text
stringlengths
1
2.59k
language
stringclasses
10 values
দেশত সুৰক্ষিত নহয় মহিলা পুনৰ বৰ্বৰ এচিদ আক্ৰমণত আহত মহিলা
Assamese
ৰহস্যজনক মৃত্যু ধৰ্মগুৰুৰ দাবী উঠিছে চি বি আই তদন্তৰ
Assamese
ৰাজ্যত শেহতীয়া কভিদ পৰিস্থিতি কি বৃদ্ধি পাইছে নেকি কভিদ সংক্ৰমণ
Assamese
গুৱাহাটীত উপস্থিত ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভট্ট
Assamese
কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ য়াবা টেবলেট
Assamese
বিকাশ ঘটিব জল পৰিবহনৰ নতুনকৈ ২০ খন জাহাজ ক্ৰয়ৰ প্ৰতিশ্ৰুতি পৰিবহন মন্ত্ৰীৰ
Assamese
৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ বিগ বিলিয়ন ডে চলিব অফাৰ বৰষুণ
Assamese
চাঞ্চল্যকৰ খৱৰ তালিবান নেতা বৰাদৰক বন্দী কৰি ৰাখিছে হাক্কানিয়ে আখুন্দাজাদাৰ মৃত্যু হৈছে
Assamese
কাৰ্বি আংলঙত ১.৫ কিলোগ্ৰাম হিৰইন জব্দ
Assamese
তৃতীয়বাৰলৈ কানাডাৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত জাষ্টিন ট্ৰুডো
Assamese
তামুলপুৰৰ লতিবাৰীৰ পৰা নিৰুদ্দিষ্ট দুগৰাকী ছাত্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য
Assamese
হায় স্মাৰ্টচিটি এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ গল ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন অঞ্চল
Assamese
ৰাজ্যসভাৰ অসমৰ একমাত্ৰ আসনখনৰ বাবে মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে
Assamese
ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে নিশা চলোৱা অভিযানত আটক ৪ শতাধিক দালাল
Assamese
বিশ্ব প্ৰকৃতি নিধিৰ সাহায্যবাইনকুলাৰ মটৰচাইকেল আৰু কম্পিউটাৰ প্ৰদান
Assamese
বড়ো জাতিকলৈ খেলা নকৰিবলৈ আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰক সকিয়ালে গৌৰ্জন মুছাহাৰীয়ে
Assamese
আলফা স্বাধীনৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব দিলে অমিত শ্বাহে
Assamese
বিবাহ পঞ্জীয়নৰ নতুন বিধেয়ক বৈধতা পাব বাল্য বিবাহে
Assamese
কংগ্ৰেছত যোগদান নিশ্চিত কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীৰ
Assamese
তামুলপুৰ প্ৰেছ ক্লাৱৰ অষ্টম দ্বিবাৰ্ষিক অধিবেশনৰ সামৰণি
Assamese
কোকৰাঝাৰৰ সংঘৰ্ষকলৈ তদন্তৰ ইংগিত দিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে
Assamese
গোলাঘাটত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ দিশা বৈঠক সম্পন্ন
Assamese
বিশ্ববিদ্যালয় চৌহদত আততায়ীৰ গুলীবৰ্ষণ৮ জন নিহত
Assamese
হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ সদনত মিছা মাতি নিজকে ধৰা পেলালে কিয় এইদৰে কলে উপমন্যু হাজৰিকাই
Assamese
আলফা স্বাধীন মোক্ষম আঘাতঅসমঅৰুণাচল সীমান্তত ধৰা পৰিল সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম
Assamese
কনাতংকৰ মাজতে ডেংগুৰ সন্ত্ৰাস দেশৰ ১১ খন ৰাজ্যলৈ কেন্দ্ৰৰ সতৰ্ক বাৰ্তা
Assamese
২ টা নহয়কোভিডৰ ৫ টাকৈ ভেকচিন ললে বিজেপি নেতাই ষষ্ঠ ভেকচিনটো লব লাগিব ডিচেম্বৰত
Assamese
অসম মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সন্তোষজনক
Assamese
কৃষি আইন বাতিল কৰক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতেই কেন্দ্ৰক দাবী পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ
Assamese
ইনষ্টাগ্ৰামৰ এটা সাহসী পোষ্টেৰে চৰ্চাত অসম কন্যা
Assamese
শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চচাইটি লিমিটেডৰ বঙাইগাঁও শাখা উদ্বোধন
Assamese
অক্টোবৰত লোৱা হব চিনেমা গৃহ পুনৰ মুকলিৰ সিদ্ধান্ত
Assamese
বিশ্বনাথৰ মধুপুৰত ভয়াৱহ পথ দুৰ্ঘটনা ফ্লিপকাৰ্টৰ সামগ্ৰী বিতৰণ কৰা মহিলা আহত
Assamese
বিজেপিৰ একমাত্ৰ বিকল্প দল কংগ্ৰেছ হাফপেন্ট বিতৰ্কত কি মন্তব্য সাংসদ গৌৰৱ গগৈৰ
Assamese
পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত ললে চৰণজিত সিং চন্নীয়ে
Assamese
বোকাখাতৰ ৰাজহুৱা খেলপথাৰত গঁড়ৰ খৰ্গ দাহ কৰাৰ প্ৰস্তুতি ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজহুৱাকৈ কৰা হব দাহ
Assamese
বাংগালুৰুত মেল পুলিচৰ উদ্ভণ্ডালিদুজনক আটক
Assamese
শিৱসাগৰত পাবজি খেলিবলৈ কিশোৰে সমনীয়াৰে মিলি মাতৃৰ একাউন্টৰ পৰা চুৰ কৰিলে ১৯ লাখ টকা
Assamese
ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ তাৰকা বক্সাৰ শিৱ থাপাৰ
Assamese
অসমৰ এন আৰ চি চূড়ান্ত বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশে স্পষ্ট কৰিলে এই কথা
Assamese
দুঃসাহসিক ৰছীৰ ওপৰেৰে খোজকাঢ়ি ছিয়েন নৈ পাৰ হল ফ্ৰান্সৰ যুৱকে শিহৰণকাৰী ভিডিঅ
Assamese
কনা পৰিস্থিতিয়ে উপাৰ্জনহীন কৰিছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পীক সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ
Assamese
গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাৰ ঘোষণা কৃষি বিভাগৰ দুৰ্নীতি আঁতৰাই সংস্কাৰ সাধন কৰা হব
Assamese
জল্পনাকল্পনাৰ পৰিল ওৰ নিৰ্বাচিত হল পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী
Assamese
সুখজিন্দৰ ৰান্ধাৱা হব পাৰে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী
Assamese
বঙাইগাঁৱত নিয়োগ পৰ্যালোচনা কমিটী বুজ ললে খালী হৈ থকা বিভাগীয় পদৰ
Assamese
গুজৰাটৰ সমুদ্ৰ তীৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ইৰানী নাওঁ জব্দ
Assamese
চিকিৎসালয়ৰ নিৰাপত্তাকৰ্মীয়েই প্ৰহাৰ কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যক শুনি আচৰিত প্ৰধানমন্ত্ৰীও
Assamese
ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন চিনেমা হলৰ কৰ্মচাৰীৰ চিনেমা হল সমূহ পুনৰ খুলি দিয়াৰ দাবী
Assamese
প্রহসনত পৰিণত গোলাঘাটৰ মীন বিভাগৰ আঁচনি
Assamese
কুমাৰীকাটাত নিশা বন্যহস্তীৰ তাণ্ডৱঘৰদুৱাৰ ভাঙি বিধ্বস্ত
Assamese
আৰক্ষীৰ গুলীত নিহত জৌংছাৰ মুছাহাৰীৰ গাঁৱত উত্তেজনা আৰক্ষীৰ বাধা নেওচি মৃতদেহ লৈ সমদল যাত্ৰা
Assamese
ডিব্ৰুগড়ত উত্তেজনা ৰাজপথত উদ্ধাৰ এটা মৰ্টাৰৰ খোলা
Assamese
দুখীয়াৰ ভগৱান চনু চুড তীব্ৰ সংকটত পৰিব পাৰে ভয়ানক বিপদত
Assamese
কিয় ৯০ বছৰ গোপনে ৰখা হব প্ৰিন্স ফিলিপৰ উইল জনালে আদালতে
Assamese
টীয়কত পাৰিবাৰিক কন্দলৰ পাছতে পুখুৰীত পৰি আত্মহত্যা মহিলাৰ
Assamese
ৰাজ্যৰ ৯ চাহ কোম্পানীৰ শ্রমিককৰ্মচাৰীলৈ দুৰ্গা পূজাৰ বোনাচ
Assamese
অকালতে হেৰুৱাইছে চুলি কেনেকৈ ঘুৰাই আনিব মূৰৰ চুলি চাওক কেইটামান সহজ দিহা
Assamese
গুৱাহাটীত পুনৰ এনকাউণ্টাৰৰ ঘটনা
Assamese
মণিপুৰত বিদ্ৰোহী সংগঠন জেলিয়াংগ্ৰঙ ইউনাইটেত ফ্ৰণ্ট জেঞ্চুই গোটৰ দুজন কেডাৰক আটক
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণত স্বস্তি হ্ৰাস পালে সক্ৰিয় ৰোগীৰ সংখ্যাও
Assamese
অসমৰ দুজন সাহিত্যিকলৈ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা
Assamese
বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ পৰলোকপ্ৰাপ্তি
Assamese
বিশিষ্ট আইনজ্ঞ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ মৃত্যু আত্মহত্যাৰ সন্দেহ
Assamese
দেশৰ ন্যায় ব্যৱস্থাক ভাৰতীয়কৰণ আহ্বান জনালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই
Assamese
ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছত থাকিলে ভাল মন্ত্ৰীৰ পদ পালেহেঁতেন:গৌৰৱ গগৈ
Assamese
২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ মোদীৰ জন্মদিনটোলৈকে কিয় ৰৱলগীয়া হল চিদাম্বৰমৰ প্ৰশ্ন
Assamese
শিহৰণকাৰীবাংগালুৰুত চাৰিদিন ধৰি পাঁচটা মৃতদেহৰ সৈতে কটালে এটি আঢ়ৈ বছৰীয়া কন্যা শিশুৱে
Assamese
নিগাজী হব দিল্লী ৰাজ্যসভাৰ সাংসদ হব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Assamese
পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিলে অমৰিন্দৰ সিঙে
Assamese
দুৰ্নীতিৰ অভিযোগত মীন বিভাগৰ বিষয়ালৈ জাননী প্ৰেৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
Assamese
প্ৰধান মন্ত্ৰীৰ জন্মদিনত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কৰিলে ভাৰতীয় যুৱ কংগ্ৰেছে
Assamese
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ তৃণমূল কংগ্ৰেছত যোগদান
Assamese
কুৰিদিনীয়া জন্মোৎসৱৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ বিশ টা প্ৰধান ব্যৰ্থতা উদঙালে কংগ্ৰেছে
Assamese
+ চিন্তা নকৰিবআধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগৰ দিন বৃদ্ধি কৰিছে চৰকাৰেঅন্তিম দিন কেতিয়া
Assamese
নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি কলে বিধায়ক পদ্ম হাজৰিকাই
Assamese
সংবাদ মাধ্যমে অনুধাৱন কৰিব পাৰিছেনে মোদীৰ জনপ্ৰিয়তাৰ গভীৰতা কিমান
Assamese
দেশৰ ১৩ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম তালিকাত একেসময়তে অনুমোদন উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ
Assamese
শ্ৰীমন্ত শংকৰদেৱ দ্য পলিমেথ ফ্ৰম ইণ্ডিয়া শীৰ্ষক অনলাইন বক্তৃতাৰ বাবে আমেৰিকাৰ ৰাটগাৰ্চ বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ ড°সঞ্জীৱ কুমাৰ বৰকাকতিক
Assamese
সমবায় সমিতিৰ বিৰুদ্ধে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক প্লাষ্টিক চাউল বিতৰণৰ অভিযোগ
Assamese
গুৱাহাটীৰ আঠগাঁৱত চোকা অস্ত্ৰৰে আক্ৰমণ অটো চালকক
Assamese
দেশত পুনৰ বৃদ্ধি পাবলৈ লৈছে কৰনাৰ দৈনিক সংক্ৰমণ টিকাকৰণত বিশ্ব অভিলেখ ভাৰতৰ
Assamese
অনুৰ্বৰ ভূমি আৰু পৰিত্যক্ত খনিত ভাৰতৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট অৰণ্য নিৰ্মাণ কৰিবলৈ লৈছে ছত্তীছগড়ে
Assamese
আশ্চৰ্য মণ্ডল আৰু চক্ৰ বিষয়াৰ ছত্ৰছায়াত ম্যাদী পট্টাৰ ১০০ বিঘা মাটি চমজাই দিলে অন্য লোকক
Assamese
অক্টোবৰৰ ১ তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হব উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষা
Assamese
১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা ৬৫ বছৰীয়া এজন লোকক আটক হাজো আৰক্ষীৰ
Assamese
নগাঁৱত ভয়ংকৰ দুৰ্ঘটনাথিতাতে নিহত দুজন
Assamese
আৰক্ষীৰ এনকাউন্টাৰত নিহত নৱগঠিত বড়ো উগ্ৰপন্থী সংগঠন ইউ এল বিৰ দুই কেডাৰ
Assamese
কোভাক্সিনৰ ভাগ্য নিৰ্ণয় ভাৰতীয় ভেকচিনক লৈ ৫ অক্টোবৰত বৈঠকত বহিব বিশ্ব স্বাস্থ্য সংস্থা
Assamese
কিয় আফগানিস্তানৰ নতুন চৰকাৰক স্বীকৃতি দিবলৈ খৰধৰ নকৰাৰ কথা কলে প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
নিশা গোলাঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান উদ্ধাৰ হৈছে ১০ গ্ৰাম হেৰইন
Assamese
ৰাজ্যৰ লগতে বোকাখাত মহকুমাতো কভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যাপক অভিযান
Assamese
গো সুৰক্ষাতকৈ নাৰী সুৰক্ষাত গুৰুত্ব দিয়ক চৰকাৰে মীৰা বৰঠাকুৰ
Assamese
উপ নিৰ্বাচনৰ পিছত থাওৰবাসীয়ে সুশান্ত বৰগোঁহাইক প্ৰাক্তন বিধায়ক হিচাপে চিনি পাব অখিল গগৈ
Assamese
বোধোদয় নিজৰ গালতে চৰৰ উপৰি চৰ মাৰিলে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু কিয়
Assamese
দুৰ্গোৎসৱত মেলামুখিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থাককস্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
Assamese
তেজপুৰত ১ কিলোগ্ৰামতকৈও অধিক নকল সোণৰ বিস্কুট জব্দএজনক আটক
Assamese
নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ললে জগদীশ মুখীয়ে
Assamese
সাক্ষী হওঁক বিৰল মহাজাগতিক পৰিঘটনাৰ:আজি আৰু কাইলৈ আকাশত খালি চকুৰেই দেখিবলৈ পাব বৃহস্পতি আৰু শনি গ্ৰহক
Assamese