text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বিজেপি চৰকাৰে এপিএছচিৰ পক্ষপাতিত্বমূলক তদন্ত কৰাৰ অভিযোগ ৰিপুণ বৰাৰ | Assamese |
বিদ্ৰোহী হৈ জেলত সোমাই বিধায়ক হৈ ওলাই আহিল অখিল গগৈ মুকলি হৈয়ে ঘটালে বিস্ফোৰণ | Assamese |
বিজ্ঞানৰ চমক পুৰুষ বন্ধ্যাত্ব দূৰ কৰাৰ ক্ষেত্ৰত নতুন দিশৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে | Assamese |
ৰাজ্যত আজি কিমান লোক কভিডত আক্ৰান্ত হল মৃত্যুৰ সংখ্যা কিমান | Assamese |
গণতন্ত্ৰৰ জয় উল্লাস ধ্বনিৰে গোলাঘাটত অখিল গগৈৰ মুক্তিত বিজয় উৎসৱ | Assamese |
গড়ভংগা বনাঞ্চলৰ কাষৰীয়া গাঁৱৰ কুঁৱাত আৱদ্ধ হৈ পৰা নাহৰফুটুকী উদ্ধাৰ | Assamese |
বিশ্বনাথৰ থানাত সজাই ৰখা হৈছে বিধে বিধে ৰংচঙীয়া সুৰাৰ বটল কিন্তু কিয় | Assamese |
অনলাইন শ্বপিঙৰ নামত গ্ৰাহকক ৰামঠগনবেটাৰী চালিত টুথব্ৰাছেৰে দাঁত ঘঁহিব বিচাৰি যুৱকৰ লটিঘটি | Assamese |
চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পাছতেই কলিয়াবৰত প্ৰথম গৰাকী মহিলাই ঘূৰাই দিলে ৰেচন কাৰ্ড | Assamese |
কোভিডসৃষ্ট পৰিবেশৰ বাবেই শিলঘাটতে ২ মাহ ধৰি আৱদ্ধ মিনা বজাৰৰ দহজনীয়া দল | Assamese |
টংলা পৌৰসভাৰ নিৰ্মম বগলী হত্যাৰ ঘটনা কাৰ্যবাহী বিষয়া শান্তনু দাসকে ধৰি ৩ জনক গ্ৰেপ্তাৰ | Assamese |
টীয়কত চৰকাৰী কাৰ্যালয় সমূহৰেই অনাদায় হৈ থকা বিদ্যুৎ বিলৰ পৰিমাণ কোটিৰো অধিক | Assamese |
সৰ্বসাধাৰণৰ মূৰত মাধমাৰ চৰকাৰৰ পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম | Assamese |
টীয়কৰ ৰাজৈ সুন্দৰপুৰ গাঁৱত অবৈধ সুৰা জব্দ | Assamese |
স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৰাইজৰ দানবৰঙণিৰে নিৰ্মাণমেৰামতি চৰকাৰী উপস্বাস্থ্য কেন্দ্ৰ | Assamese |
গোলাঘাটত স্বাস্থ্য বিভাগৰ অকর্মণ্যতা এটাৰ পিছত উঠিছে আন এটা অভিযোগ | Assamese |
মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ চান্দমাৰী থানাৰ গোচৰৰ পৰাও হল মুক্ত | Assamese |
কোভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক কেতিয়া প্ৰদান কৰা হব ক্ষতিপূৰণ ৬ সপ্তাহৰ ভিতৰত ন্যায়ালয়ক জনাব লাগিব চৰকাৰে | Assamese |
বঙাইগাঁৱত নিউমনিয়া প্ৰতিষেধক ভেকচিন প্ৰদানৰ শুভাৰম্ভ | Assamese |
জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত পুনৰ উত্তাল হোৱাৰ দিশে অসম | Assamese |
কনাৰ তৃতীয় ঢৌ অহাৰ আশংকাৰ মাজতে ধুবুৰীত শিশুক পি চি ভি প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ | Assamese |
টীয়কত মেগা ভেকচিন কেন্দ্ৰ বন্ধ হোৱাৰ উপক্ৰম তিনিদিনে নাই ভেকচিন | Assamese |
বঙাইগাঁৱৰ বন্ধ হৈ থকা প্ৰশান্তি লজত কি কৰিছিল তিনি চোৰে | Assamese |
বহলপুৰ বন বিভাগৰ অভিযানত বুজন পৰিমাণৰ শালৰ কুণ্ডা উদ্ধাৰ | Assamese |
বিদেন প্ৰশাসনে চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতি হিচাবে নিযুক্তি দিলে ভাৰতীয় মূলৰ ছালিনাক | Assamese |
চামগুৰি কদমগুৰিত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ | Assamese |
চাপৰশালকোছাত আৰক্ষীৰ অভিযান চুৰি বাইক আৰু বৃহৎ পৰিমাণৰ সুৰাসহ তিনি দুৰ্ধৰ্ষ চোৰ আটক | Assamese |
নতুন নিৰ্দেশনা বিয়লি ৫ বজাৰ পৰিৱৰ্তে ১ বজাতে বন্ধ কৰিব লাগিব সকলো গেলামালৰ দোকানকত | Assamese |
ভাৰতভূটান সীমান্তৰ গুৱাবাৰীত বৰনদীয়ে সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াৰ | Assamese |
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ সপ্তমখন বৈঠক গ্ৰহণ কৰা হল কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত | Assamese |
মুখ্যমন্ত্ৰীৰ তৎপৰতাত জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ যুৱকক উন্নত চিকিৎসাৰ ব্যৱস্থা | Assamese |
কাৰ্ফিউ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ | Assamese |
নেতা আহিল নেতা গলবিগত দুটা দশক কৃত্ৰিম বানৰ কৱলত হাজোৰ দুশটা পৰিয়াল | Assamese |
কাৰো গেৰান্টি নাই হিন্দুমুছলমান সকলোৱে ধৰ্ষণ কৰে ধৰ্ম চাই কোনেও ধৰ্ষণ নকৰে মুখ্যমন্ত্ৰী | Assamese |
অমিত শ্বাহ ৰাজনাথ সিংঅজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ জৰুৰী বৈঠক | Assamese |
১৫ অক্টোবৰত নহয়সলনি হল বিশ্বকাপৰ ভাৰতপাক মেচৰ দিনাংক | Assamese |
মৰ্মান্তিক ডুমডুমাত পথত পৰি থকা বিদ্যুতৰ তাঁৰ আঁতৰাবলৈ গৈ মৃত্যু ছাত্ৰৰ | Assamese |
১০০ টকাকৈ দিম বুলি মুখ্যমন্ত্ৰী সভালৈ আনি টকা নিদিলে বিজেপি কৰ্মীয়ে | Assamese |
উচ্চ ন্যায়ালয়ৰ স্থানান্তকৰণ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা আপ অসমৰ | Assamese |
জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ | Assamese |
ৰাছিয়াৰ বিৰুদ্ধে আৱাসিক অট্টালিকাত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ অভিযোগ ইউক্ৰেইনৰ হতাহত বহু লোক | Assamese |
সংসদত সংবিধানৰ মৌলিক গাঁথনি সন্দৰ্ভত প্ৰশ্ন তুলি বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ | Assamese |
১৫ আগষ্টৰ পূৰ্বে বোমা বিস্ফোৰণৰ দাবীক অস্বীকাৰ আলফা স্বা | Assamese |
স্মৰণীয়বৰণীয়জ্ঞানী ব্যক্তিয়ে এই ভুল কেতিয়াও কৰা উচিত নহয় নষ্ট হয় ভাৱমূৰ্তি কৈছে চাণক্য নীতি | Assamese |
তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক বিৰোধীৰ সদন ত্যাগ নিলম্বিত আপ সাংসদ | Assamese |
মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ গাঁৱৰ পথাৰতেই নাই পানী কৃষকৰ হাহাকাৰ | Assamese |
নাৰায়ণপুৰত নামৰ প্ৰসাদ খাই অসুস্থ ১৫ গৰাকী ব্যক্তি | Assamese |
মৰেল পুলিচিং গোলাঘাটত এটা সামান্য মোবাইলৰ বাবে মৰিয়াই মৰিয়াই হত্যা যুৱকক | Assamese |
বনাম বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ ফান্দত পৰিল মুখ্যমন্ত্ৰী হিমন্ত | Assamese |
ড° মুকুন্দ শৰ্মাৰ নিলম্বন সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালনকালয়ৰ সঞ্চালকক শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসমৰ স্মাৰক পত্র | Assamese |
শিশুৰ পেটৰ অসুখকেইটামান জানিবলগীয়া কথা | Assamese |
অনুসূচিত জাতিৰ নামত সংৰক্ষিত সমষ্টি কৰ্তনক লৈ উত্তাল দেৰগাঁও | Assamese |
সিদ্ধান্ত সলনিপদত্যাগ নকৰে বীৰেণ সিঙে | Assamese |
ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰাৰ পিছত মণিপুৰত শান্তিৰ আহ্বান জনালে ৰাহুল গান্ধীয়ে | Assamese |
জিলা আয়ুক্তৰ বাসভৱনৰ কাষতে মহিলাৰ পৰা থপিয়াই নিলে বেগ | Assamese |
পুনৰ জালুকবাৰীৰ নতুন শৰাইঘাট দলঙত অঘটন | Assamese |
দিহানামেৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি কিন্তু আৰম্ভণিতে লাগিছে কেণা | Assamese |
আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত ছয়টা বিষয়ত স্বৰ্ণপদক শিলচৰৰ মাধৱিকাৰ | Assamese |
দিল্লীতে কিয় কেবিনেট ছিংগাপুৰলণ্ডনম্যানমাৰতো পাতক মুখ্যমন্ত্ৰীক সমালোচনা অখিল গগৈৰ কমলাক্ষ দে পুৰকায়স্থৰ | Assamese |
শ্বহীদৰ স্মৃতি জড়িত বিদ্যালয়ো একত্ৰীকৰণৰ তালিকাত নলবাৰীত ক্ষোভৰ উদ্গীৰণ | Assamese |
এবিভিপিত মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপকৰ যোগদানক লৈ ছাত্ৰ সমাজৰ মাজত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে স্থিতি | Assamese |
সতৰ্কবাণীঃ ৰ জাননীত আতংক যিকোনো সময়তে মুকলি কৰি দিব এই জলবিদ্যুৎ প্ৰকল্পৰ পানী | Assamese |
হঠাৎ নোহোৱা হ ল নলবাৰীৰ হাঁহিমুখীয়া মানুহজন | Assamese |
আলফা স্বাধীনৰ সেনাধ্যক্ষক ৭ বা ১০ দিনৰ বাবে অতিথি ৰূপে অসমত থাকি যাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ | Assamese |
হঠাৎ ডিফুত ডেংগুৰ প্ৰকোপ বাঢ়িল কেনেকৈ | Assamese |
পাষাণ পুত্ৰৰ অত্যাচাৰৰ বলি এগৰাকী বৃদ্ধ পিতৃ দীৰ্ঘদিনে গোঁহালিসদৃশ কোঠাত অকলশৰে বন্দী কৰি ৰাখিছে পুত্ৰই | Assamese |
যোদ্ধা নিকি বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱনক লৈ নিৰ্মাণ কৰা ছুটি ছবি | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ উদ্যান কৰ্তৃপক্ষই জনালে মৃত্যুৰ কাৰণ | Assamese |
এইবাৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে কিশোৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ বনকৰা কিশোৰীক ঢালিলে গৰম পানী | Assamese |
দিব্যাংসকলৰ জীৱন উন্নত কৰাৰ বাবে শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিব অসম বিশ্ববিদ্যালয়ে | Assamese |
বিলাসী জীৱন কটোৱা এটা হাই প্ৰফাইল চোৰ আছে কেইবাখনো গাড়ী আৰক্ষীৰ গ্ৰেপ্তাৰকো কেৰেপ নকৰে এই চোৰটোৱে | Assamese |
আজি গুৱাহাটীত খুচুৰা সোণৰূপৰ মূল্য কিমান চাওক | Assamese |
যোৰহাটত দুগ্ধফাৰ্মত শ্ৰমিকৰ মৃত্যু সৎকাৰৰ সময়ত হাহাকাৰ উত্তপ্ত পৰিস্থিতি | Assamese |
ফায়াৰ পাণৰ সোৱাদ লৈ পাইছেনে ডিব্ৰুগড়ত এতিয়া ফায়াৰ পাণৰ জুতি লবলৈ গ্ৰাহকৰ ভিৰ | Assamese |
বকোৰ লাম্পীত ভয়ংকৰ ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত খহিল গুৰুত্বপূৰ্ণ পথ | Assamese |
বতৰৰ বতৰা আজি ৰাজ্যত বৰষুণৰ সম্ভাৱনা অত্যধিক চাওক কোন অঞ্চলত বতৰ কেনেকুৱা | Assamese |
নাওবৈচা পৰা গুৱাহাটী পালেহি জাল নোটনকল সোণৰ কাৰখানা ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ সফলতা | Assamese |
ৰাহুল গান্ধীয়ে ল ব ভূপেন বৰাৰ পৰা অসম কংগ্ৰেছৰ খতিয়ান | Assamese |
মঙলদৈ লোকসভাত ফীল্ডত নামিছে ৰমেন ডেকা মঙলদৈৰ সাংসদ যেন দিলীপ শইকীয়া নহয় ৰমেন ডেকাহে | Assamese |
অসমৰ হাবিয়েবননিয়ে পোৱা ঢেঁকীয়া শাকমুঠিৰ উপকাৰিতা কিমান জানেনে | Assamese |
আজিৰে পৰা জয় আই অসম বুলি কিয় বিজেপি ত্যাগ কৰিলে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে | Assamese |
ধলপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা নাওত আছিল কেইবাগৰাকী চিকিৎসাকৰ্মী | Assamese |
ৰুদ্ৰাণীৰ বাবে পৃথিৱী অৰ্ধ অন্ধকাৰ হ লেও কণ্ঠত বসতি সৰস্বতীৰ | Assamese |
অগ্নিকাণ্ডত জাহ গ ল দুটাকৈ বাসগৃহ ভিক্ষাৰীৰ টিনৰ বাকচত উদ্ধাৰ লক্ষাধিক টকা | Assamese |
আকৌ জিলা ঘোষিত হ ব নেকি বিশ্বনাথ হোজাই বজালী তামুলপুৰ | Assamese |
২০ বাৰ সাপে দংশন কৰাৰ পিছতো এৰা নাই এই কাম সৰ্প উদ্ধাৰকাৰীৰ ৰূপত পাণ্ডুৰ এজন যুৱক | Assamese |
অৱশেষত মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ ল বিজেপিৰ সদ্য অপসাৰিত নেতা লাচিত গগৈৰ | Assamese |
কেৱল মণিকুটটোহে মাটিৰ ওপৰত ওলাই থকা এখন বিশেষ দেৱালয় | Assamese |
গোলাঘাট জিলাৰ বোকাখাট পানবাৰী অঞ্চলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক শুভ উদ্বোধন কৰিলে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫০ৰ | Assamese |
দুদিনীয়া ভ্ৰমনসূচীৰে চৰাইদেউত উপস্থিত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ মৈদামথলী পৰিদৰ্শন মুখ্য সচিবৰ | Assamese |
বজৰঙৰ অস্ত্ৰ প্ৰশিক্ষণ নেতানেত্ৰীৰ উগ্ৰ বক্তব্যই অসমৰ পৰিৱেশ বিষাক্ত কৰিছে গুৱাহাটীত জাতীয় পৰিষদৰ নাগৰিক সভা | Assamese |
হস্ততাঁত শিল্প পৰ্যটন গাঁৱত পালন ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস | Assamese |
ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নাৰী চৰিত্ৰ ৰূপায়ণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এজন যুৱক | Assamese |
মহিলাই কিদৰে কৰিব আত্মৰক্ষা আৰম্ভ হ ল বিনামূলীয়া ছেল্ফ ডিফেঞ্চৰ প্ৰশিক্ষণ | Assamese |
অডিঅ ভাইৰেল কাণ্ডত গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা লাচিত গগৈৰ জামিন মঞ্জুৰ | Assamese |
পথৰ নাম আধা ৰাস্তা এইখন অসমতে ক ত আছে এই বিশেষ পথ | Assamese |
মটক জনগোষ্ঠীৰ হকে নিষ্ঠা সহকাৰে আজীৱন কাম কৰি যোৱা আনন্দ কুমাৰ চেতিয়াৰ দেহাৱসান | Assamese |
এখন দলং ঢলংপলং ক ত আছে জানেনে এইখন দলং | Assamese |
পুনৰ সলনি হল বিদ্যালয়সমূহত পাঠদানৰ সময়সীমা বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হব নতুন সময় | Assamese |
ব্ৰিটিছ শিক্ষয়িত্ৰীৰ বিৰোধিতা কৰি ১০৩ বছৰ পূৰ্বে স্থাপন হৈছিল এখন বিদ্যালয় | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.