text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ইউক্ৰেইন সংকটযুদ্ধৰ অস্ত্ৰ ওকনি মাখি বাদুলি আৰু চৰাই | Assamese |
ৰাছিয়াৰ বিৰুদ্ধে এতিয়ালৈ জাৰি কৰা হৈছে কি কি নিষেধাজ্ঞা | Assamese |
ছোনিয়া গান্ধীৰ পদত্যাগৰ সম্ভাৱনাচলি আছে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক | Assamese |
কঞাঁত ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাদ্দাম হুছেইনক | Assamese |
বঙাইগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত | Assamese |
অপৰাধ ঘটোৱাৰ উদ্দেশ্যেৰে অহা বহিঃৰাজ্যৰ পাঁচজন যুৱকক আটক | Assamese |
এপ্ৰিলত মোদীৰ দুৰ্গত কেজৰিৱাল পঞ্জাৱ জয়ৰ পিছত এইবাৰ আপৰ লক্ষ্য গুজৰাট | Assamese |
চাইকেল চলাই শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শন তিনি শতাধিকৰ অংশগ্ৰহণ | Assamese |
মধ্যবিত্তৰ মূৰত মাধমাৰ ইপিএফঅই হ্ৰাস কৰিলে সুতৰ হাৰ চাৰি দশকৰ ভিতৰত সৰ্বনিম্ন | Assamese |
মাইক্ৰফাইনেঞ্চৰ চেক বিতৰণ কৰি স্বাস্থ্যমন্ত্ৰীয়ে কলেইয়াৰ বাবে উন্নয়ণৰ কাম কিছু পলম হব | Assamese |
ঐতিহাসিক নগৰৰ এটা ঐতিহাসিক ৰেল ষ্ট্যেশ্যন ন্যুনতম সাসুবিধাও নাই শিৱসাগৰ টাউন ৰেল ষ্ট্যেশ্যনত | Assamese |
ডিব্ৰুগড়ত উত্তেজিত চাহ বাগিচাৰ শ্ৰমিকে জীৱন্তে জ্বলাই দিলে শিশু হত্যাকাৰীক | Assamese |
অভিলেখ এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে | Assamese |
ভাৰতভুটান সীমান্তৰ পাহাৰপুৰত পাগলদিয়াক ভেটিবলৈ ৰাইজৰ আপ্ৰাণ চেষ্টা | Assamese |
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
ৰাইমনা সংৰক্ষিত অভয়াৰণ্যত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ দলৰ মাজৰ সংঘৰ্ষত আহত তিনিজন | Assamese |
লখিমপুৰ খেৰীৰ পুনৰাবৃত্তি উৰিষ্যাৰ নিলম্বিত বিধায়কৰ গাড়ীৰ খুন্দাত আহত কমেও ২৪জন | Assamese |
যোৰহাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃতদেহ | Assamese |
হিমন্ত বিশ্বৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনচিৰাল ফটা দি ফাটিছে বিদ্যালয়ৰ দেৱাল | Assamese |
মৃত্যু নোহোৱাকৈয়ে অনাতাঁৰ শিল্পীলৈ আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰস্তাৱ | Assamese |
কেতেকী বুঢ়াগোহাঁই ন্যাস বঁটা প্ৰদান অনুষ্ঠানইউৰেকা উন্মোচন | Assamese |
গুৱাহাটী মহানগৰীত কিশোৰীক দলবদ্ধ বলাৎকাৰঅশ্লীল দৃশ্যৰ ভিডিঅ ভাইৰেল কৰিলে পাঁচ অভিযুক্তই | Assamese |
তিনি মিনিটত ১২৪ কিলোমিটাৰ বেগেৰে পাকিস্তানৰ চহৰত আঘাত হানিলে ভাৰতৰ মিছাইলে | Assamese |
তামুলপুৰৰ পৰা অপহৃতা ১৪ বছৰীয়া কিশোৰীক বাঙ্গালুৰুত উদ্ধাৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ | Assamese |
ৰাছিয়াত আপোনালোক সম্পূৰ্ণ সুৰক্ষিত ভাৰতীয় ছাত্ৰছাত্ৰীক নিশ্চিত কৰিলে ভাৰতীয় দূতাবাসে | Assamese |
জনজাতিকৰণআদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ | Assamese |
কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত বিদ্যুৎপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু | Assamese |
কৃষ্ণাইত ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ | Assamese |
মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই তোলনী বিয়া খাবলৈ সময় পায়আমাৰ সমস্যা সমাধানৰ বাবেহে সময় নাপায় | Assamese |
অসম ৰাজ্যিক চিৰিয়াখানাত নতুনকৈ তিনিটা গঁড়ৰ সংযোজন | Assamese |
পঞ্জাৱ বিধানসভা নিৰ্বাচনৰণত পৰিল দুই হাইপ্ৰফাইল নেতা অমৰিন্দৰ সিং চৰণজিৎ সিং চন্নী | Assamese |
বৰপেটা পৌৰসভা গঠনত হৰ্ছ ট্ৰেডিঙৰ আশংকা অধিক আসন লাভ কৰিও শংকিত অগপ | Assamese |
অৰ্চনাৰ কেৰিয়াৰলৈ সংকট পঞ্জাৱত সিদ্ধুৰ পৰাজয়ৰ পিছতে সামাজিক মাধ্যমত সৰস চৰ্চা | Assamese |
মাৰ্ঘেৰিটাত ৩ লাখ টকা মূল্যৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দেশ বাহদুৰ আৰু এজনক গ্ৰেপ্তাৰ | Assamese |
চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ | Assamese |
মণিপুৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা এন বীৰেন সিং বিজয়ী লাইভ আপডেট | Assamese |
যুদ্ধৰ খবৰইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা উদ্ধাৰ খাৰকিভডেৰহাচি | Assamese |
লিডুত আৰক্ষীসেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান মালো পাহাৰত চীনত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ | Assamese |
উত্তৰ প্রদেশত ধুমুহাৰ গতিৰে আগবাঢ়িছে বিজেপি পিছে পিছে সমাজবাদী লাইভ আপডেট | Assamese |
ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে ৰাছিয়াইহোৱাইট হাউছৰ সতৰ্কবাণী | Assamese |
ড ৰঞ্জিত ৰথক এমইচিএলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাবে নিযুক্তি | Assamese |
কৃষকৰ আৰ্থ সামাজিক উন্নতিৰ বাবে পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশংসনীয় পদক্ষেপ | Assamese |
অসমউপনিৰ্বাচন ২০২২ ৰ ফলাফল লাইভ মাজুলীত আগবাঢ়ি আছে বিজেপি | Assamese |
পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল লাইভ | Assamese |
মণিপুৰৰ নিৰ্বাচনৰ ফলাফল :পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা | Assamese |
দিশপুৰ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন | Assamese |
বঙাইগাঁৱত পৌৰসভাৰ নিৰ্বাচনে উদঙালে অগপবিজেপিৰ সংঘাত | Assamese |
গেৰুৱা হল শিৱসাগৰবিজেপিৰ দখলত শিৱসাগৰ জিলাৰ আটাইকেইখন পৌৰসভা | Assamese |
গেৰুৱাকৰণ হল বিশ্বনাথ চাৰিআলি পৌৰ সভাবিৰোধীক ধূলিসাৎ কৰি চলিল বিজেপিৰ জয়ৰথ | Assamese |
টংলা জলসিঞ্চন বিভাগৰ কোটিটকীয়া কেলেংকাৰী গাণনিক বিষয়া প্ৰভাত কলিতাক গ্ৰেপ্তাৰ | Assamese |
টীয়কত নাৰী দিৱস উদযাপন নাবাৰ্ডৰ উদ্যোগত বক্তৃতা অনুষ্ঠান | Assamese |
নাইজেৰিয়াত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৬২জন | Assamese |
যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে জব্দ কৰিলে এটা বৃহৎ ওজনৰ গঁড়ৰ খৰ্গ | Assamese |
দদৰাত জোৱানৰ পৰা টকা থপিয়াই নিয়া দুই ডকাইতক গ্ৰেপ্তাৰ | Assamese |
বিজনীত ৪৩ কিলোগ্ৰাম হৰিণাৰ মাংসৰ সৈতে দুজনক গ্ৰেপ্তাৰ | Assamese |
কোনবোৰ দেশ বন্ধু নহয় ৰাছিয়াই প্ৰস্তুত কৰিলে ইয়াৰ তালিকা কোন কোন আছে তালিকাত | Assamese |
আমেৰিকাৰ বিমানত চীনৰ পতাকা লগাই ৰাছিয়াত বোমা পেলোৱা উচিতডোনাল্ড ট্ৰাম্প | Assamese |
তামুলপুৰত প্ৰধান শিক্ষকৰ অৱহেলাৰ বাবেই বাতিল হল বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা | Assamese |
যুদ্ধৰ আঁৰৰ খবৰইউক্ৰেইনত যুদ্ধত অৱতীৰ্ণ হৈ মৃত্যুক সাৱটিলে চলচ্চিত্ৰ তাৰকা আৰু গস্তোমেলৰ মেয়ৰে | Assamese |
ইউক্রেইনত আক্রমণৰ বিৰুদ্ধে ৰাছিয়াত প্ৰতিবাদ চাৰি হাজাৰৰো অধিক লোকক আটক | Assamese |
প্ৰাক নিৰ্বাচনী সমীক্ষাকোন ৰাজ্যত কাৰ চৰকাৰ | Assamese |
অসমত মাওবাদীৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ | Assamese |
ইণ্ডিয়া টুডে+এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষাত পঞ্জাৱত বিশাল বিজয়ৰ দিশে আম আদমী পাৰ্টী | Assamese |
পুটিনৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ জনালে যুদ্ধ বন্ধৰ আহ্বান | Assamese |
যুদ্ধৰ আঁৰৰ খবৰযুদ্ধভূমি কীয়েভত বিবাহপাশত আৱদ্ধ হল সেনা প্ৰেমিক যুগল | Assamese |
ৰাজ্যিক কেবিনেটে আজি কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে চাওক সিদ্ধান্তসমূহ | Assamese |
চাপৰত ভয়ংকৰ দুৰ্ঘটনা ডাম্পাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত দুজন | Assamese |
বিশ্বনাথত গৃহৰক্ষী বাহিনীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন | Assamese |
ইউক্ৰেইনৰ কি কি অঞ্চল দখল কৰিলে ৰাছিয়াই কিভে প্ৰকাশ কৰিলে বিশেষ মানচিত্ৰ | Assamese |
অপাৰেচন গংগাঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা কিমান লোকক অনা হল ভাৰতলৈ | Assamese |
হাজো আৰক্ষীৰ জালত ৭ জনীয়া কুখ্যাত বাইক চোৰৰ গেং | Assamese |
দায়িত্ববোধবিশ্বনাথত জোৰোণৰ পৰা উঠি পোনে পোনে ভোট দিবলৈ আহিল এগৰাকী কইনা | Assamese |
বঙাইগাঁৱত পত্নীক হত্যা কৰি পুতি থোৱাৰ ষড়যন্ত্ৰনিজৰ কোঠালিতে স্বামীয়ে খান্দিলে কবৰ | Assamese |
জনজাতিকৰণৰ নকৰিলে অসমপশ্চিমবংগত জুই জ্বলিবআক্ৰাছু | Assamese |
কেতিয়া মুকলি হব কলিয়াভোমোৰাৰ নৱনির্মিত দ্বিতীয় খন দলং | Assamese |
অমৃতসৰত বিএছএফ জোৱানৰ সহকৰ্মীলৈ গুলীচালনা নিহত ৫জোৱান আহত ১০জন | Assamese |
শিৱসাগৰত উত্তেজনা ভোটগ্ৰহণৰ মাজতে বিধায়ক অখিল গগৈৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত বিজেপি কৰ্মী | Assamese |
ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ টীয়ক শিৱসাগৰ বিশ্বনাথতো পুৱাৰে পৰা চলিছে ভোটদান | Assamese |
কাইলৈ পৌৰ নিৰ্বাচন:বঙাইগাঁৱত ৩৯৪৪৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য | Assamese |
বিপিএফৰ দলীয় সভাত বিটিচিৰ শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা | Assamese |
ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমানপাশ্চাত্যক সকীয়ালে পুটিনে | Assamese |
প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো | Assamese |
অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত মণিপুৰত নিৰাপত্তৰক্ষীৰ গুলীত নিহত এজন | Assamese |
অসম নগালেণ্ড সীমান্তত অৱস্থিত বৰছিলা চাহ বাগিচাত দুৰ্বৃত্তৰ অগ্নিসংযোগ | Assamese |
এআইএডিএমকেত জোকাৰণিপুনৰ দলত খোপনি পুতিব শশীকলাই | Assamese |
ৰাছিয়াইউক্ৰেইনৰ যুদ্ধকাৰ পক্ষত কোন কোন দেশ | Assamese |
ৰাষ্ট্ৰীয় দলৰ লগত থকা অগপ নেতাই দিলে আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ মন্ত্ৰ কি মন্ত্ৰ | Assamese |
প্ৰাক্তন বিধায়ক জিতেন গগৈকুশল দুৱৰীসহ মুঠ পাঁচ জনক দুবছৰৰ কাৰাদণ্ড | Assamese |
পছৰীয়াৰ ঐতিহাসিক বিলজলাশয়ত বনিয়াৰ শেন চকু চৰকাৰী ভূমি দখল কৰি উদ্যোগ স্থাপনৰ অভিযোগ | Assamese |
নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ পৰা অতি বিৰল প্ৰজাতি ৰেড চেৰ বা দেও ছাগলী উদ্ধাৰ | Assamese |
পুলিবৰত অবৈধভাবে মাটি কঢ়িওৱা ট্ৰাক জব্দ | Assamese |
যুদ্ধ আৰম্ভ হোৱাৰ পৰা আঠদিনত ১২লাখ ইউক্ৰেইনৰ নাগৰিকে এৰিছে দেশৰাষ্ট্ৰসংঘ | Assamese |
আমেৰিকাৰ চিনেটত বক্তৱ্য ৰাখিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে | Assamese |
২১ দিনৰ পিছত অৱশেষত উদ্ধাৰ হল আমগুৰিৰ দ ঘৰফলীয়া গাঁৱৰ নিৰুদ্দিষ্ট ছাত্ৰী | Assamese |
কাইলে অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি বিশ্বনাথ জিলা প্ৰশাসনৰ | Assamese |
তামুলপুৰৰ ভাৰতভূটান সীমান্তত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৪গৰাকী কিশোৰকিশোৰী | Assamese |
সম্প্ৰচাৰৰ মাজতে আৰু যুদ্ধ নালাগে বুলি ঘোষণা কৰি ৰাছিয়ান টিভি চেনেলৰ সমূহ কৰ্মচাৰীৰ পদত্যাগ | Assamese |
হাজোত চাঞ্চল্যযুৱতীৰ অশ্লীল ভিডিঅ ভাইৰেল কৰি ৰঙাঘৰৰ আলহী বিবাহিত আজাহুৰুদ্দিন | Assamese |
পোলেণ্ডলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ | Assamese |
যুদ্ধৰ আঁৰৰ খবৰইউক্ৰেইনৰ ১৮হাজাৰ শৰণাৰ্থীয়ে আশ্ৰয় লৈছে জাৰ্মানীত | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.