text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বিনা অভিযোগত ৩বছৰ কাৰাবাস খটাৰ পাছত অৱশেষত মুকলি হল ছৌদি আৰৱৰ ৰাজকুমাৰী | Assamese |
ৰাজ্যত আজি কোভিডত আক্ৰান্ত হল কিমান লোক মৃত্যু কিমানৰ | Assamese |
চাপৰত ওৰে নিশা ক পৰা ভাঁহি আহে ডি জেৰ বিকট শব্দআৰক্ষীয়ে জানেকিন্তু পদক্ষেপহে নলয় | Assamese |
উত্তৰ প্ৰদেশত পুনৰ চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে টুইট কৰিলে যোগী আদিত্যনাথে | Assamese |
৩১ ডিচেম্বৰ মুক্ত উৰুকাৰ ভোজৰ নিশা ১০ বজালৈকে সাধাৰণ লোকে ক্ষোভ উজাৰিলে ফেচবুকত | Assamese |
নিমাতী ঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ নিকটাত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান | Assamese |
কভিড আক্ৰান্ত হৈ মৃত্যু ঘটা সমাজকৰ্মী বিনোদ কুমাৰ ভাগৱতীৰ স্মৃতিত গ্ৰন্থ উন্মোচন | Assamese |
শিৱসাগৰত ৰাইজৰ দলৰ প্ৰথম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন | Assamese |
বঙাইগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন | Assamese |
কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত আক্ৰাছুৰ ২১ সংখ্যক কেন্দ্ৰীয় ছহিদ দিৱস উদযাপন | Assamese |
মাতৃভাষাৰ আগশাৰী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন | Assamese |
বিশ্বনাথ ঘাটত অচিনাক্ত মৃতদেহৰ লগত উদ্ধাৰ হোৱা ১৯ জাঁই গুলীক লৈ চাঞ্চল্য | Assamese |
বিশ্বনাথত পুনৰ সংঘটিত হল এনকাউন্টাৰৰ ঘটনা আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া চুজল ওৰফে শিৱা ভূঞা | Assamese |
কৰনাতংক দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৪২ হাজাৰ ৯.২৮ শতাংশলৈ বৃদ্ধি পজিটিভিটিৰ হাৰ | Assamese |
+ ৰাজ্যত এদিনতে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে এহেজাৰৰ ঘৰ | Assamese |
টীয়কত ফকলেণ্ড চুৰ কৰা অৱস্থাত চাৰিজনক আৰক্ষীক গতালে স্থানীয় যুৱকে | Assamese |
বিজেপি বিধায়কক মঞ্চতেই কাণতলীয়া চৰ শোধালে কৃষক নেতাই | Assamese |
মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে গাঁৱৰ জকাইচুকৰ পৰা দিল্লীলৈ চলিব প্ৰতিবাদ | Assamese |
শিৱসাগৰত চিপিআই কংগ্ৰেছ দলৰ বহু কৰ্মীৰ ৰাইজৰ দলত যোগদান | Assamese |
মহানগৰীৰ গীতানগৰত ভয়ংকৰ অগ্নিকাণ্ড বিস্তৰ ক্ষতিৰ আশংকা | Assamese |
মাইক্ৰ ফাইনেঞ্চৰ উদগনিমূলক উপহাৰৰ পৰা বঞ্চিত মহিলাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ | Assamese |
কোভিডৰ সংহাৰ গুৱাহাটী মহানগৰীৰ তিনিটা অঞ্চলক কোভিড হটস্পট ঘোষণা কি কি অঞ্চল | Assamese |
ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত কভিড ভেকচিন সজাগতামূলক বাটৰ নাট | Assamese |
পঞ্জাৱৰ ঘটনাৰ প্ৰভাৱ বঙাইগাঁৱতকংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত যুৱ মৰ্চাৰ ধৰ্ণা | Assamese |
বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজ বিষ্ণৈক বহিষ্কাৰ কৰিলে ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা | Assamese |
কোভিডৰ নতুন ঘোষণা কি কি নতুন নিৰ্দেশনা | Assamese |
বৃদ্ধি পাব গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড সংখ্যা প্ৰস্তুত কৰা হৈছে খচৰা তালিকা | Assamese |
চৰাইদেউত চিগাৰেট জ্বলাবলৈ গৈ তিনি শিশুৰ কৰুণ মৃত্যু | Assamese |
কুম্ভীঝাৰত উদ্ধাৰ এটি হৰিণা বন বিভাগে মানস অভয়াৰণ্যত এৰিলে গাভিনী পহুটো | Assamese |
কৰনাত আক্ৰান্ত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা | Assamese |
অমিক্ৰণক সহজভাৱে নলব সতৰ্ক কৰি দিলে ৰ মুৰব্বীয়ে | Assamese |
এনকাউন্টাৰ নগাঁৱত আৰক্ষীৰ গুলীত আহত সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰী | Assamese |
কোকৰাঝাৰৰ মাৰ্চেন্ট কালীবাৰীত চুৰিকাণ্ড লুটি নিলে মন্দিৰৰ তিনি লাখ টকাৰ সাসামগ্ৰী | Assamese |
নিয়ন্ত্ৰণহীন কৰনা দেশত দৈনিক সংক্ৰমণ ১লাখ অতিক্ৰমপজিটিভিটিৰ হাৰ ৭.৭৪ শতাংশলৈ বৃদ্ধি | Assamese |
যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য নিচাযুক্ত টেবলেটসহ আটক চাৰিজন যুৱক | Assamese |
টীয়কৰ জাঁজীমুখত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গল গুটি ধানৰ ভঁৰাল আন বহু মূল্যবান সামগ্ৰী | Assamese |
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কোভিডৰ দৈনিক সংক্ৰমণপজিটিভিটিৰ হাৰ আজি কিমান আক্ৰান্ত | Assamese |
কৰনাত আক্ৰান্ত গুৱাহাটীৰ সাংসদ কুইন ওজা জিএমচিএইচত ভৰ্তি | Assamese |
অসমৰ পৰা গ্ৰেপ্তাৰ কৰা বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজক লৈ দিল্লীত উপস্থিত আৰক্ষী | Assamese |
ৰাজ্যত কোভিড১৯ৰ ৰঙা চকু আজি সন্ধিয়া পৰ্যালোচনা বৈঠকৰ পাছতে আহিব নতুন নিৰ্দেশনা | Assamese |
মৰ্মান্তিক কৃষ্ণাইত শাহুৱেকৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে জোৱায়েকৰ সলিল সমাধি | Assamese |
দিব্যাংগ লোকক হুইল চেয়াৰ বিতৰণ বিধায়ক অখিল গগৈৰ | Assamese |
ইটালীৰ পৰা আহি অমৃতসৰত নমা বিমানৰ ১২৫গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিল কৰনা পজিটিভ | Assamese |
মাজুলী বন বিভাগৰ কৰ্মচাৰীসকলক আৰণ্যকৰ ক্ষেত্ৰ সঁজুলি প্ৰদান | Assamese |
গুৱাহাটী ত কভিদৰ ব্যাপক সংক্ৰমণ কণ্টেইনমেণ্ট জন ঘোষণা | Assamese |
ৰংজুলিৰ ধনুভাঙাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবেই বন্ধ বিদ্যালয়ৰ পাঠদান | Assamese |
বুল্লি বাই এপ কাণ্ডৰ মাষ্টাৰমাইণ্ডক অসমৰ পৰা গ্ৰেপ্তাৰ | Assamese |
মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ২ঘন্টীয়া অৱস্থান ধৰ্মঘট মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ | Assamese |
অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলেও ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হব পাৰে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী | Assamese |
উলুৱনী আৰক্ষীৰ অভিযানত ৫ কেজি ভাং জব্দ এজনক আটক | Assamese |
কোভিডত আক্ৰান্ত হল কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ভাৰতী পাৱাৰ | Assamese |
বঙাইগাঁৱৰ ভূমিশ্বৰনাককাটি শাখা সাহিত্য সভাৰ উদ্যোগত থলুৱা গীতৰ কৰ্মশালা | Assamese |
বিশ্বনাথত ড্ৰাগছ সহ যুৱক আটক চাৰিটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ | Assamese |
নিম্নমানৰ কাম ঠিকাদাৰক ধমক অখিল গগৈৰ গোচৰ তৰাৰ সকিয়নী | Assamese |
কিয় পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ | Assamese |
বঙাইগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ মুঠ ভোটাৰ ১৭৯৭৩৫ গৰাকী | Assamese |
নিৰ্বাচনকেন্দ্ৰিক হিংসামাজনিশা যুদ্ধক্ষেত্ৰত পৰিণত কটন বিশ্ববিদ্যালয়বহু ছাত্ৰ আহত | Assamese |
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাছতে এইবাৰ শিক্ষকলৈ বিশেষ ছুটী | Assamese |
অসমত দুজন অমিক্রন আক্রান্ত লোকক চিনাক্ত | Assamese |
ফিব্ৰোডিস্প্লাছিয়া অচিফিকেনছ প্ৰগ্ৰেচিভা :যেতিয়া পেশীসমূহ ৰূপান্তৰিত হয় হাড়লৈ | Assamese |
শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ফটোসম্বলিত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ | Assamese |
হাজোত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন | Assamese |
পঞ্জাৱত ৰাজপথতে ১৫২০ মিনিট ধৰি আবদ্ধ প্ৰধানমন্ত্ৰী মোদী নিৰাপত্তাৰ ত্ৰুটিৰ বাবে প্ৰতিবেদন বিচাৰিলে গৃহ দপ্তৰে | Assamese |
জখলাবন্ধাত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ উদ্ধাৰ ৩৫ টা গৰু | Assamese |
ৰংঘৰত ভূমিকম্প হঠাতে লাগিল হুৱাদুৱাতাৰ পিছত কি কৰিলে প্ৰশাসনে | Assamese |
বিহালী আৰু বিশ্বনাথ সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ | Assamese |
বাক্সাৰ নাগ্ৰীজুলিত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্র ছাত্ৰীক কভিদ ভেকচিন প্ৰদান | Assamese |
তুলি লোৱা নাবালিকা শিশুক ধৰ্ষণ পদ্ম জয়ী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ | Assamese |
ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত অলকা মিত্তাল | Assamese |
যোৰহাট পুলিবৰ আৰক্ষীৰ অভিযানত জব্দ এখন চোৰাং গৰু ভৰ্তি ট্ৰাক তিনিজনক গ্ৰেপ্তাৰ | Assamese |
দেশত কৰনাৰ দৈনিক সংক্ৰমণ ৩৭হাজাৰ অতিক্ৰম অমিক্ৰণত আক্ৰান্ত প্ৰায় ১৯০০ লোক | Assamese |
মুখ্যমন্ত্ৰীক কিয় প্ৰশংসা কৰিলে অখিল গগৈয়ে কি কামৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ অখিলৰ | Assamese |
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সচিবালয়ৰ কৰ্মচাৰী | Assamese |
যোৰহাটৰ বাজাজ ডিলাৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনাত পতিত ডাক্টৰৰ চিহ্ন লগোৱা বিলাসী গাড়ী | Assamese |
পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ মহানগৰীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী | Assamese |
ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ মুখ্যমন্ত্ৰীৰ বক্তব্য গৰিহণাযোগ্যডি ৱাই এফ আই | Assamese |
দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল কৰনাত আক্ৰান্ত বৰ্তমান হোম আইছলেশ্যনত | Assamese |
ৰাজ্যত হঠাতে বৃদ্ধি পালে সংক্ৰমণপজিটিভিটিৰ হাৰ নতুনকৈ কিমান হল আক্ৰান্ত | Assamese |
বঙাইগাঁও চাপৰত ১৫১৮ বছৰ বয়সৰ ছাত্ৰছাত্ৰীক কোভিড টিকা প্ৰদানৰ শুভাৰম্ভণি | Assamese |
অসমমেঘালয় সীমা সমস্যাআঞ্চলিক সমিতিৰ প্ৰতিবেদন আদানপ্ৰদান | Assamese |
বঙাইগাঁৱত ভাঙি চোৰে লুটিলে ৪০ লক্ষাধিক টকা | Assamese |
ভেকচিন প্ৰদানৰ গতি খৰতকীয়া কৰক নিৰ্বাচনমুখী পাঁচ ৰাজ্যক নিৰ্দেশ নিৰ্বাচন আয়োগৰ | Assamese |
এনকাউণ্টাৰঅসম চৰকাৰক সংঘৰ্ষত হোৱা মৃত্যুৰ তদন্তৰ বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ | Assamese |
বোকাখাত মহকুমাত ১৫১৮ বছৰৰ কিশোৰকিশোৰীক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভ | Assamese |
বীৰ লাচিত সেনাৰ প্ৰতিবাদত বাধা আৰক্ষীৰ শৃংখল চলিহাক আটক | Assamese |
কোভিড হটস্পটত পৰিণত কলকাতা২৪ ঘণ্টাত ১০০ ৰো অধিক চিকিৎসক কোভিডত আক্ৰান্ত | Assamese |
ৰাজ্যত আৰম্ভ হব কোভিড ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান প্ৰক্ৰিয়া কেতিয়া কোনে পাব এই ভেকচিন | Assamese |
কলিয়াবৰত এম্বুলেঞ্চ প্ৰদান কৰি চৰকাৰক সমালোচনা সাংসদ গৌৰৱ গগৈৰ | Assamese |
মই এনে এজন আৰক্ষী অধীক্ষক বিচাৰো যিয়ে মোক কব পাৰে নিৰাপত্তা অবিহনেই আপুনি মোৰ জিলা ভ্ৰমণ কৰিব পাৰিবমুখ্যমন্ত্ৰী | Assamese |
লখিমপুৰ খেৰী হত্যাকাণ্ড৫০০০ পৃষ্ঠাৰ অভিযোগনামাত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক প্ৰধান অভিযুক্ত হিচাবে চিহ্নিত | Assamese |
কলগাছিয়াত যুৱতীৰ মৃতদেহ উদ্ধাৰ প্ৰেমিকে হত্যা কৰাৰ সন্দেহ | Assamese |
বিশ্বনাথকোকৰাঝাৰত ১৫১৮ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীক ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ | Assamese |
দেশত কৰনাৰ দৈনিক সংক্ৰমণ ৩৩হাজাৰ অতিক্ৰম আৰম্ভ ১৫ বছৰ উৰ্দ্ধৰ টীকাকৰণ | Assamese |
দুলীয়াজানত আজিৰে পৰা আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া সন্মিলন উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা | Assamese |
অতীত বোমাগুলিবাৰুদৰ শব্দ ভাৰতভূটান সীমান্তৰ বগামাটিলৈ এতিয়া বনভোজকাৰীৰ লানি নিছিগা সোঁত | Assamese |
নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপুৰ শংকৰঘোলাই বহন কৰিছে পৰ্যটনৰ বিশাল সম্ভাৱনা প্ৰয়োজন চৰকাৰৰ সুদৃষ্টিৰ | Assamese |
ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ আক্ৰাছুৰ | Assamese |
বোকাখাতত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত | Assamese |
ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হল কোভিডত মৃত্যু কিমানৰ | Assamese |
টকাই টকা ৰাজস্থানৰ ছনৱালিয়া শেঠৰ মন্দিৰৰ দানপাত্ৰ খুলি হতবাক কৰ্তৃপক্ষ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.