text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বিছাৰ উপদ্ৰৱত টোপনি নোহোৱা হৈছে বঙাইগাঁৱৰ মাণিকপুৰবাসীৰ ৰ বাতৰিৰ পিছত উপস্থিত হল জিলা প্ৰশাসনৰ লোক | Assamese |
বিশ্বৰ দৰবাৰত জিলিকিল অসমৰ ৪গৰাকী ছাত্ৰ ৫০খন দেশৰ ১৬০টা দলক পৰাস্ত কৰি প্ৰথম স্থান দখল | Assamese |
মুকলিকৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ৰাষ্ট্ৰীয় বজৰং দলৰ দুই সদস্যক আটক | Assamese |
ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা যোৰাবাটত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ | Assamese |
আজি উৎকট গৰমে দহিব ৰাজ্যবাসীক কোন জিলাত সৰ্বোচ্চ তাপমান কিমান চাওক | Assamese |
ত গুলী ফুটিল প্ৰতিধ্বনি হল ৰাজ্যত মঙলদৈৰ ৰাজপথতো পিষ্টল লৈ বজৰঙৰ সমদল ৰুজু হবনে গোচৰ | Assamese |
আজিলৈ মেৰামতি নহ ল মৰা পাগলদিয়াই বিধ্বস্ত কৰা পথ | Assamese |
কাছাৰত অন্নদাতা কৃষকক দেৱতাৰ ৰূপত পূজা | Assamese |
শিশু নিৰ্যাতনকাৰী ডাঃ সংগীতা দত্তৰ জামিন আবেদন নাকচ | Assamese |
বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ মই এটি নিশাচৰ ৰ শুভ মহুৰত সম্পন্ন | Assamese |
বিজেপিয়ে দেশজুৰি বজাব শংখনাদ তথ্য প্ৰযুক্তি সামাজিক মাধ্যমক শক্তিশালী কৰি নিৰ্বাচনলৈ সাজু হ ব বিজেপি | Assamese |
সমাগত ভাদ মাহৰংতেল সানি আটকধুনীয়াকৈ সজাই তোলা হৈছে ঢেকীয়াখোৱা বৰনামঘৰ | Assamese |
শাকপাচলি ফলমূলৰ মাজত সপোন ৰচে চাবুৱাৰ লক্ষ্য ফুকনে | Assamese |
স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো উন্নয়নে ঢুকি নোপোৱা বোকাখাত সমষ্টিৰ এখন গাঁও | Assamese |
ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই পালে স্বেচ্ছামূলক অৱসৰ চৰকাৰৰ অনুমোদন | Assamese |
চাৰিবছৰীয়া হ ল স্নাতক পাঠ্যক্ৰম ৰাজ্যত মঙলবাৰৰ পৰা সলনি হ ল স্নাতকস্নাতকোত্তৰ শিক্ষা ব্যৱস্থা | Assamese |
গৰম বন্ধৰ শেষৰটো দিন কিদৰে কটালে কণমানিহঁতে মাধৱদেৱ কলাক্ষেত্ৰত ভিৰ | Assamese |
কাছাৰতো আৰম্ভ তৈল খেজুৰ খেতিৰ অভিযান | Assamese |
সাংস্কৃতিক নগৰী যোৰহাটৰ দুই বন্ধুৰ সংগীতৰ যুগলবন্দী | Assamese |
চিলনী চোৰৰ সন্ত্ৰাস ৯ লাখ ৫০ হেজাৰ টকা লৈ উধাও চিলনী চোৰ | Assamese |
যোৰহাটৰ কমাৰখাটোৱালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেউজ বিপ্লৱৰ শুভাৰম্ভ | Assamese |
মহানগৰীত টকাৰ বাবে বন্ধুক হত্যা অপহৰণৰ নাটক ৰচিও সাৰি নগ ল ঘাতক | Assamese |
আৰক্ষী অধীক্ষক লীনা দলেক ৰ জেৰা | Assamese |
আজি শাওণৰ দ্বিতীয়টো সোমবাৰ নলবাৰীৰ এইটো শিৱ মন্দিৰত অগণন ভক্তৰ ভিৰ | Assamese |
ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ ৰণদ্বীপ শইকীয়া | Assamese |
বিজেপি বিধায়ক প্ৰশান্ত ফুকন অসুস্থ হাস্পতালত ভৰ্তি | Assamese |
স্বামী ঘৰত নথকাৰ সুযোগত বাইদেউৰ ঘৰলৈ আহে বেংক মেনেজাৰ ছাৰ কিন্তু দেওবাৰে দিন বেয়া আছিল | Assamese |
সভানুভূতিভালপোৱা এইবোৰ কিতাপৰ বস্তু বাস্তৱ দুনীয়া কেৱল টকাত চলে | Assamese |
মন্ত্ৰীৰ ঘৰৰ ওচৰতে গোহালিসদৃশ পৰিৱেশত চলিছে এটা দৰিদ্ৰ পৰিয়ালৰ জীৱনগাথা | Assamese |
শিৱসাগৰৰ হ ল দশম শ্ৰেণীৰ ভাগ্যদীপ ৰাজগড় | Assamese |
চকুত চকুপানী লৈ হাৰিয়ানা অভিমুখে ৰাওনা ফণী শৰ্মা বিজেপি কাৰ্যালয়ত আবেগিক পৰিৱেশ | Assamese |
যোৰহাটত এক্টৰ গোচৰত দৃষ্টান্তমূলক ৰায়দান যোৰহাটৰ আদালতৰ | Assamese |
অসমৰ এইখন স্থানত এতিয়া বিছাৰ আতংক বিছাৰ উপদ্ৰৱত আঁঠুৱাৰ তলত খাবলগা হৈছে ভাত | Assamese |
দৰ্শকক হহুৱাব কন্দুৱাব খং উঠাব পৰা জনহে প্ৰকৃত অভিনেতা দীনেশ দাস | Assamese |
মুখ্যমন্ত্ৰীয়ে কাক খুৱাইছে পানীমিঠৈ আঁহ ফালি বুজাই দিলে অখিল গগৈয়ে | Assamese |
পৰেশ বৰুৱা ৭ দিন অসমত থাকিলে ৮ নম্বৰ দিনত নিজেই ঠাণ্ডা হৈ যাব বঙাইগাঁৱৰ সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য | Assamese |
শ্মশান বুলিলেই আপোনাৰ মনলৈ বাৰু কি আহে | Assamese |
কাজিৰঙাৰ প্লাজমাক আপুনি চিনি পায় নেকি | Assamese |
মঙলদৈত পিষ্টল চালনাৰ প্ৰশিক্ষণ সংগঠনৰ ৫৫৫গৰাকী সদস্যক অস্ত্ৰচালনাৰ প্ৰশিক্ষণ | Assamese |
সাহিত্য ক্ষেত্ৰৰ অন্যতম সমল প্ৰাচীৰ পত্ৰিকা মনত পৰেনে স্কুলকলেজৰ সেই দিনবোৰ | Assamese |
শিলচৰত বাংলাদেশৰ ভিছা কাৰ্যালয় মুকলিৰ দাবী চি আৰ পি চিৰ | Assamese |
অৰ্জুন হ ব নোৱাৰিলেও একোজন ধনুৰ্বিদ হৈ দেশৰ নাম উজলোৱাৰ মন এজাক কিশোৰকিশোৰীৰ | Assamese |
অসমে ৫০ বছৰৰ পিছত পালে স্থায়ী বিধানসভা ভৱন ওম বিৰলাই কৰিলে উদ্বোধন | Assamese |
সোণাৰিত এনকাউণ্টাৰ আলফা স্বাধীনৰ প্ৰাক্তন সদস্য গুলীবিদ্ধ | Assamese |
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত যোৰহাট সদৰ থানাৰ আৰক্ষী উপপৰিদৰ্শক | Assamese |
৮০০ বছৰ পুৰণি কঁঠালজোপাৰ ইতিহাস জানেনে এইখন অসমতে আছে এইজোপা বিশেষ গছ | Assamese |
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ ঘটনাৰ ভুক্তভোগী অংকিতা ঘোষ অসুস্থ বৰ্তমান গোলাঘাট চিকিৎসালয়ত ভৰ্তি অংকিতা | Assamese |
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ হত্যাকাৰী নাজিবুৰৰ মাতৃক চাকৰিৰ পৰা বৰ্খাস্ত | Assamese |
আলফা স্বা ৰ লিংকমেনক এনকাউণ্টাৰ আৰক্ষীৰ তিনিচুকীয়াত বিস্ফোৰক সামগ্ৰী উদ্ধাৰৰ বাবে আৰক্ষীয়ে চলাইছিল অভিযান | Assamese |
তিনিচুকীয়াত গায়নবায়ন আৰু ভাৱৰীয়াৰ ৰূপত এদল শিশু | Assamese |
ৰূপহীহাটত বাৰ্মিজ চুপাৰিৰ বেহা আৰক্ষীৰ অভিযানত জব্দ ২০ লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি | Assamese |
মাজুলীৰ উপাসনা বেজবৰুৱালৈ সত্ৰীয়া নৃত্যৰ বাবে অসম সত্ৰ মহাসভাৰ ৰাজ্যিক বঁটা | Assamese |
আজি মুকলি হব অসম বিধানসভাৰ নতুন ভৱন কি কি নতুনকৈ সংযোজন কৰা হৈছে বিধানসভাৰ নৱনিৰ্মিত ভৱনটোত চাওক | Assamese |
মানস ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপালবনমন্ত্ৰী | Assamese |
মাত্ৰ দুবিধ ফলেই চবনৰ হাতত তুলি দিলে ১০ লাখ | Assamese |
বিশ্ব ব্যাঘ্ৰ দিৱস ভাৰতত বাঘৰ সংখ্যা কিমান জানেনে | Assamese |
কাজিৰঙাত বাঘৰ সংখ্যা ১৪০ টালৈ বৃদ্ধিৰ সম্ভাৱনা | Assamese |
ৰহিঙ্গিয়াক লৈ সক্ৰিয় দালাল উদ্বিগ্ন ৰাজ্য চৰকাৰ বঙাইগাঁৱৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে কেতবোৰ ভয়ংকৰ তথ্য | Assamese |
ইন্দোনেপাল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সাফল্য বদৰপুৰৰ ইন্দ্ৰজিৎচন্দ্ৰৰাজৰ | Assamese |
চামতাত গীতকবিতাৰে স্মৰণ সুগন্ধি পখিলাৰ কবিক | Assamese |
এপ্ৰিলৰ ভিতৰতে অসম আৰক্ষীৰ চলিত বৰ্ষৰ খালী পদ আৰু নতুন নিযুক্তি আৰক্ষীক কৰাৰ লক্ষ্য | Assamese |
অসম আৰক্ষীত নতুন চাকৰি নিযুক্তি দিয়া হব ৪০০ ক্ৰাইম ছীন অফিচাৰ | Assamese |
আপুনি বাৰু মিনতি চুনচুনী খুৰীদৌ বৰদৈচিলা আৰু বাটাৰফ্লাইক চিনি পায়নে | Assamese |
অসমৰ ২৫০খন আউটপষ্ট থানালৈ ৰূপান্তৰ কৰা হব গুৱাহাটীত থানাৰ সংখ্যা হব ১৯খনৰ পৰা ৩৪খন মুখ্যমন্ত্ৰী | Assamese |
কৃত্ৰিম বানে বিপদ মাতিছে চাবুৱাৰ নগৰ অঞ্চললৈ | Assamese |
চিকিৎসকৰ আজৱ কাণ্ড প্ৰাইভেট চেম্বাৰত চৰকাৰী চিকিৎসক হাস্পতালত কোন | Assamese |
গাড়ী দেখিব নোৱৰা দুৰ্বৃত্তই আগতে পাংচাৰ কৰিছিল এইবাৰ জ্বলাই দিলে গাড়ী | Assamese |
কেৱল খবৰ সংগ্ৰহতে ব্যস্ত নাথাকি চাবুৱাৰ একাংশ সাংবাদিকৰ মানৱ সেৱা | Assamese |
গুণগত দিশত ৰাজ্যৰ ভিতৰতে প্ৰথম শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ | Assamese |
হীৰুদাৰ স্মৃতিৰে পুনৰ গৌৰৱান্বিত যোৰহাট যোৰহাটত হীৰুদাৰ ৯১ সংখ্যক ওপজা দিন পালন | Assamese |
বিজেপি বিৰোধী ঐক্যমঞ্চত মেলিব নেকি ফাট | Assamese |
ককাদেউতাকে যদি সপোনত আহি ভূপেন বৰাক ভুল কৰা বুলি কৈছে তেন্তে ভূপেন তই অধম বুলিহে কৈছে বুলি মই খাটাং | Assamese |
বৰহাপজানত এদল সচেতন ব্যক্তিয়ে চেষ্টা কৰিছে কৃষ্টিসংস্কৃতি ৰক্ষাৰ বাবে | Assamese |
বানত ক্ষতিগ্ৰস্ত মথাউৰিঅঞ্চল পৰিদৰ্শনৰ বাবে আহিল কেন্দ্ৰীয় দল | Assamese |
ভূপেন বৰাৰ বিৰুদ্ধে সত্যৰঞ্জন বৰাই দাখিল কৰিলে এজাহাৰ আৰু কত কত ভূপেন বৰাৰ বিৰুদ্ধে দাখিল হল এজাহাৰ | Assamese |
আৰক্ষীয়ে সাংস্কৃতিক অনুষ্ঠান কৰা গামোচা লৈ ফুৰা বন্ধ কৰক মুখ্যমন্ত্ৰী | Assamese |
জনতাৰ সমস্যাৰ অন্ত নাই ৰজাৰো গুৰুত্ব নাই | Assamese |
ভূপেন বৰাৰ মন্তব্যক লৈ খোদ কংগ্ৰেছৰ ভিতৰচাত অসন্তুষ্টি ৰাণা গোস্বামীয়ে কলে সত্ৰৰ ভকত হৈ থাকক ভূপেন বৰা | Assamese |
ব্ৰিটিছ চাহাবে মনোৰঞ্জনৰ বাবে কাছাৰৰ ক ত গঢ়ি তুলিছিল গলফ ক্লাব | Assamese |
ডিব্ৰুগড়ৰ মহিলা বজাৰখনৰ বিষয়ে জানেনে আপুনি কিয় বিখ্যাত এই বজাৰখন | Assamese |
মাঘনোৱা দ লৰ বিষয়ে জানেনে যি দ ল আছিল কালীৰ মুখ্য উপাসনাস্থলী | Assamese |
মোক নামঘৰলৈ যোৱা বন্ধ নকৰিব তাতকৈ এনকাউণ্টাৰ কৰক ভূপেন বৰা | Assamese |
লাভ জেহাদত শ্ৰীকৃষ্ণক সাঙুৰি অনাতো মোৰ ভুল আছিল ককাই সপোনত আহি ক্ষমা খুজিবলৈ কৈছে ভূপেন বৰা | Assamese |
মই দুৰাচাৰ গাই ক্ষমা বিচাৰিলে ভূপেন বৰাই কলে বিজেপিৰ ভয়ত ক্ষমা খোজা নাই ককাই সপোন আহি ক্ষমা বিচাৰিবলৈ কৈছে | Assamese |
আলফাই সুঁৱৰিলে শ্বহীদক ৩২ সংখ্যক শ্বহীদ দিৱস পালন | Assamese |
চেলেং আথেপাইৰ বিষয়ে জানেনে য ৰ পৰা জঁপিয়াই প্ৰাণত্যাগ কৰিছিল ২৪ যুৱকযুৱতীয়ে | Assamese |
পিংকি হত্যাত কেৱল পিনাকেই জড়িত নহয় পিংকিৰ মাতৃয়ে কিয় ক লে এই কথা | Assamese |
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ বৰষুণত তিতিবুৰি ওলাই আহিল হাজাৰ হাজাৰ লোক কঁপাই তুলিলে গোলাঘাট নগৰ | Assamese |
গুৱাহাটীত শিক্ষকৰ লজ্জাজনক কাণ্ড পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক প্ৰদীপ ঘোষক | Assamese |
জি পি সিঙৰ প্ৰতিক্ৰিয়াৰ উত্তৰ দিলে আলফা স্বাধীনে আমি ইচ্ছাকৃতভাৱে প্ৰতাপৰ সলনি প্ৰসাদ বুলি উল্লেখ কৰিছোঁ। | Assamese |
বানত দিকবিদিক হেৰুওৱা এটা মনিটৰ লিজাৰ্ড উদ্ধাৰ কাজিৰঙাত | Assamese |
গুৱাহাটীত চৰকাৰী কেব সেৱা অ লাউবেৰক প্ৰত্যাহ্বান অসম চৰকাৰৰ | Assamese |
শ্বহীদ সেনা জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত ভাৰতীয় সেনাবাহিনীৰ | Assamese |
পুনৰ জ্বলিছে মণিপুৰ মে চহৰত দুৰ্বৃত্তই জ্বলালে কেইবাটাও ঘৰ | Assamese |
নলবাৰীলৈ আহিছে কাজিৰঙাৰ দুই আলহী মাইনা আৰু ফাগুণী স্থানীয় লোকৰ আশা এইবাৰহে কিবা এটা হব | Assamese |
এইবাৰ শিক্ষকসকলৰ সন্মুখত নতুন বিপদ মুখ্যমন্ত্ৰীয়ে দিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা | Assamese |
মৰিগাঁৱৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত ৫জন লোকক আটক গৰু চুৰিৰ সন্দেহত হত্যা কৰা হৈছিল এজনক | Assamese |
গোৱালপাৰাত চুৰিৰ সন্দেহত এজনক হত্যা আৰক্ষীৰ জালত ১৪জন | Assamese |
মানুহ কিমান নিৰ্লজ্জ হব পাৰে নাবালিকাৰ জীৱন ধ্বংস কৰা অভিযুক্তক ধনৰ বিনিময়ত ৰেহাই ৰাইজমেলতে চলিল ধনৰ ভাগবটোৱাৰা | Assamese |
মহানগৰীক প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ বৰবাৰীৰ পাহাৰত ৰোপন কৰা হব ১৪শ গছ পুলি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.