text
stringlengths
1
2.59k
language
stringclasses
10 values
আলফা স্বাধীন ৰ শিবিৰত সেনাত গুপ্তচৰ চাঞ্চল্যকৰ ভিডিঅ বাৰ্তা প্ৰেৰণ আলফাৰ
Assamese
বিশ্বৰ আটাইতকৈ বয়সস্থ জাপানী মহিলা কেন টানাকাৰ ১১৯ বছৰ বয়সত মৃত্যু
Assamese
ভুৱা বাতৰি প্ৰচাৰ ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে চাওক তালিকা
Assamese
প্ৰত্যুত্তৰ এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই
Assamese
কোকৰাঝাৰ আদালতে জামিন দিয়াৰ পিছত পুনৰ আন এক গোচৰত আটক জিগনেশ মেৱানীক
Assamese
বিশ্বনাথ আৰক্ষীৰ জালত আধাৰ কাৰ্ডৰ নামত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানকাৰী বহিৰাগত যুৱক
Assamese
বিজেপি চৰকাৰৰ দিনত ক্ট কাছাৰিৰ প্ৰয়োজন নাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায়অখিল গগৈ
Assamese
ঐতিহাসিক লাচিত মৈদামত পোন প্ৰথমবাৰৰ বাবে বীৰজনাৰ মৃত্যু বাৰ্ষিকী ও স্মাৰক বক্তৃতা অনুষ্ঠান
Assamese
উচ্চতম ন্যায়ালয়ত ৩মাহত ৩গৰাকী মুখ্য ন্যায়াধীশ দেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা
Assamese
দিদিৰ আশীৰ্বাদ লৈ অসমত উপস্থিত হৈয়ে ৰিপুন বৰাৰ দাবীতৃণমূল হব বিজেপিৰ বিকল্প
Assamese
গ্ৰেপ্তাৰ হোৱা পৰীক্ষাৰ্থীসকলক শীঘ্ৰেই মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
Assamese
আৰক্ষীৰ গৃহতে চোৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত
Assamese
ৰেলৰ গোপন কক্ষত উদ্ধাৰ ১ কুইণ্টল ১২ কিলোগ্ৰাম গাঞ্জা
Assamese
মানৱ সৰবৰাহ চক্ৰৰ ফান্দত অসমৰ মহিলাপশ্চিমবংগৰ পৰা উদ্ধাৰ ধূপধৰা আৰক্ষীৰ
Assamese
অসমত উত্থান ঘটিছে আপৰগুৱাহাটী পৌৰ নিৰ্বাচনত ১ ৱাৰ্ড দখল ২৮ টা ৱাৰ্ডত দ্বিতীয় স্থানত
Assamese
এজেপিৰ হুকুম চান্দ বক্সী আৰু আপৰ মাছুমা বেগমে ৰচিলে নিজৰ দলৰ ভিতৰতে ইতিহাস
Assamese
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঅন্ত পৰিল ভোট গণনাৰ কোন দলৰ হাতলৈ মুঠ কিমান আসন
Assamese
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলবিজেপিৰ অগ্ৰগতি কংগ্ৰেছ অস্তিত্বহীন কোন কত জিকিল প্ৰতি মুহূৰ্তৰ খবৰ
Assamese
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলকোন কত জিকিল প্ৰতি মুহূৰ্তৰ খবৰ
Assamese
ক্ষন্তেক পিছতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা নিৰ্ণয় হব ১৯৭ প্ৰাৰ্থীৰ ভাগ্য
Assamese
আৰম্ভ হল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনা
Assamese
গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰৰ সদৰ থানাৰ সন্মুখত প্ৰতিবাদ অব্যাহত
Assamese
আলফালৈ যুৱ প্ৰজন্মমানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ চৰকাৰক কঠোৰ সমালোচনা
Assamese
গৰুৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ নাগৰিক সুৰক্ষা মঞ্চ অসমৰ
Assamese
পাঠশালাত বিধ্বংসী ধুমুহাতচনচ কৰিলে এটি পৰিয়ালৰ বাসগৃহ
Assamese
চতিয়াত গৰু ভৰ্তি ট্ৰাক জব্দউদ্ধাৰ ২১ টা গৰু দুজনক আটক
Assamese
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত ৰিপুন বৰা
Assamese
আহিছিল পৰীক্ষাৰ ফলাফল বিচাৰি কিন্তু পালে বন্দীত্বসন্তানক মুকলি কৰি দিবলৈ কাতৰ আহ্বান অভিভাৱকৰ
Assamese
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ
Assamese
নর্থ ইষ্ট নাওত চিত্ৰ শিল্পী নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন
Assamese
অনিৰ্বাপিত জুই১৪ মাইলত অগ্নিয়ে গ্ৰাস কৰিলে কোটি কোটি টকাৰ সম্পত্তি
Assamese
নিদাৰুণএকেটা পৰিয়ালৰ পাঁচজন সদস্যক নিৰ্মমভাৱে হত্যা কৰি ঘৰত জুই লগাই দিলে দুৰ্বৃত্তই
Assamese
বঙাইগাঁৱত জনগোষ্ঠীয় সমন্বয় উৎসৱ উদযাপন
Assamese
বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে কি কলে পেটেলে
Assamese
এইবাৰ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে দেশৰ আন এখন ৰাজ্যই নিপিন্ধিলেই ৫০০ টকাৰ জৰিমনা
Assamese
ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনানগাঁৱত আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত ড্ৰাগছ ব্যৱসায়ী
Assamese
কামৰূপৰ বামুন্দীত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত খাদ্যত বিষক্ৰিয়া আক্ৰান্তৰ সংখ্যা দুই শতাধিকলৈ বৃদ্ধি
Assamese
মেৱানিৰ গ্ৰেপ্তাৰ আইনৰ শাসনৰ পৰিপন্থী অসম নাগৰিক সমাজ
Assamese
জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰত স্বৈৰাচাৰী শাসনৰ বহিঃপ্ৰকাশ ঘটিছে
Assamese
কলিয়াবৰৰ ৰাজপথত জব্দ প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছ এজন সৰবৰাহকাৰী আটক
Assamese
আম আদমী পাৰ্টীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বিজেপিয়ে কিয়
Assamese
বিধায়ক জিগনেশ মেৱানিক গ্ৰেপ্তাৰপ্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ডঃ হীৰেন গোহাঁইয়ে
Assamese
ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত উত্তাল দুধনৈ
Assamese
তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশনত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
Assamese
মহানগৰীত পুনৰ জঘন্য কাণ্ডদলবদ্ধ ধৰ্ষণৰ বলি যুৱতী
Assamese
হয় মূল্য নিয়ন্ত্ৰণ কৰকনহলে গাদী এৰকমূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাব অসম জাতীয় পৰিষদে
Assamese
জামিন নাকচতিনি দিনৰ আৰক্ষী জিম্মালৈ জিগনেশ মেৱানী
Assamese
শিৱসাগৰত চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা প্লাটন কামাণ্ডেটৰ
Assamese
মাইক্ৰফাইন্সেৰ চেক নেপাই মহিলাৰ প্ৰতিবাদ তিনি বিষয়াক জবাবদিহি অৰ্ধ শতাধিক মহিলাৰ
Assamese
অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰিবলৈ গ্ৰেপ্তাৰ কৰা জিগনেছ মেৱানীক মুকলিৰ দাবী অখিল গগৈৰ
Assamese
কোকৰাঝাৰ সদৰ থানাত জিগনেছ মেৱানী থানাৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ
Assamese
অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছেভূপেন বৰা
Assamese
নাটোৰ ভাবুকি বন্ধ হলেই ইউক্ৰেইনত অভিযানৰ সামৰণি পৰিব জনালে ৰাছিয়াই
Assamese
জাহাংগীৰপুৰীৰ উত্তেজনাৰ মাজতে দিল্লীত বিজেপি নেতাক গুলীয়াই হত্যা
Assamese
চতুৰ্থ ঢৌদেশত বিগত ২৪ ঘণ্টাত কিমান লোক আক্ৰান্ত হল কোভিডত
Assamese
দুদিনীয়া ভ্ৰমণসূচীলৈ ভাৰতত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন
Assamese
৫২৪ বছৰীয়া পৰম্পৰামহাপ্ৰভু গোপাল জগন্নাথ থান সত্ৰৰ গোহাঁই বাঁহ ফুৰোৱা উৎসৱৰ সামৰণি
Assamese
গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক
Assamese
জাহাংগীৰপুৰীৰ উচ্ছেদউচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি কি নিৰ্দেশ দিলে ন্যায়ালয়ে
Assamese
ৰাজ্যত একেনিশাই দুটাকৈ এনকাউণ্টাৰৰ ঘটনাআৰক্ষীৰ গুলীত আহত সাংবাদিক শিশু বলাৎকাৰী
Assamese
পাশৱিকএগৰাকী ১৩ বছৰীয়া ছোৱালীক বলাৎকাৰ কৰিলে ৮০ জন লোকে
Assamese
বিজেপিয়ে বুলডজাৰ দলীয় প্ৰতীক কৰক কোনে দিলে পৰামৰ্শ
Assamese
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ যোৰহাট থিয়েটাৰৰ ১২৫ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান
Assamese
দিল্লীৰ জাহাংগীৰপুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান বন্ধ কৰিলে উচ্চতম ন্যায়ালয়ে
Assamese
বাঢ়ি আহিছে কোভিডমাস্ক নিপিন্ধিলেই ভৰিব লাগিব ৫০০ টকাৰ জৰিমনা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ
Assamese
দিল্লীৰ জাহাংগীৰপুৰীৰ ঘটনাকলৈ চিপিআইএম নেত্ৰী বৃন্দা কাৰাটৰ দিল্লীৰ আৰক্ষী আয়ুক্তলৈ পত্ৰ
Assamese
কৰনাৰ চতুৰ্থ ঢৌৰ আশংকা দেশত বিগত ২৪ ঘন্টাত ৬৬ শতাংশ বৃদ্ধি পালে দৈনিক সংক্ৰমণ
Assamese
প্ৰত্যুত্তৰ ইউৰোপৰ ৩১গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই
Assamese
বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত এজন নিহত
Assamese
বিভিন্ন সমস্যা সমাধানৰ দাবীত মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাত চাহ শ্রমিকৰ উত্তাল প্রতিবাদ
Assamese
তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চৌহদত চোৰৰ লুটপাত
Assamese
বাংলাদেশৰ পৰা বিতাড়িত ৬৩ টা হিন্দু শৰণাৰ্থী পৰিয়ালক ভূমিৰ নথিপত্ৰ প্ৰদান
Assamese
সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী
Assamese
পানী যোগানৰ ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকিব খুজিছে হিমন্ত বিশ্ব শৰ্মাইঅজিত কুমাৰ ভূঞা
Assamese
কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assamese
পুনৰ অখিল গগৈৰ সংগ এৰিলে কমল কুমাৰ মেধিয়ে
Assamese
কংগ্ৰেছত যোগদান তিনিদিনৰ ভিতৰতে দুবাৰকৈ ছোনিয়া গান্ধীক সাক্ষাৎ প্ৰশান্ত কিশোৰৰ
Assamese
জিএমচি নিৰ্বাচনঃ ৰাজ্যিক নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিলে তদন্তৰ নিৰ্দেশ
Assamese
সোঁত বৈছে নিষিদ্ধ বিদ্ৰোহী সংগঠন লৈ পুনৰ আলফা স্বাধীনত যোগদান উজনিৰ দুই যুৱকৰ
Assamese
মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘৰ আক্ৰমণত মহিলা আহত
Assamese
চলিত মাহতেই অৱসৰ লব নাৰাৱনে দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে
Assamese
চাৰিটাকৈ সন্তান জন্ম দিয়ক দুটা নিজৰ লগত ৰাখক দুটা উৎসৰ্গা কৰক দেশৰ নামতসাধ্বী ৰীতাম্বৰা
Assamese
ওদালগুৰিৰ টংলাত ভয়াৱহ পথ দুৰ্ঘটনা থিতাতে নিহত মহিলা
Assamese
এমৱেৰ বিপদ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে
Assamese
কলিয়াবৰত ধুমুহাৰ তাণ্ডৱচলন্ত বাহনৰ ওপৰতে উভালি পৰিল গছ
Assamese
গুৱাহাটী পৌৰ নিগমৰ নির্বাচনবিজেপিয়ে নির্বাচনী আচৰণ বিধি উলংঘা কৰিছে আম আদমি পাৰ্টী
Assamese
পুলৱামাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ আৰপিএফৰ জোৱান নিহত
Assamese
হনুমান জয়ন্তীৰ হিংসাএইবাৰ তদন্তকাৰী আৰক্ষীৰ দলক আক্ৰমণ অভিযুক্তৰ পৰিয়ালৰ
Assamese
অসম আৰক্ষীৰ একেই পদৰ বাবে দুবাৰকৈ পৰীক্ষা কিন্তু আজিলৈকে নোলাল ফলাফল
Assamese
দিখৌ নদীৰ বৰণ সলোৱা পানীৰ ৰহস্য উদ্ঘাটনত নামিল প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড
Assamese
প্ৰতিবাদী কৃষকক গাড়ীৰে চেপি নিহত কৰা লখিমপুৰ খেৰি কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ
Assamese
হঠাৎ দিখৌ নদীৰ পানীয়ে সলাইছে ৰং প্ৰথমে নীলা তাৰ পিছত সেউজীয়া হৈ পৰিছে দিখৌৰ পানী
Assamese
হোটেল ব্যৱসায়ীক অপহৰণ ধন দাবী হাউলী আৰক্ষীৰ জালত ৫ ভুৱা দুর্নীতি নিবাৰক বিষয়া
Assamese
নাইজেৰিয়াত সেনাবাহিনীৰ বিমান আক্ৰমণত নিহত ৭০জন সন্ত্ৰাসবাদী
Assamese
যুদ্ধৰ খৱৰৰাছিয়াৰ বাহিনীয়ে মাৰিঅপোলৰ পৰা বলপূৰ্বক ধৰি নিলে ১৫০টি শিশু
Assamese
চৰকাৰী গাফিলতি বাবে দেশত ৪০লাখ লোকৰ কোভিডত মৃত্যু দাবী ৰাহুল গান্ধীৰ
Assamese
কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ
Assamese
ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ সাক্ষী হৈ ৰল পুত্ৰকন্যাবোৱাৰীনাতিনাতিনী
Assamese
নগাঁও জিলাৰ চামগুৰিৰ হদহদী জলপ্ৰপাতত দুই যুৱকৰ সলিল সমাধি
Assamese
দিল্লীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাত হিংসাত্মক ঘটনাত জৰিত ১৪ জন লোকক গ্ৰেপ্তাৰ
Assamese