text
stringlengths
1
2.59k
language
stringclasses
10 values
ক্ষমতাৰ মোহ এৰেনো কেনেকৈ মুখ্যমন্ত্ৰীৰ বিৰোধী শূন্য চক্ৰান্তত ভৰি থৈ হাত এৰি পদুম তুলি ললে সুশান্তই
Assamese
বঙাইগাঁৱত ধোঁৱাচাঙত কভিড বিধিনতুনকৈ ২৬ জন ব্যক্তি কভিডত আক্ৰান্ত
Assamese
যুৱকৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই নাবালিকাক হাৰাশাস্তি আৰক্ষীৰ জালত তিনি বন্ধুসহ প্ৰেমিক
Assamese
তামুলপুৰৰ গান্ধীবাৰীত কোভিড সংক্ৰমণৰ আশংকা বৃদ্ধি কৰি ভেকচিন লবলৈ হিলদল ভাঙি ওলাই আহিল মানুহ
Assamese
উন্নয়ন নকৰাৰ শাস্তি বিজেপি বিধায়কক সুদা ভৰিৰে পথৰ লেতেৰা পানীত খোজকাঢ়িবলৈ দিলে গাঁওবাসীয়ে ভাইৰেল ভিডিঅ
Assamese
মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ সাজু হৈছে মিজোৰাম চৰকাৰ
Assamese
ৰেলৰ তলত পৰি যোৱা মহিলাক বচালে আৰপিএফৰ কৰ্মীয়ে শিহৰণকাৰী ভিডিঅ
Assamese
গোলাঘাট জিলা প্ৰশাসনে ছীল কৰিলে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান
Assamese
লাফিকুল হত্যাৰ ন্যায় বিচাৰি তামুলপুৰৰ ৰাজপথত এবিএমছুৰ উত্তাল প্ৰতিবাদ
Assamese
অসম আৰু নাগালেণ্ডৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক সীমান্তৰ পৰা আৰক্ষী শিবিৰ উঠাই নিয়াৰ সিদ্ধান্ত
Assamese
দেশত হ্ৰাস পোৱা নাই কৰনাৰ দৈনিক সংক্ৰমণ সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধিত উদ্বেগ
Assamese
কেন্দ্ৰৰ হস্তক্ষেপ আলোচনাৰ মাজেৰে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ সন্মত অসম আৰু মিজোৰাম
Assamese
গোলাঘাটৰ জামুগুৰি থানাত উত্তপ্ত পৰিস্থিতি আৰক্ষীক প্ৰহাৰ স্থানীয় ৰাইজৰ
Assamese
পুনৰ অসুস্থ কিম জং উন ৰাষ্ট্ৰনেতাৰ নতুন ফটোৱে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক
Assamese
পানীত পৰিল কৰদাতাৰ ১৩৩কোটি টকা অচল সংসদৰ বাবে সৰৱ বিৰোধীক দোষাৰোপ নীৰৱ চৰকাৰৰ
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমান জনে
Assamese
ৰাভা কৃষ্টিৰ সাধক ব্ৰজ মোহন ৰাভাৰ মৃত্যু দলসংগঠনৰ শোক প্ৰকাশ
Assamese
ধুবুৰীৰ পৰিবহন বিভাগৰ সহকাৰী এনফোৰ্চমেণ্ট বিষয়া আৰিফুল ইছলামক গ্ৰেপ্তাৰ
Assamese
পুলৱামা কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী সন্ত্ৰাসবাদী মহম্মদ ইছমাইল আলভকি হত্যা
Assamese
যিমান পাৰে সিমান গৰুৰ মাংস খাওঁক গোসুৰক্ষাৰ কথা কোৱা বিজেপিৰ মন্ত্ৰীয়েই জনালে আহ্বান
Assamese
তীৰ্থনগৰী হাজোত গৰু চোৰৰ দপদপনি দুই গৰু চোৰক গ্ৰেপ্তাৰবাহন জব্দ
Assamese
মিজোৰাম কাণ্ডৰ পৰা শিক্ষা অসমনাগালেণ্ড সীমান্তৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত দুই ৰাজ্যৰ
Assamese
কোকৰাঝাৰত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰছাত্ৰীৰ প্ৰতিবাদ আৰক্ষীৰ নিৰ্মম লাঠীচালনাত আহত বহু কেইগৰাকী শিক্ষাৰ্থী
Assamese
শিৱসাগৰ ছুইমিং ছচাইটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
ভাৰত ভুটান সীমান্তৰ অন্ঠাইবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত
Assamese
ব্যতিক্ৰম সম্পত্তি বিক্ৰী কৰি হলেও বৃক্ষৰোপণত হাৰ নমনা বিশ্বনাথৰ এজন প্ৰচাৰ বিমুখ ব্যক্তি
Assamese
গোলাঘাটত কৃষি বিভাগৰ উদ্যোগত থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত বুজন পৰিমাণৰ ফলমূল ডিমাপুৰলৈ প্ৰেৰণ
Assamese
আদালত অৱমাননাৰ অভিযোগ তুলি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল আবেদন
Assamese
দেশত সামান্য হ্ৰাস পালে কৰনাৰ দৈনিক সংক্ৰমণ পুনৰ বৃদ্ধি পালে সক্ৰিয় ৰোগীৰ সংখ্যা
Assamese
চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ প্ৰধানমন্ত্ৰীৰ ভাতৃৰ কিয় এই হুংকাৰ দিলে প্ৰহ্লাদ মোদীয়ে
Assamese
ফোন টেপিং বিতৰ্ক ই সাময়িকভাৱে ব্লক কৰিলে বিশ্বৰ কেইবাখনো চৰকাৰৰ ক্লায়েন্টৰ পেগাছাছৰ এছেছ
Assamese
কোনেও নেৰে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল মিজোৰাম আৰক্ষীৰ
Assamese
গোলাঘাটত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন
Assamese
বিগ ডেডী ভূমিকাৰে অসমে আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰিছেমিজোৰামৰ উপমুখ্যমন্ত্ৰী
Assamese
বসন্ত ৰোগৰ বীজাণুৰ দৰেই অতি সংক্ৰামক কোভিডৰ ডেল্টা প্ৰজাতি মাৰ্কিন স্বাস্থ্য সংস্থাৰ মন্তব্য
Assamese
শান্তি বজাই ৰাখকঅসমমিজোৰাম উভয়কে নৰ্থ ইষ্ট এম পি ফামৰ আহ্বান
Assamese
বঙাইগাঁও জিলাত নতুনকৈ ১৯ জন ব্যক্তি কভিডত আক্ৰান্ত
Assamese
কংগ্রেছক গালি পাৰি বাতৰি কাকতৰ হেড লাইন দখল কৰাৰ পৰিৱর্তে শাসকীয় বিজেপি আৰু চৰকাৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰক প্ৰদেশ কংগ্ৰেছ
Assamese
কেতিয়া খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ তাৰিখ প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে
Assamese
আইন ভংগ ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ড্যানিয়াল লাংঠাছাৰ বিৰুদ্ধে গোচৰ ৰুজু
Assamese
সংসদ ভৱনৰ পৰাই অসমীয়াক গুলীয়াই মৰাৰ ভাবুকি দিয়া মিজো সাংসদলৈ অসম আৰক্ষীৰ চমন
Assamese
থাওৰাবাসীৰ মৰম আৰু সমৰ্থন ভৰিৰে মোহাৰি গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোঁহায়েকংগ্ৰেছৰ পৰা পদত্যাগ
Assamese
প্ৰথম ডজ কোভিশ্বিল্ড দ্বিতীয় ডজ কোভাক্সিন লব পৰা যাব নে ভাৰতত দিয়া হল পৰীক্ষণৰ অনুমতি
Assamese
পেগাছাছৰ ফোন টেপিং ৰ কাৰ্যালয়ত ইজৰাইল চৰকাৰৰ আচম্বিত তালাচী
Assamese
বিটিআৰত বহু নতুন গাওঁ নীতি বহিৰ্ভূতভাবে অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগ
Assamese
টকিঅ অলিম্পিকত সোণৰ পদকহে আমাৰ লক্ষ্য তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰক মুখ্যমন্ত্ৰী
Assamese
পাঁচখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ দাবী পৰিৱেশকৰ্মীৰ
Assamese
গুজৰাটত অনুষ্ঠিত মিইণ্ডিয়ান বলীউদ ক্ৰাউন ২০২১ৰ প্ৰথম ৰানার্ছ আপ অসমৰ বাপন সৰকাৰ
Assamese
দেশত পুনৰ বৃদ্ধি কৰনাৰ দৈনিক আক্ৰান্তৰ সংখ্যা কেৰালাত উদ্বেগজনকভাৱে বৃদ্ধি সংক্ৰমণ
Assamese
শিৱসাগৰৰ বিষ্ণু নগৰত শিশু ধৰ্ষণৰ জঘন্য ঘটনা অভিযুক্ত লম্পটক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ
Assamese
অসমমিজোৰাম সীমান্তত নিহত অসম আৰক্ষীৰ বীৰ জোৱানলৈ তামুলপুৰত আছুৰ শ্ৰদ্ধাঞ্জলি
Assamese
টীয়কত আন্ত:জিলা যাতায়াত বন্ধৰ বাবে মৃত্যু এজনৰ ক্ষোভিত ৰাইজে জ্বলালে প্ৰশাসনৰ বাঁহৰ লাং
Assamese
বিজেপিৰ বিপদঘন্টা খেলা হব ত্ৰিপুৰাত প্ৰাক্তন বিধায়ককে ধৰি ৪০জন কংগ্ৰেছীৰ তৃণমূলত যোগদান
Assamese
ৰাজ্য চৰকাৰৰ জৰুৰী ঘোষণা অসমবাসীক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে
Assamese
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে প্ৰাথমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত কৰিলে বৰিং
Assamese
মুখত বিৰিঙিছে হাঁহি ক্ৰমাৎ সুস্থ হৈছে মিজোৰাম সীমান্তত গুলিবিদ্ধ হৈ গুৰুতৰভাৱে আহত নিম্বলকাৰ
Assamese
মিজোৰামঅসম সংঘাত জাতিগত সমস্যা নহয় সীমান্ত বিবাদৰ বিষয় চৰকাৰে সমাধান কৰিবলৈ বাধ্যনেছ
Assamese
অসামাজিক কামকাজত লিপ্ত এবিএমছুৰ কেন্দ্ৰীয় নেতাক সংগঠনৰ পৰা বহিষ্কাৰ
Assamese
বঙাইগাঁও জিলাত জৈৱিকভাৱে উৎপাদিত জহা চাউল কলা চাউলবোকা চাউল হালধি বিদেশলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা
Assamese
আলাস্কাত ৮.২ৰিখটাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্প চুনামিৰ সতৰ্কতা জাৰি
Assamese
মিজো ছাত্ৰ সন্থাৰ পত্ৰৰ পাছত সততে সৰৱ মুখ্যমন্ত্ৰী কিয় এতিয়ালৈকে নীৰৱ
Assamese
আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সদৌ বিশ্বনাথ জিলা আক্ৰাছু
Assamese
মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত আহত দুজন নিৰাপত্তাৰক্ষী
Assamese
১ আগষ্টত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
Assamese
দেশত যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হল কোভিডত কিমানজনে হেৰুৱালে প্ৰাণ
Assamese
বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কামৰ নমুনাহাজোৰ গুদামত বছৰ বছৰ ধৰি পৰি ৰৈছে চৰ উন্নয়ন বিভাগৰ চাইকেলচিলাই মেচিন
Assamese
সাংবাদিক দানিছৰ পিছত আফগানিস্তানত এইবাৰ তালিবানে হত্যা কৰিলে কৌতুক শিল্পীক
Assamese
মুখ্যমন্ত্ৰীৰ সমষ্টিত বিজেপিৰ পঞ্চায়ত সদস্যই আক্ৰমণ কৰি ভাঙিলে বিজেপি কৰ্মীৰে ভৰি
Assamese
নিৰ্মাণৰ দুমাহ নৌহওতেই কলিয়াবৰত খহিছে কেইবাকোটিটকীয়া আঁচনিৰ পথ
Assamese
বঙাইগাঁও জিলাত কভিডত পুনৰ এজন লোকৰ মৃত্যু
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অৱনতি ঘটিছে সীমান্তৰ পৰিস্থিতিৰ পাঁচ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিস্ফোৰক মন্তব্য
Assamese
সংসদ ভৱনতে অসমীয়াক গুলীওৱাৰ হুংকাৰ দিয়া মিজো সাংসদক গ্ৰেপ্তাৰ কৰাৰ সাহস হবনে অসম আৰক্ষীৰ
Assamese
শোকাকুল পৰিবেশত বৰপেটাৰ কদমগুৰিত শ্বহীদ নজমূল হুছেইনৰ শেষকৃত্য সম্পন্ন
Assamese
সীমা বিবাদশিৱসাগৰকলিয়াবৰত জ্বলিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা
Assamese
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি মিজো ছাত্ৰ নেতাৰ মুকলি পত্ৰ কি আছে পত্ৰত
Assamese
কলিয়াবৰৰ চাৰি নং বৰঘূলিত প্ৰেমৰ চলনাৰে যুৱতীক বলাৎকাৰ গ্ৰেপ্তাৰ চাৰি বলাৎকাৰী
Assamese
এইবাৰ অসমমিজোৰামৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কাইলৈ অনুষ্ঠিত হব বৈঠক
Assamese
৩০ জুলাইত ঘোষণা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেনেকৈ চাব পাৰিব ৰিজাল্ট
Assamese
কাজিৰঙাৰ মাজেৰে গাড়ী চলাওতে সাৱধান হওঁককৰ্তৃপক্ষই হাতত লৈছে ন ন ব্যৱস্থা
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৰম স্থিতিক ভেঙুচালি কৰি কেন্দ্ৰলৈ মিজোৰাম চৰকাৰৰ গৰম পত্ৰ কি লিখিছে পত্ৰত
Assamese
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ বাসৱৰাজ বোম্মাইৰ
Assamese
লিংগায়েটক অঁতৰোৱাৰ বিপদ চপাই নললে বিজেপিয়ে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই
Assamese
সীমা বিবাদঅসমমিজোৰামৰ মুখ্য সচিবক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহ দপ্তৰে
Assamese
সীমান্তৰ সংঘৰ্ষত ড্ৰাগছ কানেকশ্যন কিয় মিজোৰ এই আগ্ৰাসী আচৰণ
Assamese
অসম কৃষি বিপণন পৰিষদৰ দায়িত্বহীনতা কৃষ্ণাইৰ পণ্যাগাৰতে পচিল শ শ কুইণ্টল ধান
Assamese
কথা মতেই কাম বিধায়ক অখিল গগৈৰ ন ৰূপত জিলিকি উঠিল শিৱসাগৰ অসামৰিক চিকিৎসালয়
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মৃত্যু কিমানৰ পজিটিভিটিৰ হাৰে দিছে সকাহ
Assamese
আত্মসমৰ্পন নহয় কেন্দ্ৰলৈ বল ঠেলি আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হৈ পৰিল শান্তিৰ দূত
Assamese
সাংবাদিকৰ নকল পৰিচয় পত্ৰৰে অবৈধ সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত ভুৱা সাংবাদিক
Assamese
আজি ৰাজ্যত জাৰি কৰা হল নতুন কি ঘটিল পৰিৱৰ্তন
Assamese
মিজোৰামেৰে সংঘাত বনাঞ্চলত বেদখলক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব অসম চৰকাৰ
Assamese
প্ৰধানমন্ত্ৰীৰ আদৰ্শ গাঁও আঁচনি ৰূপায়নৰ নামত ভেকোভাওনা গাঁৱৰ ৰাইজে নাজানেই আঁচনিৰ কথা
Assamese
মিজোৰামেই নহয় মেঘালয় সীমান্ততো অসম আৰক্ষীৰে মেঘালয়ৰ স্থানীয় লোকৰ সংঘাত
Assamese
লিডুৰ সমীপত ব্যক্তিক নিৰ্যাতন কৰাৰ বাতৰি অস্বীকাৰ ভাৰতীয় সেনাৰ
Assamese
সীমান্তত অসম আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছত মিজোৰাম আৰক্ষীগুণ্ডা বাহিনীৰ চেলিব্ৰেশ্যন
Assamese
বহলপুৰত দহ বিধ উন্নত জাতৰ ধানৰ কঠিয়া ৰোপণেৰে কৃষকক উপকৃত কৰাৰ প্ৰয়াস
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত মৃত্যু কিমানৰ পজিটিভিটিৰ হাৰ নামিল ১ শতাংশৰ তললৈ
Assamese
অসমমিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীৰ গুলীত নিহত অসম আৰক্ষীৰ ৬ জোৱান ৬৫ জন আহত
Assamese
বঙাইগাঁও জিলাত নতুনকৈ ২৬ জন ব্যক্তি কভিডত আক্ৰান্ত
Assamese