text
stringlengths
1
2.59k
language
stringclasses
10 values
ঐতিহাসিক ভগ্নাৱশেষৰ লগতে তেজপুৰত এতিয়া সুলভ ৰাস্তাৰো ভগ্নাৱশেষ
Assamese
বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ দাম্পত্য জীৱনৰ আৰম্ভণিৰ পবিত্ৰ মুহূৰ্তৰ সাক্ষী হ ল বহুকেইজন বিশিষ্ট ব্যক্তি চাওক ফটো
Assamese
বজাৰত লাগিছে জুই যোগান বিভাগ আছে শুই ৰাজপথত ওলাই আহিল আছু
Assamese
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিনৰেন্দ্ৰ মোদীৰ ডীনাৰ পাৰ্টীলৈ আমন্ত্ৰিত অতিথিৰ মাজত অসমৰ জীয়াৰীও
Assamese
নলবাৰীৰ কাপলাবড়ীত পুৱাই হৈচৈ সকলোৱে জুমি জুমি চাইছে কোনোবাই লৈ আহিছে গামোচা ঘটনা কি
Assamese
উচ্চ শিক্ষা বিভাগে অসম সেৱা বিধিৰ আধাৰত নিলম্বন কৰিলে মহাবিদ্যালয়ৰ অধ্যক্ষক
Assamese
বিশ্ব ড্ৰেগন নাওঁখেল প্ৰতিযোগিতালৈ নিৰ্বাচিত শিৱসাগৰৰ চাৰিগৰাকী খেলুৱৈ
Assamese
মাচুলহে বাঢ়িল ৰোগী চাবলৈ কিন্তু হাস্পতাললৈ চিকিৎসক নাহিল
Assamese
সুৱনখাটাত দিৰিং নদীৰ প্ৰৱল সোঁতে উটুৱাই নিলে এখন ফ ৰচুনাৰ
Assamese
কৃত্ৰিম বানপানীৰে জলমগ্ন চাবুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথ নলাৰ পানীয়ে বুৰাইছে এই পথ
Assamese
কৃত্ৰিম ভৰি আৰু কেলিপাৰৰ প্ৰয়োজন থকাসকলৰ বাবে ভাল খবৰ এই স্থানত বিনামূলীয়াকৈ কৰিব পাৰিব সংৰোপণ
Assamese
যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠা প্ৰীতমে প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে বিবাহ পঞ্জীয়ন হ ল শৰ্মিষ্ঠাৰ
Assamese
হাতভৰি বান্ধি মুখত সোপা দি নৱজিৎ কলিতাক কৰিলে নেকি হত্যা চিচিটিভি পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
Assamese
৭১ৰ ভিত্তিত সমষ্টি পুনৰনিৰ্ধাৰণৰ দাবী লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান
Assamese
কংগ্ৰেছলৈ উভতি যোৱাৰ সম্ভাৱনা আছে নেকি ৰিপুণ বৰাৰ নিজৰ লক্ষ্যৰ কথা সদৰি কৰিলে ৰিপুণ বৰাই
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ত সফলতাৰে সম্পন্ন পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কোন কেইটা বিষয়ত উপলব্ধ সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম
Assamese
অসমত তিনি গগৈৰ ৰাজনীতি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ ব নেকি এই তিনি গগৈ
Assamese
উত্তৰপূব পূব ভাৰতত অতি প্ৰবল বৰষুণৰ সম্ভাৱনা অসমৰ কোন ঠাইত আজি বতৰ কেনেকুৱা জানক
Assamese
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যাওতে হ ব সাৱধান
Assamese
মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰি হাত দাঙিলে স্বয়ং মুখ্যমন্ত্রীয়েঃ অখিল গগৈ
Assamese
তেজপুৰৰ এখন বিদ্যালয়ত ব্যতিক্ৰমী বিজ্ঞান শিক্ষা আৰু হস্তকলা শিক্ষা প্ৰদান
Assamese
মাজুলীৰ মৃৎ শিল্পীসকলৰ দুৰ্গতি মামৰে ধৰিলে যন্ত্ৰপাতিত
Assamese
বিদ্যুৎ বিভাগ আৰু মহানগৰ প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতা দিনদুপৰতেই পথৰ লাইট জ্বলাই অনিষ্ট বিদ্যুৎ
Assamese
তেজপুৰ বিশ্ববিদ্যালয়ত ১৩ টা নতুন বিভাগ স্থাপনৰ প্ৰস্তাৱ ৰ অধ্যক্ষক সাক্ষাৎ উপাচাৰ্যৰ
Assamese
তিনি শতাধিক হকাৰৰ পৰিয়াললৈ নামিল অন্ধকাৰ
Assamese
অহা ২৪ ঘন্টাত ৰাজ্যৰ ৩ জিলাত হ ব অত্যাধিক বৰষুণ ভগ্ন মথাউৰিসমূহক লৈ শংকিত নৈপৰীয়া ৰাইজ
Assamese
শোণিতপুৰত একেদিনাই ৬৪৭৫টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ উদ্বোধন
Assamese
ডি ভোটাৰ সমস্যাক লৈ ডিব্ৰুগড়ত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ
Assamese
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ পৰীক্ষাত টিহুৰ যুৱকে লাভ কৰিলে দ্বিতীয় স্থান
Assamese
ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল দ্বিতীয় স্থানত অসম সন্তান
Assamese
বৃদ্ধি পালে গাখীৰৰ মূল্য এতিয়াৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ দাম হ ব ইমান টকা
Assamese
সাৱধান আজি নিশা হঠাতে বানত বুৰিব নামনি অসমৰ কেইবাটাও অঞ্চল
Assamese
সি নহ লে মোক মা বুলি কোনে মাতিব এগৰাকী দুৰ্ভগীয়া বৃদ্ধাই কাতৰ কণ্ঠৰে কিয় ক লে এই কথা
Assamese
গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণৰ কাৰণে ওলাই আহিল মঙলদৈৰ মহিলা
Assamese
জুবিন গাৰ্গৰ পৰা কোনে বিচাৰিলে দুটাকৈ ভিক্ষা
Assamese
গুৱাহাটীৰ ৰাজপথত সুন্দৰী যুৱতীৰ তয়াময়া ৰণ চাওক
Assamese
তিনিচুকীয়াৰ বিপুল চেতিয়াই ফাষ্টফুড ব্যৱসায়েৰে উপাৰ্জন কৰা টকাৰে কৰে শৰীৰ চৰ্চা
Assamese
ৰামঠগন দিয়াৰ নতুন ষ্টাইল এইবাৰ কাঠফুলাৰ নামত প্ৰৱঞ্চনা
Assamese
নলবাৰীত পুনৰ বানৰ বিভীষিকা দ্বিতীয়টো বানত টিহুত জলপ্ৰলয় শংকিত ৰাইজ
Assamese
সমগ্ৰ বিশ্বতে পূৰ্ণিমা ফেশ্বনছ এতিয়া এক জনপ্ৰিয় ব্ৰেণ্ড ব্ৰেণ্ডটো প্ৰতিষ্ঠাৰ বাবে কি কৰা নাছিল অসমৰ এইগৰাকী ডিজাইনাৰে
Assamese
বৰমাৰ এটা পৰিয়ালৰ সমূখত এতিয়া দিনতেই আন্ধাৰ
Assamese
প্ৰথমটো আংশিক বানৰ কবলত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Assamese
জোনমণি ৰাভাক হত্যা কৰা বুলি অভিযোগ কৰা অনিল ভূঞাক ৰ জেৰা
Assamese
আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে আজমলে ঠিকেই কৈছে
Assamese
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে শিলচৰত গণ ধৰ্ণা কাৰ্যসূচী খচৰাক অযুক্তিকৰ আখ্যা সুস্মিতা দেৱৰ
Assamese
পাবজি খেলিবলৈ বাধা দিয়াৰ বাবেই পিতৃমাতৃক লাঠীৰে কোবাই হত্যা কৰিলে পুত্ৰই
Assamese
ৰামগড় নহয় ছত্তিশগড়ত শোলে ৰ দৃশ্যৰ বাস্তৱ উপস্থাপন য ত বীৰু নহয় বাসন্তী
Assamese
শ্বীনা বৰা জীয়াই আছে কাৰাগাৰৰ পৰা ওলাই লিখা আত্মজীৱনীত চাঞ্চল্যকৰ দাবী ইন্দ্ৰাণী মুখাৰ্জীৰ
Assamese
দিল্লী ত ভয়ংকৰ অগ্নিকাণ্ড জৰুৰীকালীন কক্ষত অগ্নিকাণ্ডত হাহাকাৰ পৰিস্থিতি
Assamese
চন্দ্ৰৰ পদূলিত ভাৰত চন্দ্ৰযান৩ য়ে প্ৰেৰণ কৰিলে চন্দ্ৰপৃষ্ঠৰ ছবি চাওক মহাকাশৰ পৰা কেনে দেখি চন্দ্ৰ
Assamese
ৰাম মন্দিৰৰ বাবে ভক্তই হাতেৰে নিৰ্মাণ কৰিলে ৪০০ কিঃগ্ৰাঃ ওজনৰ তলা ৪ ফুট দীঘল চাবি উৎসৰ্গা কৰিলে উপাৰ্জনৰ সকলো ধন
Assamese
বিলাহীৰ সুৰক্ষাৰ বাবে পথাৰত চিচি কেমেৰা কত আৰু কোনো লগালে এই কেমেৰা
Assamese
আজি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ ৫০৮টা ৰে ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰে কলে ই ভাৰতৰ গৌৰৱময় ঐতিহ্যৰ প্ৰতীক হব
Assamese
দেশৰ ৫০৮টা ৰেল ষ্টেচনৰ সলনি হব ৰূপ আজি প্ৰধানমন্ত্ৰী মোদীয়ে এই ষ্টেচনসমূহৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰিব অসমৰো ৪টা ষ্টেচনৰ হব আধুনিকীকৰণ
Assamese
পুনৰ ভূঁইকঁপ নিশা ৫৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ ল এইসমূহ অঞ্চল
Assamese
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ৪ বছৰ জম্মু কাশ্মীৰত শান্তিৰ বতাহ
Assamese
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত পিতাপুত্ৰসহ নিহত ৩ জন
Assamese
জম্মুকাশ্মীৰত দুৰ্গম জংঘলত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ তিনিজন সেনা জোৱান শ্বহীদ
Assamese
দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীকে ধৰি বিধায়কসকলৰ দৰমহা কিমান তেওঁলোকে কৰ পৰিশোধ কৰিব লাগে নেকি
Assamese
দ্য এলিফেন্ট হুইচপাৰাৰ্ছ দ্বাৰা খ্যাত বেলীক চৰকাৰী চাকৰি প্ৰদান প্ৰথম স্থায়ী মহিলা হাতীৰ তত্ত্বাৱধায়ক ৰূপত বেলী
Assamese
ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ দেশৰ ১২৫৭টা ষ্টেচনৰ সলনি হব ৰূপ ৰঙিয়া ডিভিজনৰ ১৫টা ষ্টেচনো হব উন্নত
Assamese
উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত ৰাহুল গান্ধীয়ে মুখ খুলিলে আৰু ক লে মোৰ পথ কিন্তু স্পষ্ট
Assamese
আকৌ সংসদলৈ উভতিব ৰাহুল গান্ধী খেলিব পাৰিব নিৰ্বাচন মোদী উপাধি গোচৰত ডাঙৰ সকাহ দিলে উচ্চতম ন্যায়ালয়ে
Assamese
আপোনাৰ সন্তানক ডেংগুৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব এই কামটো তৎক্ষণাৎ কৰক
Assamese
কন্যা সন্তান জন্মিলে ২১০০০ টকা চৰকাৰৰ বাম্পাৰ আঁচনি
Assamese
আকৌ ভূমিকম্প উত্তৰাখণ্ডৰ পৰা আন্দামাননিকোবৰলৈ পুৱাই ভূমিকম্পৰ জোকাৰণি
Assamese
বিজেপিতকৈ ধনী কংগ্ৰেছ দেশৰ ভিতৰতে আতাইতকৈ বেছি ধনী কৰ্ণাটকৰ বিধায়ক
Assamese
কৃষকসকলৰ বাবে ডাঙৰ খবৰ শীঘ্ৰেই একাউণ্টলৈ আকৌ আহিব ধন
Assamese
গোলাঘাটৰ দৰে ট্ৰিপল মাৰ্ডাৰৰ আন এক অনুৰূপ ঘটনা মাতৃৰ সৈতে পুত্ৰ আৰু কন্যাক হত্যা
Assamese
পেট্ৰলডিজেলৰ দাম ২৭০ টকা অতিক্ৰম পাকিস্তানত হাহাকাৰ চৰকাৰে কলে দেশৰ হিতৰ বাবে এই সিদ্ধান্ত
Assamese
পুৱাই ভূমিকম্প ৫ ৰিখটাৰ স্কেলৰ ভূঁইকঁপত কঁপিল এই স্থান
Assamese
কাৰ দখলত মন কোনে সংগ্ৰহ কৰিব কৰ এ নে এ
Assamese
মণিপুৰ চৰকাৰক তীব্ৰ ককৰ্থনা দেশৰ মুখ্য ন্যায়াধীশৰ মণিপুৰ আৰক্ষী সম্পূৰ্ণৰূপে অক্ষম বুলি মন্তব্য
Assamese
আগষ্ট মাহৰ ৩ তাৰিখলৈ দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
Assamese
মহাৰাষ্ট্ৰত ডাঙৰ দুৰ্ঘটনা গাৰ্ডাৰ লঞ্চিং মেচিন ভাঙি ১৭জন লোকৰ মৃত্যু
Assamese
হোষ্টেল আৰু পেয়িং গেষ্টত শিক্ষাৰ্থীয়ে দিব লাগিব ১২ শতাংশ
Assamese
চলন্ত ৰেলত ধাৰাসাৰ গুলীচালনা এজন আৰু তিনিজন লোকৰ মৃত্যু
Assamese
একেটা চৌহদতে ওচৰাউচৰিকৈ বাস কৰা আচলামেই কাল হ ল ৫ বছৰীয়া শিশুৰ
Assamese
স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আৰম্ভ হ ব মেৰী মাটি মেৰা দেশ অভিযানঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Assamese
জম্মু কাশ্মীৰৰ কুলগামত সন্ধানহীন ছুটীত থকা ভাৰতীয় সেনাৰ জোৱান অনুসন্ধান অব্যাহত
Assamese
প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত ৰ ১০৩ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন মিনি ব্ৰাজিল আৰু এইকেইটা বিষয়ত কৰিলে চৰ্চা
Assamese
অৰুণাচল প্ৰদেশৰ টেঙা ভেলীত অমৃত সৰোবৰ উদ্বোধন কৰিলে ভাৰতীয় সেনাই
Assamese
ৰাজনৈতিক নেতা আৰু মন্ত্ৰীসকলে কিয় বগা পোছাক পিন্ধে এটা বিশেষ কাৰণ আছে আপুনি জানি আচৰিত হ ব
Assamese
২ হাজাৰ টকাৰ নোট সলনি কৰাৰ সময়সীমা বৃদ্ধি কৰা হ বনে বিত্ত মন্ত্ৰালয়ে কি উত্তৰ দিলে
Assamese
হঠাতে জ্বলি উঠিল মেঘালয়ৰ তুৰা গৃহ জিলাতে মুখ্যমন্ত্ৰী কনৰাড চাংমা বিক্ষোভৰ সন্মুখীন
Assamese
ব্যৱসায়ীক সৰ্প দংশনৰ দ্বাৰা হত্যা কৰিলে এগৰাকী মহিলাই ক ত সংঘটিত হ ল এই ঘটনা জানক সবিশেষ
Assamese
যাৰ প্ৰেমৰ বাবে ভাৰতৰ পৰা পাকিস্তান পালেগৈ অঞ্জু কোন সেই নছৰুল্লাহ
Assamese
গিৰিয়েকক জয়পুৰলৈ যাম বুলি কৈ ওলাই গৈছিল ফেচবুক প্ৰেমিকক লগ ধৰিবলৈ পাকিস্তান পালেগৈ মহিলা
Assamese
লক্ষাধিক টকাৰ বিলাহী লুট কৰি আৰক্ষীৰ জালত দম্পতী
Assamese
৩১ জুলাইৰ ভিতৰত দাখিল কৰক অন্যথা ভৰিব লাগিব জৰিমনা
Assamese
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭০০০০ প্ৰাৰ্থীক বিতৰণ কৰিলে নিযুক্তি পত্ৰ এইকেইটা বিভাগত হ ল নিযুক্তি
Assamese
নৌকাত পাঠদান নৌকাতেই জ্ঞান নাৱত বিদ্যালয় স্থাপন কৰি ত্ৰিপুৰা শিক্ষা বিভাগৰ অভিনৱ পদক্ষেপ
Assamese
শিক্ষা বিভাগৰ আজৱ কাণ্ড ৩০ ফেব্ৰুৱাৰীত জন্ম হল শিশুৰ কত
Assamese
প্ৰেমিক ভাৰতৰ বিচাৰি আহিছে পাকিস্তান বাংলাদেশৰ লগতে পোলেণ্ডৰ প্ৰেমিকাই
Assamese
দেশ জোকাৰি যোৱা মণিপুৰৰ ভাইৰেল ভিডিঅ কাণ্ডৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ
Assamese
মণিপুৰৰ সংকটৰ সময়তো সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সংকল্পবদ্ধ এগৰাকী ২৯ বছৰীয়া মহিলা এনেদৰে আৰম্ভ কৰিছে এক নতুন জীৱন
Assamese
জীমত ট্ৰেডমিলত দৌৰি থাকোতেই মৃত্যু এজন ২৪ বছৰীয়া যুৱকৰ গ্ৰেপ্তাৰ জীমৰ স্বত্বাধিকাৰী
Assamese
মণিপুৰৰ জীয়ৰীৰ সৈতে যি হৈছে সেয়া ক্ষমাৰ অযোগ্য ৰেহাই দিয়া নহব মোদী
Assamese
মণিপুৰৰ ঘটনাত লজ্জানত দেশ সৰৱ বিৰোধী প্ৰিয়ংকা গান্ধীয়ে কলে এই ছবি হৃদয়বিদাৰক
Assamese
ভয়ংকৰ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু ১৬০ কিলোমিটাৰ বেগত অহা জাগুৱাৰে মহতিয়ালে কেইবাজনো লোকক
Assamese