text
stringlengths
1
2.59k
language
stringclasses
10 values
সেনাই অত্যাচাৰ কৰা নাছিল ৰহস্যজনক ভাবে সুৰ সলালে নিৰ্যাতিত ৰাঙে হাখুনে
Assamese
বঙাইগাঁৱত অব্যাহত ব্লেক মেনৰ আতংক নেতৃস্থানীয় লোকৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক
Assamese
পুনৰ উত্তপ্ত অসমমিজোৰাম সীমান্ত কাচাৰৰ উপায়ুক্তলৈ গুলী মিজো দুস্কৃতিকাৰীৰজোৱান আহত
Assamese
ধৰ্ম নিৰপেক্ষ স্থিতিয়েই কাল হল নেকি কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী য়েডি য়ুৰাপ্পাৰ বাবে কি স্থিতি লৈছিল তেওঁ
Assamese
বঞ্চনাচৰকাৰৰ বিৰুদ্ধে পুনৰ জাগিছে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা
Assamese
পেগাছাছৰ নজৰৰ পৰা সাৰি যাব পৰা নাছিল ভাৰতীয় সেনা বিএছএফ আৰু ৰ দৰে সংস্থাৰ বিষয়াও
Assamese
মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ য়াদুৰাপ্পাৰ কোন হব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী
Assamese
হাজো আৰক্ষীৰ জালত এইবাৰ কুখ্যাত আন্ত:ৰাষ্ট্ৰীয় তীৰ মাফিয়া কনক মেধি
Assamese
ত ওলাইছে চাকৰি সাংবাদিকতাৰ অভিজ্ঞতা থকাসকলে কৰিব পাৰিব আবেদন
Assamese
শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস উদযাপন
Assamese
কৰনা মোকাবিলাত ব্যৰ্থ অৰ্থনীতিৰ অৱনমন প্ৰবল প্ৰতিবাদৰ সন্মুখত অপসাৰিত টিউনিছিয়াৰ প্ৰধানমন্ত্ৰী
Assamese
ভুতৰ ওপৰত দানহ আকৌ ব্ৰিটেইনত কৰনাৰ নতুন ভেৰিয়েন্টৰ সন্ধান বিয়পিছে ২৬খন দেশলৈ
Assamese
বঙাইগাঁৱত নিশা ব্লেক মেনৰ আতংকতীব্ৰ উত্তেজনা তিনিজনক কৰায়ত্ব
Assamese
হিমাচল প্ৰদেশত পাহাৰৰ পৰা হঠাতে নামি অহা শিলমাটিয়ে ধ্বংস কৰিলে দলং৯ পৰ্যটক নিহতশিহৰণকাৰী ভিডিঅ
Assamese
তিতাবৰ কংগ্ৰেছত ব্যাপক খহনীয়া বহু নেতাকৰ্মীৰ বিজেপিত যোগদান
Assamese
বাক্সাৰ ভাৰতভূটান সীমান্তত জন্তুৰ শৰীৰৰ অংগ উদ্ধাৰ এজনক আটক
Assamese
ৰে জড়িত থকাৰ অভিযোগত বিশেষ ভাৱে সক্ষম ব্যক্তিক নিৰ্মম অত্যাচাৰ সেনাৰ ৰাইজৰ থানা ঘেৰাও
Assamese
ম্যানমাৰৰ পৰা পলাই অহা ১৫ গৰাকী ৰোহিংগীয়াক বদৰপুৰত আটকআছে মহিলা আৰু শিশুও
Assamese
নতুন এছ অ পিকলৈ উৎকণ্ঠিত বিশ্বনাথবাসীমুক্ত হবনে কন্টেইনমেন্ট জনৰ পৰা
Assamese
ভাৰত বনাম উত্তৰপূব বিতৰ্কত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন
Assamese
গোলাঘাটৰ চন্দন নগৰত আৰক্ষীৰ অভিযানড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
Assamese
৪৭ বছৰে ৫০ টা পৰিয়ালে সমবায় ভিত্তিত খেতিবাতিৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন
Assamese
দেশত আজি কিমান লোক কৰনাত আক্ৰান্ত হল মাৰাত্মক ভাইৰাছত কিমানজনে হেৰুৱালে প্ৰাণ
Assamese
আজি গুৱাহাটীৰ কত কি কাৰ্যসূচী কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ
Assamese
ব্ৰহ্মপুত্ৰকলৈ পুনৰ চমৎকাৰী পৰিকল্পনা চৰকাৰৰপানীৰ সোঁত সলনি কৰাৰ বিষয়ে অধ্যয়ন চলাব ই
Assamese
বিশিষ্ট শিক্ষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু ড০ নিৰু হাজৰিকাৰ দেহাৱসান
Assamese
এনএছচিএন আই এম নেতা থুইংগালেং মুইভা ডিমাপুৰৰ হাস্পাতালত চিকিৎসাধীন
Assamese
ব্লেক মেনৰ আতংক বঙাইগাঁৱত প্ৰশাসনে অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখন সভা মাইকেৰেও কৰিছে ঘোষণা
Assamese
বঙাইগাঁও জিলাত নতুনকৈ ২৮ জন ব্যক্তি কভিডত আক্ৰান্ত
Assamese
ৰাজহুৱা স্থানত চিত্ৰ অংকনেৰে টীয়কত অসম কন্যা লাভলীনা বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন
Assamese
ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাবে নিযুক্তি
Assamese
অৰ্থনৈতিক বিকাশৰ দিশত চীনআমেৰিকাৰ সৈতে ২০৪৭ চনতহে ভাৰতে ফেৰ মাৰিবলৈ সক্ষম হবমুকেশ আম্বানী
Assamese
ফোন টেপিঙকলৈ শংকিত নহওঁ কা বিৰোধী স্থিতিত অটল থাকিমসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
Assamese
আজি ২৪ জুলাই৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে দেশত সংঘটিত হৈছিল এক অভূতপূৰ্ব পৰিৱৰ্তন কি সেয়া
Assamese
জুৰীয়াৰ তিনিচুকীয়াৰ কাৱৈমাৰী মুক্তাৱ বিদ্যালয়ত ভেকচিনক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট আহত বহু জন
Assamese
আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত সংগঠনত বিভাজনৰ কথা অস্বীকাৰ
Assamese
বেংকৰ পৰা লুটিছিল লাখে লাখে টকা হাজো আৰক্ষীৰ জালত চাইবাৰ হেকাৰ মীৰ আলম
Assamese
অজ্ঞাত বাহনৰ খুন্দাত নিহত কাজিৰঙাৰ পৰা ওলাই অহা এটা পহু
Assamese
অসুস্থ পৃথিৱী মহামাৰীত ভাৰতত অনাথ হৈছে ১.২ লাখ শিশু বিশ্বত এই সংখ্যা ১০ লাখৰো অধিক
Assamese
দেশত পুনৰ বৃদ্ধি পালে কৰনাৰ দৈনিক সংক্ৰমণ ২৪ ঘন্টাত মৃত্যু ৫৪৬জনৰ
Assamese
ডিজেলৰ মূল্য বৃদ্ধি মতা গৰুৰ বিতৰ্কই বিপাঙত পেলাইছে কৃষকক চৰকাৰলৈ সহায়ৰ আহ্বান
Assamese
আত্মসমৰ্পন নহয় যুদ্ধ বিৰতিহে পুলিচেই পলুৱাই পঠিয়াইছিল দুৰ্ধৰ্ষ নেতা এম বাথাক
Assamese
বিপদত ৰূপজ্যোতি কুৰ্মী মৰিয়নীৰ প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ
Assamese
বঙাইগাঁও জিলাত কভিডত এজনৰ মৃত্যুনতুনকৈ আক্ৰান্ত ৩৫ জন ব্যক্তি
Assamese
মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণ ভয়ংকৰ ভূমিস্খলনত মৃত্যু ৩৬ জনৰ
Assamese
টীয়কৰ বলমাত পুঠী নদীত ভাগিল ৰিং বান্ধকেইবাখনো গাঁও প্লাৱিত হাহাকাৰ পৰিস্থিতি
Assamese
ৰাহুল গান্ধীয়ে তেওঁৰ ফোনটো তদন্তকাৰী সংস্থাৰ হাতত গতাই দিয়ক কোনেকিয় জনালে এই দাবী
Assamese
দিখৌ নৈৰ মথাউৰি মেৰামতিত চৰম গাফিলতি জলসম্পদ বিভাগৰ
Assamese
শিৱসাগৰত অএনজিচিৰ পাইপলাইন ফাটি ভয়ংকৰ পৰিস্থিতিশ শ বিঘা কৃষিভূমি বিনষ্ট
Assamese
হায় ন্যায় ব্যৱস্থা ৫৩ বছৰ ন্যায়ৰ অপেক্ষাত কটাই জীৱন সামৰিলে ১০৮বছৰীয়া ব্যক্তিয়ে
Assamese
মুখ্যমন্ত্ৰীৰ সমষ্টিত দুৰ্নীতি শুৱালকুছিত বিজেপি কৰ্মীৰ প্ৰতিবাদ কিয়
Assamese
আন্দোলনকাৰী কৃষকক গুণ্ডা আখ্যা ক্ষমা বিচাৰিলে কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখিয়ে
Assamese
কৃত্ৰিম বান এজাক বৰষুণতে ডুবিল যোৰহাট নগৰ
Assamese
স্বস্তি দেশত কৰনাৰ সংক্ৰমণৰ হাৰ নিম্নগামী পাঁচশতকৈয়ো কমিল দৈনিক মৃত্যুৰ সংখ্যা
Assamese
চুপাৰি ব্যৱসায়ী আব্দুল হান্নানৰ কৰ্মচাৰীয়ে অনা অভিযোগ খণ্ডন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
Assamese
ভুৱা কৃষকৰ নামত অসমত সংঘটিত ব্যাপক দুৰ্নীতি প্ৰসংগত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰিপুন বৰাই
Assamese
অনলাইন সুৰা বিক্ৰী সম্পৰ্কত ৰাজপত্ৰিত জাননী জাৰি কিদৰে লাভ কৰিব সুৰাৰ হোম ডেলিভাৰী
Assamese
কভিড পৰিস্থিতিত কেনেদৰে পালন কৰা হব স্বাধীনতা দিৱস শিৱসাগৰত প্ৰস্তুতি সন্দৰ্ভত আলোচনা
Assamese
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে
Assamese
চিআইডিৰ গোচৰত ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
Assamese
শিল্পা ছেট্টিৰাজ কুন্দ্ৰাৰ ঘৰৰ পৰা ওলাল ৭০টা পৰ্ণ ভিডিঅ শিল্পাই সঁচাকৈয়ে একো নাজানে
Assamese
কেন্দ্ৰক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলত ব্যৰ্থ চৰকাৰ
Assamese
ৰাজনৈতিক প্ৰতিহিংসা নে গণতন্ত্ৰৰ কণ্ঠৰোধৰ চেষ্টা দৈনিক ভাস্কৰ গ্ৰুপত আয়কৰৰ ব্যাপক তালাচী
Assamese
অযোগ্য কৃষকৰ নামত কৃষি আঁচনিৰ ধন আত্মস্যাৎ কেলেংকাৰী দিছপুৰ থানাত দাখিল এজাহাৰ
Assamese
অৱশেষত ৰ নেতা বাথাৰ আত্মসমৰ্পন ওদালগুৰিৰ ভাৰতভূটান সীমান্তত আত্মসমৰ্পণ
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকলৈ হোৱাটছ এপত ষ্টেটাছ দি গ্ৰেপ্তাৰ নলবাৰীৰ যুৱতী
Assamese
এখন অৰ্ধ নিৰ্মিত দলঙৰ বাবেই জীয়াতু ভুগিছে সোণাজুৰিৰ ৰাইজে
Assamese
পেগাছাছৰ ফোন টেপিঙৰ তালিকাত ৰ সদস্যৰো ফোন নম্বৰ
Assamese
অস্বস্তিত ইজৰাইলৰ চৰকাৰপেগাছাছৰ ফোন টেপিঙৰ অনুসন্ধানৰ বাবে গঠন কৰিলে টাস্ক ফোৰ্চ
Assamese
যোৰহাটৰ ইলি চিনেমা হলৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড কেইবা কোটি টকাৰ সম্পত্তি ভষ্মীভূত
Assamese
বিশ্বনাথ পুনৰ কণ্টেইনমেন্ট জিলা ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া
Assamese
বিটিআৰত বহু নতুন গাওঁ নীতি বহিৰ্ভূতভাবে অন্তৰ্ভূক্তিৰ ষড়যন্ত্ৰ চলিছে কাৰ অভিযোগ এয়া
Assamese
ডিব্ৰুগড়ত ১৬ বছৰীয়া যুৱতীৰ ডিম্বাশয়ৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়ালে ৩০ কিলোগ্ৰাম ওজনৰ টিউমাৰ
Assamese
ব্যতিক্ৰম মক্কাত প্ৰথমবাৰৰ বাবে হজ যাত্ৰীৰ সুৰক্ষাত নিয়োজিত মহিলা নিৰাপত্তাৰক্ষী
Assamese
আজি অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে ৰ দুৰ্ধৰ্ষ নেতা বাথাই
Assamese
বঙাইগাঁও জিলাত নতুনকৈ ১৫ জন ব্যক্তি কভিডত আক্ৰান্ত মুঠ আক্ৰান্ত কিমান
Assamese
দিহিংপাটকাইত বনৰক্ষী আৰু চোৰাং ব্যৱসায়ীৰ মাজত তুমুল সংঘৰ্ষ হাতীৰ কৰুণ মৃত্যু
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত প্ৰাণ হেৰুৱালে কিমানজনে পজিটিভিটিৰ হাৰ পুনৰ ২ শতাংশৰ ওপৰলৈ
Assamese
দিল্লীৰ ৰাজপথত আজি নিশা পুনৰ উত্তৰপূৰ্বাঞ্চলৰ যুৱতীক যৌন আতিশয্যৰ চেষ্টা যুৱতীয়ে ললে ৰণচণ্ডী ৰূপ
Assamese
পেগাছাছৰ ফোন টেপিঙৰ তালিকাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অনুপ চেতিয়াৰ ফোন নম্বৰ
Assamese
টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাতা প্ৰতিষ্ঠানৰ গাফিলতিৰ ফলত ভয়ংকৰ দুৰ্ঘটনা
Assamese
হাজোত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী
Assamese
বঙাইগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বামপন্থী সংগঠনৰ প্ৰতিবাদ
Assamese
সাৱধানআপোনাৰ ফোনটোও হেকাৰে কৰিব পাৰে হেক নিশ্চিত হবলৈ মন কৰক এই লক্ষণকেইটালৈ
Assamese
আজৱ কাণ্ড চৰকাৰী ৱেবচাইটত এতিয়াও প্ৰমীলাৰাণী ব্ৰহ্ম হৈ আছে সমাজ কল্যাণ মন্ত্ৰী
Assamese
ৰাজ্যৰ বন বিভাগৰ বহু শীৰ্ষ বিষয়াক বদলিৰ নিৰ্দেশ কাক কলৈ কৰিলে বদলি সম্পূৰ্ণ তালিকা
Assamese
অসমীয়াৰ বিড়ম্বনা কাবিৰোধী গণ আন্দোলনৰ প্ৰথম শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম নাই চৰকাৰী তথ্যত
Assamese
আজি পবিত্ৰ ঈদ কভিড বিধি মানি ইছলামধৰ্মী লোকে ঘৰতে পঢ়িলে নামাজ
Assamese
টীয়কৰ চিন্তামণিগড় গাঁও পঞ্চায়তত দুৰ্নীতিলুন্ঠনৰ ধন ঘূৰাই দিবলৈ বাধ্য হল খণ্ড উন্নয়ন বিষয়াই
Assamese
চৰকাৰী অনুমতি অবিহনে বিদেশ ভ্ৰমণ আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক নিলম্বন
Assamese
কলিয়াবৰত বন বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি দি দিন দুপৰতে দুষ্ট চক্ৰৰ চোৰাংকাঠৰ ৰমৰমীয়া বেহা
Assamese
মাৰ্ঘেৰিটাৰ নামদাঙৰ চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক
Assamese
সাংসদ নৱ কুমাৰ শৰণীয়াক তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ কি কলে সাংসদগৰাকীয়ে
Assamese
ৰাজ্যৰ সকলোবোৰ বনাঞ্চল আৰু বনসংমণ্ডলৰ বনকৰ্মীলৈ বৰ্ধিত ৰেচন ভাট্টাৰ ঘোষণা
Assamese
গাড়ী ক্ৰয় নকৰাকৈয়ে গাড়ীৰ গৰাকী হল এজন লোক প্ৰকৃততে পৰিবহণ বিভাগত চলিছে কি
Assamese
পৰ্ণ ছবিৰ ব্যৱসায়ত জড়িতৰ অভিযোগত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ নাম ওলাল চাৰ্লিনপুনমৰ
Assamese
মাৰ্ঘেৰিটাৰ চাইডিঙত ভুৱা আধাৰ কেন্দ্ৰত আৰক্ষীৰ অভিযান উৎখাত কেন্দ্ৰ আটক ৩জনক
Assamese
বৰপেটাৰ শিলাত অমানবীয় কাৰ্য শ শ পক্ষী নিধনপক্ষী নিধন কাৰ্যত জড়িত এজনক আটক
Assamese
জাগুনত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ কৰুণ মৃত্যুত শোকৰ ছাঁ
Assamese
ৰাজ্যত আজি কিমান আক্ৰান্ত হল কভিডত প্ৰাণ হেৰুৱালে কিমানজনে নতুন ত কি আছে
Assamese