text
stringlengths
1
2.59k
language
stringclasses
10 values
বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি অকৰ্তৃত্বশীল মেচিন নাওভুটভুটী চলাচলত দুমাহলৈ নিষেধাজ্ঞা
Assamese
আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ প্ৰায় ২৬ লক্ষ জনতা বিকল্প ব্যৱস্থাৰে সমস্যা সমাধানৰ দাবী
Assamese
কানহাইয়াৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা নাকচ কৰিলে চিপিআইৰ নেতৃত্বই
Assamese
টিৰাপ মৌজাৰ অন্তৰ্গত বিভিন্ন ৰাজহ গাঁৱত গাওঁবুঢ়া নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ
Assamese
১৭ ছেপ্টেম্বৰত কলা দিৱস পালন কৰিব পাঞ্জাৱ আপএ
Assamese
লাচিত ঘাটত পাঁচখন নতুন জাহাজ উদঘাটন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Assamese
দেশত পুনৰ বৃদ্ধি পাইছে কৰনাৰ দৈনিক সংক্ৰমণ এইবাৰ উদ্বিগ্নতা বঢ়াইছে মহাৰাষ্ট্ৰই
Assamese
পুনৰ অশান্ত হোৱাৰ দিশত বড়োভূমি নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে মাৰিলে ভুমুকি
Assamese
এজন শিক্ষকৰ প্ৰচেষ্টাত বিদ্যালয়ৰ ৰূপ পাইছে গাঁৱৰ ভিতৰুৱা পথে
Assamese
কেলিফৰ্ণিয়াত বনজুইৰ পৰা বচাবলৈ ব্লেংকেটেৰে ঢাকি দিয়া হল বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাচীনওখ গছডালক
Assamese
মহানগৰীত দিনদুপৰতে ডকাইতী দুৰ্বৃত্তই লুটিলে পাঁচ লাখ টকা
Assamese
ধুবুৰীত আটক দুই বাংলাদেশী নাগৰিক
Assamese
মেঘালয়ত বৃদ্ধি পাইছে বিদ্ৰোহী সংগঠনৰ কুচকাৱাজ
Assamese
এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিত মহেন্দ্ৰ সিং ধোনী
Assamese
অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যবেক্ষকেহে ছাত্ৰীক হাফপেণ্ট পিন্ধি পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল স্থিতি স্পষ্ট কৰিলে তেজপুৰৰ অধ্যক্ষই
Assamese
তামুলপুৰৰ কচুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন গুৰুতৰভাবে আহত আন এজন
Assamese
বাঘেখোৱা চাপৰিত মহিলাৰ বেগ এটা উদ্ধাৰনিমাতী নাও দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ
Assamese
দুধনৈৰ মাজজাখিলীত বন্যহস্তীয়ে খাই তহিলং কৰিছে খেতি মূৰেকপালে হাত দিছে কৃষকে
Assamese
২৪৭৯ টা গঁড়ৰ খৰ্গ ধ্বংস কৰাত অনুমোদন জনালে অসম ৰাজ্যিক কেবিনেটে
Assamese
চাইবাৰ অপৰাধৰ ঘাটিত পৰিণত হৈছে বাংগালুৰু চহৰ
Assamese
গোলাঘাটৰ ন্যায়িক আদালত কক্ষত চিলিং খহি আঘাতপ্ৰাপ্ত তিনি কৰ্মচাৰী
Assamese
এজন ব্যক্তিৰ বেংক একাউণ্টত সোমাল ৫ লক্ষাধিক টকাকলে এইয়া মোদীৰ ১৫ লাখ টকাৰ প্ৰথমটো কিস্তি
Assamese
বিদ্যুৎ বিভাগৰ বৰ্ধিত মাচুলক লৈ সৰৱ ছাত্র মুক্তি সংগ্ৰাম সমিতিশক্তি মন্ত্রীৰ পদত্যাগ দাবী
Assamese
গোলাঘাটৰ বকিয়াল মহল তিনিআলিত কৰুণ ঘটনা হাতীৰ গছকত প্ৰাণ গল পিতৃ আৰু দুবছৰীয়া পুত্ৰৰ
Assamese
নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা পি ডি ৰ তিনি সদস্যৰ আত্মসমৰ্পণ
Assamese
আৰক্ষীৰ পৰা উৎকোচ লৈ নগাঁৱত গ্ৰেপ্তাৰ কোষাগাৰৰ মহিলা বিষয়া
Assamese
আলফা স্বাধীন ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে অভিযোগনামা দাখিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা
Assamese
মাৰ্ঘেৰিটাত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ ৩টিকৈ শিশু শ্ৰমিক
Assamese
গোসুৰক্ষা আইন২০২১ বাতিলৰ দাবীত বঙাইগাঁৱত চিপিআই এম প্ৰতিবাদী কাৰ্যসূচী
Assamese
ৰাজ্যত পূজাৰ বাবে নতুন কেনেদৰে উদযাপন কৰিব পাৰিব পূজা
Assamese
১ অক্টোবৰৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষা
Assamese
ভৰা নৈত বুৰিল যাত্ৰী ভৰ্তি নাও ৪ জন নিহত৭ জন সন্ধানহীন
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালক সকীয়নী দিয়ে কিন্তু তেওঁ নিজে জাতিৰ দালালী কৰিছে উপমন্যু হাজৰিকা
Assamese
ঝাৰখণ্ডত ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত ৫ জন
Assamese
বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা ব্যস্ত মৃৎ শিল্পী
Assamese
ছয় জনগোষ্ঠীৰ জনজাতিকৰণবিজেপি চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী জাতীয় মহাসভাৰ
Assamese
কলিয়াপানীত চৰকাৰী আইন মহাবিদ্যালয়ৰ শিলান্যাস কৰিলে মুখ্যমন্ত্ৰীয়ে
Assamese
দীপাৱলীত আতচবাজী নিষিদ্ধ কৰিলে দিল্লী চৰকাৰে
Assamese
অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিৰুদ্ধে ১৩২ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী
Assamese
গো সুৰক্ষা আইনৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত পশুপালকৰ প্ৰতিবাদ
Assamese
ব্যৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান আছুৰ সাধাৰণ সম্পাদকৰ
Assamese
পোষণ মাহ উপলক্ষে প্ৰশাসনৰ উদ্যোগত বোকাখাতত বিভিন্ন কাৰ্যসূচী বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা
Assamese
মিডিয়াক সন্তুষ্ট কৰিবলৈহে নিমাতীত ক্ষিপ্ৰতা দেখুৱাইছে চৰকাৰেসাংসদ গৌৰৱ গগৈ
Assamese
তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে সুস্মিতা দেবক
Assamese
অএনজিচিক অইলৰ লগত চামিলকৰণৰ বিৰোধিতা ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ
Assamese
ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে গোলাঘাটৰ ৮ গৰাকী কিক বক্সিং খেলুৱৈয়ে
Assamese
দুধনৈ আৰক্ষীৰ তালাচীত আঢ়ৈ কোটিৰো অধিক টকাৰ ড্ৰাগছ উদ্ধাৰ তিনিজন সৰবৰাহকাৰী আটক
Assamese
নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনা মাজুলীত উদ্ধাৰ নিখোজ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ
Assamese
নিমাতীত দুৰ্ঘটনাগ্ৰস্ত ফেৰী মা কমলা স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ
Assamese
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত টকা নিদিলে গা নলৰে মণ্ডলৰ
Assamese
নাগ্ৰীজুলিত ভয়াবহ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক গুৰুতৰভাৱে আহত আন এজন
Assamese
বোকাখাতত সংঘৰ্টিত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত দুজন
Assamese
জৈৱিক কৃষি কেঁচুসাৰ প্ৰস্তুতেৰে স্বাৱলম্বিতাৰ পথ সুগম কৰিছে টীয়কৰ হৰেন বৰাই
Assamese
গোলাঘাটত ১১৯৭ টা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন
Assamese
ৰাংছালীত ব্ৰহ্মপুত্রত উদ্ধাৰ নথিপত্ৰ সম্বলিত বেগ নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ যাত্ৰীৰ হোৱাৰ সন্দেহ
Assamese
চৰ্ত প্ৰযোজ্য মহিলাক বিশ্ববিদ্যালয়ত অধ্যয়নৰ অনুমতি দিব তালিবান চৰকাৰে
Assamese
লক্ষ্য উপ নিৰ্বাচন থাওৰা সমষ্টিত ১৪টাকৈ পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
Assamese
চাপৰৰ চৈবাৰী চাহবাগিচাৰ হাসডবা বিলত যুৱকৰ মৃতদেহ উদ্ধাৰ
Assamese
গুপ্তাংগত প্ৰহাৰ লিডুত ভিনিহিয়েকৰ হাতত থিতাতে প্ৰাণ গল খুলশালীয়েকৰ
Assamese
অসম অৰুণাচল সীমান্তত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ দুৰ্ধৰ্ষ মহিলা কেডাৰ পূৰ্ণিমা বৰা
Assamese
আছা উদ্যোগত মাৰ্ঘেৰিটাত ৩ মহীয়া আৰক্ষী প্ৰশিক্ষণ শিবিৰ
Assamese
ভূপেন্দ্ৰ পেটেল হব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
Assamese
এটা বিজ্ঞাপনকলৈ এতিয়া শলঠেকত পৰিছে যোগীৰ চৰকাৰকি সেই বিজ্ঞাপন
Assamese
ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগ পথ
Assamese
তামুলপুৰ জিলা উকিল সন্থাৰ তদৰ্থ সমিতি গঠন
Assamese
ৰাভা সকলোৰ মিখীৰাকায় অনুষ্ঠানগাৱেঁ গাৱেঁ প্ৰস্তুত হৈছে পৰম্পৰাগত খাদ্য মিখী
Assamese
বঙাইগাঁৱত ৰাষ্ট্ৰীয় লোক আদালত ১১০ টা বিচাৰাধীন গোচৰ নিস্পত্তি
Assamese
দেশত হ্ৰাস পালে দৈনিক সংক্ৰমণৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা কেৰেলাৰ পৰিস্থিতি উদ্বেগজনক
Assamese
টীয়কৰ অন্যতম সৰবৰহী ব্যক্তি পৰমানন্দ বৰাৰ জন্ম শতবাৰ্ষিকী উদযাপন
Assamese
কোভিডত মৃত্যু ঘটা লোকৰ মৃত্যুৰ প্ৰমাণ পত্ৰ সন্দৰ্ভত কেন্দ্ৰৰ নতুন নিৰ্দেশনা
Assamese
ব্ৰহ্মপুত্ৰৰ বানে বিধ্ৱস্ত কৰি গল টীয়কৰ জাঁজীমুখৰ বৰমাথাউৰি উপ স্বাস্থ্যকেন্দ্ৰ
Assamese
সংগ্ৰামী জীবন পেৰুৰ বিদ্ৰোহী সংগঠন ছাইনিং পাথৰ প্ৰতিষ্ঠাপক এবিমায়েল গুজমেনৰ দেহাৱসান
Assamese
বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দৌৰত কোন
Assamese
উৎকোচ লোৱাৰ অপৰাধত গুৱাহাটীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰ কৰ্মচাৰীক
Assamese
গোলাঘাট চহৰত বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ গল কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান
Assamese
বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বনকৰ্মীৰ স্মৃতিত কাজিৰঙাতো বন ছহিদ দিৱস পালন
Assamese
অসমত আজিলৈকে ২ কোটি পালি কভিড প্ৰতিষেধক প্ৰদান
Assamese
নিৰ্বাচনৰ পূৰ্বে দিয়া জনজাতিকৰণ আৰু ১২৫ কোটিৰ ললিপপ নিগিলে চুতীয়া জনগোষ্ঠীয়ে নৱেম্বৰৰ পৰা আন্দোলন ঘোষণা
Assamese
বহু যোগ্যতা সম্পন্ন শিক্ষক বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে
Assamese
বাম্পাৰ অফাৰ বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰাজ্য চৰকাৰে দিব বিশেষ ৰেহাই
Assamese
গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ৰাজ্যৰ দুই ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ তিনিটা দুর্ধৰ্ষ প্ৰৱঞ্চক
Assamese
দেশত নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ যোৱা ২৪ঘন্টাত কৰনামুক্ত ৩২হাজাৰতকৈয়ো অধিক লোক
Assamese
মই এজন কাশ্মিৰী পণ্ডিতৰাহুল গান্ধীৰ এই দাবীৰ পাছতে কটাক্ষ অসন্তুষ্ট বিজেপিৰ
Assamese
পঞ্জশিৰত আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতিৰ ভাতৃক হত্যা কৰিলে তালিবানে
Assamese
তামুলপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হত্যাকাণ্ডত জড়িত দুর্ধর্ষ পলাতক অপৰাধী গোলাম নবী আজাদ
Assamese
তালিবান শাসকৰ দাবী মহিলাসকলৰ কাম সন্তান জন্ম দিয়া তেওঁলোক মন্ত্ৰী হব নোৱাৰে
Assamese
বক্সিং যুঁজত বিডেনক মই টিলিকতে হৰুৱাই দিমদাবী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ
Assamese
উন্নয়নৰ নমুনা চৰকাৰৰ চকু নপৰাত শিৱসাগৰৰ এটা অতি গুৰুত্বপূৰ্ণ পথ মেৰামতিত নামিল স্থানীয় যুৱক
Assamese
মহানগৰীত বিঘ্ননাশক প্ৰভু গণেশলৈ আগবঢ়োৱা হল ৫কেজি ওজনৰ প্ৰকাণ্ড লাড্ডু
Assamese
ভাৰত এৰিলে প্ৰসিদ্ধ বিলাসী বাহন নিৰ্মাণকাৰী সংস্থা ফৰ্ডে কেইবাহাজাৰ কৰ্মীয়ে হেৰুৱাব চাকৰি
Assamese
বুঢ়ীদিহিং নৈৰ খহনীয়াই সৰ্ব্বস্বান্ত কৰিছে বহু পৰিয়ালক ১ নং টকলং গাঁৱৰ শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত বিলীন
Assamese
বিপজ্জনক অৱস্থা লিডুবিচাগাওঁ সংযোগী ওলোমা দলং ঘটিব পাৰে অঘটন
Assamese
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া শাসনকালত বিধ্বস্ত ভাৰতৰ অৰ্থনীতিৰিপুন বৰা
Assamese
কুমচাই গাওঁ পঞ্চায়তত বজাৰ গৃহ নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধি আৰু সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
Assamese
হাজোত সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কৱলৰ পৰা পলাই আহিল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ
Assamese
বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এটা বেগ আধাৰ কাৰ্ডত ৰূপৰেখা বৰাৰ নাম
Assamese
দিচাংমুখতো পুনৰাবৃত্তি ঘটিব পাৰে নিমাতীঘাট কাণ্ডৰ
Assamese
চৰকাৰে পুনৰ বৃদ্ধি কৰিলে আয়কৰ জমা দিয়াৰ অন্তিম দিন কেতিয়ালৈ জমা দিব পাৰিব আয়কৰ
Assamese
তামুলপুৰত মহকুমা প্ৰশাসন আৰু ড্ৰাগছ পৰিদৰ্শকৰ অভিযান ফাৰ্মাচী ছীল
Assamese
মিছা আৰক্ষীৰ জালত পৰিল ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাক
Assamese