text
stringlengths
1
2.59k
language
stringclasses
10 values
কংগ্ৰেছে মোৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰি প্ৰকৃত বিষয়সমূহৰ আঁতৰি যাব বিচাৰিছেহিমন্ত
Assamese
মুখ্যমন্ত্ৰী মহোদয় উত্তৰাখণ্ডত গৈ কাৰোবাৰ পিতৃৰ পৰিচয় বিচৰাটো অসমৰ কেনেকুৱা সভ্যতাসংস্কৃতি
Assamese
হিজাব পিন্ধা ছোৱালী এজনীয়েই এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হব কোনে কলে
Assamese
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত এজাহাৰ দাখিল
Assamese
বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা আহত বহুকেইজন যাত্ৰী
Assamese
টীয়কত অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৫ সংখ্যক অধিৱেশন অনুস্থিত
Assamese
ফোনত পুতিনক সকীয়নি জো বিডেনৰ ইউক্ৰেইনত আক্ৰমণ চলালে চৰম মূল্য ভৰিব লাগিব ৰাছিয়াই
Assamese
পোহৰলৈ আহিল হত্যাৰ ৰহস্য মাত্ৰ ১০০ টকাৰ ড্ৰাগছৰ বাবেই হত্যা কৰা হৈছিল এজন যুৱকক
Assamese
মানসিকভাৱে অসুস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰ
Assamese
মানৱ সৰবৰাহৰ অভিযোগত নগাঁৱত গ্ৰেপ্তাৰ দুজনক
Assamese
বিজনীত গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাত থকা তিনিজন দাগী অপৰাধীক
Assamese
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ নতুন কাৰ্যনিৰ্বাহক গঠন
Assamese
হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক দাবী জনালে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে
Assamese
ছত্তীশগড়ৰ বিজাপুৰ জিলাত নক্সালৰে সংঘৰ্ষত চিআৰপিএফ বিষয়া নিহত
Assamese
গাড়ী চলোৱাৰ সময়তো মোবাইল ফোনত চালকে পাতিব পাৰিব কথা নীতিন গাডকাৰী
Assamese
ৰাহুল গান্ধীক অপমানমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত কলা চিয়াঁহী নিক্ষেপ
Assamese
পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত কোকৰাঝাৰত জংগী আন্দোলনৰ হুংকাৰ
Assamese
হিজাব বিতৰ্ক এইবাৰ আমেৰিকাক উভতি ধৰিলে ভাৰতে
Assamese
ঢাল তৰোৱালহীন নিধিৰাম চৰ্দাৰ অসম পুলিচ
Assamese
চীনা সৈন্যক প্রতিহত কৰিবলৈ ভাৰতীয় সেনাৰ হাতত অত্যাধুনিক এছাল্ট ৰাইফল
Assamese
বিশ্বনাথৰ কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ড অপৰাধীক কঠোৰ শাস্তিৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ
Assamese
ৰেল বিভাগে গোপনে বাতিল কৰা ট্ৰেইনসমূহ পুনৰ চলাচলৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
Assamese
ৰাজ্যত পুনৰ যুৱতী নিৰুদ্দেশৰ ঘটনা শিৱসাগৰ আমগুৰিৰ দঘৰফলীয়াৰ পৰা নিৰুদ্দেশ কলেজীয়া ছাত্ৰী
Assamese
বিপিএফে সোতৰ বছৰে কৰিব নোৱাৰা কাম চাৰি বছৰত কৰি দেখুৱাব প্ৰমোদ বড়োৱে
Assamese
হাগ্ৰামাক উভতি ধৰিলে ইউপিপিএলে ভাতৃঘাতী সংঘৰ্ষৰ মাষ্টাৰ মাইণ্ড বুলি অভিহিত বিপিএফ নেতাগৰাকীক
Assamese
কৰ্ণাটকৰ পৰা কাশ্মীৰ পালেগৈ হিজাব বিতৰ্ক
Assamese
কা আন্দোলনত ভাগ লোৱা বহু প্ৰতিবাদকাৰীৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ ক্ষুদ্ধ উচ্চতম ন্যায়ালয়
Assamese
দৰিদ্ৰতাৰাজ্যসভাৰ মজিয়াত ৰাহুল গান্ধীক উভতি ধৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
Assamese
মণিপুৰত এনএছচিএন খাপলাং এ অপহৰণ কৰা দুই ট্ৰাক চালকক মুক্তি
Assamese
হিজাব বিতৰ্কক ৰাষ্ট্ৰীয় বিতৰ্কৰ বিষয় নকৰিবউচ্চতম ন্যায়ালয়
Assamese
দিচাংমুখ চুমনী গাঁৱত আলি আই লৃগাং উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি
Assamese
তোলনীয়া সন্তানক বলাৎকাৰঅসমৰ ব্যক্তিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে অৰুণাচলৰ আদালতে
Assamese
চৰাইদেউৰ লাংকুৰি দেওশালত তাই ৰীতিনীতিৰে পূজা অৰ্চনা
Assamese
পৌৰসভা নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক দলৰ সৈতে বঙাইগাঁও জিলা প্ৰশাসনৰ সভা
Assamese
পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ সৰৱ শিৱসাগৰৰ দুই সংগঠন নেতা
Assamese
বিধানসভাৰ চৌহদত নিৰ্মাণ হব বিধায়কৰ বাসগৃহবিশ্বজিৎ দৈমাৰী
Assamese
কোচৰাজবংশী সংস্কৃতিৰ উপাদানৰ সমাহাৰেৰে উজলি উঠিল বইটামাৰী
Assamese
অসমৰ ৰেলপথৰ পৰা গোপনে বাতিল কৰা হল ১২খন ট্ৰেইন দাবী অসম ৰেল যাত্ৰী সন্থাৰ
Assamese
হাজো আৰক্ষীৰ জালত আন্ত:ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী অনলাইন হেকিঙৰ যোগেদি ঘটিছিল লাখ লাখ টকা
Assamese
যুদ্ধৰ দামামা আমেৰিকান নাগৰিকসকলক শীঘ্ৰে ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশ জো বিডেনৰ
Assamese
লখিমপুৰ জিলাৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক
Assamese
উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে জব্দ কৰা চুপাৰিভৰ্তি ট্ৰাক
Assamese
ব্ৰহ্মপুত্ৰ নদীত জাপ দি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা চোৰাংচিকাৰীৰ মৃতদেহ উদ্ধাৰ
Assamese
ধন্যবাদ জনাই পঠাব লাগিব পত্ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহত ৰাখিব লাগিব মোদীৰ ফটো নতুন নিৰ্দেশনা
Assamese
কিমান স্পীডত গাড়ী চলাব আপুনি কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assamese
টীয়কত বোৱাৰীৰ ৰহস্যজনক মৃত্যু হত্যাৰ সন্দেহ
Assamese
বনৰীয়া মহৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুই শিশু বন বিভাগে গুলি ফুটাই প্ৰেৰণ কৰিলে বনাঞ্চললৈ
Assamese
কাজিৰঙাৰ এনিমেল কৰিডৰত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান
Assamese
মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অপহৰণ অসমৰ ৰ ট্ৰাক চালকক
Assamese
ওদালগুৰিৰ কালাঝাৰত মৰ্মান্তিক ঘটনা বিদ্যুৎস্পৃষ্ট হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু গুৰুতৰভাৱে আহত দুজন
Assamese
তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা মানৱ সৰহবৰাহকাৰীৰ কবলৰ পৰা ৮ গৰাকী কিশোৰ উদ্ধাৰ
Assamese
সকলোকে ধন্যবাদ জনাই নগাঁও এৰিলে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই গুৱাহাটীত উপস্থিত
Assamese
কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
Assamese
অসমৰ ভুৱা এনকাউন্টাৰমানৱ অধিকাৰ উলঙ্ঘন অৱশেষত সঁচা প্ৰমাণিত হল দাবী ডঃ দিব্যজ্যোতি শইকীয়াৰ
Assamese
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰক মাটিৰ গান গোৱা শিল্পী অপূৰ্ব বেজবৰুৱাৰ শেষকৃত্য চৰকাৰক আহ্বান গুণমুগ্ধৰ
Assamese
গোৱালপাৰা জিলা বড়ো বাৰদলৰ ৭৬ সংখ্যক অধিৱেশন আৰম্ভ
Assamese
অৱশেষত ঘোষণাচৰকাৰীভাৱে শেষকৃত্য সম্পন্ন কৰা হব অপূৰ্ব বেজবৰুৱাৰ নশ্বৰ দেহৰ
Assamese
হৰিনাম ধ্বনিৰে মুখৰিত নিমাইজান শিল্প কলাই মুহিছে ৰাইজক
Assamese
বঙাইগাঁও জিলাৰ হাপাছাৰা গাঁও পঞ্চায়ত চৌহদত বানখহনীয়াগ্ৰস্তৰ অৱস্থান ধৰ্মঘট
Assamese
বিশিষ্ট সমাজ সংগঠক শিক্ষাবিদ লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ মৃত্যু কাকপথাৰত শোকৰ ছাঁ
Assamese
টীয়কক শীঘ্ৰে মহকুমা হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী মুখ্য সচিবলৈ টীয়ক আছুৰ স্মাৰকপত্ৰ
Assamese
অৱশেষত বহু বিতৰ্কিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱৰ পৰা অপসাৰণ গুৱাহাটীলৈ তলব
Assamese
বঙাইগাঁৱত এদিনতে দুবাৰকৈ কোভিড ভেকচিন প্ৰদান দশম শ্ৰেণীৰ ছাএীক অৱস্থা সংকটজনক
Assamese
শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে
Assamese
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ক অসমৰ বাহিৰলৈ বদলি কৰক দলসংগঠনৰ বিক্ষোভত উত্তাল নগাঁও
Assamese
ভাৰতত প্ৰথমবাৰৰ বাবে কোভিড ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হব নাকৰ স্প্ৰে
Assamese
যশস্বী সংগীতজ্ঞ অপূৰ্ব বেজবৰুৱা আৰু নাই দিছপুৰ পলি ক্লিনিকত শেষ নিশ্বাস ত্যাগ
Assamese
২৪ ৰ লোকসভা নিৰ্বাচনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সদৌ তাই আহোম ছাত্র সন্থাৰ
Assamese
বিহালীত নাবালিকাক যৌন নিৰ্যাতন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল
Assamese
বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন যুৱক স্বাস্থ্য মন্ত্ৰী তথা অসমবাসীলৈ সহায় ভিক্ষা পৰিয়ালৰ
Assamese
হাজোৰ চটলাবৰীত ডিঙি চেপি হত্যাৰ চেষ্টা ব্যৱসায়ীক লুটি লৈ গল নগদ ধন
Assamese
শিৱসাগৰত গাওঁ প্ৰধানৰ মাজত চৰকাৰে যোগান ধৰা সামগ্ৰী বিতৰণ
Assamese
দুপালি ভেকচিন লোৱা ভকতৰ বাবে মুকলি থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বাৰ
Assamese
পৌৰ নিৰ্বাচনৰ দিন ঘোষণা ৬ মাৰ্চত অনুষ্ঠিত হব নিৰ্বাচন
Assamese
হিমস্খলনত নিহত সাত সেনা জোৱানলৈ ৪ লাখ টকাৰ সাহাৰ্য্য অৰুণাচল চৰকাৰৰ
Assamese
গোলাঘাটত পথ দুৰ্ঘটনাত ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপকৰ মৃত্যু
Assamese
অৰুণাচলত নতুন প্ৰজাতিৰ বগা মুখাৱয়বৰ মেকাক আৱিষ্কাৰ
Assamese
বাংলাদেশী নহয় গৰুখুঁটী উচ্ছেদত উচ্ছেদিত ২০৫১ টা পৰিয়ালক সংস্থাপন কৰা হব দলগাঁৱত
Assamese
বান্দৰদেৱাত ৰয়েল বেংগল টাইগাৰৰ ছালসহ তিনিজনক আটক
Assamese
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত লোকপিয়ল৮২০০ পক্ষীৰ উপস্থিতিৰ তথ্য
Assamese
নগাঁও ভুৱা এনকাউণ্টাৰআৰক্ষী উপপৰিদৰ্শক প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ
Assamese
মুখ্যমন্ত্ৰীয়ে পূৰ্ণ স্বতন্ত্ৰতা দিয়াৰ বাবেই জনতাৰ ওপৰত হাৰাশাস্তি চলাইছে আৰক্ষীয়েআছু
Assamese
অৰুণাচলত সন্ধানহীন ভাৰতীয় সেনাৰ সাত জোৱান মৃত অৱস্থাত উদ্ধাৰ
Assamese
উৎকোচৰ গোচৰত দোষী সাব্যস্ত এচিএছ বিষয়া নন্দিতা কোঁৱৰক বৰ্খাস্ত
Assamese
চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদ
Assamese
মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ
Assamese
যোৰাবাটত ট্ৰাকৰ খুন্দাত নিহত এজন স্কুটাৰ আৰোহী
Assamese
আৰক্ষী ৰাজ প্ৰশ্ন নুসুধিব ট্ৰেফিক নিয়ম সম্পৰ্কত প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকক প্ৰহাৰ আৰক্ষীৰ
Assamese
সৰুপথাৰত গ্ৰেপ্তাৰ সন্দেহযুক্ত চোৰাং চিকাৰী
Assamese
অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল দুটি নতুন অতিথি জন্ম পালে দুটাকৈ ঢেকীয়াপতীয়াৰ পোৱালী
Assamese
পোহৰলৈ আহিল পিএমকেয়াৰ্ছৰ অডিট ৰিপ্ট এবছৰত সংগ্ৰহ ১১হাজাৰ কোটি কত কৰিলে খৰচ
Assamese
ৰাজ্যত কমিছে কৰনাৰ সংক্ৰমণ নতুনকৈ কিমান আক্ৰান্ত হল কভিডত মৃত্যু কিমানৰ
Assamese
বৰপেটাৰ বৰবিলাত পথ দুৰ্ঘটনাত মাতৃকন্যাৰ কৰুণ মৃত্যু
Assamese
সমষ্টিত সক্ৰিয় অখিল গগৈচিকিৎসালয়ত চিকিৎসকৰ অনুপস্থিতিত ক্ষুণ্ণ
Assamese
দোতমা উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকা ভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘট
Assamese
লোকসভাত কংগ্ৰেছক তুলাধুনা মোদীৰ—১০০ বছৰলৈ কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে
Assamese
জনজাতিকৰণঃ বোকা ছটিওৱাৰ খেল বন্ধ কৰাৰ দাবী কোচ ৰাজবংশী জাতীয় পৰিষদৰ
Assamese
পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ভূমিষ্ঠ হৈয়ে লপাথপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়নৰ নেৰ্তৃবৰ্গই
Assamese
শিৱসাগৰত কয়লাৰ ৰেক চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় সংগ্ৰামী সেনা
Assamese
বহলপুৰত বিলাতী সুৰাৰ বিপণী স্থাপনৰ বিৰুদ্ধে দলসংগঠনৰ তীব্ৰ প্ৰতিবাদ
Assamese