণ্ডাৰকে ধৰি ৩ সন্ত্ৰাসবাদী
Assamese
বঙাইগাঁৱৰ শালবাৰীত ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি সোণালী বান্দৰৰ মৃত্যু
Assamese
বিজেপিৰ পদুমৰ পাহিৰ ভিতৰত ফেঁটি সাপ ওলালপুনৰ ৰাজপথত নামিল অখিল গগৈ
Assamese
বিজেপি নেতাক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি দিল্লী আৰক্ষীৰ এজাহাৰ
Assamese
মহাপুৰুষগৰাকীয়ে সমগ্ৰ বিশ্বৰ জীৱকুলৰ বাবে অৱদান আগবঢ়াই থৈ গৈছেশ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ
Assamese
বঙাইগাঁও শ্মশানৰ সমীপত আৱৰ্জনাৰ ডাম্পিং গ্রাউণ্ড
Assamese
কংগ্ৰেছত পুনৰ আঘাতবৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ পদত্যাগ
Assamese
চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাই ২৭৯ জন থলুৱা উপ ঠিকাদাৰক শোধাইছে ৰামটাঙোন
Assamese
জুইয়ে পোৰা সোণ বিচাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা জ্যেষ্ঠ নেতা দেবব্রত শইকীয়া
Assamese