text
stringlengths
1
2.59k
language
stringclasses
10 values
ত্ৰিপুৰাৰ প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাবে শপতগ্ৰহণ প্ৰতিমা ভৌমিকৰ
Assamese
ৰাজ্যত আজি কিমান লোক কৰনাত আক্ৰান্ত হল মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানে
Assamese
শিৱসাগৰৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক সকিয়ালে বিধায়ক অখিল গগৈয়ে
Assamese
টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰজাঁজীৰ সংগমস্থলীত যুৱক সন্ধানহীন
Assamese
মদ খাই মাতাল হল তিনিটাকৈ মহ তাৰপিছতে ঘটনাই ললে বেলেগ গতি কি হল
Assamese
কেন্দ্ৰীয় মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assamese
চাপৰত চাঞ্চল্যআমৰ কাৰ্টনৰ ভিতৰত ওলাল হাজাৰ হাজাৰ বটল নিষিদ্ধ ড্ৰাগছ
Assamese
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠককি কি সিদ্ধান্ত কৰা হল গ্ৰহণ
Assamese
যোৰহাট জিলাত জলসিঞ্চন বিভাগৰ পয়ালগা ৰূপ ৩৮ খন গভীৰ নলীনাদ আঁচনিৰ অধিকাংশই বিকল
Assamese
পাঁচদিন ধৰি সমষ্টিৰ গাঁৱে গাঁৱে ঘূৰি গাওঁবাসীৰে মত বিনিময় বিধায়ক অখিল গগৈৰ
Assamese
ডকাইতে হত্যা কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পিআৰ কুমাৰমংগলমৰ পত্নীককিদৰে সংঘটিত হল এই ঘটনা
Assamese
পাকিস্তানৰ আইএছআইক গোপনীয় তথ্য যোগান গ্ৰেপ্তাৰ হল দুই ভাৰতীয় সেনা জোৱান
Assamese
মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱা মুখ্যমন্ত্ৰীক মহিলাৰ বিশেষ উপহাৰ
Assamese
অসমীয়া গিৰি বিশ্ব দৰবাৰত বৃহৎ অসমীয়া জাতিক প্ৰতিষ্ঠা কৰা লক্ষ্যৰে আগবাঢ়িছে অসম সাৰথি
Assamese
পূৰ্বৰ মাহবোৰত ৰাইজে ৰখা নিজৰ দৃঢ় স্থিতি যদি শিথিল কৰে নিশ্চিতভাবে আন এক লহৰ আহিব
Assamese
কোভিডৰ বিৰুদ্ধে যুঁজত মুখ্যমন্ত্ৰীক হাত আগবঢ়ালে বিৰোধী দলপতিৰ নেতৃত্বত কংগ্ৰেছ বিধায়িনী দলে
Assamese
সোণোৱাল দিল্লীলৈ কংগ্ৰেছ এৰি এতিয়া বিজেপিৰ বৰঘৰত সোমাবলৈ সাজু ৰাজীৱলোচন পেগু
Assamese
ভয়ংকৰ কোভিড ৰোগীৰ মৃতদেহৰ চকুত বগা টেপ আৰু পেটত কটা দাগ পৰিয়ালৰ ভয়ংকৰ অভিযোগ
Assamese
সেনা জোৱান কাশেমৰ বিৰুদ্ধে পত্নী নিৰ্যাতন আৰু শিশু হত্যাৰ অভিযোগ গ্ৰেপ্তাৰৰ দাবীত ৰাইজৰ পথ অৱৰোধ
Assamese
দেশৰ ৮খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি মিজোৰাম আৰু ত্ৰিপুৰাতো আহিল নতুন ৰাজ্যপাল
Assamese
সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ এনিমেল কৰিডৰত ১৪৪ ধাৰা জাৰি
Assamese
ৰাজ্যত জাৰি কৰা হল নতুন এছ অ পি কত কত থাকিব সম্পূৰ্ণ লকডাউন চাওক সৱিশেষ
Assamese
গোলাঘাটৰ কভিড কেয়াৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি অতিষ্ঠ হৈ কেন্দ্ৰৰ বাহিৰলৈ ওলাই আহিল ৰোগী
Assamese
দেশত ১১১দিনৰ ভিতৰত সৰ্বনিম্ন কৰনাৰ দৈনিক সংক্ৰমণ ২৪ ঘন্টাত মৃত্যু ৫৫৩জনৰ
Assamese
চলিত সপ্তাহতেই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মোদী কেবিনেটত ১৮ নতুন মুখ অন্তৰ্ভুক্তিৰ সম্ভাৱনা
Assamese
বিজনীৰ কাৱাটিকা চাৰিআলিত ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী
Assamese
বঙাইগাঁৱত কভিড যোদ্ধাৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে আগবঢ়ালে পিপিই কিট
Assamese
গ্ৰীষ্ম প্ৰবাহৰ পাৰ্শ্বক্ৰিয়াকানাডাত বনজুয়ে কাঢ়িলে ৫০০ জনৰো অধিক লোকৰ প্ৰাণ
Assamese
সামৰিক কুছকাৱাজত হিল পিন্ধি ভাগ ললে মহিলা সৈনিকে তুমুল বিতৰ্ক কত
Assamese
মহাৰাষ্ট্ৰ বিধানসভাত এবছৰৰ বাবে নিলম্বিত কৰা হল ১২ গৰাকী বিজেপি বিধায়কক কিন্তু কিয়
Assamese
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা
Assamese
এনএছজি নহয় চিআৰপিএফে নিৰাপত্তা দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
Assamese
জামিন আবেদনৰ শুনানিৰ প্ৰাকমুহূৰ্তত ভীমা কৰেগাওঁ সংঘৰ্ষ গোচৰৰ অভিযুক্ত ফাদাৰ ষ্টান স্বামীৰ মৃত্যু
Assamese
ভাইৰাছৰ সৈতেই আমি দিন নিয়াব লাগিব এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে কলে এই কথা
Assamese
কলিয়াবৰৰ নিজ চিলাবন্ধা আৰু বৰুৱা চুকৰ পৰা বৃহৎ পৰিমাণৰ চুলাই আৰু বিলাতী সুৰা জব্দ
Assamese
দেশত কৰনাৰ দৈনিক সংক্ৰমণ ৪০হাজাৰৰ তললৈ নামিল ২৪ ঘন্টাত মৃত্যু ৭২৩জনৰ
Assamese
কলিয়াবৰত লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠৰ গাড়ী জব্দ বন বিভাগৰ
Assamese
ইয়াকেই কয় কপাল লটাৰীত ৪০ কোটি জিকি নিশাৰ ভিতৰতে কোটিপতি হল টেক্সিচালক
Assamese
এইবাৰ ৰাজ্যৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী
Assamese
মুখ্যমন্ত্ৰীৰ কভিড১৯ বিধৱা সাহায্য আঁচনি সংশোধনৰ দাবী কংগ্ৰেছৰ
Assamese
৬বছৰ পূৰ্বৰ এটা বিতৰ্কিত টুইটাৰ পষ্টক লৈ পুনৰ চৰ্চাত উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী কি আছিল সেই পষ্ট
Assamese
জাতি হিচাপে জীয়াই থাকিবলৈ হলে আমি ভাষাক শক্তিশালী কৰিবই লাগিবলুৰীণজ্যোতি গগৈ
Assamese
হিন্দুমুছলমানৰ মাজত নাই কোনো ভিন্নতাসকলো একেআৰআৰএছ প্ৰধান মোহন ভাগৱতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য
Assamese
ধুবুৰীনলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতিত কাব্যসেঁতু অনুষ্ঠান
Assamese
ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদানৰ পিছতে মৰিয়নিত কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ ধুম
Assamese
কেৱল বিশেষ অঞ্চলৰ প্ৰাৰ্থীকহে নিযুক্তিৰ সুবিধা কিয় ক সকিয়ালে আলফা স্বাধীন এ
Assamese
শ্ৰীনগৰত ড্ৰোনৰ ব্যৱহাৰত নিষেধাজ্ঞাসকলো ড্ৰোন থানাত জমা দিয়াৰ নিৰ্দেশ
Assamese
আজি অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ৬১ সংখ্যক মৃত্যু তিথি আছুৰ স্মৰণ
Assamese
অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা সাহিত্যিকগৱেষক ড.কুতুবুদ্দিন আহমেদৰ স্মৃতিত বিশেষ বক্তৃতা অনুষ্ঠান
Assamese
তামুলপুৰৰ গোৰেশ্বৰ চকত ভয়াৱহ পথ দুৰ্ঘটনা থিতাতে নিহত ঘগ্ৰাপাৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰী
Assamese
মহাকাশৰ শূন্য বুকুত প্ৰথমবাৰৰ বাবে খোজকাঢ়িলে চীনৰ মহাকাশচাৰীয়ে ৰোমাঞ্চকৰ ভিডিঅ
Assamese
বাপু দলনিত ব্যতিক্ৰমী পদক্ষেপহাতীৰ বাবে ৰুইছে কলপুলি কৰিছে ধান খেতি
Assamese
বানপানীত খেতি নষ্ট হলে সেয়া পৰিপূৰণ কৰিবলৈ বঙাইগাঁও জিলাৰ ১২ টা স্থানত কমিউনিটী নাৰ্চাৰী স্থাপন
Assamese
ফিলিপাইনত সেনা বাহিনীৰ বিমান বিধ্বস্ত ১৭ জনৰ মৃত্যু ৪০ জনক জীৱন্তে উদ্ধাৰ
Assamese
নিশা চোৰৰ অভিযান কাৰ্ফিউৰ সুযোগ লৈ গোলাঘাটত পুনৰ সক্ৰিয় চোৰৰ চক্ৰ
Assamese
দেশত একেৰাহে সাত দিন ৫০ হাজাৰৰ তলত কৰনাৰ দৈনিক সংক্ৰমণ ২৪ ঘন্টাত মৃত্যু ৯৫৫জনৰ
Assamese
ছচিয়েল মিডিয়াত মন্ত্ৰী পিয়ুষ হাজৰিকাক লৈ অসাংবিধানিক মন্তব্য ৰঙা ঘৰৰ আলহী গোলাঘাটৰ যুৱক
Assamese
টীয়কত কভিডৰ ভয়ংকৰ গণ সংক্ৰমণ চিন্তামণিগড়ত একেদিনাই আক্ৰান্ত ৮০ জন লোক
Assamese
দুজন অপৰাধীক ধৰি দিয়া ব্যক্তিক পুৰস্কৃত কৰিব কাছাৰ আৰক্ষীয়ে টুইটাৰত প্ৰকাশ কৰিছে ছবি
Assamese
বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে টাস্ক ফৰ্চ গঠন বৈঠক সম্পন্ন
Assamese
শিৱসাগৰত বিশেষভাৱে সক্ষম ব্যক্তি সকলক কভিড প্ৰতিষেধক প্ৰদান
Assamese
গোলাঘাটৰ জলাশয়ত আৱদ্ধ হৈ পৰা বনৰীয়া হাতীৰ মৃত্যু
Assamese
বানাক্ৰান্ত কৃষকক সকাহ দিবলৈ কৃষ্ণাই কৃষি পামৰ পথাৰত কঠীয়া সিঁচিলে জিলা কৃষি বিভাগে
Assamese
ৰাণীৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত কুশল কলিতা আৰু জয়ন্ত কছাৰীক এজন অপহৰণকাৰী গুলীবিদ্ধ
Assamese
উৎকণ্ঠাৰ অৱসানপুষ্কৰ সিং ধামি উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত
Assamese
বিশ্বনাথত স্বাস্থ্যকৰ্মীৰ চৰম গাফিলতিই ৰিক্সাতে মৃত সন্তান প্ৰসৱ কৰিলে গৰ্ভৱতী মহিলাই
Assamese
বঙাইগাঁৱৰ জলজীৱন মিছনৰ কাম পৰিদৰ্শন উপায়ুক্ত এম এচ লক্ষ্মী প্ৰিয়াৰ
Assamese
অভয়াপুৰীত চাঞ্চল্যৰহস্যজনকভাবে সন্ধানহীন মাতৃপুত্ৰ
Assamese
জাপানত অট্টালিকাৰ সমান উচ্চতাৰ বোকাপানীৰ ঢলে সৃষ্টি কৰিলে সংহাৰৰসন্ধানহীন বহুজন চাওঁক ভিডিঅ
Assamese
দুয়োটা কিডনিয়েই বিকল সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান দুৰ্ভগীয়া পৰিয়ালৰ
Assamese
মূল্যায়নৰ সমস্যা সমাধানৰ বাবে পুনৰ ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰা হব শিক্ষামন্ত্ৰী ৰণোজ পেগু
Assamese
ৰক্ষকেই ভক্ষক কাজিৰঙাত বনকৰ্মীৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গৰ টুকুৰাদুজনক আটক
Assamese
বঙাইগাঁও জিলাত প্ৰথম আৰু দ্বিতীয় ঢৌত কভিড ১৯ আৰু আন উপসৰ্গত ১২৫ গৰাকী ব্যক্তিৰ মৃত্যু
Assamese
বগা হাতীত পৰিণত হাতীমূৰাৰ এছিয়াৰ দ্বিতীয় বৃহৎ জলসিঞ্চন প্ৰকল্প
Assamese
দেশত ৫ শতাংশ হ্ৰাস পালে দৈনিক সংক্ৰমণ বিগত ২৪ ঘন্টাত কৰনামুক্ত হল ৫৭হাজাৰৰো অধিক
Assamese
কোনো কাৰণতে শিৱসাগৰৰ উন্নয়ন স্থবিৰ হবলৈ দিয়া নহব ৰংঘৰৰ সন্মুখত সেৱা লৈ বিধায়ক অখিল গগৈৰ হুংকাৰ
Assamese
আফগানিস্তানৰ বাগৰামৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ তালিবানৰ আদৰণি
Assamese
কভিডে লৈছে জটিল ৰূপ গোলাঘাটত হব পাৰে লকডাউন স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত
Assamese
উজনিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠঅচিৰেই প্লাৱিত হোৱাৰ সম্ভাৱনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Assamese
নগাঁৱত নিজৰ ৬৫ বছৰীয়া মাতৃক শুই থকা অৱস্থাতে হত্যা কৰা নৰাধমক গ্ৰেপ্তাৰ
Assamese
বোকাখাতত কভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিশা জৰুৰী বৈঠক
Assamese
চাৰি মাহেই নহল পদত্যাগ কৰিলে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে
Assamese
কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তগৰ্ভৱতী মহিলায়ো লব পাৰিব কোভিড ভেকচিন
Assamese
ৰাজ্যত শুকুৰবাৰে কিমান লোক কভিডত আক্ৰান্ত হল মৃত্যুৰ সংখ্যা কিমান
Assamese
মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত নাভূতনাশ্ৰুত ছাত্ৰছাত্ৰীয়ে ন্যায় পাব লাগিব সমুজ্জ্বল ভট্টাচাৰ্য্য
Assamese
পৰীক্ষা বিতৰ্কচৰকাৰক অবিবেচক অদূৰদৰ্শী টোঘলকী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ
Assamese
গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিলাসী হোটেলত শেনচকু মেঘালয়ৰ ৰাজনীতিকৰপানীৰ দৰত ক্ৰয়ৰ পাং
Assamese
দুৰ্যোগৰ দিনতো প্ৰদেশ কংগ্ৰেছত যোগদান বিজেপিৰ জিলা পৰিষদৰ নেতাকৰ্মীৰ
Assamese
কণ্টেইনমেণ্ট জন বিশ্বনাথ জিলাত কোভিডত আক্ৰান্ত ১১৬৯ টা শিশু আৰু কিশোৰ
Assamese
প্ৰাচ্যতত্ত্ববিদ গৱেষকপণ্ডিত ড.হৰিনাথ শৰ্মাদলৈৰ স্মৃতি দিৱস উপলক্ষ্যে বিশেষ বক্তৃতা অনুষ্ঠান
Assamese
অখিল গগৈৰ সমৰ্থকৰ বিৰুদ্ধে কভিড উলংঘা কৰাৰ অপৰাধত আৰক্ষীৰ আইনী ব্যৱস্থা গ্ৰহণ
Assamese
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অব্যাহতি দিব বিচৰা নাছিল অখিল গগৈক কি কৰিলে বিধায়ক গগৈয়ে
Assamese
চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা হলে পৰীক্ষা নিৰ্বাচনৰ আগতে অনুষ্ঠিত কৰিব পাৰিলেহেঁতেনগৌৰৱ গগৈ
Assamese
বঙাইগাঁও জিলা সৰ্বশিক্ষা মিছনৰ জিলা প্ৰকল্প বিষয়া তথা প্ৰাক্তন সংবাদিক প্ৰদীপ দেৱশৰ্মাৰ মৃত্যু
Assamese
আৰক্ষীৰ গুলীত আহত মৰিগাঁৱৰ বালিদোঙাৰ ধৰ্ষণকাৰী চৈয়দ আলী ওৰফে পঠা
Assamese
কৰনাত মৃত্যুৰ সংখ্যা ৪ লাখ পাৰ কৰা ভাৰত হল বিশ্বৰ তৃতীয়খন দেশ হ্ৰাস পালে দৈনিক সংক্ৰমণ
Assamese
দলং নিৰ্মাণৰ সাত মাহ নৌহওতেই খহি পৰিল দলঙৰ দুই পাৰৰ মাটি ব্যাহত যাতায়ত
Assamese
চিকিৎসা খণ্ডক চৰকাৰে অগ্ৰাধিকাৰ নিদিয়াটো এক জৰুৰী চিন্তাৰ বিষয়মুখ্য ন্যায়াধীশ ৰামান্না
Assamese
ডিব্ৰুগড়ত গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী গঁড়ৰ খৰ্গ হাতীদাঁত আৰু হিৰইন উদ্ধাৰ
Assamese
কিঞ্চিত হ্ৰাস পাইছে বোকাখাত মহকুমাৰ কভিড সংক্ৰমণবৃহস্পতিবাৰে সংক্ৰমণৰ হাৰ ৬.৮৫ শতাংশ
Assamese