text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ফাষ্ট ট্ৰেক আদালতত হব ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বিচাৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰি কলে মুখ্যমন্ত্ৰীয়ে | Assamese |
ডিচেম্বৰতে হ ল সাক্ষাৎকাৰ পিছে নিযুক্তিৰ তালিকা প্ৰকাশ নকৰিলে আজিলৈকে স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকাণ স্বাস্থ্য বিভাগৰ | Assamese |
মহানগৰীত নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হত্যা নে আন কিবা | Assamese |
টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগী আৰু নাই ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ | Assamese |
আজি ৰাজ্য কঁপোৱা গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বুজ লব মুখ্যমন্ত্ৰীয়ে | Assamese |
অসমত অহা কেইদিনমানলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী | Assamese |
বন্ধ নহয় নামৰূপৰ সাৰ কাৰখানা স্পষ্ট কৰিলে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই | Assamese |
বানাক্ৰান্তৰ দুখৰ সমভাগী ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা | Assamese |
হাঁহিবই নে কান্দিবই চৰকাৰী গাঁওপ্ৰধানৰ ঘৰলৈ যোৱা এটা পথ চাওক | Assamese |
২৫ আগষ্টৰ পৰা শিলচৰ এন আই টিত মেগা ইভেণ্ট | Assamese |
জাতীয় কৃষ্টিসংস্কৃতিৰে পুনৰ জীপাল হ ল যোৰহাট | Assamese |
নগাঁও আৰক্ষীৰ ক লগত লৈ এ চলাইছে অভিযান হয়বৰগাঁও আৰক্ষী চকীত কি ক্লু পাইছে এ | Assamese |
গৰু চুৰিক কেন্দ্ৰ কৰি মৰিগাঁৱৰ আঁহতগুৰিত ভয়ংকৰ ঘটনা প্ৰাণ গল এটা গৰু চোৰৰ | Assamese |
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কিহৰ বাবে নাজিবুৰে হত্যা কৰিলে পত্নী আৰু শহুৰশাহুৱেকক | Assamese |
ৰাজ্যত বৰষুণৰ সম্ভাৱনা দিনটোৰ সৰ্বোচ্চ তাপমান বৰষুণৰ আশংকা সম্পৰ্কে জানক | Assamese |
দুৰ্গাপূজা ২০২৩বিগ বাজেটৰ পূজালৈ কাউন্টডাউন হ ল কাছাৰত | Assamese |
দুভৰিত ফুটবল লৈ ২৫ গৰাকী ছাত্ৰীয়ে লৈছে প্ৰশিক্ষণ | Assamese |
অগ্নিগৰ্ভ মণিপুৰশিলচৰত মৌন প্ৰতিবাদী কাৰ্যসূচী পালন কাছাৰ তৃণমূল কংগ্ৰেছৰ | Assamese |
আধুনিকতাৰ ধামখুমীয়াত জনসমাজৰ পৰা লুপ্ত হৈ যাব ধৰা ভাপত দিয়া পিঠা | Assamese |
যাতায়তৰ দুৰৱস্থাৰ বাবে নাপালেগৈ চিকিৎসালয় এটি শিশু নৌকাস্থ হৈয়ে নাৱতে হেৰুৱালে প্ৰাণ | Assamese |
আজমলৰ ছুপাৰ ক চেলেঞ্জ কৰি এইবাৰ বিজেপিৰ | Assamese |
যোৰহাট নগৰৰ মাজমজিয়াত ডেংগুজাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু | Assamese |
৩৩ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাত নলবাৰীৰ সুনাম | Assamese |
মিজোৰামৰ পৰা পলাই আহি কাছাৰত আশ্ৰয় ল লে ৪৮ মেইটেই সম্প্ৰদায়ৰ লোকে | Assamese |
৫০ ফুট ওখ গছত উঠি সন্ধিয়াৰ আন্ধাৰত কিয় চিঞৰিছিল দেৱাশিসে | Assamese |
কাজিৰঙাত অভিনেতা অক্ষয় কুমাৰৰ ধনেৰে নিৰ্মিত দুখন বিশেষ নাও | Assamese |
ৰাজ্য চৰকাৰৰ চামুচেৰে দি বেলচা মাৰি নিয়া নীতিৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ | Assamese |
মাজুলীৰ দলনি চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ গিৰিন্দ্ৰ দেৱ মহন্তৰ দেহাৱসান বিভিন্ন জনৰ শোক প্ৰকাশ | Assamese |
সঞ্জীৱ ঘোষ জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষৰ হত্যাকাৰী নাজিবুৰৰ ফাঁচিৰ দাবী বিশ্ব হিন্দু পৰিষদৰ | Assamese |
নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ | Assamese |
ঘোচখোৰ বিষয়া বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰক চাৰিদিনৰ আৰক্ষী জিন্মাত প্ৰেৰণ | Assamese |
বলেৰো আৰু ইৰিক্সাৰ মাজত মুখামুখি খুন্দা মৃত্যুমুখত ইৰিক্সাচালক | Assamese |
তুলসী গগৈৰ কণ্ঠত সুধাকণ্ঠৰ গীত শুনিছেনে মুগ্ধ হ ব আপুনিও | Assamese |
২০০৪ৰ ধেমাজি কাণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ত চূড়ান্ত শুনানি সম্পন্ন | Assamese |
হুৰমুৰকৈ পাচলিৰ দাম কমাবলৈ বাধ্য হ ল ব্যৱসায়ী ক ত জানেনে | Assamese |
গোলাঘাটত ভয়ংকৰ ঘটনা ঘৰৰ ভিতৰতে পৰি আছে তিনিটাকৈ মৃতদেহ | Assamese |
আলফা স্বাধীনৰ অসম ত্যাগৰ সকীয়নি পিছত জি পি সিঙে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া | Assamese |
পৰিৱেশতন্ত্ৰ বৰ্তাই ৰাখিবলৈ কাজিৰঙাত বান জৰুৰীঃ কোনে ক লে এই কথা | Assamese |
অধ্যাপক ডঃ হেমন্ত শৰ্মাৰ কাহিনীত ইউ টাৰ্ণ অভিযোগকাৰী ছাত্ৰীয়েই শাস্তি লঘু কৰিবৰ বাবে জনালে আবেদন | Assamese |
বুৰঞ্জী প্ৰসিদ্ধ টিপাম পাহাৰত নিৰ্মাণ হব চ্যুকাফাৰ ৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি কেতিয়া সম্পূৰ্ণ হব কাম | Assamese |
উজনি অসমৰ আটাইতকৈ ব্যস্ত বিমান বন্দৰটোৰ সন্মুখ আৰু প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান | Assamese |
শিক্ষাদানেই যাৰ জীৱনৰ ব্ৰত অৱসৰৰ পাছতো বিনামূলীয়াকৈ পঢ়ুৱাই আছে শিক্ষাৰ্থীক | Assamese |
উজনি অসমত প্ৰথমজনক সংস্থাপন মায়োইলেকট্রিক হাত | Assamese |
মহানগৰীত একেলগে জ্বলাই দিলে চাৰিখনকৈ বাইক কোনে জ্বলালে | Assamese |
কাৰ্বি সমাজৰ নায়কবীৰ ছিৰ ৱমোৰ বিষয়ে জানো আহক | Assamese |
বিলুপ্ত কৰিব বহু চৰকাৰী পদ কোনসমূহ পদ বিলুপ্ত কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে | Assamese |
যোৰহাটৰ ভুৱা আৰক্ষীৰ ঘটনা আজিও ফাদিল হোৱা নাই ঘটনাৰ আঁৰৰ কাহিনী | Assamese |
অত্যাধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ প্ৰতি কৃষকৰ সজাগতা বৃদ্ধি লক্ষ্যৰে শোণিতপুৰত বিশেষ কাৰ্যসূচী | Assamese |
ৰাজ্যৰ এগৰাকী সাংসদ আৰু এগৰাকী বিধায়ক সন্ধানহীন মহানগৰীৰ পথে পথে লাগিছে নিৰুদ্দেশৰ পোষ্টাৰ | Assamese |
শিপাৰ লগত সম্পৰ্ক থকা গ্ৰন্থই পঢ়ুৱৈক সদায় আকৰ্ষিত কৰে | Assamese |
নাৰীয়ে বিপদত আত্মৰক্ষা কেনেকৈ কৰিব শিলচৰত কৌশল শিকোৱাৰ কৰ্মশালা | Assamese |
মনে বিচৰা চিকিৎসকৰ সাক্ষাৎ লাভ কৰক সহজতে নগাঁও প্ৰেছ ক্লাবত মুকলি কৰা হ ল ভাৰ্চুৱেল কাৰ্ড | Assamese |
ভাল খবৰ দেশৰ অন্যতম সর্ববৃহৎ ৰাজহুৱা খণ্ড বিচিপিএলৰ পৰিচালন সঞ্চালক পদত এজন অসমীয়া | Assamese |
চিলাৰায় আছিল ভাৰতৰ শ্ৰেষ্ঠ বীৰ ড° সচ্ছিদানন্দ যোশী | Assamese |
লাচিতমিলনৰ ভাইৰেল অডিঅ ৰ পাৰ্শ্বক্ৰিয়া পুনৰ মূৰ দাঙি উঠিছে পুৰণি সংঘাতে | Assamese |
আভাজ্যোতি ৰাভাৰ স্বীকাৰোক্তিৰ সত্যতা বিচাৰি হয়বৰগাঁও আৰক্ষী চকীত ৰ অভিযান | Assamese |
মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু আটক প্ৰেমিক | Assamese |
দুৰ্নীতিগ্ৰস্ত বিষয়ানেতাআৰক্ষীক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক আলফা স্বাধীন | Assamese |
ভুৱা এনকাউণ্টাৰ বন্ধ কৰক অন্যথা অসম ত্যাগ কৰক জি পি সিঙক শেষ সকীয়নি দিলে কোনে | Assamese |
মধুৰাই কাঢ়ি নিলে দুই ভাতৃৰ প্ৰাণ | Assamese |
কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ফুলিছে এক বিৰল প্ৰজাতিৰ অৰ্কিড | Assamese |
নিজৰ প্ৰতিভাকৰ্মমুখী যাত্ৰাৰ আৰম্ভণি কৰিছে কেইগৰাকীমান মহিলাই | Assamese |
পেন্সনৰ টকাৰে বহুতকে তেওঁ দিছে সম্পূৰ্ণ বিনামূলীয়াকৈ সংস্কৃতিৰ শিক্ষা | Assamese |
আজিও পোহৰলৈ নাহিল যোৰহাটৰ নয়নজ্যোতিৰ মৃত্যুৰ ৰহস্য | Assamese |
ছাত্ৰীক নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ ল নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক ড° হেমন্ত শৰ্মা | Assamese |
গুৱাহাটীৰ পথত খান্দি থোৱা গাঁতত পৰি মৃত্যুমুখত আন এগৰাকী | Assamese |
মহানগৰীত সুৰক্ষিত নহয় আৰক্ষীও ৰ হাতৰ পৰাই চিলনী চোৰে থপিয়াই লৈ গ ল ম বাইল | Assamese |
মন্ত্ৰী অতুল বৰাৰ খেতি এইবাৰ ভালেই হ ব চাগে | Assamese |
দিপ্তা সুৰাদী চকৰ এজন দোকানী আতিকুৰৰ কন্ঠত আছে যাদু জুবিন গাৰ্গক অনুসৰণেৰে কৰে সংগীতৰ সাধনা | Assamese |
নিৰ্যাতনৰ গোচৰত অভিযুক্ত নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক হেমন্ত শৰ্মাক আটক লখিমপুৰ আৰক্ষীৰ | Assamese |
বৃন্দাৱনী বস্ত্ৰৰ আৰ্হি প্ৰস্তুত বিশিষ্ট শিল্পী ৰঞ্জিত বৰুৱাৰ কেনভাছত বৃন্দাবনী বস্ত্ৰৰ এখন বৃহৎ ছবি অংকন | Assamese |
২৫ জুলাইলৈ অসমত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আজি ৰাজ্যৰ কোন অংশত বতৰ কেনেকুৱা জানক | Assamese |
কাৰ্বি আংলঙৰ তিনি ভাতৃয়ে আনাৰসৰ খেতিৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন | Assamese |
দ্বিখণ্ডিত হ ব নেকি মাজুলী বিপদত জেংৰাইমুখট্ৰাইবেল ভিলেজ | Assamese |
আপোনাৰ চিনাকি হাতভৰি নথকা কোনো লোক আছে নেকি তেওঁলোকৰ বাবে এক বিশেষ সুখবৰ | Assamese |
পিংকি ৰায় হত্যাকাণ্ডদোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী | Assamese |
ৰাষ্ট্ৰপতিৰ পৰা দৰং জিলাই লাভ কৰিলে ভূমি সন্মান | Assamese |
অগ্নিগৰ্ভ মণিপুৰত শান্তি ঘূৰাই অনাৰ আহ্বানেৰে অসম বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ বন্তি প্ৰজ্বলন | Assamese |
অসমৰ মাটিত অৰুণাচলৰ পথঘৰ প্ৰতিক্ৰিয়া সীমান্তত | Assamese |
যোৰহাট নগৰত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডৰ ঘটনাত আতংকিত জনসাধাৰণ ইখনৰ পিছত সিখন দোকানত চোৰে চলাইছে লুটপাত | Assamese |
আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁইক কেন্দ্ৰীয় সমিতিৰ সভাপতি পদৰ পৰা অপসাৰণ | Assamese |
তেজপুৰৰ বান্দৰমাৰী শামুকীয়াত বজ্ৰপাতত দুজন লোক নিহত ৫ জন লোক আহত | Assamese |
হাজোত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই | Assamese |
নৰ্থ লখিমপুৰ কলেজ স্বায়ত্ত্বশাসিত ৰ অধ্যাপকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ নিৰ্যাতনৰ অভিযোগ | Assamese |
বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা গাঁৱলৈ যাব এইবাৰ চৰকাৰ | Assamese |
অসম মল্লযুঁজ সন্থাক স্বীকৃতি ভাৰতীয় মল্লযুঁজ সন্থাৰ | Assamese |
গতিবেগৰ কাঁটাই ৪০ অতিক্ৰম কৰা বাহনৰ পৰা এই পৰ্যন্ত আদায় ১৫ লাখ টকা | Assamese |
এদিন নিজকে শেষ কৰি দিয়াৰ কথা চিন্তা কৰা মানুহজন এতিয়া এজন সফল ব্যৱসায়ী | Assamese |
পানী কমিলেও শংকামুক্ত হোৱা নাই কাজিৰঙাৰ জীৱকুল | Assamese |
অসমমেঘালয় সীমা সমস্যাক লৈ অনুষ্ঠিত হোৱা বৈঠক সমাপ্ত ২৫ আগষ্টত পুনৰ সীমা সমস্যাক লৈ আন এক বৈঠক | Assamese |
টাইসকলৰ থলুৱা খাদ্য টোপোলা ভাত কেনেদৰে প্ৰস্তুত কৰে চাও আহক | Assamese |
দোলাত উঠাই কইনাক লৈ যোৱা দিনবোৰ স্মৃতি সজীৱ হৈ আছে নাৰায়ণপুৰৰ এঘৰত | Assamese |
অসমৰ ৰেংকিং প্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ স্মেছাৰ্চ একাডেমীৰ জেনিছা বিপুলক সম্বৰ্ধনা অসম উন্নয়ন পৰিষদৰ | Assamese |
অডিঅ ক্লিপ ভাইৰেলৰ পিছতে বিজেপি নেতা লাচিত গগৈক আটক | Assamese |
শামুকৰ খোলাত গামোচা অংকন ধেমাজিৰ মনোৰঞ্জন পেগুৰ লগতে শিলগুটিত অংকন বিভিন্ন প্ৰতিচ্ছবিৰ | Assamese |
টিহুৰ বিজেপি মণ্ডল সভাপতিক হত্যাৰ ভাবুকিৰ অভিযোগ | Assamese |
ধুবুৰীৰ জিলা পৰিষদৰ বিশ্বজিৎ গোস্বামীৰ ঘৰত উদ্ধাৰ ২ কোটিৰো অধিক নগদ ধন কেইবা লাখ টকাৰ সোণৰ অলংকাৰ | Assamese |
এতিয়া দোকানত নাপাব আধা লিটাৰ আৰু ১ লিটাৰৰ পানী বটল কিহৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ | Assamese |
সাৱধান যোৰহাটৰ বজাৰত বিষাক্ত ফৰ্মেলিন যুক্ত চালানি মাছ | Assamese |
ধুবুৰীত ভিজিলেঞ্চৰ জালত দুই ঘোচখোৰ বিষয়া কেলকুলেটৰ মেন হিচাপে কুখ্যাত বিষয়াই ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দুবছৰ ধৰি চলাইছিল লুণ্ঠন | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.