text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
শিৱসাগৰত জাতীয় প্ৰেম আৰু নৱপ্ৰজন্মৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন | Assamese |
গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰা হওক গোসুৰক্ষা হিন্দুৰ মৌলিক অধিকাৰএলাহাবাদ হাইকোৰ্ট | Assamese |
মহানগৰীত প্ৰেছাৰ কুকাৰপটাগুটিৰে মৰিয়াই ১৩ বছৰীয়া কিশোৰীক হত্যাতদন্ত আৰম্ভ লাভ কৰিছে ক্লু | Assamese |
তাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে আন কেইবাটাও দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ সাৱ্যস্ত | Assamese |
এবিধ বিষাক্ত সৰ্পৰ বিষৰ পৰা প্ৰস্তুত কৰা ঔষধে প্ৰতিৰোধ কৰিব কৰোনা ভাইৰাছ | Assamese |
ভদীয় বানৰ তাণ্ডৱ টীয়কৰ জাঁজীমুখত বানত বিধস্ত বাটপথ প্ৰভাৱিত ৰাইজৰ যাতায়ত | Assamese |
গেৰুৱা বসন পিন্ধাৰ পূৰ্বে বিধায়ক পদ ত্যাগ কৰিলে ভৱানীপুৰৰ ফনীধৰ তালুকদাৰে | Assamese |
অসুস্থ দেশ মাত্ৰ ১৮ দিন পূৰ্বে নিজৰ প্ৰাণ বচাই অসমলৈ আহিছে এজন আফগানিস্তানৰ লোক | Assamese |
শীতল পানীয়ত ড্ৰাগছ মিহলাই পৰ্ণ ভিডিঅ বনোৱাৰ বিস্ফোৰক অভিযোগ প্ৰাক্তন মিছ ইণ্ডিয়াৰ | Assamese |
পজিটিভ এনাৰ্জী কেবিচিত ১ কোটি টকা জিকিলে দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই | Assamese |
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে বোমা তৈয়াৰ কৰা কাৰখানা চাকৰিৰ নামত টকা লোৱাৰ অভিযোগ | Assamese |
কাজিৰঙাত বেটেলিয়ানৰ বাছৰ পৰা উদ্ধাৰ আহত পহু বন বিভাগে আটক কৰিলে চালকক | Assamese |
ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক প্রত্যাহবান জনাই উচ্চতম ন্যায়ালয়ত দাখিল আৱেদন | Assamese |
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকনলজিৰ গ্ৰীণ চেম্পিয়ন বঁটা লাভ | Assamese |
প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত একেলগে শপত ললে ৯গৰাকী ন্যায়াধীশে | Assamese |
আনুষ্ঠানিকভাৱে এ আই য়ু ডি এফৰ পৰা পদত্যাগ কৰিলে ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰে | Assamese |
অৱশেষত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায়ৰ কথা ঘোষণা কৰিলে তাৰকা স্পীডষ্টাৰ ডেল ষ্টেইনে | Assamese |
ভদীয়া বানৰ তাণ্ডৱ চেঙাৰ কাছুমাৰাত উটুৱাই নিলে কোটিটকীয়া বৃহৎ কাঠৰ দলং | Assamese |
বাংলাদেশী বিজ্ঞানী ফেৰদৌছী কাদৰীলৈ আগবঢ়োৱা হৈছে এইবাৰৰ ৰমন মেগছেছে বঁটা | Assamese |
ৰ শিক্ষাৰ্থীসকল সাৱধান হওক চৰকাৰী নোহোৱাকৈয়ে নামভৰ্তি ৰাজ্যৰ কেবাখনো প্ৰতিষ্ঠানৰ | Assamese |
দেশৰ বিধায়কসাংসদৰ অপৰাধমূলক গোচৰ আৰু ৰ ভূমিকাত অনস্তুষ্ট সৰ্বোচ্চ ন্যায়ালয় | Assamese |
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান | Assamese |
নৰম স্থিতিত আলফা স্বাধীন পুনৰ তিনিমাহলৈ বৃদ্ধি কৰিলে যুদ্ধ বিৰতি | Assamese |
ভাৰাতীয়া আইন প্ৰণয়ন কৰা দেশৰ ভিতৰত প্ৰথম ৰাজ্য ৰূপে চিহ্নিত হল অসম | Assamese |
কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত তালিবান উদ্বিগ্ন আমেৰিকাই সেনা পঠাব কাবুলিৱালাৰ দেশত | Assamese |
ভেকচিন ললেই চিম্পাজী হৈ পৰিব মানুহ ফেচবুকে বন্ধ কৰিলে এনে ভুৱা খৱৰ বিয়পোৱা ৩০০ একাউন্ট | Assamese |
কিয় ভেকচিনৰ তৃতীয় ডজ নিবলৈ কলে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেন পুনাৱালিয়াই | Assamese |
নগাঁৱৰ হদহদী জলপ্ৰপাতত সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা দুজন যুৱক সন্ধানহীন | Assamese |
বাক্সাৰ কুমাৰীকাটা আৰক্ষীৰ বৃহৎ সাফল্য১০ টা হেৰইন ভৰ্তি কণ্টেইনাৰ জব্দ এজনক আটক | Assamese |
পিতৃৰ বিৰুদ্ধে ন্যায় যুদ্ধৰ প্ৰথম ঢাপত জয়ী ব্ৰিটনী স্পিয়েৰ্ছ | Assamese |
শংকৰী সাহিত্যৰ গৱেষকপণ্ডিত তিলক চন্দ্ৰ মজুমদাৰৰ জন্মদিনত সংক্ষিপ্ত জীৱন তথ্য উন্মোচন | Assamese |
অসমত আজি কিমান লোক আক্ৰান্ত হল কোভিডত মৃত্যু হল কিমান জনৰ | Assamese |
বিৰোধীৰ প্ৰতিবাদৰ মাজতেই অসম বিধানসভাত গৃহীত হল গোসুৰক্ষা বিধেয়ক২০২১ কি আছে বিধেয়ক খনত | Assamese |
কাজিৰঙাৰ এনিমেল কৰিডৰত আহত গঁড়ৰ সন্ত্ৰাস বিভাগীয় গাড়ীত আক্ৰমণ | Assamese |
কলকাতাত মাৰ্কিন কনচুল জেনেৰেল হিচাবে যোগদান মেলিণ্ডা পাভেকৰ চোৱাচিতা কৰিব উত্তৰপূৰ্বাঞ্চলো | Assamese |
ওড়িশাত ওলোটা পুৰাণযুৱকৰ কামোৰত মৃত্যু বিষাক্ত সাপৰ | Assamese |
চাহ বাগিচাত হাজিৰা কৰি ঘৰ চলোৱা অলিম্পিকৰ শিখাবাহক পিংকী কৰ্মকাৰক সহায় কৰিব চৰকাৰে | Assamese |
সমন্বয় পুথিভঁৰালৰ সহযোগত নলবাৰীত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস উদযাপন | Assamese |
স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কিমান মানুহে কৰিব পাৰিব অংশগ্ৰহণ নতুন প্ৰকাশ | Assamese |
এফালে মুখ্যমন্ত্ৰীৰ ভাষণ আৰু আনফালে গভীৰ টোপনিত বিধায়ক অখিল গগৈ | Assamese |
ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীৰ ব্যক্তিগতকৰণৰ তীব্র বিৰোধিতা কংগ্ৰেছৰ | Assamese |
শিৱসাগৰৰ ৰাজপথত জ্বলিল কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ প্ৰতিকৃতি | Assamese |
ক্লিক কৰিলেই খালী হৈ যাব পাৰে বেংক একাউন্ট এনে কোনবোৰ লিংকৰ পৰা সাৱধান হব | Assamese |
তালিবানৰ মোক্ষম আঘাত আফগানিস্তানত মুকলি আকাশৰ তলত লাখ লাখ লোক | Assamese |
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কিডৰত গাড়ীৰ খুন্দাত আহত গঁড় | Assamese |
দেশত পুনৰ বৃদ্ধি পালে দৈনিক মৃত্যুৰ সংখ্যা মুম্বাইত ডেল্টা প্লাছ আক্ৰান্তৰ মৃত্যু | Assamese |
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মৃত্যু হল কিমান জনৰ | Assamese |
ক্ৰমাৎ সুস্থ হৈ উঠিছে মিজোৰাম সীমান্তত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত নিম্বলকাৰ | Assamese |
প্ৰকৃতিপ্ৰেমীৰ বাবে সুখবৰছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি হব মানাহ ৰাষ্ট্ৰীয় উদ্যান | Assamese |
বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত পলিমা বি চেতিয়াৰ প্ৰৱন্ধ সংকলন উন্মোচন | Assamese |
গোলাঘাটত ধনশিৰি নদীৰ গৰা খহনীয়াত জাহ গৈছে শ শ বিঘা কৃষি ভূমিৰ লগতে ৪৫ টাকৈ বাসগৃহ | Assamese |
কন্যা শিশুক অপহৰণ ড্ৰাগছ ব্যৱসায়ীৰ অৰুণাচলৰ জংঘলৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ | Assamese |
ৰাজীৱ ভৱনত পিপুলছ জইন্ট একশ্যন কমিটি ফৰ বডোলেণ্ড মুভমেন্টৰ নেতাৰ কংগ্ৰেছত যোগদান | Assamese |
টীয়কত কৃতী ছাত্রছাত্ৰীক পদ্মা বৰুৱা বঁটা প্ৰদান | Assamese |
উত্তৰপূৰ্বাঞ্চলৰ ৯ গৰাকী আৰক্ষী বিষয়ালৈ ২০২১ৰ তদন্তত শ্ৰেষ্ঠতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক সন্মান | Assamese |
ডিজিটেল ভাৰত নগাঁওমৰিগাঁৱৰ সীমামূৰীয়া অঞ্চলত টেলিকম কোম্পানীয়ে গ্ৰাহক দেখুৱাইছে সৰিয়হৰ ফুল | Assamese |
গোলাঘাটৰ চিকিৎসালয়ত অঘটনআৰক্ষীৰ লাঠীৰ কোবত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি | Assamese |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় স্পৰ্শ কৰিবনে এইহাল বৃদ্ধ দম্পতীৰ কৰুণ জীৱনগাথাই | Assamese |
চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণস্থানীয় ঠিকাদাৰক ধন আদায় নিদিয়াকৈয়েই পলায়ন নিৰ্মাণ সংস্থাৰ | Assamese |
বৰঝাৰ বিমান বন্দৰত উপস্থিত লাভলীনাসোণৰ পদক পালে বেছি সুখী হলোহেঁতেন লাভলীনা | Assamese |
আলংকাৰিক মৎস্য উৎপাদনেৰে স্বাৱলম্বীতাৰ পথত খোজ পেলাইছে গোৱালপাৰাৰ এখন গাঁৱে | Assamese |
বাক্সাৰ কুমাৰীকাটাত হাতী দাঁতসহ দুজনক আটক | Assamese |
স্বাধীনতাৰ অমৃত মহোৎসৱ বঙাইগাঁও লোক নিৰ্মাণ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ আলোচনা চক্ৰ | Assamese |
প্ৰদ্যুত বৰদলৈয়ে প্ৰকৃততে বিজেপিত যোগদানৰ খবৰ সঁচা নে কি কলে প্ৰদেশ কংগ্ৰেছে | Assamese |
হোজাইত ১৪ বছৰীয়া কিশোৰে ধৰ্ষণ কৰিলে ১০ বছৰীয়া কন্যা শিশুক | Assamese |
নৰবলি চৰাইদেউত পাঁচ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰতান্ত্ৰিকক গ্ৰেপ্তাৰ | Assamese |
ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পেৰা স্পোৰ্টচত পদক পোৱা খেলুৱৈ আনোৱাৰ শিকদাৰৰ পৰৱৰ্তী লক্ষ্য এচিয়ান গেমছ | Assamese |
গঁড় খৰ্গৰ গোপন সৰবৰাহত জড়িত থকাৰ অপৰাধত কাজিৰঙাৰ বনকৰ্মীক গ্ৰেপ্তাৰ | Assamese |
অৰুণাচলীৰ আগ্ৰাসনৰ ফলত সংকটৰ গৰাহত বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চল | Assamese |
হিমাচল প্ৰদেশত আকৌ অঘটন পাহাৰৰ পৰা নামি অহা মাটিয়ে পুতি পেলালে চলন্ত বাছ | Assamese |
ৰ আৱিষ্কাৰকৰ জন্মস্থান মেঘালয়ৰ চিকিৎসালয়ত স্থাপন কৰা হল | Assamese |
শিৱসাগৰত ছাইনবোৰ্ডতে সীমাৱদ্ধ হৈ আছে দেশৰ প্ৰথম খন সমবায় বিশ্ববিদ্যালয় আছুৰ প্ৰতিবাদ | Assamese |
১৫ আগষ্টৰ স্বাধীনতা দিৱসত বন্ধ অথবা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব আলফা স্বাধীন কিন্তু কিয় | Assamese |
২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক শীঘ্ৰে নিযুক্তিৰ দাবীঅন্যথা আমৰণ অনশন | Assamese |
বঙাইগাঁৱত মধ্যাহ্ন ভোজন আৰু শৌচালয় নিৰ্মাণৰ ধন আত্মসাত কৰি গ্ৰেপ্তাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক | Assamese |
ভূটানৰ লক ডাউনৰ প্ৰভাৱ ভাৰতত কৰ্ম সংস্থাপনহীন হল সীমান্তৰ দৰঙামেলাৰ বহু পৰিয়াল | Assamese |
বোকাখাত পৌৰসভাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাস সমাৰোহৰ শুভ উদ্বোধন | Assamese |
ভূত বাংলাত পৰিণত নাগ্ৰীজুলিৰ নাৰায়ণপুৰ গাঁৱৰ পানী যোগান আঁচনি | Assamese |
অসমে এক ইঞ্চি মাটিও সাংবিধানিক সীমাৰ বাহিৰত বিচৰা নাই এইখিনি আমাৰ মাটি অসমৰ মুখ্য সচিব | Assamese |
বিজেপি চৰকাৰক বিভিন্ন বিষয়কলৈ তুলাধূনা প্ৰদেশ কংগ্ৰেছৰ | Assamese |
শ্বিলঙৰ বজাৰত বোমা বিস্ফোৰণ মহিলা আহত | Assamese |
আছুৱে দিছে হাত উজান শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বালিচৰত কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত ২০০ যুৱকযুৱতী | Assamese |
তামুলপুৰৰ এটি পথৰ জৰাজীৰ্ণ ৰূপে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ | Assamese |
আহি আছে স্বাধীনতা দিৱসৰাষ্ট্ৰীয় সংগীত গাই আপুনিও প্ৰেৰণ কৰিব পাৰিব ভিডিঅ কলৈকিদৰে পঠিয়াব ভিডিঅ | Assamese |
আজি পুনৰ মূলসূঁতিলৈ আহিল এন এল এফ বিৰ তৃতীয়টো বৃহৎ দল | Assamese |
নিৰ্বাচনী বণ্ডৰ মুঠ ধনৰ ৭৫ শতাংশই বিজেপিৰ পকেটত গেৰুৱা দলৰ বছৰি আয় ২৫৫৫ কোটি | Assamese |
জাগুনৰ কথাচেমাত বনৰীয়া হাতীৰ অকাল মৃত্যু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ স্থানীয় ৰাইজৰ | Assamese |
হাজোত নাৰকীয় কাণ্ড পৰকীয়া প্ৰেমিকাৰ বাবে পত্নীৰ হাত কাটিলে স্বামীয়ে | Assamese |
দেশত চাৰি মাহৰ ভিতৰত সৰ্বনিম্ন কৰনাৰ দৈনিক সংক্ৰমণ ২৪ ঘন্টাত ৩৭৩গৰাকী লোকৰ মৃত্যু | Assamese |
তালিবানী বৰ্বৰতাৰ ভয়ংকৰ ৰূপ তিনিদিনত ২৭ টি শিশুক হত্যা আফগানিস্তানত | Assamese |
কত পলাব চলিত দশকতেই পৃথিৱীৰ তাপমাত্ৰা ডেৰ ডিগ্ৰী বৃদ্ধিৰ আশংকা সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই | Assamese |
মৰঙিত ৩২ টা অবৈধভাৱে মজুত কৰি ৰখা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ জব্দ | Assamese |
বাক্সা জিলা বিজেপিৰ উপ সভানেত্ৰী যামিনী স্বৰ্গীয়াৰীৰ পথ দুৰ্ঘটনাত মৃত্যু তামুলপুৰত শোকৰ ছাঁ | Assamese |
ছহিদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ শিৱসাগৰ জিলা সাংবাদিক সংস্থাস্মৃতি ৰক্ষা সমিতিৰ | Assamese |
শিৱসাগৰত ট্ৰেড ইউনিয়ন ফেডাৰেশ্যন আৰু কৃষক মহাসভাৰ ভাৰত বচাও দিৱস ৰূপায়ন | Assamese |
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ | Assamese |
অসমমিজোৰাম সীমান্ত সমস্যাক লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সেনানীক ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা | Assamese |
অৰুণাচলৰ ১২টা জনগোষ্ঠীয়ে পালে সাংবিধানিক স্বীকৃতি অসমৰ ছয় জনগোষ্ঠীৰ কি হল | Assamese |
গুৱাহাটীত কাৰ্যালয়ৰ ভিতৰতে আত্মহত্যা অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.