text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
দেশত ১১৮দিনৰ ভিতৰত সৰ্বনিম্ন কৰনাৰ দৈনিক সংক্ৰমণ কিন্তু পুনৰ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা | Assamese |
জিলা প্ৰশাসনৰ অভিযান টীয়কৰ চেলেংহাট বাগান অঞ্চলত কেইবাটাও অবৈধ চুলাই ঘাটি ধ্বংস | Assamese |
সামগ্ৰীৰ মূল্য বৃদ্ধিআৰক্ষীৰ এনকাউন্টাৰৰ বিৰুদ্ধে সৰৱ সংগ্ৰামী যুৱ পৰিষদ | Assamese |
গোলাঘাট জিলাত সুলভ মূল্যৰ দোকানত সংঘটিত অনিয়মৰ বিৰুদ্ধে যোগান বিভাগৰ ব্যাপক অভিযান | Assamese |
বোকাখাতৰ কভিড পৰিস্থিতি উদ্বেগজনক২৪ঘন্টাত ৩০ জন আক্ৰান্ত সংক্ৰমণৰ হাৰ ৩.৫৪ শতাংশ | Assamese |
বাহ কি যে অফাৰ এই গাঁওসমূহত বাস কৰিলেই দিছে ২৫লাখ টকা | Assamese |
ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব জটিল ৰোগৰ চিকিৎসা | Assamese |
কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটত সম্পূৰ্ণ লকডাউন ঘোষণা | Assamese |
কভিডৰ নীতিনিৰ্দেশনা ভংগ কৰি চাহ বাগিছাৰ দুৰ্গা মন্দিৰত যজ্ঞ জনসমাগমৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান | Assamese |
টীয়কত কভিডৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ গাঁৱে গাঁৱে প্ৰশাসনৰ দলৰ তহল | Assamese |
বিধানসভাত কথা কবলৈ নিদিলে অখিল গগৈক সদনত মুখ্যমন্ত্ৰীৰ হাঁহি আৰু বিৰোধীৰ সদন ত্যাগ | Assamese |
বিধানসভাৰ প্ৰথম দিনটোতেই উত্থাপিত হল গোসুৰক্ষা বিধেয়ক২০২১ | Assamese |
দেশত পুনৰ দৈনিক কৰনা আক্ৰান্তৰ সংখ্যা ৪০হাজাৰৰ তললৈ হ্ৰাস কমিল মৃত্যুৰ সংখ্যাও | Assamese |
মুখ্যমন্ত্ৰী আমাৰ কথাও শুনক মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ হুংকাৰ | Assamese |
লক্ষ্য মুখ্যমন্ত্রী বিধান সভাৰ অধিবেশনৰ প্ৰথমটো দিনতেই সদনৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ | Assamese |
ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ পাৰ্কুপাইন দিয়াৰ নামত ভেকো ভাওনা | Assamese |
ৰাজ্যত আজি কিমান কভিডত আক্ৰান্ত হল মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানে | Assamese |
টীয়কত কন্টেইমেন্ট জন পৰিদৰ্শন জিলা উপায়ুক্তআৰক্ষী অধীক্ষকৰ | Assamese |
পেট্ৰলডিজেল আৰু ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধি অত্যন্ত দুৰ্ভাগ্যজনককংগ্রেছ | Assamese |
আন্ত:জিলা যাতায়ত খুলিব নেকি কি কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | Assamese |
কোনে পাব লাগে পদ্ম সন্মান দেশবাসীকেই বাছনি কৰাৰ দায়িত্ব দিলে প্ৰধানমন্ত্ৰী মোদীয়ে | Assamese |
গোলাঘাটত নৱনিযুক্ত উপায়ুক্তৰ তৎপৰতা আৰক্ষী জিলা প্ৰশাসন আৰু চিআৰপিএফৰ কভিড সজাগতা | Assamese |
আৰক্ষী বিষয়াৰ মহানুভৱতা দুৰ্ঘটনাত পতিত হৈ অমানিশা নামি অহা যুৱকক দিলে এটি নতুন জীৱন | Assamese |
অখিল গগৈৰ ভূতে এতিয়া খেদি ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাককৃষক মুক্তিৰ বিস্ফোৰণ | Assamese |
বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰীক আহ্বান জাতীয় মহাসভাৰ | Assamese |
দেশত কৰনাৰ নতুন নতুন ষ্ট্ৰেইনে বৃদ্ধি কৰিছে উদ্বেগ ২৪ ঘন্টাত আক্ৰান্ত কিমান | Assamese |
মৃগেশ নাৰায়ণ বৰুৱাৰ গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ | Assamese |
নগাঁৱত আৰক্ষীৰ গুলিচালনাত আহত ড্ৰাগছ মাফিয়া আজিজুল হক | Assamese |
কাল কৰোনাই অমানিশা চপাই আনিছে মৃৎ শিল্পীৰ জীৱনলৈ | Assamese |
বাক্সাৰ নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিডৰ ভয়াৱহ সংক্ৰমণ ৩৮ গৰাকীৰ দেহত ধৰা পৰিল কোভিড | Assamese |
গোঁসাইগাওঁ উন্নয়ন খণ্ডৰ বামুনীগাঁৱত গৈঙীয়া নৈৰ গৰাখহনীয়াৰ সংহাৰ | Assamese |
অসমত জনসংখ্যা নিয়ন্ত্ৰণ আইন বলৱৎ কৰিবলৈ দাবী জনাই জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ | Assamese |
টীয়কত কভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ তৎপৰতা | Assamese |
দুমহীয়া মুখ্যমন্ত্ৰীৰ চমকপ্ৰদ পৰিকল্পনা জনজাতীয় লোকৰ বাবে পৃথক নতুন বিভাগ | Assamese |
বঙাইগাঁও জিলাত নতুনকৈ ৪৬ জন ব্যক্তি কভিডত আক্ৰান্ত | Assamese |
ট্ৰাইবেল বেল্ট আৰু ব্লকত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰদানৰ দাবী | Assamese |
নাগ্ৰীজুলিৰ কাউলীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ ৰাইজ শক্তিমন্ত্ৰীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ | Assamese |
৭ খন জিলাক বাদ কৰি কিছু নিয়ম শিথিলৰ ঘোষণা মুখ্যমন্ত্ৰীৰকি সেই ঘোষণা | Assamese |
এয়া কেনে গণতন্ত্ৰ মাত্ৰ ২ মিনিট বিধানসভাতো বিধায়ক অখিল গগৈক পিছ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই | Assamese |
এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ:অসমমিজোৰাম সীমান্তত অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানক গ্ৰেনেড আক্ৰমণ | Assamese |
বোকাখাতত কভিড নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগ মাৰ্চৰ ভুৱা প্ৰচাৰ আৰক্ষীৰ কটকটীয়া তহলৰহে ব্যৱস্থা | Assamese |
কোকৰাঝাৰত দুই গাঞ্জা ব্যৱসায়ী গুলীবিদ্ধএক কোটি টকা মূল্যৰ গাঞ্জা জব্দ | Assamese |
বিশ্বনাথত কঠোৰ হৈছে আৰক্ষী তথা জিলা প্ৰশাসন ৰাজপথত নামিছে উপায়ুক্তও | Assamese |
ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হোৱাৰ সময়তে নিচা মুক্তি কেন্দ্ৰলৈ বৈছে নিচাসক্তৰ সোঁত | Assamese |
চৰকাৰৰ কোটিটকীয়া প্ৰকল্প গৃহৰ জৰাজীৰ্ণ ৰূপমূল্যৱান সামগ্ৰী নষ্ট হোৱাৰ উপক্ৰম | Assamese |
বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা এজাক বৰষুণতে চহৰত কৃত্ৰিম বানৰ তাণ্ডৱ | Assamese |
মোদী মন্ত্ৰীসভাৰ ৪২শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ নৱ নিযুক্ত মন্ত্ৰীৰ ৯০ শতাংশ কোটিপতি | Assamese |
আমাক সংস্থাপিত কৰকমুখ্যমন্ত্ৰীস্বাস্থ্যমন্ত্ৰীলৈ কভিড ১৯ চাফাই কৰ্মী সন্থাৰ কাতৰ আহ্বান | Assamese |
নিশা বাক্সাৰ তামুলপুৰত গুলিবিদ্ধ নাৰী অপহৰণকাৰী আহত অভিযুক্তক জিএমচিএইচত ভৰ্তি | Assamese |
২৫ কেজিৰ ললীপপ কেৰেলাৰ যুৱকৰ এই কীৰ্তিৰ ভাইৰেল ভিডিঅই তুলিছে খলকনি | Assamese |
দেশত কৰনাৰ নতুন নতুন ষ্ট্ৰেইনে বৃদ্ধি কৰিছে উদ্বেগ ২৪ ঘন্টাত বহুখিনি বৃদ্ধি পালে মৃত্যুৰ সংখ্যা | Assamese |
সাৱধান আপডেট কৰক মেছেজৰ লিংক ক্লিক কৰিলেই খালি হৈছে গ্ৰাহকৰ ধন | Assamese |
দুধনৈত কোভিড বিধি উলংঘন খৰ্গহস্ত অভিভাৱক মন্ত্ৰীৰ কঠোৰ ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ জিলা প্ৰশাসনক | Assamese |
গোলাঘাটত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে বৃদ্ধি হব পাৰে লকডাউন | Assamese |
নিশা গোলাঘাট নগৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন ফলমূলৰ কাৰ্টনত লুকুৱাই আনিছিল টকাৰ বান্দোল | Assamese |
এই কামটো অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰীয়ে প্ৰথমে কৰককি কাম প্ৰথমে কৰিবলৈ কলে আদালতে | Assamese |
বঙাইগাঁও জিলাত নতুনকৈ ১৮ জন ব্যক্তি কভিডত আক্ৰান্ত | Assamese |
ৰাজ্যত আজি কিমান লোক কভিডত আক্ৰান্ত হল মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে | Assamese |
কাজিৰঙাৰ বাগৰি বনাঞ্চলত নিৰুদ্দিষ্ট বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ | Assamese |
প্ৰহসনত পৰিণত দূৰ্গাগাঁও পানী যোগান আঁচনি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজ | Assamese |
৩০০ খন বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কেনেদৰে চলিছে চিকিৎসা সেৱা | Assamese |
বিটিআৰৰ নেপালী গোৰ্খা জনগোষ্ঠীৰ লোকসকলক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভূক্তিৰ সিদ্ধান্ত কেবিনেটৰ | Assamese |
কোভিডৰ ডেল্টা প্লাছৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত কাপ্পা প্ৰজাতিত আক্ৰান্ত হৈ এজনৰ মৃত্যু | Assamese |
ভৰ বাৰিষাতো পানী নাই কাজিৰঙাত বানপানী নাহিলে প্রভাৱান্বিত হব পাৰে কাজিৰঙাৰ বিৰল জৈৱতন্ত্ৰ | Assamese |
পেকেজিং খোৱাপানীৰ নামত বৰবিহ শিৱসাগৰত অবৈধ খোৱাপানী উদ্যোগৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান | Assamese |
লাভ জেহাদ প্ৰেমৰ চলনাৰে তামুলপুৰৰ পৰা অপহৰণ কৰি নি বিহাৰত বিক্ৰী কৰা মহিলাসহ শিশুক উদ্ধাৰ | Assamese |
বিশ্বনাথত আৰক্ষীৰ সন্মুখতে পাকিস্তান জিন্দাবাদনৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনি যুৱকক আটক | Assamese |
৫ আগষ্টৰ দিনটো কমচাৰী দিৱস ঘোষণা ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি সদৌ অসম আমোলা সন্থাৰ | Assamese |
ধুবুৰীত ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ | Assamese |
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত শুৱালকুছি থিতাতে নিহত ট্ৰাকে মহতিয়াই নিয়া বাইক আৰোহীৰ | Assamese |
হাজোৰ পাখামেলা চকত পৰি ৰৈছে এজন ড্ৰাগছ আসক্ত যুৱক উদ্ধাৰ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ চিৰিঞ্জ | Assamese |
বিশ্বত প্ৰৱেশ কৰিছে কোভিড১৯ৰ আন এক ভেৰিয়েন্ট এইবাৰ আহিছে লাম্বদা আতংক | Assamese |
তীব্ৰ খাদ্য সংকটত টীয়কৰ কণ্টেইনমেইন্ট জনৰ আৱাসী কণ্টেইনমেইন্ট জন ভংগ কৰি ওলাই অহাৰ হংকাৰ | Assamese |
ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ পি নামানে কেন্দ্ৰীয় চৰকাৰৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানে | Assamese |
সাৱধান দেশত আজিও দৈনিক সংক্ৰমণ ৪০ হাজাৰতকৈ অধিক মৃত্যুৰ সংখ্যাও পালে বৃদ্ধি | Assamese |
কাশ্মীৰত তিনিটা পৃথক সংৰ্ঘষত নিহত ৬ সন্ত্ৰাসবাদী শ্বহীদ দুগৰাকী জোৱান | Assamese |
লেখাপানী আৰক্ষীৰ জিম্মাত নৱগঠিত বিদ্ৰোহী সংগঠন ৰ ৪ জন সদস্য | Assamese |
চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ সপোন ধ্বংস কৰি ট্ৰাকেট্ৰাকে জাৱৰ ঢালিলে য়ে | Assamese |
ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰত জোকাৰণি ছিমনাৰ বিধায়ক বৃষকেতুৱে ললে ডাঙৰ সিদ্ধান্ত | Assamese |
বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত কিশোৰৰ মৃত্যু | Assamese |
অভিযুক্ত অপৰাধীক কোনো বিচাৰ নকৰাকৈ আৰক্ষীয়ে গুলিওৱাটো গণতন্ত্ৰ বিৰোধী আৰু ফেচিবাদীঅখিল গগৈ | Assamese |
বন্দৰ পৰিবহন মন্ত্ৰ্যালয়ৰ বিষয়াৰে মিলিত হল নতুন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল | Assamese |
প্ৰেমেই কাল হল নেকি তামুলপুৰৰ এই যুৱকৰ উদ্ধাৰ হল নিৰুদ্দিষ্ট বিষ্ণুৰ অৰ্ধ গলিত মৃতদেহ | Assamese |
ৰেহাই মূল্যত গ্ৰাহকলৈ স্বাস্থ্যসন্মত কৃষিজাত সামগ্ৰী আগবঢ়াই এগৰাকী ব্যৱসায়ীয়ে বুটলিছে প্ৰশংসা | Assamese |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানখন পঢ়ি চোৱা উচিত কলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে | Assamese |
দেশত সামান্য উৰ্ধগামী কৰনাৰ সংক্ৰমণৰ হাৰ ২৪ ঘণ্টাত কিমান আক্ৰান্ত | Assamese |
চামগুৰিত দুই দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ | Assamese |
গৰাখহনীয়াৰ তাণ্ডৱত শংকিত নৈপৰীয়া ৰাইজ খহনীয়া প্ৰতিৰোধৰ বাবে নতুন চৰকাৰলৈ আহ্বান | Assamese |
ভয়ংকৰ আক্ৰমণত নিহত হাইটিৰ ৰাষ্ট্ৰপতি গুৰুতৰ ভাবে আহত পত্নী | Assamese |
কভিডৰ সময়ত ১০ টকা ফিজৰ বিনিময়ত চিকিৎসা প্ৰদানৰে চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এজন মানৱ দৰদী চিকিৎসকে | Assamese |
পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান উদ্ধাৰ বন্যপ্ৰাণীৰ বহু অংগ | Assamese |
ডনাৰ মন্ত্ৰী হিচাবে আজি কাৰ্যভাৰ গ্ৰহণ কৰিব জিকে ৰেড্ডীয়ে | Assamese |
টিআৰপি কেলেংকাৰীৰিপাব্লিক টিভিৰ তিনি কৰ্মচাৰীৰ অগ্ৰিম জামিন মঞ্জুৰ | Assamese |
চিৰাৰ মাজত সুৰা সৰবৰাহ ৩০০ কাৰ্টন অৰুণাচলী সুৰা জব্দ | Assamese |
বঙাইগাঁও জিলাত কোনাৰ সংক্ৰমণ অব্যাহতনতুনকৈ পুনৰ ৩৭ জন আক্ৰান্ত | Assamese |
হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ মৃত্যু দুমাহত দুবাৰকৈ আক্ৰান্ত হৈছিল কোভিডত | Assamese |
নতুন শিক্ষামন্ত্ৰী কোন হল স্বাস্থ্য আৰু ৰেল দপ্তৰো দিয়া হল কোন নতুন মন্ত্ৰীৰ হাতত | Assamese |
মোদীৰ নতুন মন্ত্ৰীসভাখনকোনে কি পালে দপ্তৰ সৰ্বানন্দ সোণোৱালকিৰেণ ৰিজিজুৱে কি পালেদপ্তৰসহ ৪৩ মন্ত্ৰীৰ সম্পূৰ্ণ তালিকা | Assamese |
চিৰাং জিলাৰ বিজনী কাছদহাত গৃহৰক্ষী জোৱানক হত্যা তিনিজনক আটক | Assamese |
বঙাইগাঁৱত মিছন ৰামধেনুৰ শুভাৰম্ভ প্ৰদান কৰা হব সৰ্বমুঠ ১২ টা টীকা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.