text
stringlengths
1
2.59k
language
stringclasses
10 values
পেগাছাছ বিষয়কলৈ বিৰোধীৰ হুলস্থুলৰ মাজতে স্থগিত লোকসভা
Assamese
দেশবাসীক বাহুৱলী হোৱাৰ কিটিপ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে কি সেই কিটিপ
Assamese
বিজেপি নেতা চন্দু প্ৰসাদ জয়ছোৱালৰ বিৰূদ্ধে সংৰক্ষিত ভূমি বেদখলৰ অভিযোগ এজাহাৰ দাখিল
Assamese
কঠোৰ ন্যায়ালয়চন্দ্ৰপুৰত স্থাপন কৰিব নোৱাৰিব ডাম্পিং গ্ৰাউণ্ড
Assamese
কভিড ৰোগীৰ সংখ্যা কমি অহাৰ পিচতো তৃতীয়বাৰৰ বাবে লকডাউন বৃদ্ধি বিশ্বনাথত
Assamese
কলিয়াবৰত আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত ৰেকিবুলহাফিজুৰ
Assamese
কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীত ৬ আগষ্টত গুৱাহাটী কঁপাব আক্ৰাছুৱে
Assamese
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ কৰা মহিলাও পেগাছাছৰ ফোন টেপিঙৰ তালিকাত
Assamese
সৰুপথাৰৰ খৰাংপীড়িত অঞ্চললৈ ৰাজ্য চৰকাৰে দিয়া ক্ষতিপূৰণ স্থায়ী সমাধান নহয়পৰিবেশকৰ্মীৰ প্ৰতিক্ৰিয়া
Assamese
শলঠেকত চৰকাৰফেচবুকত গোমূত্ৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হোৱা মণিপুৰৰ সমাজকৰ্মী লেইচমবাম ইৰেন্দ্ৰক মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Assamese
ডেল্টা ভেৰিয়েন্টৰ সন্ত্ৰাস কৰনাত বিধ্বস্ত ইন্দোনেছিয়া ১৭ দিনত ১১৪গৰাকী চিকিৎসকৰ মৃত্যু
Assamese
নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱকৃত্ৰিম বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত উপস্থিত কলিয়াবৰৰ মহকুমাধিপতি
Assamese
পঞ্জাৱত চাৰিগৰাকী ছাপোৰ্ট ষ্টাফ লৈ হাত নতুন কেপ্টেইন নৱজ্যোৎ সিং সিদ্ধু মৌন অমৰিন্দৰ
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাঁচশৰ তললৈ নামিল দৈনিক মৃত্যুৰ সংখ্যা
Assamese
ৰাজ্যত নতুন কোভিড এছঅপি জাৰি কি কি আছে নতুন নিৰ্দেশনাত
Assamese
নাও বুৰিলেও টিঙৰ পৰা নানামে কিম জং তীব্ৰ খাদ্য সংকটৰ মাজতো দিলে পাৰ্টি
Assamese
উপনিৰ্বাচন চৰকাৰৰ দুৰ্নীতি চিণ্ডিকেট তথা মূল্যবৃদ্ধিক লৈ কি কলে লুৰীণজ্যোতি গগৈয়ে
Assamese
ফোন টেপিং কৰা হৈছে ভাৰতীয় ৰাজনীতিক সাংবাদিক ন্যায়াধীশৰ তালিকাত থাকিব পাৰে কোন কোন সাংবাদিক
Assamese
মুখ্যমন্ত্ৰীৰ কভিড১৯ বিধৱা সাহায্য আঁচনি অধীনত ধুবুৰীত ৮ বিধৱা মহিলাক চেক বিতৰণ
Assamese
চাপৰত ডেৰ লক্ষাধিক টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দএজনক গ্ৰেপ্তাৰ
Assamese
এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা জালিয়াতিৰ অভিযোগ৪ আগষ্টত উচ্চ ন্যায়ালয়ত শুনানি
Assamese
নিষিদ্ধ ড্ৰাগছৰ ওপৰেৰে চলিল বুলডজাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কত
Assamese
বঙাইগাঁৱত ৭৫ সংখ্যক স্বাধীনতা দিৱসত প্ৰশস্তিপত্ৰ প্ৰদান কৰা হব চিকিৎসকনাৰ্চ আৰু স্বাস্থ্যকৰ্মীক
Assamese
হাজো আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া বেঙা
Assamese
সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যুত যোৰহাট জিলা সাংবাদিক সন্থা দক্ষিণ যোৰহাট প্ৰেছ ক্লাৱৰ শোক
Assamese
ৰাজ্যৰ সকলো কাৰাগাৰৰ কাৰাবন্দীকে শীঘ্ৰে কোভিড ভেকচিন প্ৰদানৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
Assamese
শিলত অংকন কৰে ছবি অসম বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত তামুলপুৰৰ যুৱকৰ নাম
Assamese
অসমত হোৱা নাই অতিপাত মূল্যবৃদ্ধি মূল্যবৃদ্ধিৰ উত্তাপ অনুভৱ নকৰা যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য
Assamese
বাণিজ্য নগৰী মুম্বাইত ধাৰাসাৰ বৰষুণ ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ২০জন লোকৰ মৃত্যু
Assamese
লিংকনৰ নিম্নমানৰ কামৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ সাহস নাই এন এইচ আই ডি এচ এলৰ
Assamese
কলিয়াবৰত কৃত্ৰিম বানপানীত আৱদ্ধ কেইবাটাও পৰিয়াল কাৰ ভুলৰ ফল ভোগ কৰিছে ৰাইজে
Assamese
অসমৰ পৰা সৰবৰাহ কৰি কেৰালাত পতিতাবৃত্তি লবলৈ বাধ্য কৰোৱা ৯গৰাকী যুৱতীক উদ্ধাৰ
Assamese
উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত উত্তৰ প্ৰদেশত বাতিল কৰা হল কানোৱাৰ যাত্ৰা
Assamese
কেৰালাৰ পৰা উদ্ধাৰ অসমৰ ৯ যুৱতীকমানৱ সৰবৰাহকাৰীয়ে প্ৰলোভন দি নিছিল বহিঃৰাজ্যলৈ
Assamese
যোৰহাটত কিছু শিথিল কৰা হল লকডাউন আজিৰে পৰা বলৱৎ হব এই নতুন নিৰ্দেশনা
Assamese
উত্তৰপশ্চিম যোৰহাটৰ ৮ নং স্পাৰত প্ৰবল খহনীয়া স্থায়ী সমাধান নকৰিলে চৰকাৰে
Assamese
তামুলপুৰত গৰু চোৰৰ সন্দেহত যুৱকক গণ প্ৰহাৰ মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিলে আৰক্ষীয়ে
Assamese
বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধীৰ
Assamese
সচিবালয়ৰ পৰাই প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ ঘটনাই উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ
Assamese
যোৰহাটত কভিডত স্বামীহাৰা হোৱা মহিলাক দুই লাখ পঞ্চাৰ হাজাৰ টকাৰ চেক প্ৰদান মন্ত্ৰী ৰণোজ পেগুৰ
Assamese
গো সুৰক্ষাৰ কথাতকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ পদক্ষেপ লওঁক চৰকাৰক সকিয়ালে কংগ্ৰেছে
Assamese
জিলা গঠনৰ প্ৰস্তাৱতামুলপুৰত আৱতৰীয়া দীপাৱলীৰ পৰিবেশ
Assamese
বিশ্বনাথত কভিডে স্বামীহাৰা কৰা ৩২ গৰাকী মহিলাক সাহায্যৰ চেক বিতৰণ
Assamese
পুনৰ ঘুৰি আহিছে তালিবানী শাসন নতুন ফতোৱা জাৰি দাসী বিচাৰি ধৰ্মীয় নেতাক নিৰ্দেশ
Assamese
বাকচু খেলুৱা গাঁৱত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা দোষীক আটক চেৰেকাপাৰ আৰক্ষীৰ
Assamese
শিলচৰসৌৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ ডিমাছা ছাত্ৰ সন্থাৰ
Assamese
দেশত যোৱা ২৪ ঘন্টাত কৰনাত আক্ৰান্ত হৈছে প্ৰায় ৩৮ হাজাৰ লোক মৃত্যু ৫৬০জনৰ
Assamese
২০২১২২ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰতিক্ৰিয়া ইতিহাসৰ সৰ্বাধিক প্ৰৱঞ্চনাকাৰী বাজেটৰিপুন বৰা
Assamese
ওদালগুৰিৰ টেংকিবস্তিত তিনিটা হস্ত নিৰ্মিত বন্দুক সহ আটক ৪ সন্দেহযুক্ত উগ্ৰপন্থী
Assamese
এএমচিএইচত ১০০ বিচনাযুক্ত পেডিয়াট্ৰিক আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
Assamese
মদ নিষিদ্ধ বিহাৰত বিষাক্ত মদ খাই ১৬জনৰ মৃত্যু কি কৰিছে নীতিশ চৰকাৰে
Assamese
বিটিআৰৰ শ্ৰেষ্ঠ সাংবাদিকলৈ চিনু বসুমতাৰী সাংবাদিকতা বঁটা প্ৰদান কৰিব বিটিআৰ চৰকাৰে
Assamese
জাগুনত আবকাৰী অভিযানঃ ৫ জনক ৰঙাঘৰলৈ
Assamese
ফুলি থকা পদুমৰ পাহিবোৰ দেখি আপোনাৰো মন পুলকিত হৈ উঠিব ৰাজ্যৰ কত আছে এইটো পদুম পুখুৰী
Assamese
স্কটলেণ্ডৰ পৰা জাহাজেৰে চীনলৈ তুলি নিয়া হল হুইস্কীৰ সমগ্ৰ প্ৰকল্প
Assamese
এটা ছাগলীক কেন্দ্ৰ কৰি হাজোত প্ৰচণ্ড সংঘৰ্ষ আহত বহু কেইগৰাকী লোক
Assamese
বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট ভাষণ কি কি নতুন কথা
Assamese
নিবনুৱাৰ বাবে বিত্তমন্ত্ৰীৰ ভাষণত কি বতৰা
Assamese
মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বিষয়ত বাজেটত কেনে প্ৰস্তাৱ
Assamese
বাজেটত কোনসকল ছাত্ৰছাত্ৰীৰ বাবে স্মাৰ্ট ফোন অৰুণোদয় আঁচনিৰ ধন কিমান কৰা হল
Assamese
কভিড পৰিস্থিতিৰ বাবে গভীৰ সংকটত পৰা বাছ মালিকসকলক চৰকাৰৰ ৰাম টাঙোন
Assamese
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান এসপ্তাহত ১০০ কেজিতকৈয়ো অধিক গাঞ্জা জব্দ
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ আৰু নিম্নগামী হ্ৰাস পালে মৃত্যুৰ সংখ্যাও
Assamese
ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা পুনৰ উত্থাপিত হল টাই আহোমক জনজাতিকৰণৰ দাবী
Assamese
ভুৱা তথ্য দাখিল এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰি বিপদত বিধায়ক ফণীভূষণ চৌধুৰী
Assamese
এইবাৰ আলুৰ বস্তাৰ লগত ওলাল সুৰা আবকাৰী বিভাগৰ অভিযানত জব্দ ২০০ কাৰ্টন সুৰা
Assamese
গোলাঘাট জিলাত কভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা কত কত দিলে ৰেহাই ২৪ ঘণ্টাই থাকিব সান্ধ্য আইন
Assamese
মৰ্মান্তিক শিশু কন্যাক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাত পৰিল ৪০জন লোক মৃত কমেও ৪জন
Assamese
আৰু কিমান সহিব মহানগৰবাসী গুৱাহাটীত গাখীৰৰ দাম প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি
Assamese
কুম্ভকৰ্ণ ৰিটাৰ্ণছ বছৰৰ ৩০০দিনেই শুই কটায় ৰাজস্থানৰ এই গৰাকী ব্যক্তিয়ে
Assamese
আজিৰে পৰা কভিড কিছু শিথিল কৰিছে যোৰহাট জিলা প্ৰশাসনে
Assamese
মানৱ অংগ সৰবৰাহত কলকাতাৰ হাস্পাতাল জড়িত অভিযোগ তদন্ত বিচাৰি মমতালৈ গৌৰৱ গগৈৰ পত্ৰ
Assamese
বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ বাবে গেলামালৰ দোকান ছীল দেবী ষ্টৰ অনুজ্ঞাপত্ৰ বাতিল
Assamese
নতুন কেন্দ্ৰীয় ডনাৰ মন্ত্ৰীৰ ভিডিঅ কনফাৰেন্সত অংশগ্ৰহণ বিজ্ঞানপ্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তৰ
Assamese
কোভিড আৰু গৰ্ভৱতী মহিলা
Assamese
বোকাখাতৰ কভিড পৰিস্থিতি উদ্বেগজনক৩দিনীয়া সম্পূৰ্ণ লকডাউনৰ অন্ত আৰম্ভ হব নতুন এছ অ পি
Assamese
গোবিধেয়কৰ সলনি গোপালকৰ সমস্যাৰ ওপৰত মনোনিবেশ কৰাৰ আহ্বান গোপালক সন্থাৰ
Assamese
স্বাধীনতাৰ ৭৫বছৰ পাছতো ইয়াৰ প্ৰয়োজন আছে ৰাষ্ট্ৰদ্ৰোহ আইনক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ
Assamese
আৰম্ভ হৈ গৈছে কৰনাৰ তৃতীয় ঢৌ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই
Assamese
অৰুণাচলত দ খাৱৈত বাগৰিল সেনাৰ বাহন এজন জোৱান নিহত
Assamese
বনধ্বংসৰ পৰিণাম:গোলাঘাটত কপিকুল আৰু মানুহৰ তয়াময়া ৰণ
Assamese
কোকৰাঝাৰ দুৰামাৰীত বিদ্যুৎ কৰ্তন ৰাইজৰ মাজত হাহাকাৰ
Assamese
সেনা প্ৰধানৰ ভ্ৰমণৰ সময়তে কাশ্মীৰত উৰিল পাকিস্তানৰ দ্ৰোন
Assamese
ৰঙিয়াতামুলপুৰভূটান পথত কভিড বিধি উলংঘা কৰা লোকক জৰিমনা
Assamese
গোলাঘাটত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৪শ ফুট দীঘল বাঁহৰ দলং
Assamese
কলিয়াবৰত দুই ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত কে টি এম বাইকৰ লগতে ধন জব্দ
Assamese
কানোৱাৰ যাত্ৰাত কিয় অনুমতি দিয়া হল কেন্দ্ৰ আৰু উত্তৰপ্ৰদেশ চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ
Assamese
গোলাঘাটত জব্দ হোৱা বৃহৎ পৰিমাণৰ ধনৰাশি সন্দৰ্ভত মুখ খুলিলে আৰক্ষী অধীক্ষকে
Assamese
গৰু চুৰি চক্ৰই সলাইছে কৌশলএইবাৰ বিলাসী বাহন ব্যৱহাৰ
Assamese
বিধায়ক জিতেন গগৈৰ দুলুমনিক জব্দ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ হাতত অৰ্পণ
Assamese
বঙাইগাঁৱৰ চাপৰাকাটাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
Assamese
বিটিআৰৰ দুই সমষ্টিৰ উপনিৰ্বাচনৰ বাবে সাজু নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টি
Assamese
কলিয়াবৰৰ বুঢ়াপাহাৰত খালী চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাত পতিত
Assamese
বঙাইগাঁও জিলাত নতুনকৈ ৪১ জন ব্যক্তি কভিডত আক্ৰান্ত
Assamese
বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত এজন
Assamese
জলসিঞ্চন বিভাগৰ বিকল ইলেকট্ৰনিকেল চেল পাম্পক লৈ বিবুদ্ধিত টীয়কৰ খেতিয়ক
Assamese
বিশ্বনাথত কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ে সৃষ্টি কৰিছে ত্ৰাসৰ
Assamese
গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমা বিষয়ৰ কেবিনেট কমিটিত অন্তৰ্ভুক্ত হল সৰ্বানন্দ সোণোৱাল
Assamese
জলবায়ু পৰিৱৰ্তন চন্দ্ৰৰ অৱস্থানৰ ফলত পৃথিৱীত প্ৰবল বানৰ আশংকা নাছাৰ
Assamese
আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত এম বাথাৰ সহযোগী এনএলএফবিৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী
Assamese