text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
অৰুণাচলত হিমস্খলনত সন্ধানহীন সাত ভাৰতীয় সেনাৰ জোৱান উদ্ধাৰ অভিযান অব্যাহত | Assamese |
গুৱাহাটী মহানগৰীত পুনৰ মহিলাক নৃশংস হত্যা | Assamese |
চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ | Assamese |
মিছন ইন্দ্ৰধনুস ৪.০ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই | Assamese |
সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে | Assamese |
বঙাইগাঁৱত অগ্নিকাণ্ডত আঠখন ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত | Assamese |
অব্যাহত চোৰাং বেহা পুৱতি নিশা বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ট্ৰাকসহ ২০ টাকৈ চোৰাং গৰু | Assamese |
চামগুৰিউদমাৰীকঠালগুৰিচাপানলা সংযোগী ৰাজ্যিক ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাত অতিষ্ঠ ৰাইজ | Assamese |
দেশত এমাহৰ পিছত ১লাখৰ তললৈ নামিল কৰনাৰ দৈনিক সংক্ৰমণ নিম্নগামী পজিটিভিটিৰ হাৰ | Assamese |
বোকাখাতত শ্বহীদ কমলা মিৰি বিজু বাউৰী শিল্পী আইদেউ সন্দিকৈ বীৰাংগনা সতী সাধনী আৰু সতী ৰাধিকাৰ প্ৰতিমূর্তি উন্মোচন | Assamese |
শিৱসাগৰ জতকীয়াৰ চাৰিআলি অএন জি চিজিজিএছত নিশা ভয়ংকৰ অগ্নিকাণ্ড | Assamese |
নগাঁৱৰ আমনিত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত ব্যৱসায়ী আমনিত শোকৰ ছাঁ | Assamese |
যোৰহাটৰ নিমাতি ঘাটত পুনৰ এক অঘটন কন্যাসহ আত্মহত্যাৰ চেষ্টা মাতৃৰ | Assamese |
যোৰহাটত উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত তীব্ৰতৰ ড্ৰাগছ বিৰোধী অভিযান | Assamese |
কোকিলকণ্ঠীৰ মৃত্যত শোকাহত অসমোটীয়ক যোৰহাটত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান | Assamese |
সঁচাকৈয়ে মোদীয়ে কোৱাৰ দৰেই আমি পামনে এখন নতুন ভাৰত নিউ ইণ্ডিয়া | Assamese |
লতা মংগেশকাৰৰ সংক্ষিপ্ত জীৱন পৰিক্ৰমা অহংকাৰ কি নাজানিছিল লতাই | Assamese |
উত্তৰ প্ৰদেশৰ নিৰ্বাচনত শাসকৰ মুখ্য চালিকাশক্তি দ্বিজাতি তত্ব | Assamese |
চাপৰত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা | Assamese |
বগা হাতীত পৰিণত গুৱাহাটী পানী যোগান প্ৰকল্পৰ তদন্ত ঘোষণা | Assamese |
ৰাজ্যত হ্ৰাস পাইছে সংক্ৰমণ যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হল কভিডত মৃত্যু কিমানৰ | Assamese |
ফাঁচীবজাৰৰ ব্যৱসায়ীৰ পৰা কোনে তোলে চান্দা মুখ্যমন্ত্ৰীয়ে নিজেই উদঙালে বিজেপিৰ স্বৰূপ | Assamese |
মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ভাষাৰ ছবি খামগ্লিনাই গৌছৌনিৰ শুভ মুক্তি | Assamese |
গুলমাৰ্গৰ ইগলু ৰেষ্টুৰেণ্টে দৃষ্টি কাঢ়িছে পৰ্যটকৰ | Assamese |
সৰস্বতী পূজাৰ দিনাই কলিয়াবৰৰ এখন বিদ্যালয়ে সলালে নাম ফলক | Assamese |
২১৬ ফুট উচ্চতাৰ সমতাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলে মোদীয়ে | Assamese |
সমষ্টিবাসীক স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ | Assamese |
বঙাইগাঁৱত ড্ৰাগছৰ বেহাৰে জৰিত এগৰাকী মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ | Assamese |
প্ৰচণ্ড শিলাবৃষ্টিদ্বিতীয় কাশ্মীৰত পৰিণত গুৱাহাটী | Assamese |
ধুবুৰীত দিশা বৈঠক সম্পন্ন | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণত প্ৰশাসনৰ হাতোৰা | Assamese |
সমগ্ৰ অসমৰ লগতে টীয়কতো বিভিন্ন অনুষ্ঠানত সৰস্বতী পূজা উদযাপন | Assamese |
দেশত পুনৰ হ্ৰাস কৰনাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে সক্ৰিয় ৰোগী কমা নাই দৈনিক মৃত্যু | Assamese |
শ্বেৰমান আলীৰ সৈতে বিজেপিৰ গোপন বুজাবুজি আছে কলে লুৰিনজ্যোতি গগৈয়ে | Assamese |
ধনী ভিক্ষাৰী মহিলা ভিক্ষাৰীৰ বেংক একাউন্টত ওলাইছে লাখ লাখ টকা ৰহস্যটোনো কি | Assamese |
প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাজিত কৰা বিজেপিৰ প্ৰথম সাংসদ জংগা ৰেড্ডীৰ মৃত্যু | Assamese |
ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হল কভিডতমৃত্যু কিমানৰ | Assamese |
৫০ লাখ কভিশ্বিল্ড ভেকচিনৰ অপচয় হোৱা নাইম্যাদ উকলা ভেকচিনো ব্যৱহাৰ হোৱা নাই :কেন্দ্ৰ | Assamese |
নজিৰ ৩০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ ৪০৩ খন আসনতে কংগ্ৰেছৰ প্ৰাৰ্থী | Assamese |
লেখিকা বাণী বৰুৱাৰ হোমিওপেথিক চিকিৎসা ৰত্নাকৰ শীৰ্ষক অনুবাদ গ্ৰন্থ উন্মোচন | Assamese |
ধুবুৰীত বিএছএফআৰক্ষীৰ যুটীয়া অভিযানজাল নোট সহ দুজনক গ্ৰেপ্তাৰ | Assamese |
দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ বিলাসীপাৰা জিলা সমিতি গঠন | Assamese |
কোভিডৰ দৰেই এইচ আই ভিৰ নতুন প্ৰজাতিয়ে সৃষ্টি কৰিছে আতংকৰ | Assamese |
শালকোচা আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে ছাগলী কঢ়িওৱা বাহন | Assamese |
মহানগৰীত মৃত্যুৰ সৈতে যুঁজিছে অগ্নিদগ্ধ বোৱাৰীয়েস্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ | Assamese |
অনুষ্ঠানৰ ছেটটেই ধৰ্ষণৰ বলি বিবিচিৰ মহিলা কৰ্মী অভিযোগক লৈ চাঞ্চল্য | Assamese |
তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনাএকেটা পৰিয়ালৰ তিনিগৰাকী লোক গুৰুতৰ ভাৱে আহত | Assamese |
মৰ্মান্তিক পুনেত নিৰ্মীয়মান অট্টালিকাৰ শ্লেব ভাঙি পৰি নিদ্ৰাৰত ৬জন শ্ৰমিকৰ মৃত্যু | Assamese |
ধ্বংসৰ গৰাহত উত্তৰপূবৰ প্ৰথমটো ক্লক টাৱাৰ কাৰ হেমাহিৰ বাবে আজি এই অৱস্থা | Assamese |
বিধানসভা নির্বাচনৰ পূর্বে বালি সৰবৰাহ গোচৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ভতিজাকক গ্ৰেপ্তাৰ ইডিৰ | Assamese |
বিদায় লৈছে তৃতীয় ঢৌৱে দেশত নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ মৃত্যুক লৈ উদ্বেগ | Assamese |
ছিৰিয়াত আমেৰিকান সেনাৰ অভিযানত নিহত ইছলামিক ষ্টেটৰ শীৰ্ষ নেতা | Assamese |
মাৰ্ঘেৰিটা মহকুমা আৰক্ষীৰ অভিযানত ৫জন যুৱক আটক বৃহৎপৰিমাণৰ ড্ৰাগছ নগদ ধন জব্দ | Assamese |
পাকিস্তানৰ সেনা ঘাটিত বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ ৫জন সেনাকে ধৰি নিহত কমেও ১৯জন | Assamese |
নিৰ্বাচনী হিংসা উত্তৰ প্ৰদেশত আছাদুদ্দিন ওৱেছিৰ গাড়ীলৈ লক্ষ্য কৰি চলিল গুলী | Assamese |
নামদাঙত চোৰাং কয়লাৰ বিৰুদ্ধে অভিযানত তিনিখন মেক্স পিক আপ গাড়ী সহ ৮জনক গ্ৰেপ্তাৰ | Assamese |
তামুলপুৰত অঘটনপ্ৰশিক্ষণৰত সেনাৰ বোমা পৰিল স্থানীয় লোকৰ বাসগৃহত | Assamese |
প্ৰসংগ বেদখলশ্বেৰমান আলি আহমেদৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী সত্র মহাসভাৰ | Assamese |
শিৱসাগৰত গৰু চুৰিৰ পিছত এইবাৰ চাউল চুৰিত নামিল বিজেপি কৰ্মী | Assamese |
মহিলা সহকৰ্মীৰ সৈতে গোপন সম্পৰ্ক ৰ মুৰব্বী জেফ জাকাৰৰ পদত্যাগ | Assamese |
যোৰহাট পুলিবৰ আৰক্ষী থানাই পুনৰ জব্দ কৰিছে বৃহৎ সংখ্যক অবৈধ বিলাতী সুৰা | Assamese |
ম্যানমাৰত ৰক্তাক্ত গণতন্ত্র বিক্ষোভ দমনৰ নামত নৃশংসতা দেশৰ সামৰিক বাহিনীৰ | Assamese |
বিশ্বনাথত গড়ৰ খৰ্গসহ ছয় খৰ্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ | Assamese |
থলুৱা ভূমিহীন পৰিয়ালক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তিছাত্ৰ মুক্তি সংগ্ৰাম সমিতি | Assamese |
লাওখোৱাৰ ৩নং ভূৰবন্ধাত বনৰীয়া মহ নিধন কৰি ভক্ষণ দুষ্ট চক্ৰৰ | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব আৰ্দ্ৰভূমি দিৱস উদযাপন | Assamese |
সাপ ধৰিবলৈ গৈ ফেঁটী সাপৰ দংশনৰ সন্মুখীন প্ৰসিদ্ধ সাপ ধৰা ব্যক্তি ভৱ সুৰেশ চাওঁক ভিডিঅ | Assamese |
সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ ৰাজ্য জুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী | Assamese |
মাৰ্ঘেৰিটাত ড্ৰাগছ ব্যৱসায়ী আটক | Assamese |
কংগ্ৰেছে ১৯৪৭ চনতে বিলোপ কৰা ৰজাৰ ধাৰণা পুনৰ উভতি আহিছেৰাহুল গান্ধী | Assamese |
সমগ্ৰ অসমত অনিৰ্দিষ্ট কাললৈ পঞ্চায়ত গ্ৰাম্য উন্নয়ন বিভাগৰ কৰ্মচাৰীৰ কৰ্ম বিৰতি কাৰ্যসূচী | Assamese |
ভাৰত গোড়ামি আৰু ধৰ্মীয় আধিপত্যৰ ভাবুকি সন্মুখীন হৈছে ৩৭ জন ৰাষ্ট্ৰীয় নেতালৈ ষ্টেলিনৰ পত্ৰ | Assamese |
প্ৰতিজন পুৰুষক ধৰ্ষণকাৰী বুলি গৰিহণা দিয়াটো উচিত নহয় ৰাজ্যসভাত স্মৃতি ইৰাণী | Assamese |
বঙাইগাঁৱত ভাং জব্দ কৰিলে ৰেলৱে আৰক্ষীয়ে | Assamese |
মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত মহিলা নিহত | Assamese |
কোকৰাঝাৰত মিষ্টাৰ আৰু মিচ বিটিআৰ নেচনৱাইড ২০২২ | Assamese |
বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ উদ্যোগত অভিনন্দন গ্ৰন্থ উন্মোচন | Assamese |
অনুষ্ঠিত নহয় অসম সাহিত্য সভাৰ এইবাৰৰ অধিৱেশন | Assamese |
নায়েৰ আলগাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ পৰিচালনা সমিতি গঠন | Assamese |
শিৱসাগৰত গ্ৰাহকক ব্যৱসায়ীৰ ৰামঠগনজালিয়াতিৰে এটা সামগ্ৰীত দুটাকৈ মূল্যৰ ষ্টিকাৰ | Assamese |
ভুৱা ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী চাউল গ্ৰহণ কৰি থকাৰ অভিযোগ বিজেপি নেত্ৰীৰ বিৰুদ্ধে | Assamese |
টীয়কত পুনৰ হেকাৰৰ কৱলত মহিলা | Assamese |
ৰাজ্যিক কেবিনেটৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ সংবাদমেল | Assamese |
তিনি সন্দেহযুক্ত চোৰাং চিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা | Assamese |
কৰ ফাঁকি দিয়া যান বাহনৰ বিৰুদ্ধে অভিযান যোৰহাটৰ পৰিবহণ বিভাগৰ | Assamese |
আলহীৰ ৰূপত অভিনেত্ৰী চোৰ লুটিলে নগদ ধনৰ লগতে সোণৰ আঅলংকাৰ | Assamese |
মুক্ত বিচৰণকাৰী গঁড় ট্ৰেঙ্কুলাইজৰ বাবে মাজুলীত উপস্থিত বিশেষজ্ঞৰ দল | Assamese |
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ ৰাজ্যজুৰি কৰ্মবিৰতি | Assamese |
অসম আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি | Assamese |
মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীবৰপেটাত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী | Assamese |
ডিব্ৰুগড়ত হিৰইন সহ জনক আটক গুৱাহাটীত বৃহৎ পৰিমাণৰ হিৰইন জব্দ | Assamese |
ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হল কভিদতমৃত্যু কিমানৰ | Assamese |
ৰাজ্যৰ স্বাস্থ্য সেৱাত প্রকৃততে কি ঘটিছে কেনেদৰে চলিছে চৰকাৰে স্থাপন কৰা হাস্পাতাল | Assamese |
দেশৰ অতি পৰিচিত সাপ উদ্ধাৰকাৰী ভৱ সুৰেশক দংশন কৰিলে ৰাজফেঁটীয়ে হাস্পাতালত ভৰ্তি | Assamese |
উফৰি গল কোভিড বিধি মাজনিশা মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা দিবলৈ অনুৰাগীৰ হেতাওপৰা | Assamese |
ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ এইবাৰ বৰপেটাত গুলীবিদ্ধ এজন ড্ৰাগছ ব্যৱসায়ী | Assamese |
শান্তিৰ সন্ধান ইনষ্টাগ্ৰামত পষ্ট দি ৬০ মহলাৰ জঁপিয়াই প্ৰাণ দিলে প্ৰাক্তন ই | Assamese |
কেনিয়াত পথত পুতি ৰখা মাইন বিস্ফোৰণত ১৩জন নিহত আহত আন কেইবাজনো | Assamese |
ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হল কোভিডতমৃত্যু কিমানৰ | Assamese |
অসুবিধাত পৰিছে আৰক্ষীক ফোন কৰিবলৈ মুকলি কৰা হল দুটাকৈ নম্বৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.