text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ | Assamese |
বিধানসভাত আৰম্ভ হল ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া | Assamese |
বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত পৰিয়াল পৰিকল্পনা মেলা | Assamese |
ৰাজ্যসভাৰ নিৰ্বাচনবিজেপি দলে মানুহ কিনে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে —অখিল গগৈ | Assamese |
লোকসভাত গৃহীত দিল্লীৰ তিনিখন পৌৰ নিগমক একত্ৰিত কৰাৰ বিধেয়ক | Assamese |
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে তিনি সৰবৰাহকাৰীক আটক | Assamese |
বঙাইগাঁৱত ভাৰতৰ প্ৰথমগৰাকী মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী মহিলা বাচেন্দ্ৰী পাল | Assamese |
থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ | Assamese |
দুদিনীয়া ভ্ৰমণসূচীলৈ কাইলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ | Assamese |
বঙাইগাঁৱত ব্ৰেইন টিবি ৰোগত আক্ৰান্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰোহিত | Assamese |
কাশ্মীৰ ফাইলছকলৈ মন্তব্যদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ | Assamese |
বঙাইগাঁৱৰ গেৰুকাবাৰীত কেঁকো সাপসহ সাতজনক আটক | Assamese |
সুখবৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পালে ২০০ এশিঙীয়া গঁড় | Assamese |
বিশ্বনাথত প্ৰতিক্ৰিয়াম্যাদী পট্টাৰ ভূমিত জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ খননৰ অভিযোগ | Assamese |
উত্তৰ কোৰিয়াৰ কিম জঙৰ দৰে একনায়কত্ববাদী শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাই কোনে কলে | Assamese |
ৰাজনৈতিক চমক দুটা ৱাৰ্ডত জয়ী হৈয়ে টীয়ক পৌৰসভা দখলৰ দিশে বিজেপি | Assamese |
ৰ পাঁচ বিধায়কলৈ সন্দেহৰ আঙুলি আওপকীয়াকৈ পৰাজয় স্বীকাৰ ৰিপুন বৰাৰ | Assamese |
ষড়যন্ত্ৰৰ পাকচক্ৰত পৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পৰা বঞ্চিত হৈছে চৰাইদেউ মৈদাম | Assamese |
ফলাফল ঘোষণা নকৰাকৈ ৱিকিপিডিয়াই ৰাজ্যসভাৰ সাংসদ সজালে বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীক | Assamese |
অসমমেঘালয় সীমান্ত বিবাদগৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত চুক্তি স্বাক্ষৰ | Assamese |
ইউনেস্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত মেঘালয়ৰ ৰুট ব্ৰীজ | Assamese |
মহানগৰীত ব্লুমভাৰ্চ উৎসৱ আয়োজনৰ প্ৰস্তুতি | Assamese |
গ্ৰাফিটি শিল্পী নীলিম মহন্তক জামিন প্ৰদান অৰুণাচল আদালতৰ | Assamese |
গ্ৰাফিটি শিল্পী নিলীম মহন্তৰ মুক্তিৰ দাবীত ঐতিহাসিক ৰংঘৰৰ সন্মুখত চিত্ৰ শিল্পীৰ প্ৰতিবাদ | Assamese |
তামুলপুৰত উপস্থিত প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পাল | Assamese |
চামগুৰিত ৰেলৰ চেঁপাত থিতাতে নিহত যুৱতী | Assamese |
বিষ প্ৰয়োগৰ বলি ফুটবল ক্লাৱ চেলচিৰ স্বত্ত্বাধিকাৰ ৰাছিয়ান ধনকুবেৰ ৰোমান আব্ৰামোভিচ | Assamese |
বিজেপি নেতা বিধায়ক কোনেও নুশুনে মুখ্যমন্ত্ৰীৰ কথা মাত্ৰ ৩ জন নেতাইহে ত্যাগ কৰিলে ব্যক্তিগত নিৰাপত্তাৰক্ষী | Assamese |
স্থায়ীকৰণৰ দাবীৰে সদৌ অসম আশাকৰ্মী সন্থাৰ প্ৰতিবাদ | Assamese |
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনপুনৰ ১৫ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা আম আদমি পাৰ্টিৰ | Assamese |
স্বায়ত্ব শাসন জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধর্মঘট | Assamese |
যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুজন বন্দুক সৰবৰাহকাৰী | Assamese |
আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ অপহৃত কিশোৰী তামুলপুৰ আৰক্ষীৰ জালত অপহৰণকাৰী | Assamese |
জাগুনত বিদ্যুৎপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু | Assamese |
গ্ৰাফিটি শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰিলে অৰুণাচল আৰক্ষীয়ে | Assamese |
চৰাইদেউত মটৰচাইকেল দুৰ্ঘটনাত নিহত এজন যুৱক গুৰুতৰভাৱে আহত আন এজন | Assamese |
কেমেৰাৰ সন্মুখতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ যুৱকক গ্ৰেপ্তাৰ | Assamese |
ভূপৃষ্ঠৰ পৰা আকাশলৈ মাৰি পঠিয়াব পৰা ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ | Assamese |
বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশাকৰ্মীৰ অভিৱৰ্তন | Assamese |
ঘোষণা হল অমৰনাথ যাত্ৰাৰ দিন কেতিয়া হব আৰম্ভ | Assamese |
বিদেশ ভ্ৰমণ কৰা ভাৰতীয়ক প্ৰদান কৰা হব কোভিড ভেকছিনৰ বুষ্টাৰ পালি | Assamese |
মানৱ সৰবৰাহ বাল্যবিবাহ ড্ৰাগছৰ বিৰুদ্ধে তামুলপুৰত চাইকেল ৰেলী | Assamese |
নামনিমুৱা ছেকেন্দ্রাবাদ এক্সপ্রেছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ | Assamese |
অগপ কৰ্মীক বিজেপিত যোগদানৰ আহ্বান বিধায়ক ফনীভূষণৰ পুত্ৰৰ বিজেপিয়ে কি কয় | Assamese |
ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰতো ধুমুহাৰ তাণ্ডৱ বিস্তৰ ক্ষতি | Assamese |
গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ | Assamese |
ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানত নিহত হৈছে ১২গৰাকী সাংবাদিক | Assamese |
নতুন আইন আনিলে পুটিনে ভুৱা খবৰ বিয়পালে শাস্তি ১৫ বছৰৰ কাৰাদণ্ড | Assamese |
মাৰ্ঘেৰিটাত চাৰি দিনীয়া ৰাষ্ট্রীয় যোগ আৰু প্রকৃতি অধ্যয়ন শিৱিৰ সম্পন্ন | Assamese |
কপিলী জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণৰ পিছতে জলপ্ৰলয়নিপকোৰ তিনিজন কৰ্মচাৰীৰ মৃত্যু | Assamese |
পৌৰ নিগমৰ নিৰ্বাচন সাত বিহুৰ পিছত অনুষ্ঠিত কৰাৰ আহ্বান অগপৰ | Assamese |
হাতে হাতে কলহ বাল্টি মগ লৈ গুৱাহাটীৰ ৰাজপথত আছুৰ প্ৰতিবাদ কিন্তু কিয় | Assamese |
শিৱসাগৰচাপৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু বাৰ্ষিকী পালন | Assamese |
পাঁচ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য কিমান বাঢ়িল | Assamese |
শিক্ষামন্ত্ৰীৰ তুলুঙা মন্তব্যই টেট উত্তীৰ্ণ শিক্ষকৰ মৰ্যাদা হানি কৰিছে টেট উত্তীৰ্ণ শিক্ষক সমাজ | Assamese |
নৃত্যইগীতে জীপাল হৈ উঠিল হাৰকাটা হিন্দুপাৰাৰ পঞ্চম দৌল উৎসৱ | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় গণনা আৰম্ভ | Assamese |
নিউ বঙাইগাঁও ৰেলৱে জংচনত ৰেলৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ | Assamese |
হলীউদৰ ষ্টাইলত ক্ষেপনাস্ত্ৰ পৰীক্ষণৰ ভিডিঅ প্ৰকাশ কৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়ক কিম | Assamese |
যোৰহাটত কেকো সাপ সহ গ্ৰেপ্তাৰ কেকো সাপৰ চোৰাং ব্যৱসায়ী | Assamese |
নৰ্থইষ্ট নাওত নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন | Assamese |
যুদ্ধৰ খবৰৰাছিয়াৰ আৰু এজন জেনেৰেলক হত্যা কৰাৰ দাবী ইউক্ৰেইনৰ সেনাৰ | Assamese |
ইউক্ৰেইন যুদ্ধৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বাতিল সংস্কৃতি মন্তব্যৰ প্ৰত্যুত্তৰ দিলে জে কে ৰাউলিঙে | Assamese |
আমনিত ২৭টা গৰুসহ এখন ট্ৰাক জব্দ আটক তিনি চোৰাং বেপাৰী | Assamese |
হাতীডুবাত এছএছবি আৰু বন বিভাগৰ অভিযানত চেগুন কাঠৰ কুণ্ডা সহ জব্দ বাহন | Assamese |
প্ৰাক্তন শিক্ষক ভলীবল ৰেফাৰী অশোক দেউৰীৰ ৭১ বছৰ বয়সত মৃত্যু | Assamese |
চাহ শ্রমিকৰ ১৪দফীয়া সমস্যা সমাধানৰ দাবী ভাৰতীয় চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ | Assamese |
গুৱাহাটী বিমান বন্দৰত ৮০ উৰ্দ্ধৰ মহিলাক ষ্টীপচাৰ্চ কৰা কনিষ্টবলক নিলম্বন | Assamese |
মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত হল কেইবাটাও বাসগৃহ | Assamese |
কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনৰ আহ্বানত ২৮২৯ মার্চত দেশজোৰা সাধাৰণ ধর্মঘট | Assamese |
হিলাৰী ক্লিন্টনৰ বিৰুদ্ধে কিয় গোচৰ তৰিলে ডোনাল্ড ট্ৰাম্পে | Assamese |
যুদ্ধৰ খবৰইউক্ৰেইনৰ থিয়েটাৰ গৃহত ৰাছিয়ান সেনাৰ আক্ৰমণ ৩০০লোক নিহতৰ আশংকা | Assamese |
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ স্বৰূপ উন্মোচন কৰিলে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই | Assamese |
পঞ্জাৱত ৰাজ্যসভাৰ পাঁচোখন আসনতে বিনাযুদ্ধে বিজয়ী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী | Assamese |
পখিলা খেদাৰ বয়সতে জটিল ৰোগৰ সৈতে যুঁজিছে এটি শিশুৱে প্ৰয়োজন সহায়ৰ | Assamese |
বঙাইগাঁৱত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৯ জন জুৱাৰীক আটক | Assamese |
পুৱতি নিশা গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীত ডকাইতি কাণ্ড লুটি নিলে নগদ ধন | Assamese |
শিৱসাগৰৰ ৰূদ্ৰসাগৰত দুৰ্ঘটনাত পতিত দম্পতী স্বামীৰ মৃত্যু পত্নীৰ অৱস্থা সংকটজনক | Assamese |
গুৱাহাটী বিমান বন্দৰত ৮০ উৰ্দ্ধৰ বিশেষভাৱে সক্ষম মহিলাক তালাচীৰ নামত উলংগ কৰিলে এ | Assamese |
আন্দোলনকাৰী টেট শিক্ষকৰ ওপৰত কৰা নিৰ্যাতনক ধিক্কাৰ ডি ৱাই এফ আইৰ | Assamese |
টীয়কত প্ৰচণ্ড ধুমুহাবিস্তৰ ক্ষতি সাধন ব্যাহত যাতায়ত আৰু বিদ্যুৎ সেৱা | Assamese |
৩১ মাৰ্চৰ পৰা কোভিড বিধি প্ৰত্যাহাৰ হলেও আঁতৰা নাই কোভিডৰ শংকা | Assamese |
বিশ্বনাথত লুইতপৰীয়া শিল্পী সমাজৰ উদ্যোগত বিহু কৰ্মশালা | Assamese |
বিশ্বনাথত টেট উত্তীৰ্ণ যুৱকৰ আত্মহননক লৈ চাঞ্চল্য | Assamese |
প্ৰতিবাদলৈ ভয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে আবদ্ধ কৰিছে টেট উত্তীৰ্ণ শিক্ষকক | Assamese |
জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট | Assamese |
ইউক্ৰেইনত মানৱীয় সংকটএইবাৰ ৰাছিয়াৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকিল ভাৰত | Assamese |
জিমলৈ গৈ ঘূৰি নাহিল যোৰহাটৰ অংকুৰ উগ্ৰপন্থী সংগঠনত যোগদানৰ সন্দেহ | Assamese |
আৰক্ষীয়ে ৰচিছিল নেকি নাটক এনকাউণ্টাৰৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ | Assamese |
আন্দামানত ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে ব্ৰাহ্মছ মিছাইলৰ | Assamese |
বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে সৰৱ এবছু | Assamese |
বিশ্বনাথত কাজিৰঙাৰ মহৰ মঙহেৰে ভোজভাত খালে একাংশ লোকে | Assamese |
টীয়কত জলজীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম | Assamese |
গোলকীয় উষ্ণতাউত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফৰ ভাণ্ডাৰত আৰম্ভ হৈছে ব্যাপক গলন | Assamese |
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল | Assamese |
মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা থিতাতে নিহত এজন | Assamese |
ঘোষণা হল বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ তাৰিখ | Assamese |
অৱশেষত গা লৰিলকাছাৰ আৰু নগাঁও কাগজ কলৰ বাবে ৩৭৫ কোটি টকাৰ অনুমোদন ৰাজ্য চৰকাৰৰ | Assamese |
মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্ঘটনাত পতিত কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়াই | Assamese |
কেনে আছে ড৹ ভূপেন হাজৰিকাৰ লগত ছাঁৰ দৰে লাগি থকা চুৰেন নেওগ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.