text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ | Assamese |
আৰক্ষীৰ সন্ত্ৰাস তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যক ডিএছপিৰ প্ৰহাৰ | Assamese |
নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলনড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য | Assamese |
বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ | Assamese |
কোভিড টেষ্ট হ্ৰাস ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
চাপৰত নেতাজীৰ ১২৫ সংখ্যক জন্মজয়ন্তী পালন | Assamese |
সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতালৈ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা২০২০২১ | Assamese |
১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হব নৈশ সান্ধ্যআইন খোলা হব বিদ্যালয়োঘোষণা মুখ্যমন্ত্ৰীৰ | Assamese |
দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু | Assamese |
ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰাৰ ঘটনাৰ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া | Assamese |
বঙাইগাঁও জিলাত নতুনকৈ শতাধিক ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড | Assamese |
জুৰীয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত নাৰী সৰবৰাহকাৰী চক্ৰ | Assamese |
ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সৰবৰাহকাৰী জব্দ ড্ৰাগছ | Assamese |
কৰনাৰ আতংক নিজৰ বিয়াও স্থগিত ৰাখিলে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে | Assamese |
প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীৰ গুলীনগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন দাবী অখিল গগৈৰ | Assamese |
দেশত দৈনিক সংক্ৰমণ সামান্য নিম্নগামী হলেও পজিটিভিটিৰ হাৰ উদ্বেগজনক | Assamese |
যোৰহাটৰ উজনি তিম তিমিয়াৰ ৰাজীৱ গান্ধী গ্ৰাম্য প্ৰকল্পৰ সমীপত পাইপলাইনত ভয়ংকৰ অগ্নিকাণ্ড | Assamese |
টীয়কৰ চাহ বাগিচাৰ হাতখোলাত অগ্নিকাণ্ডত ভষ্মীভূত চাহ শ্ৰমিকৰ বাসগৃহ | Assamese |
মহানগৰীত গ্ৰেপ্তাৰ হাৰিয়ানাৰ দুজন প্ৰৱঞ্চক | Assamese |
কি হৈছে অসমত এইবাৰ নগাঁৱত আৰক্ষীয়ে গুলীয়ালে ছাত্ৰ নেতাক | Assamese |
ৰাজ্যত নতুনকৈ ২৪ ঘন্টাত কিমান লোক আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
জম্মুকাশ্মীৰবাসীক পুনৰ টোপ দিলে অমিত শ্বাহে কি টোপ | Assamese |
সদৌ অসম ক্ষুদ্ৰ চাহ সন্থাৰ যোৰহাট জিলা সমিটিৰ একাদশ ত্ৰিবাৰ্ষিক অধিৱেশন | Assamese |
চাপৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কল্পনা নাগৰ মৃত্যু | Assamese |
ভেকচিন গ্ৰহণ নকৰা বা আংশিকভাবে গ্ৰহণ কৰা লোকৰেই সৰ্বাধিক মৃত্যু ঘটিছে কোভিডৰ তৃতীয় ঢৌত | Assamese |
বৰুৱা দম্পতিক আকাশে কিয় হত্যা কৰিছিল আৰক্ষীৰ চাৰ্জশ্বীটত বিস্ফোৰক তথ্য | Assamese |
যোৰহাটত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত | Assamese |
পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলক বৰ্ধিত হাৰত মজুৰি প্ৰদানৰ কৰ্তৃপক্ষৰ লিখিত প্ৰতিশ্ৰুতি | Assamese |
হৃদৰোগত আক্ৰান্ত হৈ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু | Assamese |
বিহালীত বনৰজাৰ আতংক বাঘৰ আক্ৰমণত নিহত বহুটো পশুধন | Assamese |
কভিডৰ তৃতীয় ঢৌকিমান লোক চিকিৎসাধীন হৈ আছে জি এম চি এইচত | Assamese |
বুঢ়াপাহাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকত খুন্দিয়াই দাউ দাউকৈ জ্বলিল হুণ্ডাই ভেনো নিহত ১ | Assamese |
ন ৰূপত জিলিকি উঠিব মহাত্মা গান্ধীয়ে ভাষণ দিয়া শিৱসাগৰৰ ঐতিহাসিক কালি প্ৰসাদ মেমৰীয়েল হল | Assamese |
মুম্বাইৰ বহু মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড কমেও ৭জন লোকৰ মৃত্যু আহত ১৫জন | Assamese |
কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী ১.৩০কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ | Assamese |
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীক চৰকাৰৰ প্ৰতাৰণাৰ অভিযোগ | Assamese |
দেশত সামান্য নিম্নগামী দৈনিক সংক্ৰমণ অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ১০হাজাৰ অতিক্ৰম | Assamese |
ক্ষমতা লাগে হাগ্ৰামাক বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হব বিপিএফ আজি চূড়ান্ত কৰিব সিদ্ধান্ত | Assamese |
ৱাকিং জনঘোষণাবিশ্বনাথত পুৱা ৫ বজাৰ পৰা ৭ বজালৈ যানবাহন চলাচলত দণ্ডাধীশৰ নিষেধাজ্ঞা | Assamese |
কনিষ্টবল নিযুক্তিৰ আৰম্ভনিতে কেৰোণ বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল আৰক্ষীৰ মুখ্য কাৰ্যালয় | Assamese |
দৰাচলতে কিমান জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইণ্ডিয়া টুডে সমীক্ষাই কি কলে | Assamese |
দিল্লীৰ পৰা কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিৰোধিতা ৬৩ শতাংশ লোকৰ | Assamese |
কভিদৰ গ্ৰাসএসপ্তাহৰ বাবে বন্ধ ডিব্ৰুগড়ৰ ৫ খন বিদ্যালয় | Assamese |
অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কিয় | Assamese |
কভিদত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা | Assamese |
গোৱালপাৰাৰ কৃষ্ণাইত চিলনী চোৰে থপিয়াই নিলে তিনি লাখ টকা | Assamese |
ৰাজহুৱা স্থানত সমাবেশ আদিৰ ক্ষেত্ৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা | Assamese |
চাপৰত ১২ টা চোৰাং গৰু জব্দ দুজনক গ্ৰেপ্তাৰ | Assamese |
শক্তিশালী ভূমিকম্পই জোকাৰি গল ৰাজ্যক অভিকেন্দ্ৰ মিজোৰাম | Assamese |
মাৰ্ঘেৰিটাৰ জাগুনত বন্যহস্তীৰ তাণ্ডৱ নিশা ভাঙি লণ্ড ভণ্ড কেইবাটাও বাসগৃহৰ লগতে দোকান | Assamese |
আদালতে জামিন নাকচ কৰিলে উদ্ভাৱক উদ্ধব ভৰালীৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ | Assamese |
কাজিৰঙাৰ পৰা ওলাই অহা বাঘে পাহাৰগুৰিত চলালে সন্ত্ৰাস আক্ৰমণৰ বলি তিনিটাকৈ গোধন | Assamese |
প্ৰকৃতি সুৰক্ষা আৰু ৰক্তদানৰ প্ৰতি সজাগতা সৃষ্টিৰে পদযাত্ৰা কৰা দৰঙৰ যুৱক গৌৰিশংকৰ টীয়কত | Assamese |
পাঁচ দশকৰ পাছত ইন্দিৰা গান্ধীয়ে নিৰ্মাণ কৰা অমৰ জোৱান জ্যোতি শিখা নুমুৱালে মোদীয়ে | Assamese |
দেশত কোভিডত আজি আক্ৰান্তৰ সংখ্যা প্ৰায় চাৰে তিনি লাখ বৃদ্ধি পালে মৃ্ত্যুৰ সংখ্যা | Assamese |
শ্বিলঙত মাস্ক পৰিহিত দুস্কৃতিকাৰীৰ আক্ৰমণত আহত তিনিজন লোক | Assamese |
প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত ফুল পোহৰ টয়লেটৰ বাবে কিমান খৰচ কৰা হৈছিল | Assamese |
মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰেঅজাপ | Assamese |
লাইনত থিয় হোৱাটোৱে বৃত্তি মাহিলি আয় ৫ লাখ টকা কত কোনে এনেদৰে কৰিছে উপাৰ্জন | Assamese |
ৰাজ্যত উদ্বেগজনক কোভিড পৰিস্থিতি আজি কিমান হল আক্ৰান্ত মৃত্যু কিমানৰ | Assamese |
গোৱালপাৰাতো বিয়পিছে সংক্রমণ টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ তিনি শিক্ষককৰ্মচাৰী কনাত আক্ৰান্ত | Assamese |
মৃত্যু বাৰ্ষিকীত সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ টীয়ক অগপ ছাত্ৰ সন্থাৰ | Assamese |
পুনৰ কাজিৰঙাত গঁড় হত্যা কহৰাত চোৰাং চিকাৰীয়ে হত্যা কৰি গঁড়ৰ খৰ্গ লৈ উধাও | Assamese |
পথ দুৰ্ঘটনাত নিহত পিতৃমাতৃ দিক্ বিদিক হেৰুৱাইছে চয়নিকাতন্ময়ে মামাক সহায়ৰ আহ্বান | Assamese |
আঁৰত প্ৰেমৰ সম্পৰ্ক যুৱকৰ নিৰুদ্দেশক লৈ উত্তপ্ত হাজো আৰক্ষী থানা | Assamese |
আলফাস্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ যুৱকৰ | Assamese |
তিনি খন জিলাত চলি আছে ঠেঙাল কচাৰী স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ | Assamese |
দেশত এদিনতে কোভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক | Assamese |
উত্তৰ শালমাৰত দুৰ্বিসহ জীৱন কটোৱা বৃদ্ধা সুশীলা ৰায়ৰ গৃহত আক্ৰাছুৰ সঁজাতি দল | Assamese |
চীনে অপহৰণ কৰা অৰুণাচলৰ নাবালকক উদ্ধাৰৰ বাবে পিএলএৰ সৈতে সম্পৰ্ক স্থাপন ভাৰতীয় সেনাৰ | Assamese |
কোভিডৰ সংহাৰবাতিল হল ঐতিহাসিক জোনবিল মেলা পালন কৰা হব কেৱল ধৰ্মীয় পৰম্পৰাহে | Assamese |
মাক্স পৰিধান নকৰা আৰু কোভিড ভেকচিনৰ প্ৰমাণপত্ৰ নথকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আৰক্ষী | Assamese |
বঙাইগাঁৱত চিকিৎসকৰ নিদানপত্ৰ অবিহনে ঔষধ প্ৰদান কৰা ফাৰ্মাচিষ্ট আৰু হোমিওপেথিক ফাৰ্মাচিষ্টৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ | Assamese |
অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা কি পদৰ বাবে কেতিয়া পৰীক্ষা | Assamese |
অসমত স্থাপন হব প্ৰথম খন মুকলি চিৰিয়াখানা কি সুবিধা থাকিব ইয়াত | Assamese |
ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি আক্ৰান্ত হল কিমান | Assamese |
কোভিডত আক্ৰান্ত হৈ কলিয়াবৰত প্ৰথমজন ব্যক্তিৰ মৃত্যু | Assamese |
কোভিডৰ মহা সংহাৰ ভাৰতে ২৮ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিলে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল | Assamese |
শিৱসাগৰত ফৰলেন নিৰ্মাণত অনিয়ম | Assamese |
যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডগ্ৰেপ্তাৰ হোৱা টীয়কৰ সুভাষ বৰাক ৫০ দিনৰ পাছত নিৰ্দোষী ঘোষণা | Assamese |
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ প্ৰতিবাদ কংগ্ৰেছৰ | Assamese |
বঙাইগাঁৱত এটিএম ভাঙি ৪০ লক্ষাধিক টকা লুটৰ ঘটনাত জৰিত তিনিজনক গ্ৰেপ্তাৰ | Assamese |
বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত কভিড পুনৰীক্ষণ সভা | Assamese |
ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা ধুবুৰীৰ সন্ধানহীন নাবালিকাক মহাৰাষ্ট্ৰত উদ্ধাৰ | Assamese |
গুৱাহাটী ৰেলৱে ষ্টেচনত ভয়ংকৰ ঘটনা বিদ্যুৎপৃষ্ট হৈ মৃত্যু ৰেল চালকৰ | Assamese |
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ | Assamese |
টীয়কত ভয়ংকৰ অগ্নিকাণ্ড ১০ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ | Assamese |
মাৰ্ঘেৰিটাত অব্যাহত কয়লাৰ চোৰাং বেহা জেচিবি সহ কয়লা ভৰ্তি বলেৰ জব্দ | Assamese |
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কৰণাৰ দৈনিক সংক্ৰমণ তথা মৃত্যুৰ হাৰ | Assamese |
দুবছৰে সন্ধানহীন ওদালগুৰিৰ নাবালক ছাত্রৰ সন্ধান ওলাল উত্তৰ প্ৰদেশত | Assamese |
অসমমেঘালয় সীমা বিবাদঅসমৰ একাংশ মাটি মেঘালয়ক এৰি দিব অসম চৰকাৰে | Assamese |
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী | Assamese |
আফগানিস্তানৰ আশ্ৰাফ গনিৰ কাৰ্যকালৰ মহিলা মন্ত্ৰীয়ে দাঙি ধৰিলে যৌন নিৰ্যাতনৰ ভয়ংকৰ তথ্য | Assamese |
স্বস্তি দ্ৰুত সংক্ৰমণৰ আতংকৰ মাজতে দেশত নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ পজিটিভিটিৰ হাৰ | Assamese |
কোভিড পজিটিভ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি জিএমচিএইচত ভৰ্তি | Assamese |
ৰ টকা উলিয়াই দিয়াত সহায় কৰি কাৰ্ড সলনিৰে লুটিলে একাউন্টৰ ধন আটক প্ৰৱঞ্চক | Assamese |
কোভিড১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন বিশ্বনাথৰ ৪গৰাকী চিকিৎসক আৰু ৩গৰাকী চিকিৎসাকৰ্মী | Assamese |
অসমতো কৰনাৰ ৰঙা চকু ২৪ ঘন্টাতে আক্ৰান্ত প্ৰায় ৭হাজাৰ ১১গৰাকীৰ মৃত্যু | Assamese |
শিল্পী দিৱসত ৰূপকোঁৱৰলৈ অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি | Assamese |
টীয়কত দিন দুপৰতে চুৰিকাণ্ড সংঘটিত লুটিলে ৪ লাখতকৈ অধিক টকাৰ সম্পত্তি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.