text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বিশ্বনাথৰ বি জি ৰোডৰ কলেজ ৰোড তিনিআলিত বিধ্বংসী অগ্নিকাণ্ড বিস্তৰ ক্ষতি | Assamese |
বঙাইগাঁৱত কিষাণ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ | Assamese |
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মাৰাত্মক ভাইৰাছত মৃত্যু কিমানৰ | Assamese |
নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত নিৰুদিষ্টৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত কাজিৰঙাৰ বনকৰ্মীৰ অভিযান | Assamese |
কাৰাগাৰৰ পৰা পলোৱা ৬ পেলেষ্টাইনী কাৰাবন্দীক বিচাৰি উলিয়াব নোৱাৰি ইজৰাইলে কৰিলে এই কাম | Assamese |
আহি আছে ভয়ংকৰ সৌৰ ধুমূহা বিধ্বস্ত হব পাৰে বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা | Assamese |
বেংকৰ পৰা টকা উলিয়াবলৈ গৈ হাওৰাঘাটৰ পৰা বিবাহিত মহিলা নিৰুদ্দেশ থানাত এজাহাৰ স্বামীৰ | Assamese |
মৃত্যুয়ে যেতিয়া মাতে কোনেও একো কৰিব নোৱাৰেশোকাবহ নাও দুৰ্ঘটনাক লৈ বিজেপি বিধায়কৰ অসংবেদনশীল মন্তব্য | Assamese |
তালিবানক প্ৰত্যাহ্বান জনাই পঞ্জশিৰত সমান্তৰাল চৰকাৰ গঠন কৰিব নৰ্দান এলায়েন্সে | Assamese |
কাইলৈ গণেশ চতুৰ্থী কোভিড বিধি অনুসৰণ কৰিয়েই পূজাঅৰ্চনাৰ বাবে সাজু ৰাজ্যবাসী | Assamese |
এফালে বিজেপিৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰীৰ হাঁহি আনফালে মাজুলীবাসীৰ মৃত্যুৰ ভয়ত কিৰিলিভূপেন কুমাৰ বৰা | Assamese |
বিশ্বনাথ মহকুমা বিদ্যালয় উপপৰিদৰ্শকৰ কাৰ্যালয়ত চুৰি কাণ্ড | Assamese |
বাক্সাৰ তামুলপুৰত শোকাৱহ ঘটনা দৰাৰ সাজত যুৱকৰ আত্মহত্যা | Assamese |
অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল | Assamese |
মাৰ্ঘেৰিটাত বালিৰে ঢাকি চোৰাং কয়লা সৰবৰাহৰ চেষ্টা ট্ৰাক জব্দ | Assamese |
মহিলা বৰ্জিত চৰকাৰতালিবানৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত নামিল সাহসী আফগান মহিলা | Assamese |
চাপৰত বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত ঔষধ জব্দ :দুই সৰবৰাহকাৰীক আটক | Assamese |
বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত লেখক দিৱস উদযাপন | Assamese |
বিজেপিচিপিএম কৰ্মীৰ সংঘৰ্ষত ৰক্তাক্ত ত্ৰিপুৰা বহু বাহনত অগ্নিসংযোগ | Assamese |
নিমাতীৰ ফেৰী দুৰ্ঘটনাত মৃত্যু মাজুলী ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা গুৱাহাটীৰ পৰিমিতা দাসৰ | Assamese |
নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ কাইলৈ ঘটনাস্থলীলৈ কংগ্ৰেছৰ সঁজাতি দল | Assamese |
কাৰ ভয়ত ত্ৰস্তমান হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ | Assamese |
কেন্দ্ৰক কা বিলোপ কৰাৰ দাবীৰে তামিলনাডু বিধানসভাত প্ৰস্তাৱ গ্ৰহণ বিজেপিৰ সদন ত্যাগ | Assamese |
ঐতিহাসিক সিদ্ধান্তএতিয়াৰে পৰা নেছনেল ডিফেন্স একাডেমীত ভৰ্তি হব পাৰিব যুৱতীসকলেও | Assamese |
টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন | Assamese |
হায় চৰকাৰ ৯৫ তম জন্ম দিৱসতো বিধ্বস্ত অৱস্থাতে পৰি ৰল সুধাকণ্ঠৰ কলিয়াবৰৰ কুঠৰীৰ বাসগৃহ | Assamese |
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিব লাগে সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য | Assamese |
সম্পূৰ্ণ কভিড প্ৰটকল মানি ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ তিৰোভাব তিথি পালন | Assamese |
উত্তৰ প্ৰদেশত গাদী হেৰুৱাব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে | Assamese |
সলনি হব কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা মুখ্যমন্ত্ৰীৰ ভূমি পৰিদৰ্শন | Assamese |
কাজিৰঙাত গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ দুদিনীয়া কাৰ্যৰ সামৰণি ৪৮০ টা খৰ্গৰ পৰীক্ষা সম্পন্ন | Assamese |
গ্লৱেল টিচাৰ এৱাৰ্ড ২০২১ৰ বাবে নিৰ্বাচিত টীয়কৰ যুৱ শিক্ষক পৰাগ শইকীয়া | Assamese |
১৬ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰে সৈতে তিনিঘণ্টা জোৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হল আছু | Assamese |
নিজৰ পিতৃকে কাৰাগাৰলৈ নিক্ষেপ কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কিয় | Assamese |
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বৰকাছৰ অস্ত্ৰোপচাৰ সম্পন্ন | Assamese |
ত্ৰিপুৰাতো নিৰ্মাণ কৰা হব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনৰ ঘোষণা | Assamese |
মাটিৰ ফাইলৰ পৰি থকা কাম ৬ অক্টোৱৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ | Assamese |
এটা সময়ত এগৰাকী কাল্পনিক সভাপতিৰে চলিছিল আলফা স্বাধীন পৰেশ বৰুৱাৰ বিস্ফোৰক মন্তব্য | Assamese |
তালিবানে পঞ্জশিৰ দখলৰ দাবীৰ পাছতে অমিত শ্বাহ ৰাজনাথ সিংডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক | Assamese |
ভাৰতত হিন্দু আৰু মুছলমানৰ পূৰ্বপুৰুষ একেই সকলো ভাৰতীয়ই হল হিন্দুমোহন ভাগৱত | Assamese |
জনপ্ৰিয় শ্ব কৌন বনেগা ক্ৰোড়পতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাইৰেল হৈ পৰিল মামা | Assamese |
দেশত যোৱা ২৪ ঘন্টাত নিম্নগামী কৰনাৰ দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যাও পালে হ্ৰাস | Assamese |
কোৱাৰেন্টাইন ভংগ কৰি কৰনা বিয়পোৱাৰ অপৰাধত ৫বছৰৰ কাৰাবাসৰ শাস্তি যুৱকক | Assamese |
টংলাত পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনিজলসিঞ্চনৰ সংমণ্ডল কাৰ্যালয় বিলুপ্তকৰণৰ প্ৰতিবাদ | Assamese |
পঞ্জশিৰ দখলৰ দাবী প্ৰত্যাখ্যান বিৰোধীৰ তালিবানৰ ঘাটিত ৰহস্যময় বিমানৰ আক্ৰমণত নিহত বহু সন্ত্ৰাসবাদী | Assamese |
হলিউদী চিনেমাৰ কায়দাৰে ইজৰাইলৰ কাৰাগাৰৰ পৰা সুৰংগৰে পলাল ৬ পেলেষ্টাইনী কাৰাবন্দী | Assamese |
অব্যাহত ড্ৰাগছ দাহন অভিযানবঙাইগাঁৱত আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য | Assamese |
ভদীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪ টা বন্যপ্ৰাণীৰ মৃত্যু | Assamese |
দুই জনজাতীয় কিশোৰীক ধৰ্ষণ আৰু হত্যা আদালতত দাখিল ৮৫০ পৃষ্ঠাৰ অভিযোগনামা | Assamese |
১৫ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক আবাস গৃহ খালী কৰিবলৈ দিয়া নিৰ্দেশক হঠকাৰী আখ্যা প্ৰদেশ কংগ্ৰেছৰ | Assamese |
গো সুৰক্ষা আইনৰ নামত দুখীয়াক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ চলিছেঅখিল গগৈ | Assamese |
বাক্সাৰ নাগ্ৰীজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত নাগাৰা নামৰ সুদক্ষ পাঠক | Assamese |
কাজিৰঙাত আৰম্ভ গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণৰ কাম এদিনত ৩০০ টা খৰ্গৰ পৰীক্ষা | Assamese |
সকাহ ৪৮ খন টোল গেটৰ ভিতৰৰে ৩২ খনেই কৰা হব বন্ধ কত | Assamese |
বীৰ লাচিত সেনাৰ বিৰুদ্ধে লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ লাচিত সেনাৰ | Assamese |
দেশত কৰনাৰ দৈনিক সংক্ৰমণে যোৱা ২৪ ঘন্টাত সামান্য স্বস্তি দিলেও উদ্বেগমুক্ত নহয় পৰিস্থিতি | Assamese |
লাওখোৱা অভয়াৰণ্যৰ বুঢ়াচাপৰিত আটক তিনি গৰুৰ চোৰাং সৰবৰাহকাৰী ৫টা গৰুসহ জব্দ নাও | Assamese |
ৰাষ্ট্ৰপতি আলফা ক্ষমতাচ্যুত বিশেষ সামৰিক গোটৰ হাতত গিনিৰ নিয়ন্ত্ৰণ | Assamese |
ক্ষমতাৰ যুঁজ হাক্কানিৰ সৈতে সংঘৰ্ষত আহত তালিবানৰ শীৰ্ষ নেতা মোল্লা আব্দুল ঘানি বৰাদৰ | Assamese |
লেখাপানীৰ টিৰাপ নৈত গা ধুবলৈ গৈ এজন লোক সন্ধানহীন বুঢ়ীদিহিং নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ | Assamese |
বোকখাতত ভ্ৰাম্যমাণ পোষণ পুনৰ্বাসন ইউনিট বাহনৰ ফ্লেগ অফবাল্য বিবাহ প্ৰতিৰোধৰ বাবে পদক্ষেপ | Assamese |
গোলাঘাটৰ কমাৰবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা কথমপি ৰক্ষা পৰিল বাহনৰ আৰোহী | Assamese |
প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠান গুৱাহাটী ৰ উত্তৰ পূৱৰ ঘাটি | Assamese |
৯.৪৮ কোটি ধন প্ৰতাখ্যান সাধাৰণ যুৱকক বিয়া কৰাব ৰাজকুমাৰীয়ে | Assamese |
পলায়ন চেষ্টা মহানগৰীৰ ৰেভ পাৰ্টিত ড্ৰাগছ যোগান ধৰা বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত | Assamese |
কৰনাৰ মাজতে নিপা ভাইৰাছৰ নতুন আতংক কেৰেলাত আক্ৰান্ত ১২ বছৰীয়া কিশোৰৰ মৃত্যু | Assamese |
আলফা স্বাধীনৰ কেন্দ্ৰীয় পৰিষদত সালসলনি উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্বত পৰেশ অসম | Assamese |
তালিবানৰ পাছতে আইছিছৰ দপদপনি ইৰাকত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ১৩গৰাকী আৰক্ষী | Assamese |
পঞ্জশিৰত উভতি ধৰিছে তালিবানক মাছুদ বাহিনীৰ প্ৰত্যাক্ৰমণত নিহত ৭০০ তালিবান জেহাদী | Assamese |
মাৰ্ঘেৰিটাত ড্ৰাগছ আৰু নগদ ধন সহ দুজন লোকক আটক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে জেৰা | Assamese |
এখন ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ধূলিসাৎ বিজেপি দেখা গৈছে কংগ্ৰেছৰ ঢৌ | Assamese |
নাগ্ৰীজুলিৰ খাটাৰবাৰীত মৰ্মান্তিক ঘটনা পথাৰত কাম কৰিবলৈ যোৱা দুই ভাতৃৰ বজ্ৰপাতত মৃত্যু | Assamese |
এনকাউন্টাৰ আৰক্ষীৰ গুলীত আহত নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মা | Assamese |
ভয়ংকৰ পথ দুৰ্ঘটনা চাৰি মহিলাসহ পাঁচগৰাকী লোকক মহতিয়াই নিলে ট্ৰাকে | Assamese |
অভাৱ নে স্বভাৱ ভাইৰেল পাকিস্তানৰ মন্ত্ৰীৰ দাঁতেৰে ফিটা কাটি দোকান মুকলিৰ ছবি | Assamese |
উদ্বেগমুক্ত নহয় দেশত কৰনাৰ দৈনিক সংক্ৰমণ বাঢ়িয়েই আছে সক্ৰিয় ৰোগীৰ সংখ্যা | Assamese |
স্বাস্থ্যবিভাগত ৯০০০পদত দিয়া হব নতুন নিযুক্তি ছেপ্টেম্বৰতেই প্ৰকাশ পাব বিজ্ঞাপন | Assamese |
জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল টাই আহোম যুৱ পৰিষদ | Assamese |
উদ্বেগজনক দেশত এটা মাহতেই কৰ্মহীন হৈ পৰিছে ১৫লাখ লোক | Assamese |
শৃংখলা ৰক্ষাৰ দোহাই দি শৃংখল চলিহাক উদ্দেশ্যি কি কলে মুখ্যমন্ত্ৰীয়ে | Assamese |
উচ্চতম ন্যায়ালয়ৰ অনুমোদন মিজোৰামৰ প্ৰথমগৰাকী হাইকোৰ্টৰ ন্যায়াধীশ হোৱাৰ পথত মাৰ্লি ভেনকুং | Assamese |
ভাৰতীয় খাদ্য নিগমৰ কাৰ্যবাহী সঞ্চালকৰ পদত অসমৰ মনোজ কুমাৰ গগৈ | Assamese |
জনজাতিকৰণৰ দাবীত মাৰ্ঘেৰিটাত টাইপা অৱস্থান ধৰ্মঘট মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ | Assamese |
আফগানিস্তানত তালিবানৰ নতুন চৰকাৰৰ নেতৃত্বত মোল্লা বৰাদৰ ঘোষণাৰ পূৰ্বেই সৰৱ চৰ্চা | Assamese |
সৰুপেটাত তিনি বছৰীয়া পুত্ৰ সন্তানক লগত লৈ পুখুৰীত জাপি দি আত্মহত্যা মহিলাৰ | Assamese |
গোলাঘাটত ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান স্বায়ত্ত শাসনৰ দাবীত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ | Assamese |
লালকিল্লাৰ সৈতে দিল্লী বিধানসভা সংযোগী শতাব্দী প্ৰাচীন গোপন সুৰংগ আৱিস্কাৰ | Assamese |
অকলেণ্ডৰ শ্বপিং মলত আইছিছৰ আক্ৰমণ আহত ৬জন লোক আৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী | Assamese |
জলবোমা বিস্ফোৰণ হলে দায়ী হব বিজেপি চৰকাৰসাংসদ অজিত কুমাৰ ভূঞা | Assamese |
দৰমহা নাপাই হাহাকাৰগোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ | Assamese |
জেঠায়েকৰ পুত্ৰ আশীষে ই হত্যা কৰিছিল ডিম্পল কুমাৱটক | Assamese |
বাতৰিত সাম্প্ৰদায়িকতাৰ ৰঙে দেশৰ সুনাম বিনষ্ট কৰিব একাংশ সংবাদমাধ্যমক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ | Assamese |
তালিবানৰ পুনৰুত্থানত উল্লাসিত মুছলমানক তীব্ৰ সমালোচনা অভিনেতা নাছিৰুদ্দিন শ্বাহৰ | Assamese |
এটা পথৰ বাবেই সংকটৰ সন্মুখীন হৈছে ৩০জনকৈ ক্ষুদ্ৰ চাহ খেতিয়ক তিনিশটা শ্ৰমিক পৰিয়াল | Assamese |
মুখথেকেচা আমেৰিকাৰ পুটিনৰ মতে ৱাশ্বিংটনে পৰাজয় আৰু বিপৰ্যয়ৰ বাহিৰে একো নাপালে | Assamese |
উজানবজাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মোৰ লতাশিল আৰক্ষীয়ে আটক কৰিলে তিনিজনক | Assamese |
দেশত পুনৰ উৰ্দ্ধগামী কৰনাৰ দৈনিক সংক্ৰমণ কেৰেলাত উদ্বেগজনকভাৱে বৃদ্ধি কোভিড গ্ৰাফ | Assamese |
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰখ্যাত সাংবাদিক চন্দন মিত্ৰৰ পৰলোক প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ | Assamese |
তাই আহোমক জনজাতিকৰণ গো সুৰক্ষা আইনৰ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ | Assamese |
বিজেপিৰ হাওৰাঘাট ভি ডি চি কাৰ্যালয় লণ্ড ভণ্ড কাৰ্য্যালয়ৰ ভিতৰতে দুস্কৃতিকাৰীয়ে কৰিলে শৌচপ্ৰস্বাৱ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.