text
stringlengths
1
2.59k
language
stringclasses
10 values
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ছুমি চহৰত আবদ্ধ অসমৰ ৫৭ গৰাকী শিক্ষাৰ্থী
Assamese
নিলামত বিক্ৰী কৰাৰ প্ৰস্তুতি গুৱাহাটী ক্ৰীড়াগ্ৰামৰ ৩০টা ফ্লেট
Assamese
পাকিস্তানৰ পেছোৱাৰত নামাজৰ সময়তে মছজিদত বিস্ফোৰণনিহত কমেও ৩০ জন লোক
Assamese
যুদ্ধ বন্ধ কৰা ৰাছিয়াইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক নিৰ্দেশ ভাৰতীয় সাধুৰ ভাইৰেল ভিডিঅই দিছে বহুতকে আমোদ
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়ালবন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য
Assamese
বঙাইগাঁও পৌৰসভা এলেকাত ড্ৰাই ডে ঘোষণা
Assamese
কাজিৰঙাত চোৰাং কাঠসহ বাহন জব্দ
Assamese
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে অসমীয়া জাতি সত্তাৰ ভেঁটি ধ্বংস কৰাত লাগি পৰিছেঅজিত কুমাৰ ভূঞা
Assamese
গোৱালপাৰা জিলাৰ আগিয়াত বিশ্ব শ্ৰৱন দিৱস উদযাপন
Assamese
আজি সামৰণি পৰিব শিৱৰাত্ৰিঐক্যসম্প্ৰিতীৰ নিদৰ্শনেৰে অনন্য বাৰ্তা শিৱসাগৰৰ
Assamese
হাজোৰ দক্ষিণ বৰ্ণিত ভয়াৱহ অগ্নিকাণ্ড নিমিষতে জুইয়ে ছাৰখাৰ কৰিলে বাসগৃহ
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কিডৰত থকা দুখনকৈ ধাবা উচ্ছেদ কৰিলে প্ৰশাসনে
Assamese
আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্য ধনী অসম আৰু জাগৰণ অসমৰ আত্মসমৰ্পণ
Assamese
ইউক্ৰেইন আক্ৰমণৰ দ্বাৰা উৎসাহিত হৈ টাইৱানত আক্ৰমণ চলাব চীনেডোনাল্ড ট্ৰাম্প
Assamese
উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয় ৰাছিয়াইউক্ৰেইন যুদ্ধ
Assamese
যুদ্ধভূমি ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত কামৰূপ বংশৰৰ ছাত্ৰী দীপশিখা দাস
Assamese
যুদ্ধৰ পাৰ্শ্বক্ৰিয়াৰাছিয়া এৰিছে বহু প্ৰখ্যাত কোম্পানীয়ে কি কি কোম্পানী
Assamese
পৌৰসভাৰ নিৰ্বাচনযোৱাবাৰৰ ২০ খন আসনতকৈ এখনো আসন কমকৈ নাপাওফণীভূষণ চৌধুৰী
Assamese
মাত্ৰ ২৫০ টকা খৰচ কৰি লাভ কৰিব পাৰিব এপল বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ কেনেকৈ
Assamese
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি নিজ গৃহত উপস্থিত বঙাইগাঁৱৰ ছাত্ৰ মঞ্জুৰ
Assamese
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত মৃত্যু দ্বিতীয়গৰাকী ভাৰতীয় ছাত্ৰৰ
Assamese
যিমান পাৰি সোনকালে খাৰকিভ ত্যাগ কৰকআবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক পৰামৰ্শ ভাৰত চৰকাৰৰ
Assamese
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা মাইলৰ পিছত মাইল খোজকাঢ়ি পোলেণ্ড সীমান্তত উপস্থিত অস্কাৰ বিজয়ী অভিনেতা ছিন পেন
Assamese
শিৱসাগৰত নিৰ্বাচনী উত্তেজনাসুৰাৰ সপক্ষে কথা কোৱা বিজেপি কৰ্মীক আবদ্ধ কৰি ৰাখিলে ৰাইজে
Assamese
পৌৰসভা নিৰ্বাচনবঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ ঘৰে ঘৰে প্ৰচাৰ চলালে অংকিতা দত্তই
Assamese
কলিয়াবৰত অবৈধ ভাৱে গৰু সৰবৰাহ কৰা টাটা ডি আইসহ এজনক আটক
Assamese
মণিপুৰ বিধানসভা নিৰ্বাচন৯ টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
Assamese
নিমাতী ঘাটত অঘটনফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে
Assamese
কলিয়াবৰৰ বৰালীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা মহিলাসহ আহত দুগৰাকী লোক
Assamese
শিৱৰাত্ৰিৰ আনন্দৰ মাজতে যোৰহাটত অঘটনপথ দুৰ্ঘটনাত দুই যুৱকযুৱতীৰ মৃত্যু
Assamese
দুৰ্নীতিৰ অভিযোগমাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দাবী ৰাইজৰ দলৰ
Assamese
আজি মহা শিৱৰাত্ৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভক্তৰ ভিৰ
Assamese
যুদ্ধ থমকি নৰয় এইবাৰ ইউক্ৰেইনলৈ ক্ষেপনাস্ত্ৰ পঠিয়াব অষ্ট্ৰেলিয়াই
Assamese
যুদ্ধৰ আঁৰৰ যুদ্ধ ৰাষ্ট্ৰসংঘৰ ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই
Assamese
ৰাছিয়াৰ সেনা বাহিনীয়ে এইবাৰ আক্ৰমণ চলাইছে খেৰছনত বিস্ফোৰণত কঁপি উঠিছে চহৰ
Assamese
কিমান পাৰমাণৱিক অস্ত্ৰ মজুত আছে ৰাছিয়াৰ হাতত
Assamese
শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰি অনা আহত নাহৰফুটুকীৰ পোৱালীৰ মৃত্যু
Assamese
আঁতৰা নাই শংকা২২ জুনৰ পৰা কোভিডে পুনৰ সংহাৰৰ সৃষ্টি কৰিব ভাৰতত
Assamese
তিনিচাৰি মাহে দিয়া নাই পাৰিতোষিক টীয়কত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ফকলেন জব্দ কৰ্মচাৰীৰ
Assamese
ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা পুনৰ বিৰত থাকিল ভাৰত
Assamese
দীঘলীপুখুৰী পাৰত আছুৰ বিক্ষোভ কাৰ্যসূচী
Assamese
হত্যা নে আত্মহত্যা দীঘলীপুখুৰীত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য
Assamese
বঙাইগাঁৱত পৌৰসভা নিৰ্বাচন বৰ্জন কৰিব বাছফৰ সম্প্ৰদায়ে
Assamese
শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ পত্নী প্ৰেমদা ফুকনৰ দেহাৱসান কলিয়াবৰত শোকৰ ছাঁ
Assamese
হাজোগুৱাহাটী পথত ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী
Assamese
স্বপ্নভংগ ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ বৃহত্তম বিমান ইউক্ৰেইনৰ ম্ৰিয়া
Assamese
অ বি বি শিক্ষকক পুৰণি পেঞ্চন নীতিৰ আওতালৈ অনাৰ দাবী সন্মিলিত অ বি বি শিক্ষক সন্থাৰ
Assamese
ৰাছিয়াৰ আক্ৰমণত ৩৫২জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনে
Assamese
ৰাছিয়াই বন্ধ কৰি দিছে যুদ্ধত নিহত আৰু বন্দী ৰুছ সেনাৰ তথ্য প্ৰদান কৰা ৱেবছাইট
Assamese
পোলেণ্ডৰ সীমান্তত ভাৰতীয় শিক্ষাৰ্থীক অকথ্য নিৰ্যাতন সেনাৰ
Assamese
পাৰমাণৱিক আক্ৰমণৰ ভাবুকিঅৱশেষত ৰাছিয়াৰে আলোচনাৰ বাবে সন্মত হল ইউক্ৰেইন
Assamese
সুকলমে স্বগৃহলৈ উভতি আহিল ইউক্ৰেইনত আৱদ্ধ অসমৰ দহগৰাকী শিক্ষাৰ্থী
Assamese
জনজাতিকৰণৰ নামত প্ৰৱঞ্চনা:আন্দোলনৰ কাৰ্যসূচী ঘোষণা আদিবাসী জাতীয় মহাসভাৰ
Assamese
আমি নিজে সচেতন নহলে ভাষা নাবাচিবডাঃ ধ্ৰুৱজ্যোতি বৰা
Assamese
কা আন্দোলনত নিহতৰ স্বতন্ত্র ন্যায়িক তদন্ত বিচাৰি আবেদন শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
Assamese
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পুৰণি ভৱনৰ দ্বিতীয় মহলাত মহিলাৰ মৃতদেহ উদ্ধাৰ
Assamese
যুদ্ধই জুৰুলা কৰা ইউক্ৰেইনক আমেৰিকাই দিব ৩৫০ নিযুত ডলাৰৰ সামৰিক সাহায্য
Assamese
যোৰহাটৰ স্বাভিমান উদ্যোগত জাতীয় শ্বহীদ পিয়লী বৰুৱা আৰু মনিৰাম দেৱানৰ স্মৃতিচাৰণ
Assamese
মিহিমুখত হাতীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৰাষ্ট্ৰপতিৰ অসমৰ ভীম কল লৈ যাব ৰাষ্ট্ৰপতি কোবিন্দে
Assamese
আকৌ অথন্তৰ এইবাৰ ৰাষ্ট্ৰপতি কোবিন্দৰ হেলিকপ্তাৰ আবদ্ধ হৈ পৰিল বোকাত
Assamese
চিকিৎসা বিজ্ঞান ভাৰততে অধ্যয়ন কৰা সৰু দেশত নহয় ছাত্ৰীছাত্ৰীলৈ আহ্বান মোদীৰ
Assamese
২৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ ঐতিহাসিক শিৱদল চৌহদ অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা
Assamese
এইমাত্ৰ অহা খবৰৰাষ্ট্ৰপতিৰ সুৰক্ষাত নিয়োজিত বাহনৰ খুন্দাত বোকাখাতত নিহত শ্ৰমিক
Assamese
ৰাষ্ট্ৰপতি কোৱিন্দৰ কাজিৰঙা ভ্ৰমণৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ যানবাহনৰ যাতায়ত যাত্ৰীৰ দুৰ্ভোগ
Assamese
পৌৰ নিৰ্বাচন টীয়কত কংগ্ৰেছৰ প্ৰাৰ্থীক লগত লৈ প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লবী গগৈৰ প্ৰচাৰ
Assamese
দেশৰক্ষাৰ পণ লৈ কীয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি
Assamese
ৰুছ ভাষাৰ ছবিতো অভিনয় কৰিছিল কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে
Assamese
মাৰ্ঘেৰিটাৰ পাৱৈ চেন্টাৰত আৰক্ষীৰ অভিযানত ৫ হাজাৰ লিটাৰ চোৰাং ডিজেলপেট্ৰল জব্দ
Assamese
ৰাষ্ট্ৰপতিয়ে অনলাইনৰ মাধ্যমেৰে উন্মোচন কৰিলে লাচিত মৈদামৰ প্ৰকল্প
Assamese
ব্ৰহ্মপুত্ৰৰ পানীযুঁৱলীত উদ্ধাৰ কেৰালাত গ্ৰেপ্তাৰ হোৱা গঁড় চিকাৰীৰ মৃতদেহ
Assamese
মৰিয়নীত বন বিভাগৰ কাণ্ডআঘাতপ্ৰাপ্ত বাঘ প্ৰলোভন দি উদ্ধাৰ কৰোৱালে চাহ শ্ৰমিকৰ হতুৱাই
Assamese
ইউক্ৰেইনৰ সৈতে আলোচনাৰ বাবে বিশেষ চৰ্ত বান্ধি দিলে ৰাছিয়াই কি সেই চৰ্ত
Assamese
চমন জাৰি কৰাৰ পাছতো আদালতত উপস্থিত নহল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Assamese
অবৈধ মাটি খনন আৰু কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ জাতীয় সংগ্ৰামী সেনা
Assamese
নিজৰ দেশতে বিৰোধৰ সন্মুখীন পুটিনৰাছিয়াৰ সচেতন জনতাই বিচৰা নাই যুদ্ধ
Assamese
তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
Assamese
পাকিস্তানী ধনকুবেৰৰ পুত্ৰই ডিঙি কাটি হত্যা কৰিছিল বান্ধৱীক আদালতে দিলে মৃত্যুদণ্ড
Assamese
ন যযৌ ন তস্থৌ ভাৰত ইউক্ৰেইন যুদ্ধত ভাৰতৰ সন্তুলন ৰক্ষা কূটনৈতিক স্থিতিক লৈ অসন্তুষ্ট বিডেন
Assamese
ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১০০ শিক্ষাৰ্থীমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Assamese
পৰিবহন বিভাগৰ অভিযান চাৰখাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল ইৰিক্সা চালক
Assamese
অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ নেতৃত্বৰ বিৰুদ্ধে কি অভিযোগ দাহালৰ
Assamese
গুগলত নিৰাপদ আশ্ৰয় বিচাৰক ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক লুকাই থাকিবলৈ পৰামৰ্শ ভাৰতৰ
Assamese
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেল তেলৰ দাম বাঢ়িল ১০০ ডলাৰকৈ
Assamese
ডাঙৰ খবৰঅৱশেষত আক্ৰমণ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ৰাছিয়াই
Assamese
গৰুতকৈও মূল্য কম হল মানুহৰ গোৰক্ষকে জ্বলাই হত্যা কৰিলে এজনক
Assamese
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কিয় আক্ৰমণ কৰিলে ইউক্ৰেইন এই যুদ্ধৰ সৈতে জড়িত কেইটামান দিশ
Assamese
অনুবাদ সাহিত্যৰ নিৰৱ সাধক কুমুদ বৰাৰ মৃত্যুত ম্ৰিয়মান সাহিত্যানুৰাগী
Assamese
শিৱসাগৰৰ নামতিমুখত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱ আৰু ভাওনা সমাৰোহ
Assamese
বঙাইগাঁও জিলাৰ বইটামাৰীত স্বাস্থ্যমেলা অনুষ্ঠিত
Assamese
বঙাইগাঁৱত মিত্ৰ অগপক তুলাধুনা বিজেপিৰ ৩৫ বছৰে ফণীভূষণ চৌধুৰীয়ে কি কৰিলে
Assamese
বিহালীৰ বৰাজুলীত বাঘ খেদিবলৈ যোৱা লোকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য
Assamese
আদালতত হাজিৰ হব লাগিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাবিচাৰিব লাগিব জামিন
Assamese
বিজনলাল চৌধুৰীৰ বিয়োগ অসমৰ প্ৰগতিবাদী সাহিত্যৰ অপূৰণীয় ক্ষতি নতুন সাহিত্য পৰিষদ
Assamese
চেন্নাইত হত্যাৰ বলি হল অসমৰ তামুলপুৰৰ যুৱক
Assamese
মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডমাছ কটা দাৰে ডিঙি ৰেপি হত্যা এজনক
Assamese
অদৃশ্য গুৰুজীৰ ছত্ৰছায়াতে নেছনেল ষ্টক এক্সেঞ্জত বৃহৎ কেলেংকাৰী
Assamese
ইউক্ৰেইন সংকটপুনৰ ঘনীভূত ৰাছিয়াআমেৰিকাৰ মাজত শীতল যুদ্ধৰ আশংকা
Assamese
যোৰহাটৰ ৰেলৱে কাৰ্য্যালয়ৰ সন্মুখত আছুৰ বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী
Assamese
পলম নকৰিবা সোনকালে ঘৰলৈ ঘূৰি আহা ইউক্ৰেইনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰক আহ্বান বৈদেশিক দপ্তৰৰ
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ এজনক আটক
Assamese