text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
কংগ্ৰেছ ত্যাগ কৰিয়েই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে ৰিপুন বৰাই | Assamese |
কংগ্ৰেছৰ পৰা পদত্যাগ ৰিপুন বৰাৰ | Assamese |
এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে কংগ্ৰেছ নেতাই ফেচবুকত পষ্ট কৰিলে পত্নীলৈ লিখা দীঘলীয়া পত্ৰ | Assamese |
মৰ্মান্তিক গহপুৰৰ ৰঙাজানত নিশা হুঁচৰি দলৰ গাড়ী দুৰ্ঘটনাগ্ৰস্তহৈ ৫গৰাকী যুৱকযুৱতীৰ মৃত্যু | Assamese |
কালিকা লগা ছবিগৃহ দিল্লীৰ উপহাৰ ছবিগৃহত আকৌ ভয়ংকৰ অগ্নিকাণ্ড | Assamese |
বিজেপিৰ দাবীদেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ বাবে দায়ী কংগ্ৰেছ আৰু অন্যান্য দল | Assamese |
অপৰাধীৰ ৰম্যভূমিত পৰিণত হাজো একেনিশাই ডকাইতি আৰু চাঞ্চল্যকৰ অপহৰণৰ দুটাকৈ ঘটনা | Assamese |
পাকিস্তানত পৰিৱৰ্তনৰ লহৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ হামজা শ্বাহবাজ হল পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী | Assamese |
ৰণক্ষেত্ৰ দিল্লী হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়তে দুই গোষ্ঠীৰ মাজত সংঘৰ্ষ আহত ৬ আৰক্ষী | Assamese |
আমেৰিকাৰ দক্ষিণ কেৰলিনাৰ শ্বপিং মলত গুলীচালনা ১২ জন লোক আহত৩ জন আটক | Assamese |
তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই | Assamese |
দুধনৈত বৰদৈচিলাৰ তাণ্ডৱ:মুকলি আকাশৰ তলতে সময় অতিবাহিত কৰিছে ৫০ টা গৃহহাৰা পৰিয়ালে | Assamese |
হৰিষৰ মাজতে বিষাদ বিশ্বনাথত উদ্ধাৰ মহিলাৰ ডিঙি কটা মৃতদেহ | Assamese |
পৰাজয়ৰ ভয় মুখ্যমন্ত্ৰীয়ে ৩ দিনত ৯ খনকৈ প্ৰচাৰ সভাত ভাগ লোৱাৰ পৰিস্থিতি আহিল কিয় | Assamese |
সাম্প্ৰদায়িক হিংসাকলৈ মৌন মোদী১৩ বিৰোধী দলৰ নেতাৰ বিবৃতি প্ৰকাশ | Assamese |
থলুৱা সাজপাৰৰ সংৰক্ষণ বিহুৰ মাজতে বঙাইগাঁৱত চলি আছে এনফোৰ্চমেন্ট স্কোৱাডৰ অভিযান | Assamese |
হিতাধিকাৰীক ভাবুকি প্ৰদানেৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা বিজেপিৰআম আদমি পাৰ্টী | Assamese |
বৰপেটাত ৬ জেহাদীক গ্ৰেপ্তাৰ এজনৰ বিৰুদ্ধে পি এফ আইৰ সৈতে জড়িত থকাৰ অভিযোগ | Assamese |
নতুনকৈ কংগ্ৰেছত যোগদানৰ জল্পনাকল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ছোনিয়া ৰাহুলক সাক্ষাৎ | Assamese |
পঞ্জাৱত আপ চৰকাৰৰ বৃহৎ ঘোষণা জুলাইৰ পৰাই ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ পাব ৩০০ ইউনিট বিদ্যুৎ | Assamese |
যুদ্ধৰ খৱৰইউক্ৰেইনৰ ৰাজধানী কীয়েভত ৯০০ অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ | Assamese |
ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কুকুৰ মেকুৰী সাপকে ধৰি প্ৰায় ২০০ মৃত প্ৰাণী কোন এই পাষণ্ড | Assamese |
পহিলা বহাগৰ নিশাই তামুলপুৰ অঞ্চলত ধুমুহাৰ তাণ্ডৱ নিহত এগৰাকী মহিলা | Assamese |
উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি দাবী এফবিআইৰ | Assamese |
নর্থইষ্ট নাওত নিতুপর্ণ ৰাজবংশীৰ কার্টুন | Assamese |
তামুলপুৰ আৰক্ষী থানা চৌহদতো আজি উদযাপন কৰা হয় ৰঙালী বিহু | Assamese |
অসহিষ্ণুতা সৰিয়হ চুৰি কৰাৰ অভিযোগত বাক্সাত এজন লোকক মৰিয়াই হত্যা | Assamese |
যুদ্ধ জাহাজ মস্কোভাত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ | Assamese |
অসহিষ্ণুতা ১০০ টকাৰ বাবেই সোনাপুৰত এজন দোকানীক হত্যা | Assamese |
বোজা বাঢ়িছে পৰ্যাপ্ত আদালত হলেহে ন্যায় পোৱা সম্ভৱদেশৰ মুখ্য ন্যায়াধীশ ৰামানা | Assamese |
ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী বিমানত জ্বলি উঠিল যাত্ৰীৰ মোবাইল তাৰ পিছত | Assamese |
জন্তুৰ অবৈধ সৰবৰাহৰ বাবে পৰিবহন পথ হিচাপে ব্যৱহৃত হৈছে উত্তৰপূব | Assamese |
যুদ্ধৰ খৱৰইউক্ৰেইনলৈ ৮০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ ঘোষণা আমেৰিকাৰ | Assamese |
সামাজিক মাধ্যমক হাতত ৰখাৰ পৰিকল্পনা টুইটাৰ কিনাৰ প্ৰস্তাৱ দিলে এলন মাস্কে | Assamese |
চতিয়াত মহিলাৰ মৃতদেহ উদ্ধাৰ ডিঙি ৰেপি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈছিল হত্যাকাৰীয়ে | Assamese |
জঘন্য বন্য গুঁইক দলবদ্ধ ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হল চাৰি যুৱক | Assamese |
বিৰল মহাজাগতিক দৃশ্য এপ্ৰিলতেই আকাশত নিকট অৱস্থান কৰিব মঙল শুক্ৰ বৃহস্পতি আৰু শনিয়ে | Assamese |
কোকৰাঝাৰত ভয়াবহ পথ দুৰ্ঘটনাথিতাতে নিহত দুজন | Assamese |
হোজাইত ভয়াবহ পথ দুৰ্ঘটনাচাৰিজনৰ মৃত্যু গুৰুতৰভাৱে আহত পাঁচ | Assamese |
আজি গৰু বিহুপ্ৰতিকূল বতৰ নেওচি ৰাইজে আদৰিলে হেঁপাহৰ ৰঙালীক | Assamese |
ৰঙালীৰ আনন্দৰ মাজতে অথন্তৰবিশ্বনাথত গৰু নোৱাবলৈ গৈ যুৱকৰ মৃত্যু | Assamese |
আকাশৰ ১৩৫০০ ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰিল স্কাইডাইভাৰতাৰ পিছত | Assamese |
বৰষুণে ম্লান পেলাব ৰঙালীৰ আনন্দপাঁচদিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ | Assamese |
মৃত্যুদূত কাঠফুলা বিষাক্ত কাঠফুলা ভক্ষণ কৰি ১৩ জনৰ মৃত্যু | Assamese |
চৰকাৰৰ অৱহেলাৰ বাবেই অসমত সংঘটিত হৈ আছে ডাইনী কাণ্ডঅন্ধবিশ্বাস বিৰোধী কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া | Assamese |
ইউক্ৰেইনত যুদ্ধৰ বলি হৈছে শ শ অবোধ শিশু ৰাষ্ট্ৰসংঘই দিলে তথ্য | Assamese |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা চুৰি ৭ মহীয়া শিশু | Assamese |
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীৰ ডকাইতি কাণ্ডৰ প্ৰধান অপৰাধী তাইজুদ্দিন | Assamese |
বিশ্বনাথত বৃহৎ পৰিমাণৰ নকল সোণ জব্দ এজনক আটক | Assamese |
ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ আলফা স্বাধীনলৈ তেৰ জন যুৱক | Assamese |
ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়িব খোজা শ্বাহবাজ শ্বৰিফৰ মতে কাশ্মীৰৰ সমাধান অবিহনে সেয়া অসম্ভৱ | Assamese |
ডিব্ৰুগড়ত বনৰীয়া হাতীৰ গচকত এজনৰ মৃত্যু | Assamese |
বিজেপিঅগপই মিলিজুলি গঠন কৰিব বঙাইগাঁও পৌৰসভা আজি অনুষ্ঠিত হব প্ৰথম বৈঠক | Assamese |
অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে অভিযোগ মানৱ অধিকাৰ কৰ্মীৰ | Assamese |
কোকৰাঝাৰৰ বনাঞ্চলৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ গুলী বাৰুদ উদ্ধাৰ অসম আৰক্ষীৰ | Assamese |
ভাৰতত বৃদ্ধি পাই অহা মানৱাধিকাৰ উলংঘনৰ ঘটনাত দৃষ্টি ৰাখিছে আমেৰিকাইৰাষ্ট্ৰ সচিব ব্লিনকেন | Assamese |
লেখাপানীত সীমা সমস্যা সমাধানৰ দাবীত ছাত্র মুক্তিৰ উত্তাল বিক্ষোভ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ | Assamese |
মুখ্যমন্ত্ৰীৰ অপৰাধ হ্ৰাসৰ দাবীৰ দুদিন পাছতে গুৱাহাটীত ৫ টাকৈ হত্যাকাণ্ড মৃতদেহ উদ্ধাৰ আৰু আত্মহত্যাৰ ঘটনা | Assamese |
ইমৰাণ খানেই নহয়পাকিস্তানৰ ইতিহাসত কোনো প্ৰধানমন্ত্ৰীয়েই সম্পূৰ্ণ কৰিব পৰা নাছিল নিজৰ কাৰ্যকাল | Assamese |
নেচাই দালে গালে ঘাটিবিবাহস্থলীত গুলী চলাই নিহত পিষ্টলধাৰী আহত দৰাসহ তিনিজন | Assamese |
কীয়েভৰ ওচৰত উদ্ধাৰ ১২০০ মৃতদেহ দাবী ইউক্ৰেইনৰ | Assamese |
বিষাক্ত কাঠফুলা ভক্ষণ কৰি ডিব্ৰুগড়ত চাৰিজনৰ মৃত্যু | Assamese |
ত্ৰিকুট পাহাৰত ৰোপৱে দুৰ্ঘটনাত দুই মহিলা পৰ্যটককে ধৰি তিনিজনৰ মৃত্যু | Assamese |
বৰপেটাৰ ধৰ্মীয় অনুষ্ঠানত পুনৰ চুৰিকাণ্ড এইবাৰ কনৰা সত্ৰত চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী | Assamese |
বিটিআৰত জন্ম দিয়া হৈছে আন এক সশস্ত্ৰ সংগঠনৰ | Assamese |
বামুনীমৈদামৰ পিছত গান্ধীবস্তিত উদ্ধাৰ মৃতদেহ | Assamese |
চাপৰত বৃহৎ পৰিমাণৰ ব্রাউন চুগাৰসহ ছয় সৰবৰাহকাৰীক আটক | Assamese |
সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে কিন্তু এই মূল্যবৃদ্ধিৰ আঁৰত কি | Assamese |
গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ডডিঙি কাটি পেলাই থৈ গল এজনক | Assamese |
প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতবিজেপিৰ ৫ গৰাকী সদস্যক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ | Assamese |
মহানগৰীত চাঞ্চল্যএমট্ৰনৰ কর্মচাৰীক ঘৰতে গুলীয়াই হত্যা | Assamese |
পেট্ৰলডিজেলৰ মূল্যবৃদ্ধিগুৱাহাটীৰ বিমান বন্দৰত স্মৃতি ইৰাণীক জৱাবদিহি কৰিলে নীতা ডিছুজাই | Assamese |
খনন চলাই থকাৰ মাজতেই ঐতিহাসিক শিৱদলৰ গৰ্ভ গৃহত আৱিষ্কাৰ ৰজাদিনীয়া কুণ্ড | Assamese |
ঐতিহাসিক শিৱদলৰ ভিতৰত হাতুৰীৰ কোব উঠাই দিয়া হৈছে শিৱ লিংগ কিন্তু কিয় | Assamese |
নগাঁৱত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ গোচৰ ৰুজু | Assamese |
কোভিডৰ এটা বুষ্টাৰ ভেকচিন লবলৈ ব্যক্তিগত চিকিৎসালয়ক দিব লাগিব ১৫০ টকা ভেকচিনৰ দাম সুকীয়া | Assamese |
অচিৰেই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হব গড়ভাঙা বন সংৰক্ষিত অঞ্চলক | Assamese |
নগাঁৱত আৰক্ষীৰ গুলীত আহত অস্ত্ৰ সৰবৰাহকাৰী | Assamese |
ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে কীয়েভৰ ৰাজপথত জেলেনস্কিৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী | Assamese |
টাইৱানত বোকাৰ আগ্নেয়গিৰিৰ ভয়াৱহ উদ্গীৰণ ভাইৰেল ভিডিঅ | Assamese |
চিৰাঙৰ আমগুৰি থানাত আত্মসমৰ্পণ ডকাইতি কাণ্ডৰে জড়িত তিনি যুৱকৰ | Assamese |
ইমৰাণ খানৰ স্থানত পাকিস্তানত প্ৰধানমন্ত্ৰীৰ আসনত বহিবলগীয়া কোন এইগৰাকী শ্বাহবাজ | Assamese |
মাজনিশা আস্থাভোটত ক্ষমতা হেৰুৱাই অপসাৰিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান | Assamese |
হিন্দী ভাষা বিতর্ক অসমীয়া জাতিৰ ওপৰত এইটো ১৮ নম্বৰ মোগলৰ আক্ৰমণ | Assamese |
অসীমা বৰদলৈৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰনিৰ্বাচনৰ বাবে প্ৰাৰ্থী গোটাব নোৱাৰাত লজ্জিত অসীমা | Assamese |
হিন্দী ভাষাৰ বাধ্যতামূলক বিতৰ্কক লৈ মুখ খুলিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই | Assamese |
বাধ্যতামূলক হিন্দী ভাষা তুমূল বিতৰ্কৰ পাছতে মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্টীকৰণ | Assamese |
মোদী চৰকাৰৰ উপহাৰ ভাৰতবাসীৰ মূৰত ১২৫৪০৭.২০ কোটি টকাৰ বোজা | Assamese |
ভূপেন বৰাৰ হুংকাৰসমষ্টিয়ে সমষ্টিয়ে এ আই ইউ ডি এফ ৰ বিৰুদ্ধে যুঁজিব কংগ্ৰেছে | Assamese |
উত্তৰপূৱত বাধ্যতামূলক হিন্দী ভাষা গৰজি উঠিল বিৰোধী ৰাজনৈতিক দলৰ লগতে জাতীয় সংগঠন | Assamese |
হিন্দী ভাষা বাধ্যতামূলক কৰাৰ ঘোষণাক আদৰণি অসম সাহিত্য সভাৰ একালৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ | Assamese |
আজি অশোকাষ্টমীৰাজ্যজুৰি ভক্তৰ পূণ্যস্নান | Assamese |
শ্বেতা আগৰৱালা হত্যাকাণ্ডঅভিযুক্ত গোবিন্দ সিংঘালৰ মাতৃভগ্নীক দোষমুক্ত ঘোষণা আদালতৰ | Assamese |
কংগ্ৰেছৰ পৰা পদত্যাগ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনীৰ | Assamese |
চৰকাৰে ন্যায়াধীশসকলক অপমান কৰিছে এয়া নতুন প্ৰৱণতাদেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা | Assamese |
কৰনাৰ সংক্ৰমণক লৈ উদ্বেগৰ কাৰণ দেশৰ ৫ খন ৰাজ্য সতৰ্ক কৰি দিলে কেন্দ্ৰই | Assamese |
বাঢ়িছে চৰকাৰৰ কৰ সংগ্রহ একে গতিতে বাঢ়িছে জনতাৰো দুৰ্ভোগ | Assamese |
৫ দিনীয়া কাৰ্য্যসূচীৰে অসমত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা | Assamese |
ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ | Assamese |
বিনামূলীয়া হৈ নাথাকিব কোভিডৰ বুষ্টাৰ ভেকচিন চৰকাৰে কৰি দিলে মূল্য নিৰ্ধাৰণ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.