text
stringlengths
1
2.59k
language
stringclasses
10 values
বিটিআৰত বিপিএফৰ চৰকাৰ গঠনকলৈ পুনৰ গুজৱ কি প্ৰতিক্ৰিয়া ইউপিপিএলৰ
Assamese
মহানগৰীত সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা সতীয়া পিতৃৰ নিৰ্যাতনৰ বলি নাবালিকা
Assamese
লগ এৰা নাই বিপদে জিগনেশ মেৱানীক তিনি মাহৰ কাৰাদণ্ড
Assamese
মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ ধৰ্ণাবিক্ষোভ প্ৰদৰ্শন
Assamese
অসমত বিজেপি চৰকাৰৰ বিকাশ ঠেলাত তুলি চিকিৎসাৰ বাবে অনা হল গৰ্ভৱতী মহিলাক
Assamese
বজাৰত জুই মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত চিপিআই এম বিক্ষোভ কাৰ্যসূচী
Assamese
দ্ৰোনৰ সহায়ত বানপানী ভূমিস্খলন ৰোধৰ উপায় উদ্ভাৱনত ব্যস্ত আইআইটি গুৱাহাটী
Assamese
বৰপেটাৰ ভেল্লাত স্থানীয় লোকক আক্ৰমণ আহত কেইবাজনো
Assamese
টীয়কৰ ভগামুখত পিষ্টল সহ যুৱক গ্ৰেপ্তাৰ
Assamese
পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰৱঞ্চক দালাল চক্ৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
তলা ওলমিল বিশ্বনাথ চাৰিআলিৰ ডমিনজ আৰু কে এফ চিত কিন্তু কিয়
Assamese
দ্ৰুত সংক্ৰমণশীল কোভিডৰ এক্স ই প্ৰজাতিয়ে চিন্তাৰ উদ্ৰেক ঘটাইছে ভাৰতত
Assamese
কইনা অসমৰ দৰা বিদেশৰসাত সাগৰ তেৰ নদী পাৰ হৈ অসমৰ কইনা নিবলৈ আহিল বিদেশৰ দৰা
Assamese
সঘনে চৰিত্ৰ সলনি কৰিছে কনা ভাইৰাছেনতুন প্ৰজাতিৰ সংহাৰৰ আশংকা বিজ্ঞানীৰ
Assamese
ৰাজনীতি আৰু দেশৰ অৱস্থা
Assamese
শিৱসাগৰৰ বিভিন্ন স্থানত বান গৰাখহনীয়া পৰিদৰ্শন বিধায়ক অখিল গগৈৰ
Assamese
মহানগৰীত ছুইগী কৰ্মীৰ কৰুণ মৃত্যু
Assamese
তৃণমূল কংগ্ৰেছৰ মূল সপোন মামাটি আৰু মানুহ ৰিপুন বৰা
Assamese
ডিব্ৰুগড়ত সামূহিক বিবাহএকেলগে বিবাহত বহিল ৫১ দম্পতী
Assamese
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পাছতো গুৰুত্ব নাই মোদী চৰকাৰৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ
Assamese
টীয়কৰ চিৰাম মিচিং গাওঁত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু
Assamese
কাহিলীপৰাত পথ দুৰ্ঘটনাডাম্পাৰৰ খুন্দাত চূৰমাৰ ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ দেৱাল
Assamese
ৰাজনীতিৰ পৰা সাময়িক জিৰণিএইবাৰ সাংস্কৃতিক পথাৰত বিশ্বজিৎ দৈমাৰী
Assamese
পবিত্ৰ ঈদৰ দিনাই বৰপেটাৰ যতিগাঁৱত জেহাদীৰ সন্দেহত ৮ জনক আটক
Assamese
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ঘোষণাৰ পাছতে বিজেপিৰ পৰা পদত্যাগ পাৰিষদৰ
Assamese
শিৱসাগৰত ইছলামধৰ্মী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ উপস্থিত বিধায়ক অখিল গগৈ
Assamese
গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ হব পুনৰ মৃগেন শৰণীয়া উপ মেয়ৰ স্মিতা ৰয়
Assamese
যোৰহাটত ইছলামধর্মী লোকসকলে উলহ মালহৰে উদযাপন কৰিছে ঈদ কাকজানতো সমূহীয়া নামাজ
Assamese
যুদ্ধৰ আঁৰৰ খৱৰৰাছিয়াৰ ১৭০ ৰাজনৈতিক নেতা আৰু প্ৰতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা নিউজিলেণ্ডৰ
Assamese
আৱৰ্ত ভৱনতে কামুৰিলে এন্দুৰে হাস্পাতালত ভৰ্তি উত্তৰ প্ৰদেশৰ মন্ত্ৰী
Assamese
আগছুৰ জিলা সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীক গ্রেপ্তাৰ কাৰাগাৰলৈ প্ৰেৰণ
Assamese
ৰাছিয়াইউক্ৰেইন যুদ্ধত কোনো জয়ী নহয় সন্তুলন ৰক্ষা কৰি জাৰ্মানীৰ বিপৰীত সুৰ মোদীৰ
Assamese
ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ শপত বিজেপি বিধায়কৰ কলে কি ত্যাগৰ কথা
Assamese
যোৰহাটত ভয়াৱহ পথ দুৰ্ঘটনাকথমপি প্ৰাণ ৰক্ষা আঠ ছাত্ৰছাত্ৰীৰ
Assamese
অখিল গগৈক কাষত ৰাখি শিৱসাগৰৰ উন্নয়নৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Assamese
কমল কুমাৰ মেধিৰ নেতৃত্বত ৰাইজৰ দলৰ কেইবাগৰাকীও নেতাই আজি নতুন দিল্লীত যোগদান কৰিব আপত
Assamese
কাৰ হাতৰ ঠাঁৰত কাম কৰিছে অসম আৰক্ষীয়েঅসম আৰক্ষীলৈ প্ৰশ্ন জিগনেশ মেৱানীৰ
Assamese
দহ সহস্ৰাধিকৰ অংশগ্ৰহণেৰে শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ কাৰ্যসূচী সম্পন্ন
Assamese
ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই অচিৰেই যোগদান কৰিব আপত উৰা মাৰিলে দিল্লীলৈ
Assamese
লক্ষ্য মোদীৰ ৰাজ্য এইবাৰ গুজৰাটত গৈ বিজেপিক প্ৰত্যাহ্বান জনালে কেজৰিৱালে
Assamese
কংগ্ৰেছৰ সৈতে নিমিলিল কথা আজি নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব প্ৰশান্ত কিশোৰে
Assamese
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আছে দুই গোপন পুত্ৰ সন্তান সন্ধান দিলে ছুইচ সংবাদ মাধ্যমে
Assamese
ড্ৰাগছ ব্যৱসায়ীয়ে নতুন নতুন পন্থা লৈ থাকিব আৰু অসম আৰক্ষীয়ে যুঁজি থাকিব মুখ্যমন্ত্ৰী
Assamese
কৃষ্ণাইৰ জিৰা খাৰদাং অঞ্চলত ধুমুহাৰ তাণ্ডৱউৰুৱাই নিলে বহু ঘৰৰ চাল
Assamese
শিখ সম্প্ৰদায়ৰ ইতিহাস বিকৃত কৰাৰ অভিযোগত তিনি খন কিতাপ নিষিদ্ধ
Assamese
ৰাজ্যত পুনৰ এনকাউণ্টাৰআৰক্ষীৰ গুলীত নিহত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী
Assamese
যুদ্ধৰ আঁৰৰ খৱৰডলাৰৰ বিপৰীতে অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে ৰাছিয়াৰ মুদ্ৰাৰ মূল্য
Assamese
ইউক্ৰেইনক আগতীয়াকৈ যুদ্ধ জয়ৰ শুভেচ্ছা দিলে এখন দেশে দিলে জাহাজভৰ্তি গ্ৰেনেড উপহাৰ
Assamese
কামত যোগদানৰ প্ৰথমটো দিনতেই নাৰ্ছৰ ৰহস্যজনক মৃত্যু ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ
Assamese
সংকটগ্ৰস্ত শ্ৰীলংকাত ঔষধৰ মূল্যবৃদ্ধিত হাহাকাৰ সাধাৰণ জনতাৰ
Assamese
লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ এজন লোক
Assamese
লাউডস্পীকাৰ বিতৰ্কধৰ্মীয়স্থলীৰ পৰা ৪৫৭৭৩ টা লাউডস্পীকাৰ আঁতৰালে উত্তৰ প্ৰদেশ আৰক্ষীয়ে
Assamese
সংসদত মহিলা সহকৰ্মীৰ কাষত বহি পৰ্ণগ্ৰাফী চোৱাৰ অভিযোগত নিলম্বিত ব্ৰিটিছ সাংসদৰ পদত্যাগ
Assamese
চামগুৰিত মাৰুতি ভানসহ জব্দ ২ লাখ ৪৮ হাজাৰ নকল টকা দুই সৰবৰাহকাৰীক আটক
Assamese
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলাই জিলাই অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী
Assamese
জিয়াওমি ইণ্ডিয়াৰ ৫৫৫১ কোটি টকা জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে
Assamese
এয়া অসমৰ সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থীমুকলি আকাশৰ তললৈ আহি কলে জিগনেশ মেৱানীয়ে
Assamese
অসম আৰক্ষীৰ নিত্যনৈমিত্তিক এনকাউন্টাৰ আৰক্ষীচৰকাৰক ধমক বৰপেটা সত্ৰ ন্যায়াধীশ আদালতৰ
Assamese
কেলিডেন চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন লোক
Assamese
অমিত শ্বাহৰ বিপৰীত স্থিতিত মোদীআঞ্চলিক ভাষাক শক্তিশালী কৰাতহে গুৰুত্ব মোদীৰ
Assamese
কৃতজ্ঞতাৰ চিনস্বৰূপে উদ্যোগপতি ৰতন টাটাৰ নামত ৭০০ জোপা নিমগছ ৰোপণ কৰিব আহোম সেনাই
Assamese
মিছা গোচৰত গ্ৰেপ্তাৰ জিগনেশ মেৱানীক অসম আৰক্ষীক কি শিকনি দিলে আদালতে
Assamese
যুদ্ধৰ খৱৰৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ মহিলা সাংবাদিক
Assamese
দিল্লীত অব্যাহত গ্ৰীষ্ম প্ৰবাহ৭২ বছৰৰ পিছত সৰ্বাধিক উষ্ণ দিনৰ সাক্ষী হৈ ৰল দিল্লীবাসী
Assamese
জি২০একেখন মঞ্চতে দেখা যাব পুটিনজেলেনস্কিক
Assamese
ৰমজানত ৰক্তাক্ত মছজিদ সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত কাবুলত নিহত কমেও ৫০জন
Assamese
দেশৰ নতুন উপসেনা প্ৰধান হিচাপে নিযুক্তি লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুক
Assamese
গোৱালপাৰাৰ সৈনিক স্কুলৰ সন্মুখত বনৰীয়া হাতীৰ মুক্ত বিচৰণ আতংকিত ৰাইজ
Assamese
১৫ লাখ টকাৰ টোপ কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ১০০ কোটি টকাৰ মানহানি গোচৰ
Assamese
তীব্ৰ বিদ্যুৎ সংকটৰ দিশে দেশ পৰিত্ৰাণ পাবলৈ চৰকাৰে গ্ৰহণ কৰিলে এই ব্যৱস্থা কি ব্যৱস্থা
Assamese
হিন্দী নহয়সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰক দাবী জনালে অভিনেত্ৰী কংগনা ৰাণাৱটে
Assamese
মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ গোচৰজিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰিলে বৰপেটাৰ আদালতে
Assamese
গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
Assamese
ভাৰতত ধৰা পৰিল অমিক্ৰনতকৈ দহ গুণে বেছি বিপজ্জনক কোভিডৰ বি এ.১২ প্ৰজাতি
Assamese
শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ অনুষ্ঠান প্ৰায় পাঁচ হাজাৰ লোকে কৰিব অংশগ্ৰহণ
Assamese
কংগ্ৰেছক নেতৃত্ব দিয়াৰ বাবে ৰাহুলপ্ৰিয়ংকা নহয় আন নামহে প্ৰস্তাৱ কৰিছিল প্ৰশান্ত কিশোৰে
Assamese
মৰ্মান্তিক খেলিছিল লুকাভাকু আইচক্ৰীমৰ ফ্ৰীজাৰত উদ্ধাৰ দুটি শিশুৰ নিথৰ দেহ
Assamese
মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী নেতাৰ পদৰ পৰা পদত্যাগ কমল নাথৰ কিয় এই সিদ্ধান্ত
Assamese
দেশত পুনৰ কোভিডৰ ৰঙা চকু বৃদ্ধি পালে দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যা
Assamese
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ভ্ৰমণৰ মাজতে কীয়েভত ৰাছিয়াৰ ৰকেট আক্ৰমণ ক্ষুব্ধ গুটেৰেছৰ প্ৰতিক্ৰিয়া
Assamese
বেশৰগাঁওস্থিত ৪৩খন বিচনাযুক্ত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান উদ্বোধনকলৈ উৎফুল্লিত বড়োলেণ্ডবাসী
Assamese
সকলো ইন্ধন কৰৰ ৬৮ শতাংশ নিয়ে কেন্দ্ৰই তথাপি দায় সাৰিব খোজে প্ৰধানমন্ত্ৰীয়েৰাহুল গান্ধী
Assamese
মূল্যবৃদ্ধি ৰোধৰ দাবীত মহানগৰীত আম আদমি পাৰ্টিৰ প্ৰতিবাদ
Assamese
নিজৰ মুখমণ্ডলত বোটক্স ব্যৱহাৰ কৰিছে পুটিনে কি এই বোটক্স কিয় লগাইছে পুটিনে
Assamese
২০১৪ চনৰ পিছতহে উত্তৰপূৰ্বাঞ্চলত প্ৰকৃত উন্নয়ন আৰম্ভ হৈছেমোদী
Assamese
প্ৰধানমন্ত্ৰী মোদীৰ সভাকলৈ এফালে সকলো ব্যস্ত আনফালে মোদী মুৰ্দাবাদ ধ্বনিত কঁপিল বৰপেটা
Assamese
টুইটাৰ ক্ৰয় কৰাৰ পিছত এইবাৰ কোকাকোলা ক্ৰয় কৰিব এলন মাস্কে
Assamese
ৰেচন কাৰ্ডৰ সৈতে আধাৰ সংযোগ নকৰিলে নাপাব ৰেচনৰ সামগ্ৰী ডীলাৰৰ সৈতে উপায়ুক্তৰ বৈঠক
Assamese
মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত উত্তাল গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ
Assamese
বঙাইগাঁৱৰ বিদ্যাপুৰত নিদাৰুণ ঘটনাপুত্ৰৰ হাতত প্ৰাণ গল মাতৃৰ
Assamese
নিষিদ্ধ ঘোষিত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক চেলিব্রেটি সজোৱা হৈছেদুৰ্নীতি বিৰোধী যুৱ শক্তি অসম
Assamese
কোভিডৰ আতংকৰ মাজতে আহিছে এডেনো ভাইৰাছ শিশুৰ কোন অংগক অকামিলা কৰিব পাৰে এই ভাইৰাছে
Assamese
শিৱসাগৰৰ নামতিৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত জুই লগাই দিলে ছাত্ৰীয়ে কিয়
Assamese
কোভিডৰ চতুৰ্থ ঢৌবিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত বৈঠকত কি কলে মোদীয়ে
Assamese
মহানগৰীৰ পৰা অন্তৰ্ধান চিটি বাছ যাত্ৰীৰ দুৰ্ভোগ কলৈ নিয়া হল বাছবোৰ
Assamese
শুৱালকুছিত ভয়ংকৰ ঘটনাসন্তানক নদীত দলিয়াই নিজে আত্মহত্যাৰ চেষ্টা মাতৃৰ
Assamese
ডলু চাহ বাগিছাৰ মাটিত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা শ্ৰমিকৰ
Assamese
জিগনেশ মেৱানীৰ জামিন নাকচপাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
Assamese
ৰংজুলিত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৰাইজে জব্দ কৰিলে ৭০ লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা
Assamese
গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
Assamese