text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
শিৱসাগৰত জ্যোতিপ্ৰসাদক স্মৰণ স্মৃতিগ্ৰন্থ উন্মোচন | Assamese |
দেশত সামান্য নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ পজিটিভিটিৰ হাৰ প্ৰায় ২০ শতাংশ | Assamese |
দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অনিশ্চিত অসমৰ প্ৰতীকপট উপেক্ষিত শ্বহীদ কনকলতা | Assamese |
কি হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ কাম কাজত ভাঙি পৰিছে ইখনৰ পিছত সিখন দলং | Assamese |
ভোগালীৰ উছাহৰ মাজতে দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে ওদালগুৰি জিলাৰ কলাইগাঁও | Assamese |
চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে গেইলৰ সঞ্চালক ই এছ ৰংগনাথনক উদ্ধাৰ নগদ ১.২৯ কোটি টকা | Assamese |
ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ নতুনকৈ ২৪ ঘন্টাত কিমান হল আক্ৰান্ত | Assamese |
আৰক্ষী বিষয়াক অপমান কৰ্তব্যত বাধা প্ৰদান কৰা উদণ্ড বিজেপি বিধায়কে শাস্তি লাভ কৰিব নে | Assamese |
ইনষ্টাগ্ৰামত ৩০ কোটি ফলোৱাৰ থকা প্ৰথমগৰাকী মহিলা কোন তেওঁ জানেনে | Assamese |
হৰিদ্বাৰত ধৰ্ম সংসদত ঘৃণা ভৰা ভাষণৰ অভিযোগত অভিযুক্ত ধৰ্মীয় নেতাক গ্ৰেপ্তাৰ | Assamese |
কোভিডৰ সংহাৰ২২ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলী নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে | Assamese |
ভাৰতে প্ৰথমে কাকো আক্ৰমণ নকৰেসেনা প্ৰধান নাৰাভানে | Assamese |
নান বলাৎকাৰ কাণ্ডবিশ্বপ ফ্ৰাঙ্কো মুলাক্কালক দোষমুক্ত কৰাৰ বিৰুদ্ধে আবেদন কৰিব আৰক্ষীয়ে | Assamese |
মুম্বাই ৰিয়েলটি গ্ৰুপৰ ৪১০ কোটি টকাৰ সম্পত্তি জব্দ এনফৰ্ছমেণ্ট সঞ্চালকালয়ৰ | Assamese |
কৰনাৰ সংক্ৰমণৰ কবলত পৰি ১.৫ ইঞ্চি চুটি হৈ গল পুৰুষাংগ যুৱকৰ দাবীত স্তম্ভিত গৱেষক | Assamese |
গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত সন্দেহজনক ডকাইত | Assamese |
পহিলা মাঘৰ দিনাই কোকৰাঝাৰ চহৰত বৃহৎপৰিমাণৰ মূল্যবান চোৰাং শাল কাঠ জব্দ | Assamese |
দেশত ২৪ ঘটনাত আক্ৰান্ত ২লাখ ৬৮হাজাৰ অমিক্ৰণ আক্ৰান্ত ৬হাজাৰ অতিক্ৰম | Assamese |
ভোগালীৰ উছাহৰ মাজতে ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ নতুনকৈ কিমান আক্ৰান্ত | Assamese |
ভোগালীৰ উৰুকাৰ মাজতে নিৱনুৱাৰ সপোন চাৰখাৰ কৃষকৰ খেতিসামগ্ৰী ধ্বংস দুৰ্বৃত্তৰ৫লাখ টকাৰ ক্ষতি | Assamese |
ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত কোন এই ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক | Assamese |
উৰুকাৰ নিশা মহানগৰীৰ ৰাজপথত কিমান টকাৰ জৰিমনা আদায় কৰিলে আৰক্ষীয়ে | Assamese |
অসমত কোল ইণ্ডিয়াৰ অবৈধভাৱে ৪৯০০ কোটি টকাৰ কয়লা খনন আয়োগৰ প্ৰতিবেদনত গোঁমৰফাঁক | Assamese |
কোভিডত আক্ৰান্ত হল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ | Assamese |
মেঘালয়ৰ গৃহমন্ত্ৰীৰ কনভয়ৰ বাহনত দুচকীয়া বাহনৰ খুন্দা এজনৰ মৃত্যু | Assamese |
ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত ১৫ জানুৱাৰীৰ পৰা কঠোৰ হব চৰকাৰ কেনেধৰণৰ কঠোৰ ব্যৱস্থা | Assamese |
ৰাজ্যৰ তিনিখন জিলাত গৃহৰক্ষী বাহিনীত পুনৰ মকৰলৰ বাবে আবেদন পত্ৰ আহ্বান | Assamese |
উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৩৪ খন আসনহে লাভ কৰিব কোনে কৰিলে এই দাবী | Assamese |
১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব ২০২২২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট | Assamese |
অসমৰ আদিবাসী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰকআছা | Assamese |
আজি মাঘ বিহুবুঢ়া মেজী জ্বলাই সকলোৱে ৰক্ষা কৰিলে পৰম্পৰা | Assamese |
অৱশেষত হৰিদ্বাৰ ধৰ্ম সংসদত বিদ্বেষমূলক মন্তব্যৰ বাবে অন্যতম অভিযুক্তক গ্ৰেপ্তাৰ | Assamese |
মটৰ চাইকেল দুর্ঘটনাত ৰাজ্যত আজি এজন লোকৰ মৃত্যু | Assamese |
দেশত ২৪ ঘটনাত আক্ৰান্ত ২লাখ ৬৪হাজাৰ পজিটিভিটিৰ হাৰ ১৪শতাংশ অতিক্ৰম | Assamese |
উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত | Assamese |
এখন ৰহস্যঘন নাটক নেতাৰ শঠা মিতিৰালিৰ ছবিয়ে ধূসৰ কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি | Assamese |
ৰাজ্যত জটিল কোভিড পৰিস্থিতি উদ্বেগজনকভাবে বৃদ্ধি সংক্ৰমণ নতুনকৈ কিমান হল আক্ৰান্ত | Assamese |
বিকানেৰগুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৮জনলৈ বৃদ্ধি এতিয়াও সংকটজনক বহু যাত্ৰী | Assamese |
ভূমি বিবাদক লৈ লাহৰীঘাটত পাঁচজনে মিলি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক | Assamese |
পশ্চিমবংগৰ ময়নাগুৰিত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিকানেৰগুৱাহাটী এক্সপ্ৰেছ নিহত কমেও ৫জন | Assamese |
কাছাৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৯৩জন কোভিডত আক্ৰান্ত কন্টেইনমেন্ট জন ঘোষণা | Assamese |
অমানুষিক নাবালিকাক গণধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে চোকা অস্ত্ৰ কত এই ঘটনা | Assamese |
আম আদমী ফোনকল বা মেচেজৰ দ্বাৰাই নিৰ্বাচন কৰা হব পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ব্যতিক্ৰমী কেজৰিৱাল | Assamese |
কৰনা প্ৰতিৰোধত সহায় কৰিব কাইলৈ ১কোটি লোকে কৰিব সূৰ্য নমস্কাৰ | Assamese |
দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম | Assamese |
সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱ গঠিত জিলা সমিতিৰ শপত গ্ৰহণ | Assamese |
উৰুকাত থলুৱা মাছৰ উজান উঠিছে শিৱসাগৰত | Assamese |
ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি আক্ৰান্ত হল কিমান | Assamese |
চাপৰত তীৰ খেলৰ চাৰিজন এজেণ্টক আটক | Assamese |
উৰুকাৰ এসাজ খোৱাৰ আশাৰে কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত গ্ৰাহকৰ ভিৰ | Assamese |
ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ভাষা বিষয়ক আলোচনা চক্ৰ | Assamese |
কোভিড ১৯ :বঙাইগাঁও জিলাত ৰাজহ চক্ৰ পৰ্যায়ৰ নিৰীক্ষণ কমিটী গঠন | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাত বাধা প্ৰশাসনৰ | Assamese |
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনউচ্চতম ন্যায়ালয়ে গঠন কৰি দিলে তদন্ত কমিটি | Assamese |
বঙাইগাঁও জিলাত ডেৰ শতাধিক লোক কোভিডত আক্ৰান্ত | Assamese |
চামগুৰিৰ সোনাৰিবালিত নকল টকা বনোৱা মেচিনসহ এজনক আটক | Assamese |
পূব কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ এজনক গ্ৰেপ্তাৰ | Assamese |
ৰাজ্যত ২৪ ঘণ্টাত কভিদত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি আক্ৰান্ত হল কিমান | Assamese |
২৪ বছৰে ভোগালীৰ আনন্দই স্পৰ্শ কৰিব নোৱাৰা এখন গাঁও উৰুকাৰ নিশা শোকত কাতৰ হয় গাঁওবাসী | Assamese |
আৰক্ষীক আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী হল নগাঁৱৰ ছয় যুৱক | Assamese |
গহপুৰত স্বামীৰ প্ৰহাৰত প্ৰাণ গল পত্নীৰ পলাতক স্বামী | Assamese |
তামুলপুৰত পুনৰ বনৰীয়া উপদ্ৰৱ হাতীৰ আক্ৰমণত নিহত এজন আহত দুজন | Assamese |
দেশত সামান্য হ্ৰাস দৈনিক সংক্ৰমণ তথাপি পজিটিভিটিৰ হাৰ ১০.৬৪ শতাংশ | Assamese |
ভূমি কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কাছাৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী | Assamese |
ঐতিহাসিক ধোদৰ আলিনিৰ্মাণৰ পিছতেই বখলা বখলে এৰাইছে পথ ঠিকাদাৰঅভিযন্তাৰ বিৰুদ্ধে থানাত গোচৰ | Assamese |
বনভোজলৈ যাবলৈ অনুমতি নিদিয়াৰ বাবেই মহানগৰীত ১৯বছৰীয়া যুৱতীৰ আত্মহত্যা | Assamese |
অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰানৰ | Assamese |
চিকিৎসা বিজ্ঞানৰ চমৎকাৰ মানৱ দেহত গাহৰিৰ কলিজা সফলতাৰে প্ৰতিষ্ঠাপন গঢ়িলে ইতিহাস | Assamese |
লক্ষ্য সংক্ৰমণ প্ৰতিৰোধ গোলাঘাটত কভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ | Assamese |
কৰনাত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী | Assamese |
বহিঃৰাজ্যত চলন্ত ৰেলত হত্যাৰ বলি হল অসমৰ যুৱক | Assamese |
দেশত কিমান শতাংশ কোভিড আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে ৰাজ্য সমূহলৈ কেন্দ্ৰই দিলে কি সতৰ্কবাণী | Assamese |
চাপৰ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত বাধা | Assamese |
অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া কোচ ৰাজবংশী সকলে অধিকাৰ খৰ্ব কৰি জনজাতিকৰণ দাবী কৰা নাই | Assamese |
ডিমাপুৰৰ পৰা কোহিমা অভিমুখে পদযাত্ৰা আৰম্ভ | Assamese |
ঐতিহাসিক আঠখেলীয়া নামঘৰৰ সংকট মোচনৰ বাবে সংবাদমেল | Assamese |
বঙাইগাৱঁত দাৰে ঘপিয়াই এজনক হত্যা হত্যাকাৰীৰ আৰক্ষী চকীত আত্মসমৰ্পন | Assamese |
বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীয়ে হত্যা কৰিলে ৫ টাকৈ টুপীমূৰীয়া বান্দৰ | Assamese |
বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটনৰ চৰম সংঘাত কেনে আছিল | Assamese |
ইন্দোৰৰ পৰা ছুল্লি ডীলছৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ | Assamese |
মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত | Assamese |
ৰ ভিত্তিত অসমৰ বাসিন্দাৰ নাগৰিকত্বৰ আবেদন মানি ললে গুৱাহাটী উচ্চ ন্যায়ালয়ে | Assamese |
দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৮০ হাজাৰ আৰম্ভ ভেকচিনৰ বুষ্টাৰ ডজ | Assamese |
গোসুৰক্ষা আইনক ভেঙুচালি আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা | Assamese |
ভয়ংকৰ বাইক দুৰ্ঘটনাত প্ৰাণ গল দুই যুৱকৰ | Assamese |
ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
তেলেংগানাত ৱাইচি নিজামক তুলাধুনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
কৃষ্ণাইৰ বেকীপুলত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ | Assamese |
প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত কোভিড পৰ্যালোচনা বৈঠক | Assamese |
বহুৰূপী কনা ডেল্টা ফ্লোৰনাৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি ডেল্টাক্ৰন কত পৰিল ধৰা | Assamese |
বিপিন ৰাৱাটৰ মৃত্যুশীঘ্ৰে নতুন চিডিএছৰ নাম ঘোষণা নকৰে কেন্দ্ৰই | Assamese |
টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৭ সংখ্যক যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত বিৰল প্ৰজাতিৰ দল হৰিণৰ বিভাগীয় গণনা | Assamese |
বঙাইগাঁৱত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন | Assamese |
মোহভংগ এইবাৰ বিজেপিলৈ নহয় বিজেপিএজিপিৰ পৰা কংগ্ৰেছ দলত যোগদান | Assamese |
ৰাজ্যত নৈশ কাৰ্ফিউৰ সময়ত অব্যাহত আছে গৰু অবৈধ সুৰাৰ চোৰাং সৰবৰাহ | Assamese |
দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৬০ হাজাৰ পজিটিভিটিৰ হাৰ ১০ শতাংশ অতিক্ৰম | Assamese |
পলাতক অৱস্থাত থকা ড্ৰাগছ আসক্ত যুৱকৰ আত্মসমৰ্পন | Assamese |
পাকিস্তানত প্রচণ্ড তুষাৰপাতত আৱদ্ধ প্ৰায় ১হাজাৰ গাড়ী ঠাণ্ডাত শিশুকে ধৰি ২২জন পৰ্যটকৰ মৃত্যু | Assamese |
বুল্লি বাই এপৰ মূল অভিযুক্ত অসমৰ নীৰজ বিষ্ণইয়ে দিল্লী আৰক্ষীক দিলে আত্মহত্যাৰ ভাবুকি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.