text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰাজ্যত জাৰি হল নতুন কি আছে নতুন নিৰ্দেশনাত
Assamese
মাজ আকাশত হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি কথমপি ৰক্ষা পৰিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত
Assamese
স্বস্তি দেশত হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যাও নিম্নগামী
Assamese
আৰক্ষীৰ জিম্মাত নিৰ্যাতন তথা দমনউৎপীড়ন এতিয়াও এক সামাজিক সমস্যাদেশৰ মুখ্য ন্যায়াধীশ
Assamese
জটিল ৰোগত আক্ৰান্ত হৈ দুবছৰ ধৰি বিচনাত পৰি আছে আল্পনা উন্নত চিকিৎসাৰ সহায় ভিক্ষা পৰিয়ালৰ
Assamese
মৰিয়নীত নগা শান্তি চুক্তিৰ প্ৰতিলিপি দাহেৰে একাধিক জাতীয় সংগঠনৰ প্ৰতিবাদ
Assamese
উচ্চ ন্যায়লয়ত অগ্ৰিম জামিন লৈ কাজিৰঙালৈ অহা দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী ৰহিমুদ্দিনক পৃথক গোচৰত গ্ৰেপ্তাৰ
Assamese
অবৈধ প্ৰেমৰ পৰিণিত লোমহৰ্ষক হত্যাকাণ্ড পুতি থোৱা অৱস্থাত ঘৰৰ পিৰালিৰ পৰা উদ্ধাৰ মৃতদেহ
Assamese
নগাঁৱৰ খাটোৱালত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম শাম কটা নাই উত্তেজনা
Assamese
ডাঙৰ গাড়ীৰ পাৰ্কিং চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ শিৱসাগৰ জিলা প্ৰশাসন দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
Assamese
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনা চিকিৎসাই ছটফটাই মৃত্যু হল কভিড ৰোগীৰ
Assamese
অসমনাগালেণ্ড সীমান্তৰ পৰা চাৰিজন এনএছচিএনআইএমৰ সদস্যক গ্ৰেপ্তাৰ
Assamese
গোলাঘাট জিলাৰ অভিভাৱক সচিব অনুৰাগ গোৱেলৰ জিলাখনৰ বিভিন্ন বিভাগৰ কামকাজৰ পৰ্যালোচনা
Assamese
কৰনাত আক্ৰান্ত মন্ত্ৰী অতুল বৰা টুইটাৰ যোগে নিজেই জনালে এই খৱৰ
Assamese
দেশত যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হল কভিডত কৰ্ণাটকত নতুন ষ্ট্ৰেইনৰ সন্ধান লাভ
Assamese
ডিব্ৰুগড়ত চিকিৎসকৰ ঘৰত বনকৰা মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ উদ্ধাৰ নগদ ১৬.৩৩লাখ টকা
Assamese
মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ মৃত্যু শোকস্তব্ধ মৰিয়নিবাসী
Assamese
বৈবাহিক ধৰ্ষণ বিচ্ছেদৰ বাবে অন্যতম প্ৰধান যুক্তি কেৰেলা উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়
Assamese
মৰ্মান্তিক কাণৰ ভিতৰতে ফাটি যুৱকৰ মৃত্যু
Assamese
ভূৰবন্ধাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে সাৱ্যস্ত কৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট
Assamese
ভাৰতত জনছন এণ্ড জনছনৰ কৰনা ভেকচিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন
Assamese
আফগানিস্তানৰ নিমৰজ প্ৰদেশৰ ৰাজধানী দখল কৰিলে তালিবানে
Assamese
পানীৰ মাজৰ এটি গৃহত টীয়কৰ এগৰাকী বৃদ্ধাৰ দুৰ্দশাগ্ৰস্ত জীৱন সংগ্ৰাম চকুত পৰিবনে জনপ্ৰতিনিধিৰ
Assamese
চাৰিলেনযুক্ত পথ কেতিয়া সম্পূৰ্ণ হব পুনৰ অনিশ্চয়তাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম
Assamese
বাক্সাৰ কাউলীত সুলভ মূল্যৰ এজেন্টৰ অনুজ্ঞা পত্ৰ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ
Assamese
বঙাইগাঁও অভিযান্ত্ৰিক কলেজৰ কামকাজ পৰিদৰ্শন কৰিবলৈ বিষয়াক নিৰ্দেশ উপায়ুক্তৰ
Assamese
দেশত ২৪ ঘন্টাত ১৩ শতাংশ হ্ৰাস পালে কৰনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পালে দৈনিক মৃত্যুৰ ঘটনা
Assamese
বিগ বি অমিতাভ বচ্চনৰ ঘৰত বোমা মুম্বাইৰ তিনিটা ৰেল ষ্টেছনতো বোমাতংক
Assamese
কণাই সলনি কৰিছে জীৱিকাৰ পথ পঞ্জাৱ ৰাজস্থানৰ পৰা ছাগলী আনি ব্যৱসায় কৰিছে শিল্পীয়ে
Assamese
হিজবুল্লাৰ ৰকেট আক্ৰমণৰ পিছতে ইজৰাইলত পুনৰ বাজিছে যুদ্ধৰ দামামা
Assamese
যোৰহাটত চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
Assamese
মিজোৰামৰ বিৰুদ্ধে অব্যাহত অথনৈতিক অৱৰোধযোৱা নিশা চাৰি খন বাহনত আক্ৰমণ
Assamese
ষোল্ল মাহৰ ভিতৰত ডিমা হাছাও পলিটেকনিক ইন্সটিটিউটৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
Assamese
নগাঁও জিলাৰ চামগুৰিৰ পশ্চিম শিঙিমাৰীৰ পানী যোগান আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assamese
অৰুণাচলৰ পৰা নলবাৰীলৈ সৰবৰাহ কৰাৰ অৱস্থাতে মাৰ্ঘেৰিটাত জব্দ কাঠ ভৰ্তি ট্ৰাক
Assamese
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত ভেকচিন প্ৰদানৰ নামত আশা কৰ্মীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ
Assamese
আন্তঃৰাষ্ট্ৰীয় বীয়েৰ দিৱস বীয়েৰ পান কৰাৰ ১০ টা চমকপ্ৰদ উপকাৰীতা
Assamese
যোৰহাটত বিহু শিল্পীৰ মাজত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সাহায্য সামগ্ৰী বিতৰণ
Assamese
বাক্সা জিলাত নাই এখনো ৱেই ব্ৰিজ অসুবিধাৰ সন্মুখীন জিলা পৰিবহন বিভাগ
Assamese
গোলাঘাটত প্ৰকৃতিবিদ পদ্মশ্ৰী ড° ৰবীন বেনাৰ্জীৰ মৃত্যু দিৱস পালন
Assamese
শূন্য সহনশীলতা ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ অহাৰ বাবে চিএনএনৰ ৩ সংবাদকৰ্মীক বৰ্খাস্ত
Assamese
হাজোত পুখুৰীত বিষ দি ২০ লাখ টকাৰ মাছ নিধন দুৰ্বৃত্তৰ মূৰেকপালে হাত মীন পালকৰ
Assamese
দেশত পুনৰ বৃদ্ধি পাইছে কৰনাৰ দৈনিক সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যাও
Assamese
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঁয়া লগা ৰূপ এজন সচিবে চম্ভালে একাধিক গাঁও পঞ্চায়ত
Assamese
দৰঙামেলাত ভয়ংকৰ মৰেল পুলিচগিৰীৰ ঘটনা ঘন জংঘলত আৱদ্ধ কৰি দলবদ্ধ আক্ৰমণ যুৱকক
Assamese
বোকাখাতত সৰ্প দংশনত লফাই কাৰ্ডঙৰ মৃত্যু এন্টি ভেনমৰ অভাৱতেই প্ৰাণ দিব লগা হল লোকজনে
Assamese
এটা ফেচবুক পোষ্ট চোৰে চুৰ কৰি নিয়া চাইকেল ঘূৰাই দি গল বিধায়ক মৃণাল শইকীয়াক
Assamese
চোৰাং কাঠ ব্যৱসায়ৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযানত পুনৰ জব্দ দুটা অবৈধ কাঠ ফলা মিল
Assamese
চৰকাৰী আৱাসগৃহৰ পৰাই বিধায়ক মৃণাল শইকীয়াৰ চাইকেল নিলে চোৰে
Assamese
লাজ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কলে বিজ্ঞাপনত ছবি প্ৰকাশৰ পূৰ্বে লব লাগিব অনুমতি
Assamese
বিজেপিৰ সেৱাই পঞ্চায়ত শীৰ্ষক নাগৰিক চনদক উভতি ধৰি কি কলে কংগ্ৰেছে
Assamese
গোলাঘাটত উদ্ধাৰ লাখ লাখ টকাৰ কম্বল তদন্তৰ বাবে উপস্থিত দিশপুৰ আৰক্ষী
Assamese
পেগাছাছৰ ফোন টেপিংমিডিয়াত ওলোৱা কথাবোৰ যদি সঁচা হয় তেন্তে সেয়া চিন্তনীয় বিষয়—উচ্চতম ন্যায়ালয়
Assamese
লংকাৰ ডাবলং উপস্বাস্থ্য কেন্দ্ৰত ভেকচিন নোপোৱাক কেন্দ্ৰ কৰি পুনৰ চিকিৎসাকৰ্মীক আক্ৰমণ
Assamese
চাপৰ চৈবাৰী আৰু কৃষ্ণ কলি চাহ বাগিচাত কিমানে পাইছে বিশুদ্ধ খোৱাপানী বুজ ললে ধুবুৰীৰ উপায়ুক্ত আন্বামাথুনে
Assamese
আজি পাঁচ আগষ্ট আজিৰ দিনটোতে অসমৰ ইতিহাসত সংঘটিত হৈছিল এক কৰুণ ঘটনা কি ঘটনা
Assamese
সীমা বিবাদঅসমমিজোৰামে স্বাক্ষৰ কৰিলে যুটীয়া বিবৃতিত সংঘাত দূৰীকৰণত সহমত
Assamese
বিশ্বনাথত খৰি বিচাৰি গৈ যুৱকৰ কৰুণ মৃত্যু ওৰে নিশা ঘটনাস্থলীতে পৰি থাকিল মৃতদেহ
Assamese
অসমমিজোৰাম সীমা বিবাদআলোচনাৰ বাবে আইজললৈ উৰা মাৰিলে অসমৰ দুই মন্ত্ৰীয়ে
Assamese
২১ আগষ্টত বিজেপিত যোগদানৰ সম্ভাৱনা ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ
Assamese
বঙাইগাঁৱত ড্ৰাগছসহ এজনক আটক জেললৈ প্ৰেৰণ
Assamese
দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক
Assamese
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে
Assamese
গুৱাহাটী প্ৰেছ ক্লাবত ৫ আগষ্টৰ পৰা কভিশ্বিল্ডৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ শিবিৰ
Assamese
২০২৩ চনৰ ডিচেম্বৰ মাহত ভক্তৰ বাবে সাজু হৈ উঠিব অযোধ্যাৰ ৰাম মন্দিৰ
Assamese
মহানগৰীত চাঞ্চল্য মাতৃক লোৰ ৰদেৰে মৰিয়াই হত্যা কৰিলে পুত্ৰই
Assamese
কৃষকৰ পৰা উৎকোচলৈ দৰঙত গ্ৰেপ্তাৰ মহিলা কৃষি বিষয়া জ্যোতিৰেখা দাস
Assamese
অসমমিজোৰামৰ সীমা সংঘাত সন্দৰ্ভত কাইলৈ মন্ত্ৰী পৰ্যায়ৰ বৈঠক উপস্থিত থাকিব অসমৰ কোন কোন মন্ত্ৰী
Assamese
কামৰূপৰ দদৰাত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় এক কোটি টকা মূল্যৰ সোণ
Assamese
অসমমিজোৰামৰ সীমা সংঘাতৰ প্ৰসংগত উত্তপ্ত বিধানসভা
Assamese
ভুৱা শৈক্ষিক অৰ্হতাআজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি
Assamese
পৰিৱৰ্তন গাঁৱত ঘৰ সাজিলেও লব লাগিব অনুমতি দিব লাগিব কৰ
Assamese
মনত আছে নে ২০২০ চনৰ ৫ জানুৱাৰীৰ নিশা দিল্লীত সংঘটিত সেই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো
Assamese
কিম জং উনৰ মূৰত বেণ্ডেজ আৰম্ভ নতুন জল্পনাকল্পনা
Assamese
হিতাধিকাৰীৰ নামত অহা সামগ্ৰী হৰলুকী কৰি কলা বজাৰত বিক্ৰীৰ অভিযোগ দোকানীৰ অনুজ্ঞাপত্ৰ নিলম্বন
Assamese
মুল্যবৃদ্ধিৰ প্ৰতিবাদত লিডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
Assamese
কংগ্ৰেছৰ গৰাখহনীয়াত নহয় বৰাকব্ৰহ্মপুত্ৰত কিমান গৰাখহনীয়া হৈছে তাতহে চৰকাৰখনে দৃষ্টি দিয়কদেৱব্ৰত শইকীয়া
Assamese
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ১কোটি টকাৰ গাঞ্জা
Assamese
জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভূগিছে ৰাইজে কলিয়াবৰত পথৰ মাজতে ভুঁই ৰুই প্ৰতিবাদ ৰাইজৰ
Assamese
আজিও ঘোষণা নহল ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত লাট মণ্ডল পৰীক্ষাৰ ফলাফল নিৰাশ প্ৰাৰ্থী
Assamese
হয় চৰকাৰে আমাক সুবিধা দিয়ক নহয় আমাক বিহ দিয়কগোলাঘাটত সৰৱ কাপোৰ ব্যৱসায়ী
Assamese
শক্তিহীন শক্তি বিভাগৰ বিৰুদ্ধে শিৱসাগৰত গৰজি উঠিল আছু
Assamese
মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত মানৱ শৃংখল কাৰ্যসূচীৰে ৰাজপথ কঁপালে ছাত্ৰ মুক্তিয়ে
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মৃত্যু কিমানৰ কোভিডৰ নতুন জাৰি
Assamese
বৰঙ্গাজুলি সত্ৰত পোন প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হব বড়ো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি
Assamese
ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি নিলম্বিত অসম আৰক্ষীৰ এজন কনিষ্টবলকে ধৰি তিনি হোমগাৰ্ড
Assamese
অৱসৰলৈ ৭ মাহ বাকী থকা সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া অমৰজিৎ সিনহাৰ ৰহস্যজনক পদত্যাগ
Assamese
নাগৰিকৰ দুৰ্ভোগৰ প্ৰতি নাই কাণসাৰমহানগৰীত পথ নিৰ্মাণৰ নামত শিল পেলাই বন্ধ কৰিলে পথ
Assamese
ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত য়ে প্ৰকাশ কৰিলে ৩ হত্যাকাৰীৰ নাম
Assamese
অসমমিজোৰামৰ যুদ্ধ প্ৰতিটো কথাতে আমি হাৰিছোমুখ্যমন্ত্ৰীক তুলাধূনা অখিল গগৈৰ
Assamese
শিৱসাগৰত জাতীয় সংগঠনৰ নেতাৰ পৃষ্ঠপোষকতাতে পাৰ্কিঙৰ নামত চিণ্ডিকেটৰাজ
Assamese
কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assamese
হাজোৰ ভেলামাৰীত গুৱাহাটীৰ নিখোজ গৰু চোৰক বিচাৰি কলাজল নৈত বাহিনীৰ অভিযান
Assamese
শিথিল হব সান্ধ্য আইন ১৬ আগষ্টৰ পৰা খুলিব আন্ত:জিলা যাতায়ত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে
Assamese
বিশ্বনাথত সিংঘম অপৰাধী আৰু আইন ভংগকাৰীৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এজন আৰক্ষী বিষয়া
Assamese
এখন গাঁৱত বিষ খুৱাই হত্যা কৰা হৈছে ৩০০ কুকুৰ ঘটনাত সৰৱ প্ৰাণী অধিকাৰ কৰ্মীয়ে তৰিলে গোচৰ
Assamese
দেশত কৰনাত দৈনিক মৃত্যুৰ সংখ্যা হ্ৰাস যোৱা ২৪ ঘন্টাত মুঠ আক্ৰান্ত হল কিমান
Assamese
মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Assamese
খহনীয়া আম আদমী পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মাধুৰ্য শইকীয়াৰ পদত্যাগ
Assamese
আফগানিস্তানৰ তিনিখন চহৰ ঘেৰাও কৰি তালিবানে চলাইছে আক্ৰমণ তুমুল যুদ্ধত অৱতীৰ্ণ আফগান সেনা
Assamese