text
stringlengths
1
2.59k
language
stringclasses
10 values
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত মীৰা বৰঠাকুৰ
Assamese
আনন্দ মিশ্ৰক সহকাৰী মহা পৰিদৰ্শক ক্ৰীড়া ৰূপে নিযুক্তি
Assamese
দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত চুমিন্দ্ৰ চৌধুৰীৰ গ্ৰন্থ উন্মোচন
Assamese
বৰপেটাত মহিলা অধিবক্তাক ছুৰীকাঘাত কৰি হত্যা
Assamese
চাৰি বছৰৰ ভিতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২৪ টালৈ বৃদ্ধি
Assamese
স্পাৰ পৰাই পৰিচালিত দেহ ব্যৱসায়ী চক্ৰ উৎখাত ১১ মহিলাযুৱতীক গ্ৰেপ্তাৰ
Assamese
ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনাআৰক্ষীয়ে গুলীয়ালে শিশু বলাৎকাৰীক
Assamese
তিনিচুকীয়াত ড্ৰাগছ বাল্য বিবাহ আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৰ্মশালা অনুষ্ঠিত
Assamese
পুষ্কৰ সিং ধামিয়েই হব উত্তৰাখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
Assamese
চামগুৰিৰ বৰদলত চাঞ্চল্যচোৰৰ সন্দেহত গণ প্ৰহাৰেৰে হত্যা এজনক
Assamese
উগ্ৰপন্থী সজাই নিৰীহ যুৱকক হত্যাৰ প্ৰতিবাদত উত্তাল তিৰাপ জিলা
Assamese
কলিয়াবৰত কুকুৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত পহু উদ্ধাৰ
Assamese
মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰিলে এন বীৰেণ সিঙে
Assamese
ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত কিমানকৈ বাঢ়িল মাচুল
Assamese
ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল
Assamese
অৰুণাচলত অসম ৰাইফলছ ৰ সংঘৰ্ষ দুই উগ্ৰপন্থী সদস্য নিহত
Assamese
ৰাজ্যসভাৰ প্ৰথমখন আসনৰ বাবে মনোনয়ন দাখিল কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই
Assamese
ৰাজপথত আৰক্ষীৰে হতাহতিআদালতে মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ জামিন
Assamese
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় জনসংখ্যা গণনা ২০২২ আৰম্ভ
Assamese
শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতাআৰক্ষীৰ জালত পৰিল সাত দূধৰ্ষ ডকাইত
Assamese
শুৱালকুছিত ফাকুৱাৰ মাজতে নিশা অঘটন ছুৰীকাঘাতত আহত দুই যুৱক
Assamese
খানাপাৰা উৰণীয়া সেঁতুত নাবালিকাৰ মৃতদেহ উদ্ধাৰ
Assamese
অসুখী ভাৰত সুখী দেশৰ তালিকাত বাংলাদেশ পাকিস্তানতকৈয়ো তলত ভাৰতৰ স্থান শীৰ্ষত কোন
Assamese
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাস্বামীৰ মৃত্যু পত্নীৰ অৱস্থা সংকটজনক
Assamese
বইটামাৰীত জ্ঞান পখিলী শীৰ্ষক শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
Assamese
বঙাইগাঁৱৰ মাজগাঁৱত নিশা গুলিবিদ্ধ ড্ৰাগছ ব্যৱসায়ীআহত আৰক্ষীৰ লোকো
Assamese
আদিবাসী জাতীয় মঞ্চক জাতিগত প্রমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব দিয়কআছা
Assamese
ইউক্ৰেইনত প্ৰথমবাৰৰ বাবে হাইপাৰচনিক মিছাইল ব্যৱহাৰ কৰিলে ৰাছিয়াই
Assamese
দানৱীয় পৰ্য্যায়লৈ কিয় গতি কৰিছে অসম আৰক্ষীৰ কৰ্মকাণ্ডই
Assamese
গোঁসাই ভ্ৰমণ কাৰ্যসূচীৰে অন্ত পৰিল বৰগাঁৱৰ ঐতিহ্যমণ্ডিত দৌল উৎসৱ
Assamese
আগিয়াৰ যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্‌যাপন
Assamese
চাৰি বছৰত ছয় গৰাকী অস্থায়ী খণ্ড উন্নয়ন বিষয়া চাপৰশালকোছা উন্নয়ন খণ্ডৰ কাৰ্যালয়ে উন্নয়ন সাধিব কিদৰে
Assamese
ফাকুৱাৰ আনন্দউল্লাসৰ মাজতে ভোগদৈ নদীত দুই যুৱকৰ সলিল সমাধি
Assamese
তীৰ জুৱাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ তামুলপুৰ আৰক্ষীৰ তিনিজনক আটক
Assamese
নিজ ডেফেলী দৌল মহোৎসৱৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানত অঘটন লংকা কাণ্ড
Assamese
নিউজিলেণ্ডৰ সাগৰৰ পাৰত আৱদ্ধ বহু তিমিৰ মৃত্যু
Assamese
মৰ্মান্তিক হোলীৰ আনন্দৰ মাজতে কামৰূপৰ কমলপুৰত পানীত ডুবি দুজন যুৱকৰ মৃত্যু
Assamese
কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে বিদ্ৰোহী নেতা গোলাম নৱী আজাদে দিলে কিছু পৰামৰ্শ
Assamese
অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ এখনত প্ৰাৰ্থী হব ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰী
Assamese
অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে এগৰাকীকৈ প্ৰাৰ্থী ঘোষণা বিজেপি আৰু কংগ্ৰেছৰ
Assamese
সন্ত্ৰাসবাদীৰে সম্পৰ্ক আছে কাশ্মীৰ ফাইলছৰ নিৰ্মাতাৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যত জোকাৰণি
Assamese
মাজবাট আৰক্ষীয়ে পাহাৰপুৰত চাৰিখনকৈ বিলাসী বাহনৰ পৰা জব্দ কৰিলে ৬৩০ কিলোগ্ৰাম গাঞ্জা
Assamese
আৰক্ষী ৰাজ মহানগৰীত যানবাহন আৰক্ষীয়ে ৰাজপথতে মটৰ চাইকেল আৰোহীক প্ৰহাৰ কৰা দৃশ্য ভাইৰেল
Assamese
প্ৰকাণ্ড শিলেই যাৰ পৰিচয় সেয়াই বৰশিল আৰিয়া প্ৰজ্বলনেৰে দৌল উৎসৱ উদযাপন
Assamese
ৰঙে ৰঙে একাকাৰ দৌল মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য বৰপেটা সত্ৰ
Assamese
ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যু কিয় নাম সাঙোৰ খালে ৰাষ্ট্ৰপতি পুটিনৰ
Assamese
আলফা স্বাধীনলৈ পুনৰ ৫ যুৱক
Assamese
প্ৰস্তাৱিত শান্তি আলোচনা সন্দৰ্ভত পৰেশ বৰুৱাসাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ কৰিব নোৱাৰি
Assamese
বংগোপসাগৰত বৃদ্ধি পাইছে বছৰৰ প্ৰথমটো ঘূৰ্ণীবতাহৰ শক্তি কত পৰিব প্ৰভাৱ
Assamese
মাজুলীত ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণঅভিযুক্তক গ্ৰেপ্তাৰ
Assamese
ইউক্ৰেইনৰ কতো নাই নিৰাপদ স্থান সকলোতে ঘুৰি ফুৰিছে ৰাছিয়াৰ গুপ্তচৰ
Assamese
বিশ্বনাথত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ আছাৰ
Assamese
ভেৰগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ আদিবাসী ছাত্ৰ সন্থাৰ
Assamese
পোলেণ্ডৰ সুন্দৰী কাৰোলিনা বিলাউস্কাৰ শিৰত মিছ ৱৰ্ল্ড ২০২১ ৰ মুকুট
Assamese
৭.৪ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই বিধ্বস্ত কৰিলে জাপানক চাৰিজন নিহত
Assamese
চলিত সংসদৰ অধিৱেশনতে জনজাতিকৰণ কৰক কোচ ৰাজবংশী জাতীয় পৰিষদ
Assamese
দেশবিদেশৰ দবাৰুৰ আধিপত্যৰে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰছ প্ৰতিযোগিতা
Assamese
বিতৰ্কবাজেট ২০২২২৩ নৰ্থ ইষ্ট নাও উদ্যোগত বাজেট সম্পৰ্কীয় বিশ্লেষণধৰ্মী মনোগ্ৰাহী অনুষ্ঠান
Assamese
বঙাইগাঁও জিলাৰ তালগুৰীত নিশা পথ দুৰ্ঘটনাযুৱকৰ মৃত্যু
Assamese
মহানগৰীৰ বিলাসী ফ্লেটত যুৱকৰ মৃতদেহ উদ্ধাৰ
Assamese
বিত্তমন্ত্ৰীৰ বাজেটত প্ৰতিবন্ধীৰ বাবে নাই কোনো নতুনত্বপ্ৰতিক্ৰিয়া প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ
Assamese
সাৱধানঅচিনাকি সুন্দৰী যুৱতীৰ ভিডিঅ কল গ্ৰহণ নকৰিব
Assamese
যোৰহাটত কাছ পোৱালি সহ মাংস উদ্ধাৰ এজনক আটক
Assamese
জনসাধাৰণৰ গুৰুত্বপূর্ণ সমস্যাই স্থান নাপালে বাজেটতকৃষক মুক্তিৰ প্ৰতিক্ৰিয়া
Assamese
থোৰতে অসম বাজেট ২০২২২০২৩
Assamese
পুনৰ মুখ্যমন্ত্ৰী পদত এন বীৰেন সিংগোৱাত প্ৰমোদ সাৱন্তৰ দ্বিতীয় কাৰ্যকাল
Assamese
চাপৰত চিনেমাৰ কায়দাৰে ৰাজপথৰ পৰাই অপহৰণ কিশোৰীক আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল পাঁচ অপহৰণকাৰী
Assamese
অসম বাজেট১ লাখ নিযুক্তি হবনে কি কলে বিত্ত মন্ত্ৰীয়ে
Assamese
বিকি আলীৰ এনকাউন্টাৰক লৈ কি কলে ডিচিপি নৱনীত মহন্তই
Assamese
নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁৱৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ
Assamese
ৰাজ্যত দ্বিতীয়টো এনকাউণ্টাৰএইবাৰ ওদালগুৰিৰ সমীপত আৰক্ষীৰ গুলীত নিহত শিশু ধৰ্ষণকাৰী
Assamese
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীনিৰ্বাচনৰ সময়ত কেৱল পানীঘোলা কৰিছিল বহু বিজেপি নেতাই
Assamese
২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা
Assamese
কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ভূমাফিয়াৰ দপদপনি বেদখল কৰিলে বিশাল চৰকাৰী ভূমি
Assamese
যোৰহাটত ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ মাটি দখলৰ বিৰুদ্ধে ভূমি অধিকাৰ সুৰক্ষা সমিতি
Assamese
জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীত টাইপাৰ প্ৰতিবাদ
Assamese
শিৱসাগৰত বিজেপি কৰ্মীৰ প্ৰহাৰত আহত ইৰিক্সা চালক এতিয়াও অভিযুক্তক কৰায়ত্ত কৰা নাই আৰক্ষীয়ে
Assamese
ৰাভা হাছঙত বঙহৰ যুঁজ ভূমিপুত্ৰৰ সংগঠনসমূহৰ মাজত তীব্ৰতৰ হৈ উঠিছে মতানৈক্য
Assamese
বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনাদুজন থিতাতে নিহত
Assamese
অসমবংগ সীমান্তত উদ্ধাৰ কেঙ্গাৰুচিৰিয়াখানালৈ প্ৰেৰণ
Assamese
মহানগৰীৰ গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ
Assamese
ভাৰতভূটান সীমান্তৰ পাহাৰপুৰত পুনৰ অঘটন ঘৰৰ মূধচ ফুটি বাৰাণ্ডাত পৰিল লক্ষ্যভ্ৰষ্ট সেনাৰ ম্টাৰ
Assamese
ইটালীয়ে জব্দ কৰিলে পুটিন ঘনিষ্ঠ ৰাছিয়ান পুঁজিপতিৰ বিশাল প্ৰমোদতৰী মূল্য কিমান জানেনে
Assamese
মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ছয়দিনীয়া পঞ্চকৰ্ম থেৰাপী চিকিৎসাৰ কৰ্মশালা আৰম্ভ
Assamese
গুৰুতৰভাৱে অসুস্থ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন কি হৈছে পুটিনৰ
Assamese
যুদ্ধৰ খবৰএদিনতে ৰাছিয়াৰ চাৰিখন যুদ্ধবিমান গুলীয়াই ভূপতিত কৰাৰ দাবী ইউক্ৰেইনৰ
Assamese
ডিব্ৰুগড়ত গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী কনিষ্টবলৰ
Assamese
টীয়কৰ এফ আৰ ইউ চিকিৎসালয়ত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল্যায়নকাৰী দল
Assamese
ধৰ্মীয় অসহিষ্ণুতা মধ্য প্ৰদেশৰ নৰ্মদাপুৰমত মছজিদ লণ্ডভণ্ড কৰি গেৰুৱা ৰং সানি দিলে দুৰ্বৃত্তই
Assamese
বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিধায়ক অখিল গগৈক সদনৰ পৰা বহিস্কাৰ
Assamese
কোভিডত আক্ৰান্ত হল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামা
Assamese
টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা কেইবাজনৰো অৱস্থা সংকটজনক
Assamese
চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি বিশ্বনাথৰ জিনজিয়াত ভয়ংকৰ অগ্নিকাণ্ড
Assamese
আজিৰেপৰা অনুষ্ঠিত হব সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় অংশ
Assamese
টীয়ক জ্যোতি বিদ্যাপীঠৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
নাও ডুবিলেও টিঙৰ পৰা নানামে ছোনিয়াই হৈয়েই থাকিব কংগ্ৰেছৰ সভানেত্ৰী
Assamese
ইউক্রেইনত প্রসিদ্ধ মাৰ্কিন সাংবাদিকক গুলীয়াই হত্যা কৰিলে ৰাছিয়াৰ সেনাই
Assamese
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত বন্ধ কৰি দিয়া হল ভাৰতীয় দূতাবাস পোলেণ্ডলৈ স্থানান্তৰিত
Assamese
বজালীত চাঞ্চল্যশাস্তি প্ৰদানৰ নামত ছাত্ৰীক কাণত ধৰি উঠবহ কৰোৱালে অধ্যাপিকাই
Assamese
কংগ্ৰেছৰ সভাপতি হিচাবে মুকুল ৱাছনিকক বিচাৰিছে জি২৩ৰ নেতাসকলে
Assamese