text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ভাৰতে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছেৰাষ্ট্ৰপতি কোবিন্দ | Assamese |
বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকে উত্তাল কৰি ৰাখিছে মণিপুৰ | Assamese |
অমিক্ৰণতকৈও ভয়াৱহ অ মিত্ৰঁ কোনে কলে | Assamese |
মোদী চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে কিষান মৰ্চাৰ দেশজুৰি বিক্ষোভ কাৰ্যসূচী | Assamese |
বঙাইগাঁৱত গুদামত অগ্নিকাণ্ড বিস্তৰ ক্ষতিসাধন | Assamese |
মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেতিয়া দাখিল কৰিব বাজেট | Assamese |
দেশত কৰনাৰ পজিটিভিটিৰ হাৰ আৰু মৃত্যুক লৈ উদ্বেগ অব্যাহত | Assamese |
হাগ্ৰামা মহিলাৰী বিটিচি অঞ্চলৰ উন্নয়নকামী নেতা তেওঁৰ বহুত গুৰুত্ব আছে ভূপেন বৰা | Assamese |
স্থান নে মান হেৰুৱাইছে বিশ্বনাথত কিয় গেৰুৱা দলত যোগদান কৰিছে অগপঅজাপৰ কৰ্মীয়ে | Assamese |
প্ৰচণ্ড বিস্ফোৰণে কঁপালে শ্বিলং লকডাউনৰ বাবেই ৰক্ষা পৰিল বহুজনৰ প্ৰাণ | Assamese |
ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কিমান লোক আক্ৰান্ত হল কোভিডতমৃত্যু কিমানৰ | Assamese |
চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস পালন | Assamese |
মৰনৈৰ লালাবড়ীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক | Assamese |
কলিয়াবৰ জিলা বৈদিক সমাজৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন | Assamese |
মণিপুৰত বিজেপিয়ে ঘোষণা কৰিলে ৬০ জন প্ৰাৰ্থীৰ নাম তালিকা | Assamese |
শিৱসাগৰত দিগবলয় সাহিত্য চা ৰ প্ৰথম বাৰ্ষিক অধিৱেশন | Assamese |
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংকটজনক অৱস্থাত চিকিৎসাধীন চিকিৎসক দম্পতি | Assamese |
মাজুলীযোৰহাট সংযোগী দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ | Assamese |
মন কি বাত অসমৰ গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ | Assamese |
শিৱসাগৰত যুৱতীৰ পৰা ৩ লক্ষাধিক টকা সৰকাই নিয়া প্ৰৱঞ্চক আৰক্ষীৰ জালত | Assamese |
বঙাইগাঁও জিলা বিজেপিৰ সাংগঠনিক সভা আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি | Assamese |
প্ৰকৃত হিন্দুত্ববাদী হলে গডছেই গান্ধীক নহয় জিন্নাক হত্যা কৰিলেহেঁতেনশিৱসেনাৰ নেতা সঞ্জয় ৰাউট | Assamese |
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা বিশ্বনাথত গুলীবিদ্ধ গঁড় হত্যাৰে জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী | Assamese |
দেশত আৰু নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ মৃত্যুৰ সংখ্যাই অব্যাহত ৰাখিছে উদ্বেগ | Assamese |
ৰাজ্যত আজি নতুনকৈ কিমান লোক আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
ৰাজ্যসভালৈ হাগ্ৰামা মহিলাৰী ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ | Assamese |
দুটা পৃথক এনকাউন্টাৰত কাশ্মীৰত নিহত পাকিস্তানীজইছ কমাণ্ডাৰসহ ৫ সন্ত্ৰাসবাদী | Assamese |
ফোনত চোৰাংচোৱাগিৰি কৰাৰ বাবে ইজৰাইলৰ পৰা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছিল মোদী চৰকাৰে | Assamese |
চৰকাৰী চাকৰিৰ পদোন্নতিত সংৰক্ষণৰ বিষয়ত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে | Assamese |
গোসাইগাঁৱত ট্ৰাকমটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত ২৩ বছৰীয়া মটৰচাইকেল আৰোহী | Assamese |
নৰ্থইষ্ট নাও সাংবাদিক দুলাল মিশ্ৰলৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা | Assamese |
প্ৰাণঘাতী নিও কভ কোভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত কি কলে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ লক্ষ্য বিধায়ক অখিল গগৈৰ | Assamese |
দেশত নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ মৃত্যুৰ সংখ্যাই বঢ়াইছে উদ্বেগ | Assamese |
বিশ্বনাথৰ মিলনপুৰত ৰহস্যজনকভাবে এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য | Assamese |
মহানগৰীৰ মাজমজিয়াৰ মেঘদূত ভৱনত সংঘটিত চুৰিকাণ্ডক লৈ চাঞ্চল্য | Assamese |
টীয়কৰ চিপাহীখোলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশন | Assamese |
ধনেই শক্তি বিজেপিৰ ২০১৯২০ বৰ্ষত সম্পদৰ পৰিমান ৪৮৪৭কোটি টকা ঘোষণা | Assamese |
গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত নাৰ্চক যৌন নিৰ্যাতনৰ অপচেষ্টা চিকিৎসকৰ গোচৰ ৰুজু | Assamese |
মহানগৰীত ৰ পৰা ৬৫০০০ টকা লুটিলে মহিলাই আৰক্ষীৰ জালত অভিযুক্ত মহিলা | Assamese |
অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া | Assamese |
শিৱসাগৰত ড্ৰাগছসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ | Assamese |
বি টি আৰৰ পৰা অবড়ো গাঁও কৰ্তন নোহোৱাত ক্ষোভ যুৱ ছাত্ৰ সন্মিলনীৰ | Assamese |
দেশত কোভিডৰ দৈনিক সংক্ৰমণৰ হাৰ ক্ৰমাৎ নিম্নগামী মৃত্যুৰ সংখ্যাও আহিছে কমি | Assamese |
নগাঁৱত ছাত্ৰ নেতাক গুলীচালনাআজি ৰাজহুৱা শুনানি | Assamese |
সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি | Assamese |
৭০ বছৰ পূৰ্বে টাটাৰ পৰা কাঢ়ি নিয়া এয়াৰ ইণ্ডিয়া পুনৰ টাটাৰ হাতত উৎফুল্লিত কৰ্মচাৰী | Assamese |
ভাৰতৰ এটি কেঁচুৱাকে ধৰি বিশ্বত মাত্ৰ ১৪ জন লোকহে আক্ৰান্ত হৈছে এই ৰোগত | Assamese |
সমবায় সমিতি গঠনেৰে স্বাৱলম্বনৰ সপোন দেখিছে কলিয়াবৰৰ মহিলাই | Assamese |
কাজিৰঙাৰ ডি এফ অ ৰমেশ কুমাৰ গগৈলৈ কৰ্মশ্ৰী পুৰস্কাৰ | Assamese |
ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
নিলাম হল এলবাৰ্ট আইনষ্টাইনৰ কালজয়ী আপেক্ষিকতাবাদ তত্ত্বৰ পাণ্ডুলিপি | Assamese |
মাৰ্ঘেৰিটাৰ উত্তৰপূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলিৰ দাবীত লিডুত যুৱ ছাত্ৰৰ অৱস্থান ধৰ্মঘট | Assamese |
আফগানিস্তানৰ পৰিস্থিতিকলৈ উদ্বিগ্ন মোদী ভাৰত আৰু মধ্য এছিয়াৰ মাজত সহযোগিতাৰ পোষকতা | Assamese |
বিশিষ্ট লেখককবিসাংবাদিক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগ নগাঁৱত শোকৰ ছাঁ | Assamese |
গণৰাজ্য দিৱসৰ দিনাই গঁড় হত্যা প্ৰতিৰোধৰ বাবে কাজিৰঙাত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনী নিয়োগ | Assamese |
কোভিডত আক্ৰান্ত হল কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ | Assamese |
দিল্লী উচ্চ ন্যায়ালয়ে ২০ লাখৰ পৰা ২ লাখ টকালৈ হ্ৰাস কৰিলে জুহি চাওলাৰ জৰিমনা | Assamese |
জিলা উপায়ুক্তৰ দ্বাৰা বোকাখাতত ধান ক্ৰয় কেন্দ্ৰ মুকলি | Assamese |
কেঁচু খান্দোতে ওলাল সাপড্ৰাগছৰ সন্ধানত যোৱা আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল আটক যুৱক | Assamese |
অৰুণাচলৰ সন্ধানহীন কিশোৰক ভাৰতীয় সেনাক হস্তান্তৰ কৰিলে চীনে | Assamese |
কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ মহতীয়াই ভাঙিলে কেইবাটাও বাসগৃহ | Assamese |
অবৈধ শিল খননশিৱসাগৰত ছাত্ৰ মুক্তিৰ প্ৰতিবাদত বাধা আৰক্ষীৰ | Assamese |
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হলে ২ মিনিটতকৈ অধিক আন গাড়ী ৰখাব নোৱাৰিব কেবিনেটৰ সিদ্ধান্ত | Assamese |
কলিয়াবৰত বনভোজ খাবলৈ গৈ যুৱকৰ মৃত্যু মৃতদেহ উদ্ধাৰ | Assamese |
কভিদসৃষ্ট পৰিৱেশৰ মাজতে কোকৰাঝাৰত বিটিআৰৰ দ্বিতীয় চুক্তি দিৱস | Assamese |
আৰক্ষীয়ে নহয় গুৱাহাটীত ড্ৰাগছ আসক্ত মহাবিদ্যালয়ৰ ছাত্ৰক হাতেলুটে ধৰিলে ৰাইজে | Assamese |
নগাঁও এনকাউণ্টাৰ কাণ্ডৰাজহুৱা শুনানি গ্ৰহণ কৰিব অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে | Assamese |
এনকাউণ্টাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ | Assamese |
বিটিচিত জিলাৰ সংখ্যা পাঁচ খনলৈ বৃদ্ধি নৱ গঠিত জিলাত উৎসাহউদ্দীপনাৰে গণৰাজ্য দিৱস পালন | Assamese |
বঙাইগাঁও জিলাত কোভিডত এজনৰ মৃত্যুঃ নতুনকৈ আক্ৰান্ত ৫৯ গৰাকী ব্যক্তি | Assamese |
কোকৰাঝাৰ বিছমুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন ভৰ্তি ট্ৰাক জব্দ | Assamese |
গুৱাহাটী আইআইটিত অঘটন ছাত্ৰাবাসৰ বিচনাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ | Assamese |
কবিতা গীতমাৰ্চপাষ্টেৰে কলিয়াবৰত উদযাপন ৭৩ সংখ্যক গণৰাজ্য দিৱস | Assamese |
কোভিডৰ সঁচাকৈয়ে অন্ত পৰিবনে কি কলে বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
কোভিডৰ সংহাৰৰ মাজতে দিল্লীত পুনৰ ডেংগুৰ সংহাৰ | Assamese |
বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃএম এছ লক্ষ্মী প্ৰিয়াৰ শ্ৰেষ্ঠ জিলা নিৰ্বাচনী বিষয়া হিচাপে বঁটা গ্ৰহণ | Assamese |
কভিড পৰিস্থিতিৰ মাজত বিশ্বনাথতো ৭৩ তম গণৰাজ্য দিৱস উদযাপন | Assamese |
২০২২ বৰ্ষৰ পদ্ম বঁটা বিজয়ীৰ নাম ঘোষণা অসমৰ দুগৰাকীলৈ পদ্মশ্ৰী সন্মান | Assamese |
জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকসহ জাতীয়তাবাদী শিবিৰৰ বহু ছাত্ৰ নেতাই পিন্ধিলে গেৰোৱা বসন | Assamese |
পাষাণ মাতৃপিতৃমৰিয়নীত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ সদ্যজাত শিশু | Assamese |
শিৱসাগৰত ফলেন নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ কাম নকৰাকৈয়ে ধন মোকলালে এ | Assamese |
ভাৰতীয় সেনাৰ চীফ অৱ দ্য ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে নিযুক্ত অসমৰ ৰাণা প্ৰতাপ কলিতা | Assamese |
ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত আক্ৰমণ অবৈধ চাউল ব্যৱসায়ীৰ আক্ৰমণৰ বলি সাংবাদিক | Assamese |
ৰক্ষকেই এতিয়া ভক্ষক গো সুৰক্ষা আইন অনা ৰাজ্যৰ বিজেপি চৰকাৰৰ শাসনত কিমান সুৰক্ষিত গোধন | Assamese |
সমগ্ৰ দেশবাসীৰ লগতে কলিয়াবৰতো ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি | Assamese |
উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব | Assamese |
মৃতদেহ সলনি অসম মেডিকেল কলেজ হাস্পাতালত মৃতকৰ আত্মীয়ক দিলে আন মৃতদেহ | Assamese |
লিডুত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ প্ৰকৃত তথ্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত | Assamese |
নগাঁৱত ভূৱা এনকাউন্টাৰৰ ঘটনা ৰাজপথ অৱৰোধ কৰি ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ | Assamese |
খেয়ালী প্ৰকৃতিবিৰল তুষাৰপাতৰ ফলত ৱাণ্ডাৰলেণ্ডলৈ ৰূপান্তৰিত বিশ্বৰ আটাইতকৈ উষ্ণ মৰুভূমি চাহাৰা | Assamese |
কলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ আহত বৃদ্ধা | Assamese |
ৰৌতাৰ সৰ্বহেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই চালক আহত আন দুজন | Assamese |
কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা | Assamese |
কোভিড হটস্পটত পৰিণত সংসদ ভৱন সহস্ৰাধিক কৰ্মচাৰী আক্ৰান্ত | Assamese |
হেলিকপ্তাৰেৰে কোকৰাঝাৰলৈ বিয়া খাবলৈ গল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | Assamese |
যুদ্ধংদেহী টেট্ উত্তীৰ্ণ শিক্ষক১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আন্দোলন | Assamese |
বিশ্বনাথত ৭৩ তম গণৰাজ্য দিৱস উদযাপন কৰাৰ বাবে সাজু জিলা প্ৰশাসন | Assamese |
প্রথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন কৰিবলৈ সাজু হৈছে নৱগঠিত তামুলপুৰ জিলা | Assamese |
অমিক্ৰণৰ গণ সংক্ৰমণৰ মাজতে দেশত নিম্নগামী কোভিডৰ দৈনিক সংক্ৰমণ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.