text
stringlengths
1
2.59k
language
stringclasses
10 values
বতৰৰ বতৰা অসমৰ কোন কোন ঠাইত আজি বতৰ কেনেকুৱা
Assamese
খেলপথাৰ নহয় এইবাৰ মহানগৰীৰ ৰাজপথত হ ব পেৰেড কিন্তু ক ৰ পৰা ক লৈ হ ব স্বাধীনতা দিৱসৰ পেৰেড
Assamese
মুখাশিল্পক জীয়াই ৰাখকঃ চৰকাৰলৈ আহ্বান পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীৰ
Assamese
শিলচৰত কোনে ভাঙিলে মন্দিৰৰ কালী মূৰ্তি
Assamese
কাজিৰঙাত চিত্ৰ অংকনেৰে মণিপুৰ কাণ্ডৰ প্ৰতিবাদ
Assamese
অএনজিচিৰ গেলেকী অঞ্চলৰ ৱৰ্ক অভাৰ ৰিগত সংঘটিত অগ্নিকাণ্ড তৎপৰতাৰে নিয়ন্ত্ৰণ
Assamese
দুৰ্নীতিমুক্ত অৱসৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াক দিয়া হব চাকৰি কেবিনেট বৈঠকৰ পিছতে সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ
Assamese
অসমত নিষিদ্ধ কৰা হব এক লিটাৰৰ তলৰ পানীৰ বটল পৰৱৰ্তী পৰ্যায়ত বন্ধ হব এক লিটাৰৰ পানীৰ বটলো
Assamese
দৰ্জী নৃপেন দাসৰ কণ্ঠত মুগ্ধ হ ব আপুনি ক ত আছে এই বিশেষ দৰ্জীজন
Assamese
গাঁৱত থাকিব মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী গাঁৱত থাকিব অসম চৰকাৰৰ নিৰ্বাচিত ৫ হাজাৰ বিষয়া
Assamese
আৰক্ষীৰ নতুন ৰূপ অসম আৰক্ষীৰ মান ৰাখিলে এজন কনিষ্টবলে এৰাতিতে বীৰৰ মৰ্যাদা পালে মৃদুল বৰাই
Assamese
চোৰে ললে পুলিচৰ ফিটনেচ পৰীক্ষা কোনোমতে উত্তীৰ্ণ নলবাৰী পুলিচ
Assamese
তিনি দিনৰ শুনানি সামৰি দিল্লীলৈ ৰাওনা নিৰ্বাচনী আয়োগ তিনি দিনত ৬ হাজাৰ লোকে ল লে শুনানিত অংশ
Assamese
জুৰীয়াত কবিৰাজক মৰিয়াই মৰিয়াই হত্যা একাংশ দুৰ্বৃত্তৰ উত্তেজনা
Assamese
মেধাৱী নিপাৰ হাতৰ কেক এতিয়া কাৰ্বি পাহাৰত অতিকে জনপ্ৰিয় কেক বনাই আয় কৰে কিমান
Assamese
ভয়ংকৰ ভৰ বাৰিষা নৈৰ মাজেৰে এইদৰেই এটা অঞ্চলৰ ৰাইজে কৰে যাতায়াত
Assamese
হাইলেণ্ডত আশ্ৰয় লোৱা বন্যপ্ৰাণীয়ে পুনৰ বিচৰণ কৰিছে কাজিৰঙাৰ ভিতৰভাগত
Assamese
পৰঠাৰ নামেৰে এটা পথ ব্ৰিটিছ যুগৰ এই পথটো কেনেকৈ হৈ পৰিল পৰঠা পট্টি কত আছে এই পৰঠা পট্টি
Assamese
নগাঁৱত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ
Assamese
অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মণিপুৰৰ ঘটনাক লৈ কি কলে সীতাৰমণে
Assamese
জ চাগ প্ৰেমৰ পৰা সংগীতলৈ ৰাজনীতিৰ পৰা কবিতালৈ
Assamese
হৰিনামেৰে মুখৰিত নলবাৰী ২৬০০গৰাকী আয়তীয়ে একেগলে গালে দিহানাম
Assamese
শিৱসাগৰত ড° মাইলছ ব্ৰনছনৰ ওপজা দিন উদযাপন
Assamese
নলবাৰীত হঠাৎ দপদপকৈ জ্বলি উঠিল এজোপা নাৰিকল গছ কেনেকৈ লাগিল এই জুই
Assamese
যোৰহাটত দালাল চক্ৰৰ কৌশল ফাদিল ধন আদায় কৰিবলৈ ভুৱা দুৰ্ঘটনাৰ নাটক
Assamese
আপোনাৰ নাম শুনিলেই আপোনাৰ সন্তান ত্ৰাসিত হয় কিয় উত্তৰত কি ক লে ডাঃ সংগীতা দত্তই
Assamese
ৰাজ্যৰ ধাৰাষাৰ বৰষুণৰ সম্ভৱনা আজি অসমৰ কোন ঠাইত বতৰ কেনেকুৱা হব
Assamese
তামোলৰ ঢকুৱাৰে থালবাটি পৰিৱেশমৈত্ৰী বস্তু ব্যৱহাৰৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস বৰমাত
Assamese
এতিয়াৰ নামীদামী শ্ব পিং মলতো আপুনি বিচাৰি নাপাব শৈশৱৰ আনন্দ মেলাৰ সেই নিৰ্ভেজাল আনন্দ
Assamese
বৰাকৰ বিভিন্ন দলসংগঠনৰ ক্ষোভ প্ৰতিবাদৰ মাজত অন্ত পৰিল দ্বিতীয় দিনৰ শুনানি
Assamese
জাতীয়তাবাদ মানে কেৱল ৰাজপথৰ আন্দোলন নহয় ৫৩ বিঘা মাটিত খেতি কৰি বুজাই দিলে ভাইজানে
Assamese
অসমৰ বানপানীৰ সমাধান আৰু ছাত্ৰছাত্ৰীসকলক লৈ কি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে বিশিষ্ট বিজ্ঞানী চোনম ৱাংগচুকে
Assamese
কৰিমগঞ্জক দ্বিতীয় কাশ্মীৰ হবলৈ নিদিব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত বিজেপি সাংসদ ৰাজদীপ ৰয়
Assamese
যোৰহাট নগৰত ৰাইজে কিয় ৰাজহুৱা সম্বৰ্ধনা জনালে কেইবাগৰাকী আৰক্ষী বিষয়াকনিষ্টবলক
Assamese
জে লৰ পৰা ওলাই আহি পুনৰ চিকিৎসাত নামিম ডাঃ সংগীতা দত্ত
Assamese
মধুৰি আমৰ পুলি ৰুইছিল ৫০টা এতিয়া হ লগৈ এহেজাৰ জোপা
Assamese
গাড়ী থকা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ১৫ ছেপ্টেম্বৰৰ পূৰ্বে এই কাম নকৰিলে স্ক্ৰেপ হিচাপে বিক্ৰী হব আপোনাৰ গাড়ী
Assamese
দুষ্প্ৰাপ্য কাছৰ বিচৰণস্থলীত বিপদ অস্তিত্বৰ সংকটত পৰিছে লখিমপুৰৰ এখন বিখ্যাত বিল কাছ বিল
Assamese
প্ৰতিজন জন্মগত হৃদৰোগ ৰোগীৰ বাবে আশাৰ সঞ্চাৰ সফল চিকিৎসাৰ সুবিধা গুৱাহাটীতে
Assamese
মানসমণীষাৰ হাতৰ ৰ সোৱাদ লৈছেনে
Assamese
ৰাজ্যিক সাঁতোৰ আৰু প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ খেলুৱৈ
Assamese
বিলাহীৰ মূল্য চেঞ্চুৰী জলকীয়াৰ ডাবল চেঞ্চুৰী অতিক্ৰম তথাপিও কিয় মুৰেকপালে হাত দিছে কৃষকে
Assamese
তিনিচুকীয়া জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিতে হ ব ২১ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্র
Assamese
বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা বিহুৱাবিহুৱতীয়ে সহায়ৰ হাত আগবঢ়ালে বৃদ্ধাশ্ৰমৰ ককাআইতাক সবিশেষ জানক
Assamese
পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ কিদৰে প্ৰভাৱ পৰিব আপোনাৰ ওপৰত জানি লওক
Assamese
পাটী শিল্পৰ সৈতে জড়িত এখন গাঁও পুৱাৰ পৰা গধূলিলৈ শীতল পাটী তৈয়াৰ কৰাত ব্যস্ত হৈ থাকে গাঁওবাসী
Assamese
সাৱধান ভুৱা মেচিন লগাই ধন আত্মসাতৰ নতুন কৌশল প্ৰৱঞ্চক চক্ৰৰ
Assamese
আৰক্ষীয়ে মুকলি কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যক আচলতে কি হৈছিল বুধবাৰে
Assamese
প্ৰখৰ ৰদে দহিছে ৰাজ্যবাসীক আজি দিনটোৰ সৰ্বোচ্চ তাপমান কোন ঠাইত কিমান
Assamese
কেউদিশে বান পানীত বুৰ মাৰি ঘাঁহ খাইছে কাজিৰঙাৰ ভোকাতুৰ বন্যপ্ৰাণীয়ে
Assamese
লক্ষ্ণৌত অনুষ্ঠিত হ ব লগা ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতালৈ নিৰ্বাচিত বৰমাৰ হৃদয় প্ৰৱাল ৰয়
Assamese
টেবুল টেনিছত শিলচৰৰ দিবিজা পালৰ জয়যাত্ৰা অব্যাহত
Assamese
গুৰু আসনৰ সমুখত চাইকেল চলাই চৰম বহুৱালি
Assamese
বিহপুৰীয়াৰ এখন গাঁৱৰ ২৫ টা বিশেষ পৰিয়াল
Assamese
উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য ভঁৰাললৈ নৱ সংযোজন চিফুং
Assamese
পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানক সাৰ্থক কৰিছে গুৱাহাটীৰ ৰাজপথত শাকপাচলি বিক্ৰী কৰা এইসকল জনজাতীয় মহিলাই
Assamese
ভোট জলকীয়া খেতি কৰি স্বাৱলম্বী হৈছে তিনিচুকীয়া জিলাৰ লাইপুলিৰ ৰূপেশ্বৰ গগৈ
Assamese
আপোনাৰ শিশুটিক আপুনি পেকেজিং খাদ‍্য খুৱাই নেকি যদি খুৱাই তেন্তে সাৱধান হওক
Assamese
গহপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকৰ সৃষ্টিশীল কৰ্মত মুগ্ধ অজস্ৰজন
Assamese
মাকৰ সৈতে সাঁতুৰি নাদুৰি আহি কাজিৰঙাৰ হাইলেণ্ডত আশ্ৰয় লৈছে গঁড়ৰ পোৱালিয়ে
Assamese
মাজুলীবাসীৰ বাবে এইবাৰ আন এক নতুন সমস্যা
Assamese
উধাৰবন্দত আৱাস যোজনাৰ ঘৰ‌ দিয়াৰ নামত ১০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ
Assamese
গুৱাহাটীত এইবাৰ জলবোৰ্ডৰ পানীৰ সংযোগক লৈ উত্তেজনা
Assamese
পিংকি ৰায় হত্যাকাণ্ডঃ ৭২ ঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰৰ দাবী আকছাৰ
Assamese
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কলিয়াবৰৰ মাজেৰে যাওতে সাৱধান দিনতে ভয়ত কঁপিছে অঞ্চলবাসী
Assamese
ৰাজহুৱা শুনানিৰ প্ৰথম দিনা ২৭০ ৰো অধিক দলসংগঠনলোকৰ অংশগ্ৰহণ
Assamese
২০১৪ চনলৈ প্ৰতিগৰাকী বিদেশীক অসমীয়া বুলি শপতনামা দিয়া কংগ্ৰেছে আছুক সমালোচনা কৰাৰ নৈতিকতা নাইউৎপল শৰ্মা
Assamese
ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কোনে
Assamese
জনঅৰণ্যত মুক্ত বিচৰণ কৰিবলৈ অহা বনৰজাৰ বেয়া দিন চলিছে ডিব্ৰুগড়ত
Assamese
অসমীয়া হিন্দু যুৱকৰ মৃতদেহ বহিঃৰাজ্যত ইছলাম ধৰ্মীয় পৰম্পৰাৰে দিয়া হ ল কবৰ
Assamese
অৱসৰৰ পিছতো মৎস্য গৱেষণাগাৰেৰে ছাত্ৰছাত্ৰীক জ্ঞান প্ৰদানৰ কৰি অহা এগৰাকী অধ্যাপক
Assamese
অপৰিবৰ্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি
Assamese
শিৱদৌল চৌহদত মানৱীয়তাৰ নিদৰ্শন ৰ
Assamese
কাৰ্বি পাহাৰৰ মনোমোহা ৰিত সৌন্দৰ্য দেখিছেনে জানেনে কি এই ৰিত
Assamese
অসমৰ বিভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ কোন ঠাইত আজি বতৰ কেনেকুৱা জানক
Assamese
বিৰোধীৰ নামৰ পাৰ্শ্বক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত সলনি কৰিলে নিজৰ বায়
Assamese
সুৰাৰ বাবে বিনষ্ট হৈছে পৰিৱেশ মহানগৰীৰ বৰাগাঁৱত পুৱাই প্ৰতিবাদত নামিল ৰাইজ
Assamese
আজি গুৱাহাটীলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ ২ বজাৰ পৰা সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰাৰ ওজৰআপত্তিৰ ওপৰত শুনানি
Assamese
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসন্তুষ্ট বিজেপি নেতা ডাঃ ৰাজদীপ ৰয় নিৰ্বাচন আয়োগক দিলে আৰ্জি
Assamese
যোৰহাটৰ ভয়ংকৰ পথ দুৰ্ঘটনা এখন ইক ভেন আৰু ট্ৰেলাৰৰ মাজত সংঘৰ্ষ
Assamese
নগদ ধন দুগুণ কৰাৰ কৌশল এজন বিশেষ ব্যক্তিয়ে কৰি আহিছে এই অসম্ভৱ কাৰ্য কিন্তু কেনেকৈ জানক
Assamese
ভাবিলেই জিভাত পানী অহা ঔটেঙাকঠালগুটিঢেকীয়াৰ সৈতে মাছৰ টেঙা আঞ্জা
Assamese
যোৰহাটৰ বুকুত অৱস্থিত শান্তি আশ্ৰম নামতেই যেন এক প্ৰশান্তি
Assamese
কৃষকৰ সীমাহীন আশাৰ নাম শাওণ এই শাওণৰ বুকুতেই লুকাই থাকে নষ্টালজিয়া
Assamese
অধ্যাপকপ্ৰৱক্তাৰ দক্ষতা বিকাশৰ বাবে নতুন প্রযুক্তিৰ ব্যৱহাৰিক জ্ঞানৰ প্ৰশিক্ষণ
Assamese
খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈ ওলাই আহিছে কাজিৰঙাৰ বন্যপ্ৰাণী
Assamese
সমষ্টি পুনঃনিৰ্ধাৰণৰ ৰাজহুৱা শুনানিত বৰাকৰ পৰা ভাগ ল ব শতাধিক লোকে
Assamese
মূল্যবৃদ্ধি শিলচৰৰ অফিচপাৰা কঁপালে আম আদমি পাৰ্টীয়ে
Assamese
ছেণ্ডুইচ খাই মৃত্যু বিহপুৰীয়াৰ জনপ্ৰিয় ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
Assamese
নহয় বিৰোধী মিত্ৰজোঁটৰ নতুন নামকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
Assamese
আৰক্ষীয়ে পিন্ধা নাই চিটবেল্ট গাড়ীৰো নাই বীমা এইবাৰ আৰক্ষীক জৰিমনা বিহালে ৰাইজে
Assamese
ৰাজ্যত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা শিশুসহ দুজনৰ মৃত্যু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১০ গৰাকীতকৈও অধিক লোক
Assamese
শাস্তি পাবনে হাবিবুৰ ৰহমানৰ হত্যাকাৰীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ
Assamese
কাইলে গুৱাহাটীলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ
Assamese
বিশিষ্ট কবিসাহিত্যিক পুলকানন্দ কৌশিক আৰু নাই নগাঁৱৰ বৌদ্ধিক মহলত শোকৰ ছাঁ
Assamese
বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বদ্ধপৰিকৰ কাজিৰঙাৰ বনকৰ্মীসকল
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ কৃতী ছাত্ৰছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা
Assamese
অসম চুক্তিক ফুটবল সজাইছে কেন্দ্ৰৰাজ্যইভূপেন বৰা
Assamese
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আহ্বান গ্ৰহণ কৰিলে চাবুৱাৰ দেৱজিতে
Assamese
আজি পহিলা শাওন প্ৰতিজন চহা অসমীয়াৰ সীমাহীন ব্যস্ততা এতিয়া শাওনৰ পথাৰত
Assamese