text
stringlengths
1
2.59k
language
stringclasses
10 values
কৰিমুদ্দিন বৰভূঞা উবাচকংগ্ৰেছ দল এটা সৰু ক্লাবলৈ পৰিণত হল
Assamese
২৫ লাখ কৃষকক প্ৰৱঞ্চনা কৰি ৰাজ্যত ৰাসায়নিক সাৰৰ বৃহৎ ছিণ্ডিকেট অভিযোগ কৃষক মুক্তিৰ
Assamese
বঙাইগাঁৱত গান্ধী পেনোৰামা ফিল্ম মহোৎসৱ২০২২
Assamese
অভয়াকুটিৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দানতিনি বলাৎকাৰীক মৃত্যুদণ্ড
Assamese
১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ওপৰৰ লোকক দিয়া হব কোভিড ভেকচিনৰ বুষ্টাৰ পালিকত লব পাৰিব
Assamese
ঘোঁৰা চলাওক পেট্ৰলডিজেল বচাওকমহানগৰীৰ ৰাজপথত ব্যতিক্ৰমী প্ৰতিবাদ কংগ্ৰেছ নেতাৰ
Assamese
বাছযাত্ৰীৰ বাবে উদ্বেগৰ খৱৰ ৭০% বাছভাড়া বৃদ্ধিৰ প্ৰস্তাৱ মটৰ পৰিবহণ সন্থাৰ
Assamese
পুনৰ পৃথক বড়োলেণ্ডৰ দাবী এই দাবীলৈ ওলাই আহিছে বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন
Assamese
পাকিস্তান উচ্চতম ন্যায়ালয়ৰ ৰায়ত পুনৰ অস্বস্তিত ইমৰাণ খান আস্থা ভোটৰ দিন ঘোষণা
Assamese
ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ পৰা নিলম্বিত ৰাছিয়া ভোটদানৰ পৰা বিৰত থাকিল ভাৰত
Assamese
বিহুৰ সময়তে শিৱসাগৰত ১৪৪ ধাৰা জাৰি ৰাজহুৱা স্থানত সমবেত হব নোৱাৰিব পাঁচ জনতকৈ অধিক লোক
Assamese
কি কাৰণে একেলগে গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰিলে অন্ধ্ৰ প্ৰদেশত
Assamese
কৰিমুদ্দিন বৰভূঞালৈ আইনী বিপদ দেবব্ৰত শইকীয়াৰ অধিবক্তাই প্ৰেৰণ কৰিলে আইনী জাননী
Assamese
চাপৰত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গল একে গাওঁৰে তিনি যুৱকৰ অঞ্চলজুৰি শোকৰ ছাঁ
Assamese
একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে
Assamese
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ গণৰোষৰ সন্মুখীন কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ সচিব
Assamese
বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ
Assamese
বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ
Assamese
দেশত পুনৰ বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা মৃতকৰ সংখ্যাও বৃদ্ধি
Assamese
হলদিৰামৰ খাদ্যৰ পেকেটত উৰ্দু বাক্যমহিলা সাংবাদিকক তুলাধুনা নেটিজেনৰ ভিডিঅ ভাইৰেল
Assamese
ৰাজ্যত পুনৰ মাওবাদী নেতাক গ্ৰেপ্তাৰ এইবাৰ কামৰূপ জিলাৰ কুকুৰমাৰাত
Assamese
আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত সুৰজ গগৈৰ মৃত্যুত সৰ্বত্ৰ প্ৰতিক্ৰিয়া
Assamese
মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা আছুৰ বিক্ষোভ কাৰ্যসূচী
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ আত্মহত্যা
Assamese
ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ বিষয়ে আমি কিমান জানো কেইটা সন্তানৰ পিতৃ পুটিন
Assamese
ভাৰত আহি পালেহি কোভিডৰ নতুন প্ৰজাতি এক্স ই মুম্বাইত আক্ৰান্ত এগৰাকী মহিলা
Assamese
ৰাছিয়া জাৰ্মানীতকৈয়ো ভাৰতত বেছি ধনী লোকৰ সংখ্যা
Assamese
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঅসম জাতীয় পৰিষদৰ সুপ্ৰভাত গুৱাহাটী শীৰ্ষক ইস্তাহাৰ মুকলি
Assamese
বজাৰত লাগিছে জুইচৰকাৰ আছে শুইকলিয়াবৰ তামুলপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
Assamese
সত্ৰনামঘৰকীৰ্তনঘৰত সংঘটিত চুৰিকাণ্ডৰ প্ৰতিবাদত বৰপেটা সত্ৰৰ দালানত ধৰ্মঘট
Assamese
মাতৃয়ে চাফাই কৰ্মীৰ কাম কৰি থকা বিদ্যালয়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল বিধায়ক পুত্ৰ
Assamese
বুচা চহৰত ৰাছিয়াৰ সেনাৰ বৰ্বৰতামস্কোৰ বিৰুদ্ধে অধিক কঠোৰ নিষেধাজ্ঞা জাৰি কৰিব আমেৰিকাই
Assamese
অন্ত পৰিল বিটিচিৰ বাজেট অধিৱেশনবাজেটত ধাৰ্য্য ৭২২.৮৪ লাখ টকা
Assamese
নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱতৎপৰ শিৱসাগৰ জিলা প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগ
Assamese
অপৰাধমুক্ত পঞ্জাৱগেংষ্টাৰ বিৰোধী টাস্ক ফ্চ গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মানৰ
Assamese
ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰা ২২ টা ইউটিউব চেনেল বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ
Assamese
কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফৰ জোৱান নিহত এজন কাশ্মীৰী পণ্ডিত আহত
Assamese
শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট ঔষধৰ নাটনি জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা
Assamese
বুচাৰ নাগৰিকৰ সৈতে পশুৰ দৰে ব্যৱহাৰ কৰিছে ৰুছ সেনাই আজি ৰাষ্ট্ৰসংঘত ভাষণ দিব জেলেনস্কিয়ে
Assamese
চিৰাঙত আৰক্ষীৰ গুলীত নিহত ডকাইতি কাণ্ডত জড়িত দুই প্ৰাক্তন এনএলএফবি সদস্য
Assamese
অসহায় দুটি শিশুৰ পিতৃমাতৃৰ সন্ধান বিচাৰি সংবাদমাধ্যমৰ কাষ চাপিছে বিশ্বনাথৰ শিশু সুৰক্ষা গোট
Assamese
ৰাহুল গান্ধীক ইচ্ছাপত্ৰৰ জৰিয়তে নিজৰ সকলো সম্পত্তি লিখি দিলে এগৰাকী মহিলাই
Assamese
গুৱাহাটী মহানগৰীত পুনৰ ডকাইতি কাণ্ড লুটি নিলে ধনসোণ
Assamese
অসম বহুভাষিক কবি সন্মিলনৰ স্বৰচিত কবিতা প্ৰতিযোগিতা
Assamese
টীয়কৰ কাকজানত চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত পাঁচ জন আহত
Assamese
শিৱসাগৰত নিৰ্মাণৰ দুমাহ নৌহওঁতেই বখলাবখলে এৰাইছে পথ
Assamese
বন বিষয়াৰ নেতৃত্বতে ধ্বংসৰ দিশে বুঢ়াচাপৰি অভয়াৰণ্য কাণসাৰ নাই চৰকাৰ বন বিভাগৰ
Assamese
জ্যোতি নৰসিংহানন্দৰ বিৰুদ্ধে পুনৰ ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ অভিযোগ দাখিল এজাহাৰ
Assamese
জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত বিশ্বনাথৰ শিশু কন্যা বলাৎকাৰী
Assamese
অৰ্থনৈতিক সংকটত বিধ্বস্ত শ্ৰীলংকা প্ৰধানমন্ত্ৰীৰ বাদে সকলো কেবিনেট মন্ত্ৰীৰ পদত্যাগ
Assamese
ডিব্ৰুগড়ৰ পৰা মহিলা মাওবাদী নেত্ৰীক গ্ৰেপ্তাৰ ৰ
Assamese
তামুলপুৰত বিশেষভাৱে সক্ষম শিশু আৰু কিশোৰৰ বাবে যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
Assamese
অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা অৰবিন্দ সিঙৰ আত্মসমৰ্পণ কাণত ধৰি খুজিলে ক্ষমা
Assamese
অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
Assamese
চামগুৰি ভূৰবন্ধাত ৰকিবুল হুছেইন আৰু কেশৱ মহন্তক কটাক্ষ লেখিকা শিখা শৰ্মাৰ
Assamese
বৰ্ণাঢ্য কাৰ্যসূচীৰ সদৌ অসম ঘাঁচী সমাজৰ দুদিনীয়া অধিৱেশনৰ সামৰণি
Assamese
গোলাঘাটৰ গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ
Assamese
খেল এতিয়াও শেষ হোৱা নাইপাকিস্তান সন্দৰ্ভত ৱাছিম আক্ৰমৰ ইংগিতেই সত্য হল
Assamese
মাৰ্ঘেৰিটাত দুৰ্ঘটনাত পতিত অটোমটৰচাইকেল থিতাতে নিহত অটোচালক অঞ্চলজুৰি শোকৰ ছাঁ
Assamese
কনমানি কন্যা শিশুক বলাৎকাৰৰাইজে মুখত চূণ সানি চেণ্ডেলৰ মালা পিন্ধাই ঘূৰালে অভিযুক্ত লম্পটক
Assamese
নাগালেণ্ড কাণ্ডৰ পুনৰাবৃত্তিনদীত মাছ মাৰি অহা যুৱকলৈ অসম ৰাইফলছৰ গুলীচালনা দুজন আহত
Assamese
ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ নামত প্ৰতাৰণাৰাভা জাতীয় সংগঠনৰ জোৰ সমদল
Assamese
টীয়কৰ চেলেংহাট হালোৱা গাঁৱত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
Assamese
পাকিস্তানৰ সংসদ ভংগ কৰিলে ৰাষ্ট্ৰপতিয়ে পুনৰ দেশৰ জনসাধাৰণৰ ৰায় লব ইমৰাণ খানে
Assamese
৩ এপ্ৰিলত মাৰ্ঘেৰিটাত ৰাজ্যিক পৰ্য্যায়ৰ কৰ্কট ৰোগৰ সজাগতা সভা
Assamese
অখিল গগৈৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগজ্বলিল এআইইউডিএফৰ বিধায়কৰ প্ৰতিমূৰ্তি
Assamese
ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়কি কলে সাংসদ গৌৰৱ গগৈয়ে
Assamese
শিৱসাগৰত আইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ প্ৰতিকৃতি দাহ ৰাইজৰ দলৰ
Assamese
অমিক্ৰনতকৈ ১০ গুণ বেছি সংক্ৰামক কোভিডৰ নতুন প্ৰজাতি এক্স ইৰ সন্ধান
Assamese
মহিলাক গোপালন জৈৱিক সাৰ প্ৰস্তুতেৰে স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস
Assamese
অযোধ্যাৰ মন্দিৰকে ধৰি অন্যান্য ধৰ্মীয় স্থানসমূহক পৌৰ কৰৰ পৰা ৰেহাই
Assamese
সম লিংগৰ বিবাহক বৈধতা প্ৰদানৰ বাবে লোকসভাত বিধেয়ক উত্থাপন
Assamese
ৰহস্য শ্বাহৰুখ খানৰ পুত্র আৰিয়ানৰ ড্ৰাগছৰ গোচৰৰ সাক্ষী প্ৰভাকৰৰ আকস্মিক মৃত্যু
Assamese
বঙাইগাঁৱত ছমহীয়া আলোচনী ৰজনীগন্ধা শুভ উন্মোচন
Assamese
ডিব্ৰুগড়ত নিজেই পিষ্টলেৰে মূৰত গুলীয়ালে ১৫ বছৰীয়া কিশোৰীয়ে
Assamese
বিক্ষোভত জ্বলিছে শ্ৰীলংকা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জৰুৰী অৱস্থা ঘোষণা
Assamese
টীয়কৰ কাকজানত ভয়ংকৰ পথ দুৰ্ঘটনা এজন নিহত
Assamese
ছিৰাজুদ্দিনবদৰুদ্দিনৰ প্ৰতিকৃতি দাহ ক্ষমা খোজাৰ দাবী অসম জাতীয় পৰিষদৰ
Assamese
কৃষ্ণাইৰ টুকুৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী নিহত তিনিজন ডকাইত
Assamese
মাৰ্ঘেৰিটাত ৰেলৰ খুন্দাত যুৱকৰ মৃত্যু মোবাইলত কথা পতাই কাল হল দীপকৰ
Assamese
গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আমাৰ পৃথিৱী আমাৰ পৰিৱেশ শীৰ্ষক গ্ৰন্থ উন্মোচন
Assamese
মাৰ্ঘেৰিটাত মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ
Assamese
কাৰ্ডছৰ উদ্যোগত নগাঁৱত মুকলি হল হস্ততাঁতৰ কাৰিকৰী আৰু প্ৰশিক্ষণ কেন্দ্ৰ
Assamese
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ফাদিলতদন্ত আৰম্ভ কৰিছে নিয়াই
Assamese
অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসবাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা
Assamese
বৰপেটা জিলাৰ ২৩৬ বিদ্যালয়ক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদান
Assamese
অৰ্থনৈতিক সংকট শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা কলম্বোত সান্ধ্য আইন
Assamese
জিভা পিছলিল ইমৰাণ খানৰ আমেৰিকাৰ নাম উচ্চাৰণ কৰি অস্বস্তিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী
Assamese
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৰ সত্যাগ্ৰহ
Assamese
টীয়কত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ কাৰাগাৰালৈ প্ৰেৰণ
Assamese
আমেৰিকাৰ সকীয়নি আকৌ চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰিলে ৰাছিয়াই ভাৰতক সহায় নকৰে
Assamese
ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী বিতৰ্কৰ মাজত বিৰোধী ঐক্য
Assamese
ৰাজ্যসভাৰ নিৰ্বাচন আৰু প্ৰাসংগিক প্ৰশ্ননৰ্থইষ্ট নাও বিশেষ আলোচনা
Assamese
আফস্পা মুক্ত হব অসম নাগালেণ্ড মণিপুৰৰ কেইবাটাও অঞ্চলজনালে গৃহমন্ত্ৰী অমিত শ্বাহে
Assamese
১ এপ্ৰিলৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হব গঁড়ৰ পিয়ল
Assamese
ৰাজ্যসভাৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিছত কিয় হঠাতে ক্ষুব্ধ হৈ পৰিল বিধায়ক অখিল গগৈ
Assamese
ইটালীৰ প্ৰধানমন্ত্ৰীক কলে পুটিনেএতিয়াই নহয় যুদ্ধবিৰতি
Assamese
উত্তৰ পূব কয়লাক্ষেত্ৰৰ লিডু পাটকাই আৰু চীনা বস্তিত কয়লা চোৰৰ উপদ্ৰৱ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী
Assamese
ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনাআৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী
Assamese
ৰাজ্যসভাৰ নিৰ্বাচনবাতিল হব পাৰে শাসক পক্ষৰ তিনিটা ভোট
Assamese