text
stringlengths
1
2.59k
language
stringclasses
10 values
টীয়কত ভয়ংকৰ পথদুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন
Assamese
৪৩৫ বৰ্গ ফুটৰ লগত ২৯ বিঘা চিলিং চাৰপ্লাছ মাটি তুলনা নহয়ভূপেন বৰা
Assamese
গুজৰাটত উদ্ধাৰ এগৰাকী শিশু সহ অসমৰ ৮ যুৱকযুৱতী
Assamese
কাছাৰ আৰু নগাঁও কাগজ কলত ৪১৪১ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ
Assamese
ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া
Assamese
মামৰে ধৰিছে আঁচনিত কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন
Assamese
এতিয়াও সন্ধানহীন দুৰ্ধৰ্ষ চোৰাং চিকাৰী আছমত আলি ওৰফে নালকু আৰক্ষীৰ অভিযান অব্যাহত
Assamese
অপৰাধে ছানি ধৰিছে গুৱাহাটী মহানগৰীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী
Assamese
উদাসীন চৰকাৰ ১০০জনলৈ বৃদ্ধি পালে ৰাজ্যত কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা
Assamese
কাজিৰঙাত এনিমেল কৰিডৰৰ প্ৰশাসনৰ উচ্ছেদ অভিযানত ৰাইজৰ প্ৰতিবাদ
Assamese
অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰাৰ বিৰোধীতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
Assamese
দদৰাত বেংকৰ সন্মুখৰ পৰা জোৱানৰ পৰা ডকাইতে লুটিলে ৪ লাখ টকা
Assamese
হিজাব বিতৰ্ক চলি থকাৰ মাজতে কৰ্ণাটকত বজৰং দলৰ কৰ্মীক হত্যা উত্তেজনা অব্যাহত
Assamese
অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাই জোকাৰিছে শুৱালকুছি উদ্ধাৰ আত্মহত্যাৰ টোকা
Assamese
আজীৱন সমাজসেৱী নিস্বাৰ্থ সেৱাৰ প্ৰতিভূ গান্ধীবাদী পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ পৰলোকপ্ৰাপ্তি
Assamese
এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক তৃতীয় স্থানলৈ আনিবলৈ সফল হল মুখ্যমন্ত্ৰী অজিত কুমাৰ ভূঞা
Assamese
কলিয়াবৰ তিনিআলিত নিশা ঘটা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন পথাচাৰী
Assamese
অপহৰণ নগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মুম্বাইৰ কিশোৰী
Assamese
দেৰগাঁৱত ১৬বছৰীয়া কিশোৰীৰ আত্মহত্যা লিখি থৈ গল ১১পৃষ্ঠাৰ আত্মহত্যাৰ টোকা
Assamese
নতুন আতংক লাছা ফীভ্যাৰ ৰোগটোনো কি ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি
Assamese
বিশ্বনাথত বৃহৎ পৰিমাণৰ কফ চিৰাফৰ বটলসহ টেবলেট জব্দ দুজন যুৱকক আটক
Assamese
উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৫৯টাপঞ্জাৱৰ মুঠ ১১৭টা সমষ্টিতে আজি ভোটগ্ৰহণ
Assamese
জটিল ৰোগত আক্ৰান্ত বিশিষ্ট মঞ্চ অভিনেতা নৰেন শইকীয়া উন্নত চিকিৎসাৰ বাবে সাহায্য আহ্বান
Assamese
দুধনৈত চাঞ্চল্যকৰ হত্যাকাণ্ডৰাজপথতে মহিলাক ডিঙি কাটি হত্যা
Assamese
এইমাত্ৰ অহা খবৰমহানগৰীৰ বশিষ্ঠত প্ৰেমিকৰ গুলীত আহত প্ৰেমিকাৰ ভাতৃ
Assamese
ৰাষ্ট্ৰপতি জো বিডেনৰ পিছত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যইউক্ৰেনত আক্ৰমণ চলাব ৰাছিয়াই
Assamese
বিজেপিয়ে কোনোবাদিনা অসমখনকে কৰ্পোৰেটক লীজত দিব পাৰেআছু
Assamese
বোকাখাতত চাঞ্চল্যকৰ ঘটনাবোৱাৰীয়েকৰ দা ঘাপত গুৰুতৰভাৱে আহত বৰজনাক
Assamese
মাৰাত্মক ড্ৰাগছে ললে প্ৰাণমুছলপুৰত ড্ৰাগছ আসক্ত যুৱকৰ মৃত্যু
Assamese
আৰণ্যকৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ সম্পৰ্কত কৰ্মশালা
Assamese
তিনি অনাঅসমীয়া বনিয়াক গুৱাহাটীৰ ৫৮ বিঘা মাটি পানীৰ দৰত গতালে মোদীৰ চৰকাৰে
Assamese
নগাঁৱত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হত্যাৰ অভিযোগ পৰিয়ালৰ
Assamese
গুৱাহাটীৰ দুই যুৱতীৰ আলফা স্বাধীন ত যোগদাননিশ্চিত কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে
Assamese
বোধোদয় জনতাৰ প্ৰতিবাদত পথৰ নাম সলনিৰ প্ৰস্তাৱ বাতিল চৰকাৰৰ
Assamese
শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাদিচাং মাজগাঁৱত ট্ৰাকত খুন্দা মাৰি দ খাৱৈত পৰিল যাত্ৰীবাহী নৈশ বাছ
Assamese
এইমাত্ৰ অহা খবৰসোণাপুৰৰ টোলগেটত জব্দ ১৪ কোটি টকাৰ নিচাযুক্ত মৰফিন
Assamese
এইমাত্ৰ অহা খবৰবিশিষ্ট সাংবাদিক প্ৰতাপ বৰদলৈৰ মৃত্যু
Assamese
নদীবান্ধ কা আন্দোলন কিয় বন্ধ কৰিলে অখিল গগৈয়ে ৰাইজক জনালে শিৱসাগৰৰ বিধায়কে
Assamese
বিধ্বংসী বানে ৰূপ সলাই পেলাইছে ব্ৰাজিলৰ মনোৰম চহৰ পেট্ৰোপলিছৰ ওলায়েই আছে মৃতদেহ
Assamese
হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়আদালতত কৰ্ণাটক চৰকাৰে স্পষ্ট কৰিলে স্থিতি
Assamese
কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই কিন্তু কিয়
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ কংকাল উদ্ধাৰকলৈ চাঞ্চল্য
Assamese
বঙাইগাঁৱত উপস্থিত পৌৰসভা নিৰ্বাচনৰ পৰ্যবেক্ষক পৰাগ কুমাৰ কাকতি
Assamese
টেট শিক্ষকক ককৰ্থনাশিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে কলা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ
Assamese
এইবাৰ আহোম যুগৰ ঐতিহাসিক ৰংচাই বিলত শেনচকু ভূ মাফিয়াৰ
Assamese
ভাৰতভূটান সীমান্তৰ ৰজাগড়ত কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত
Assamese
বিজনীত হৰিণাৰ মাংসসহ এজনক আটক
Assamese
গুৱাহাটীৰ দুই সন্ধানহীন যুৱতীৰ আলফা স্বাধীন ত যোগদানৰ সন্দেহ
Assamese
কিদৰে যোগদান কৰিব পাৰিব ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাত
Assamese
নলবাৰীত একেটা পৰিয়ালৰ চাৰি সদস্যৰ বিহ খাই আত্মহত্যাৰ চেষ্টা
Assamese
কাজিৰঙাৰ নামত টাটা মটৰচৰ নতুন গাড়ী গঁড়ৰ প্ৰতীকেৰে আনটেমড কাজিৰঙা এডিচন
Assamese
অসমৰ ঠাইৰ নাম সলনিৰ সিদ্ধান্ত যোগীক দেখি উঠিল গা শৰ্মাই বোলে মোকো চা
Assamese
বিশ্বনাথ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ উদযাপনবাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই কাঢ়িলে সকলোৰে দৃষ্টি
Assamese
পৌৰসভা নিৰ্বাচন সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনৰ সংবাদমেল
Assamese
ৰাজ্যত পুনৰ এনকাউণ্টাৰ কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী জ্বলিল ট্ৰাক
Assamese
প্ৰয়াসৰ চোতালত অধ্যাপিকা ড৹ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ উন্মোচন
Assamese
বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী উদযাপন
Assamese
কোকৰাঝাৰৰ ছালাকাটিৰ শিক্ষক পৰিয়ালক অপহৰণ হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ যুৱক
Assamese
২৮ টা বেংকৰ পৰা জালিয়াতিৰে ২৩০০০ কোটি সৰকোৱা কোন এই ঋষি কমলেশ আগৰৱালা
Assamese
বিশিষ্ট উদ্যোগপতি টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ প্ৰদান
Assamese
অৰুণাচলত নিহত সেনা জোৱান বিশ্বজিত নৰহৰ নশ্বৰ দেহ অনা হল টিয়কৰ নিজ বাসগৃহলৈ
Assamese
ভূমাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ সাহসী বেচৰকাৰী সংস্থাৰ
Assamese
উত্তৰ প্ৰদেশত পৰাভূত হব বিজেপি দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জঙৰ বিস্ফোৰক মন্তব্য
Assamese
শিৱসাগৰৰ দিচাংমুখৰ চুমনি গাঁৱত আলি আই লৃগাং পালন
Assamese
পৌৰসভা নিৰ্বাচনৰ বাবে সাজু যোৰহাট কংগ্ৰেছ বিজেপিলৈ সমালোচনাৰ শেল
Assamese
মাঘী পূৰ্ণিমা উপলক্ষ্যে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত ভক্তৰ ভিৰ
Assamese
যোগীৰ আদৰ্শই লম্ভিছে হিমন্তকএইবাৰ ঠাইৰ নাম সলনিৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা
Assamese
পৌৰসভা নিৰ্বাচনঃ বঙাইগাঁও পৌৰসভাৰ ২৫ টা ৱাৰ্ডতে যুঁজিব অগপ দলৰ প্ৰাৰ্থীয়ে
Assamese
হাইলাকান্দিত ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা হত্যাকাৰী কিশোৰক গ্ৰেপ্তাৰ
Assamese
শীঘ্ৰে জনজাতিকৰণ নকৰিলে আন্দোলনৰ হুংকাৰ আক্ৰাছুৰ
Assamese
পৌৰ সভাৰ নিৰ্বাচনচাপৰত ৪০গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন
Assamese
১২ ৰ পৰা ১৮ বছৰ বয়সৰ লোকক কৰ্বেভেক্সৰ প্ৰয়োগত অনুমোদন ভাৰতৰ
Assamese
নিউয়র্ক টাইমচৰ প্ৰতিবেদনে মুখা খুলিলে ভাৰত চৰকাৰৰঅসম নাগৰিক সমাজ
Assamese
টীয়কত পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি বেমেজালি মিত্ৰজোঁট ভংগ হোৱাৰ সম্ভাৱনা
Assamese
যোৰহাটত অবৈধ কাঠ ভৰ্তি বলেৰ পিক্আপ জব্দ
Assamese
পল্টন বজাৰ ৰেল ষ্টেছনত উঠিল টকাৰ উজান
Assamese
শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিল
Assamese
অখিল গগৈক ভোট দি শিৱসাগৰবাসীয়ে ভুল কৰিলে মন্ত্ৰীৰ বক্তব্যই ধোৱাচাঙত তুলিলে বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতি
Assamese
নিখিল বড়ো ছাত্র সন্থা এবছু ৫৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
মাটিৰ গাথা তিনি দশকৰ পিছত ভাহি উঠিল পানীত ডুবি নিচিহ্ন হোৱা এখন গাঁও
Assamese
কলিয়াবৰৰ বৰালীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা আহত দুই বাইক আৰোহী
Assamese
মাজুলী বিধানসভা উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হব চিত্তৰঞ্জন বসুমতাৰী
Assamese
নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ
Assamese
বিশ্বনাথ চাৰিআলি পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
Assamese
হাজোৰ কুলহাটীত ভয়ংকৰ বিস্ফোৰণ চিচিটিভিত বন্দী হল সমগ্ৰ দৃশ্য
Assamese
শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ পৌৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
Assamese
অভিলেখ ৯৯৯৯৯ টকাত বিক্ৰী অসমৰ গল্ডেন চাহ
Assamese
মহানগৰীৰ স্পা পাৰ্লাৰত ৰ অভিযান সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱকযুৱতী
Assamese
জাতীয় শ্বহীদ পোৱাল দাসৰ ৩৯ তম মৃত্যু দিৱস পালন
Assamese
উত্তৰপূবৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাৰ বাবে সাজু কেন্দ্ৰপ্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ
Assamese
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল তেলেঙ্গানা কংগ্ৰেছৰ
Assamese
মৰিয়নীত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু
Assamese
মাজুলী উপ নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠ ভুবন গামক বিজেপিৰ প্ৰাৰ্থিত্ব
Assamese
যোৰহাটত চোৰাং গৰুৰ ৰমৰমীয়া বেহা থানাৰ সন্মুখতে জব্দ কৰি ৰখা গাড়ীত অগ্নিসংযোগ গো মাফিয়াৰ
Assamese
বিশ্বনাথ জিলাৰ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিজেপিৰ প্ৰাৰ্থী তালিকা প্রকাশ
Assamese
গৰুৰ অবৈধ সৰবৰাহ যোৰহাটত আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি দুখন ট্ৰাক
Assamese
ৰাজস্থানত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ হাতভৰি বান্ধি হোটেলৰ প্ৰথম মহলাৰ পৰা পেলাই দিলে তললৈ
Assamese
ৰাজ্যৰ চূকেকোনে ওলাইছে ড্ৰাগছ কৃষ্ণাইত ড্ৰাগছসহ দুজনক আটক
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক ৩৫.৫৮ গ্ৰাম হেৰইন জব্দ
Assamese
আম আদমী পাৰ্টি আৰএছএছৰ পৰাই উদ্ভৱ হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ মন্তব্য
Assamese