text
stringlengths
1
2.59k
language
stringclasses
10 values
প্ৰেয়সীক হত্যা কৰি প্ৰেচাৰ কুকাৰত সিজালে মৃতদেহৰ টুকুৰা তাৰপিছত
Assamese
পুৰস্কাৰ প্ৰাপ্ত দূৰদৰ্শন এংকৰ গীতাঞ্জলি আয়াৰৰ দেহাৱসান
Assamese
এতিয়া এই ৰাজ্যত বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস ৩ বছৰ পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
Assamese
মণিপুৰত আৰম্ভ কম্বিং অপাৰেচন লুটি নিয়া অস্ত্ৰভাণ্ডাৰৰ সন্ধানত অভিযান
Assamese
মৰ্গত মৃতদেহৰ তলত আছিল পুত্ৰ পিতৃয়ে দেৱদূত হৈ জীৱন ৰক্ষা কৰিলে পুত্ৰৰ
Assamese
অশান্ত মণিপুৰত উগ্ৰপন্থীৰে ৰ সংঘৰ্ষ উগ্ৰপন্থীৰ গুলীত নিহত ৰ জোৱান আহত ২ ৰ জোৱান
Assamese
ধাবাত বাৰ্থডে পাৰ্টী কৰি বিল হ ল ১০০০০ টকা বিলৰ খৰছ ভাগ কৰিবলৈ কোৱাত ৪ বন্ধুৱে হত্যা কৰিলে বাৰ্থডে বয় ক
Assamese
কাৰোবাৰ পুত্ৰ কাৰোবাৰ স্বামী দেখি চিনিব নোৱাৰি ১০১টা মৃতদেহৰ পৰিচয় নাই
Assamese
ওড়িশাৰ ৰে ল দুৰ্ঘটনাত শোক প্ৰকাশ নীতা আম্বানীৰ ক্ষতিগ্ৰস্তৰ সহায়ৰ বাবে ৰিলায়েন্স ফাউণ্ডেচনে লৈছে ১০ দফীয়া কাৰ্যসূচী
Assamese
৭ টা মৃতদেহৰ মাজত আৱদ্ধ আছিল ১০ বছৰীয়া কনিষ্ঠ ভাতৃ ২ দিন ধৰি ৰে লত বিচাৰিছিল জ্যেষ্ঠ ভাতৃয়ে তাৰপিছত হ ল এই চমৎকাৰ
Assamese
অশান্তজৰ্জৰ মণিপুৰৰ শেহতীয়া আপডেট কি উদ্ধাৰ হৈয়ে আছে মাৰণাস্ত্ৰ
Assamese
ওড়িশাত আন এক ৰেল দুৰ্ঘটনা বৰগড়ত বাগৰি ৫টা ডবা লাইনচ্যুত
Assamese
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ দুদিন পিছত জীৱন্তে উদ্ধাৰ হল অসমৰ এজন যুৱক দুৰ্ঘটনাস্থলীৰ পৰা কিছু দূৰৈত পৰি আছিল যুৱকজন
Assamese
বিহাৰত চকুৰ পচাৰতে ভাগি পৰিল গংগা নদীৰ ওপৰত নিৰ্মীয়মাণ দলং
Assamese
বালাচোৰৰ ৰে ল দুৰ্ঘটনাত চিকিৎসাধীন অসমৰ যুৱকৰ খবৰ ল বলৈ ৰাওনা অসম চৰকাৰৰ বিষয়া
Assamese
ৰে লত মোৰ মা আৰু আইতা আছিলতেওঁলোকে ঔষধ কিনিবলৈ চহৰলৈ গৈ আছিল এজন প্ৰত্যক্ষদৰ্শীয়ে দিলে বালাচোৰ ৰে ল দুৰ্ঘটনাৰ ভয়াৱহ বৰ্ণনা
Assamese
বালাচোৰ ৰে ল দুৰ্ঘটনাত কিয় ইমান মানুহৰ প্ৰাণ গ ল ৩ খন ৰেলৰ মাজত এই দুৰ্ঘটনা কেনেকৈ হল ৰে লৱেই জনালে এইদৰে
Assamese
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ ক প্ৰথম খবৰ দিছিল ভেংকটেশে ছবিৰ নায়কৰ দৰে ৰ জোৱান ভেংকটেশে ৰক্ষা কৰিছিল বহুতৰ জীৱন
Assamese
জল প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰৰ অভিনৱ কৌশল ভূগৰ্ভস্থ জলস্তৰৰ বিকাশৰ বাবে চৰকাৰৰ পদক্ষেপ
Assamese
বালাছোৰৰ দুৰ্ঘটনাস্থলীত ৱাৰফুটিং পুনৰুদ্ধাৰৰ কাম দ্ৰুতগতিত চলাইছে ৰেল বিভাগে
Assamese
দুৰ্ঘটনাত আহতসকলৰ সন্মুখত আন এক সমস্যা চিকিৎসালয়লৈ লৈ যোৱা বাছ দুৰ্ঘটনাত পতিত
Assamese
ওড়িশাৰ বালাচোৰত উপস্থিত হৈ ৰে ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Assamese
অসমৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৫ খনকৈ ৰে লৰ চলাচল বাতিল সদৰি কৰিলে উত্তৰপূব সীমান্ত ৰে লৱেই
Assamese
শালিমাৰ ষ্টেচনৰ পৰা কৰমণ্ডল এক্সপ্ৰেছ চলাইছিল তেওঁ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল প্ৰাণ কি কলে অভিশপ্ত ৰেলখনৰ চালকজনে
Assamese
কৰমণ্ডল যেন মৃত্যু এক্সপ্ৰেছ ফটোৱে কয় কিমান ভয়াৱহ আছিল সেই দুৰ্ঘটনা
Assamese
অসমলৈ অহা দুখনকৈ ৰেলৰ চলাচল বাতিল উত্তৰপূৰ্বাঞ্চললৈ অহা ৫ খন ৰে লৰ যাত্ৰাপথো সলনি
Assamese
ৰেল লাইনত বগা কাপোৰেৰে ঢকা মৃতদেহৰ শাৰী ১২ ঘণ্টা ধৰি চলিছে উদ্ধাৰকাৰ্য
Assamese
উৰিষ্যাৰ বালাছোৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৩৩ আহত ৯০০জন উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ এদিনীয়া ৰাজ্যিক শোক ঘোষণা
Assamese
কৰমণ্ডল দুৰ্ঘটনাত শনিবাৰে পুৱা পৰ্যন্ত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি আহত হাজাৰৰো অধিক
Assamese
ওড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে ল দুৰ্ঘটনা কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে লৰ মাজত মুখামুখি সংঘৰ্ষ এতিয়ালৈকে ৩৫০ জন যাত্ৰী আহত আৰু ৫০ জন লোকৰ মৃত্যু
Assamese
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণঃ ৰাজ্যখনত শান্তি তথা স্থিতাৱস্থা ঘূৰাই অনাৰ বাবে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
Assamese
বৃহস্পতিতকৈ ১৩ গুণ ডাঙৰ ৭৩১ আলোকবৰ্ষ দূৰত ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে বিশাল গ্ৰহ
Assamese
ৰ ৰোষত দেশৰ শতাধিক চিকিত্‍সা মহাবিদ্যালয় বাতিল হব পাৰে স্বীকৃতি
Assamese
এ ৰ ডিজিটেল পাৱাৰপ্লেত এক নতুন যুগৰ আৰম্ভণি কৰিছে ফাইনেলত ১২ কোটিৰো অধিক দৰ্শক লাভ
Assamese
আমি সত্যাগ্ৰহ পুনৰ আৰম্ভ কৰিম এইবাৰ নতুন সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদৰ হুংকাৰ আৰক্ষীয়ে টানি নিয়া মল্লযোদ্ধাসকলৰ
Assamese
ভাৰতৰ নতুন সংসদ ভৱন বিশ্বৰ আটাইতকৈ ব্যয়বহুল সংসদ নেকি একেবাৰে নহয় এই দেশৰ আছে আটাইতকৈ ব্যয়বহুল সংসদ চাওক
Assamese
জনজাতিকৰণ‌ নহয় অগ্নিগৰ্ভা মণিপুৰৰ আঁৰত আছে ড্ৰাগছ মাফিয়া
Assamese
হিংসাত্মক পৰিস্থিতিৰ মাজতে ৪ দিনীয়া ভ্ৰমণসূচীৰে আজি নিশা মণিপুৰত উপস্থিত হ ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Assamese
হিংসাত্মক ঘটনাত অশান্তজৰ্জৰ মণিপুৰ ৫ জন আৰক্ষী জোৱানসহ ৩৩ জনৰো অধিক কুকি উগ্ৰপন্থী নিহত
Assamese
প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপূৰ্বাঞ্চলক উপহাৰ দিলে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ গুৱাহাটীনিউ জলপাইগুৰিৰ মাজত হ ব চলাচল
Assamese
নেহৰুৰ পৰা মোদীলৈকে নতুন সংসদত ভৱনত স্থাপন কৰা ছেংগুল ৰ ইতিহাস আৰু তাৎপৰ্য জানেনে
Assamese
এইটো কেৱল এটা অট্টালিকা নহয় ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন নতুন সংসদ ভৱন মুকলি কৰি মোদীৰ মত
Assamese
ভূমিকম্পই জোকাৰি গ ল অসমৰ লগতে চুবুৰীয়া ৰাজ্যক অভিকেন্দ্ৰ মেঘালয়
Assamese
মন কি বাত ১০১তম খণ্ড সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ যুৱ সংগম কাৰ্যসূচীৰ বিষয়ে কলে বহু কথা
Assamese
মুকলি হল নতুন সংসদ ভৱন কোন কোন দলে যোগদান কৰিছে আৰু কোনটো দলে বৰ্জন কৰিছে সম্পূৰ্ণ তালিকা চাওক
Assamese
দেশৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা কক্ষত স্থাপন কৰিলে চেংগোল
Assamese
২০০০ টকাৰ নোটবোৰ ত জমা হোৱাৰ পিছত কি কৰা হ ব জুইত পোৰা হ ব নে আন কিবা ব্যৱস্থা থাকিব
Assamese
অশান্ত মণিপুৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান ৰাজ্যখনৰ শান্তিশৃংখলা বজাই ৰাখক
Assamese
এতিয়া আপুনি ঔষধৰ সম্পূৰ্ণ ষ্ট্ৰীপটো কিনিব নালাগে প্ৰতিটো টেবলেট পৃথককৈ থাকিব লগতে থাকিব ম্যাদ উকলাৰ দিন বিষয়টো বিবেচনা কৰি আছে চৰকাৰে
Assamese
যিকোনো বেংকৰ শাখাত ২০০০ টকাৰ নোট সৰ্বমুঠ কিমান টকাৰ সলনি কৰিব পাৰিব কি বেংকত কেনেকুৱা পদ্ধতি
Assamese
কৰদাতাৰ বাবে অনলাইনত ফৰ্ম ১ আৰু ফৰ্ম ৪ মুকলি জানি লওক ইনকাম টেক্স ৰিটাৰ্নৰ শেষ তাৰিখ
Assamese
লকডাউনত হেৰুৱালে চাকৰি এই ব্যৱসায়েৰে মাহিলি লাখ লাখ টকাৰ উপাৰ্জন দিলে অন্য লোককো সংস্থাপন
Assamese
ত্ৰিকোণীয় অট্টালিকা চিকচিকিয়া সংসদ কক্ষ শীঘ্ৰেই মুকলি হ বলগীয়া দেশৰ নতুন সংসদ ভৱনৰ ছবি চাওক
Assamese
ঘোষণা হল ৰ ফলাফল শীৰ্ষত ঈশিতা কিশোৰ পঞ্চম স্থানত অসমৰ ময়ূৰ হাজৰিকা
Assamese
শীঘ্ৰেই বজাৰলৈ আহিব দেশৰ আটাইতকৈ ব্যয়বহুল মোদী আম কত আৰু কেতিয়া পাব এই আম
Assamese
ব্ৰিটিছ শাসনৰ সময়ত এই ঠাইত জ্বলাই দিয়া হৈছিল নোটবোৰ এতিয়াও আছে ভাটা আৰু চিমনি
Assamese
ৰিলায়েন্স ফাউণ্ডেচন স্ক লাৰশ্বিপছৰ ২০২২২৩ বৰ্ষৰ বাবে নিৰ্বাচিত ৫০০০ আণ্ডাৰগ্ৰেজুৱেট শিক্ষাৰ্থী
Assamese
ক ভিডত উন্মোচিত হ ল বিশ্ব স্বাস্থ্য আন্তঃগাঁথনিৰ বহু অভাৱ পৰিৱৰ্তন আৰু বিকাশৰ ওপৰত বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বাৰ্তা
Assamese
২০০০ টকীয়া নোট সলনি সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ গুৰুত্বপূৰ্ণ ঘোষণা কি কি নিয়ম মানিব লাগিব জানক সবিশেষ
Assamese
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী প্ৰদান
Assamese
অভিনেতাৰ ওচৰত বিক্ৰী হৈ গল সুন্দৰ পিচাইৰ পৈতৃক ঘৰ ভাঙি পৰিল গুগল চিইঅ পিতৃ
Assamese
কৰ্ণাটকত নতুন চৰকাৰ আজি কৰ্ণাটকত মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান
Assamese
আপোনাৰ ওচৰত থকা ২ হাজাৰ টকাৰ নোটখন আপুনি কেনেদৰে সলনি কৰিব হাতত কিমান দিন আছে নিয়মবোৰ জানক
Assamese
₹ আপোনাৰ হাতত আছে নেকি ২০০০ টকীয়া নোট কেতিয়াৰ পৰা সলনি কৰিব পাৰিব বেংকত জানক সবিশেষ
Assamese
দুহাজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
Assamese
হিৰোশ্বিমাত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়েযুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী নেতাৰ হব সাক্ষাৎ
Assamese
অৰুণাচল প্ৰদেশৰ নামচাইত থকা বিয়েৰ ফেক্টৰীত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ঘটনাক কেন্দ্ৰ কৰি ডিৰাক গেটত উত্তপ্ত পৰিস্থিতি
Assamese
দ্বাদশ শ্ৰেণীত বিফল হোৱাৰ পিছত মনোজ শৰ্মা কেনেকৈ আইপিএছ বিষয়া হৈছিল এগৰাকী মহিলাই তেওঁৰ জীৱন সলনি কৰিছিল
Assamese
চিনেমাই এই ছিজনত মুঠ বিজ্ঞাপন ব্যয়ৰ দুইতৃতীয়াংশ দখল কৰিব
Assamese
কেন্দ্ৰীয় কেবিনেটত বৃহত্‍ সালসলনি কিৰেন ৰিজিজুৰ ঠাইত অৰ্জুন ৰাম মেঘৱাল হব আইন মন্ত্ৰী
Assamese
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা পিছুৱালে ৭২ ঘণ্টাৰ ভিতৰত ঘোষণা কৰা হ ব নতুন মুখ্যমন্ত্ৰীৰ নাম
Assamese
কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হব সিদ্ধাৰামাইয়া
Assamese
সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গাংগুলীক শ্ৰেণীৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ
Assamese
প্ৰধানমন্ত্ৰী মোদীয়ে ২৮ মে ত উদ্বোধন কৰাৰ সম্ভাৱনা আছে নতুন সংসদ ভৱনৰ ভাৰতৰ নতুন সংসদ ভৱনৰ বিষয়ে সবিশেষ
Assamese
চাকৰিত দুৰ্নীতি আৰু পৰিয়ালতন্ত্ৰ শেষ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী মোদীৰ ৭১ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান
Assamese
পশ্চিম বংগৰ এগ্ৰাত আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ অতি কমেও ৫ জন লোকৰ মৃত্যু
Assamese
হিমাচলত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা খাৱৈত পৰিল মাৰুতি গাড়ী দম্পতীসহ ৪ জনৰ মৃত্যু
Assamese
আজি চূড়ান্ত হ ব নেকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ
Assamese
লণ্ডনত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভেৰে পুনৰ অসমীয়াক গৌৰৱান্বিত কৰিলে আদিল হুছেইনে
Assamese
আজি দেশজুৰি ৪৫টা স্থানত অনুষ্ঠিত হৈছে ৰোজগাৰ মেলা প্ৰধানমন্ত্ৰী মোদীয়ে ৭১০০০ যুৱকযুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ
Assamese
ৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰিছে ভগৱান শিৱৰ আশ্চৰ্যজনক চিত্ৰ সৰ্ববৃহৎ ম্যুৰাল পেইণ্টিং হিচাপে ৰেকৰ্ড গঢ়িলে ইউৰেছিয়া বুকত
Assamese
আৰু ৩০০ মাদ্ৰাছা বন্ধ কৰিম আছাদুদ্দিন অৱেছীক মুকলি প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
Assamese
অসমৰ ৰিয়া আগৰৱালৰ ৯৯৭৫ শতাংশ নম্বৰৰ সৈতে পৰীক্ষাত শীৰ্ষ স্থান লাভ আন ৪ জন পৰীক্ষাৰ্থীৰ সৈতে শ্বেয়াৰ কৰিছে প্ৰথম স্থান
Assamese
চৰকাৰে চিকিৎসকসকলৰ বাবে অনন্য বাধ্যতামূলক কৰিছে প্ৰতি ৫ বছৰত নৱীকৰণ কৰিব লাগিব ইয়াৰ অনুজ্ঞাপত্ৰ
Assamese
কৰ্ণাটকৰ ডিজিপি প্ৰবীণ ছুদক ৰ নতুন সঞ্চালক হিচাপে নিযুক্তি
Assamese
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ দৌৰত চিদ্দাৰমাইয়া থাকিব পাৰে ৩ জন উপমুখ্যমন্ত্ৰী
Assamese
ৰাহুল গান্ধীক শাস্তি প্ৰদান কৰা ন্যায়াধীশকে ধৰি ৬৮ জন ন্যায়িক বিষয়াৰ পদোন্নতি স্থগিত উচ্চতম ন্যায়ালয়ৰ
Assamese
দেওবাৰে বিয়লি ৫ বজাত ঘোষণা কৰা হব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম কংগ্ৰেছৰ ঘোষণা
Assamese
কৰ্ণাটকৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছৰ চমকপ্ৰদ প্ৰদৰ্শন ৩৪ বছৰ পূৰ্বেও গঢ়িছিল একেধৰণৰ অভিলেখ
Assamese
কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পিছত শৰদ পাৱাৰে কয় আমাৰ প্ৰথম লক্ষ্য আছিল বিজেপিক পৰাস্ত কৰা
Assamese
কৰ্ণাটকৰ ফলাফলৰ পিছতে কংগ্ৰেছক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
Assamese
দৰিদ্ৰ লোকৰ শক্তিয়ে বিজেপিৰ পুঁজিবাদী মিত্ৰৰ শক্তিক পৰাজিত কৰিলে ৰাহুল গান্ধী
Assamese
কৰ্ণাটকৰ বিপুল সফলতাৰ মাজতে ডাঙৰ ঘোষণা ৰাহুল গান্ধীৰ কি প্ৰতিশ্ৰুতি দিলে ৰাহুলে
Assamese
কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ প্ৰেমৰ দোকান খুলিল কংগ্ৰেছৰ ফলাফলৰ পিছত কলে ৰাহুল গান্ধীয়ে কৰিলে এই ঘোষণা
Assamese
কৰ্ণাটকৰ ফলাফলৰ পিছতে কান্দি উঠিল ডি কে শিৱকুমাৰ কলে মই কেনেকৈ পাহৰিম যে ছোনিয়া গান্ধীয়ে মোক জেলত সাক্ষাৎ কৰিবলৈ আহিছিল
Assamese
ভাৰতীয় বিজ্ঞানীৰ বৃহৎ সফলতা আৱিস্কাৰ হ ল ক ৰনাৰ দৰৱ সফল গৱেষণাগাৰৰ পৰীক্ষা জানক সবিশেষ
Assamese
বাসৱৰাজ বোম্মায়ে স্বীকাৰ কৰিলে পৰাজয় কৰ্ণাটক কংগ্ৰেছৰ অধ্যক্ষ ডি কে শিৱকুমাৰে কলে আমি ভ্ৰষ্টাচাৰক পৰাজিত কৰিলো
Assamese
মেঘালয় উপনিৰ্বাচনত ৰ চিনছাৰ কুপাৰ ৰয় লিংডো থাবাহৰ জয়লাভ মনোনীত প্ৰাৰ্থীক ৩৪০০ তকৈও অধিক ভোটত পৰাস্ত
Assamese
আজি অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু নেতা ৰাঘৱ চাদ্দাৰ বাগদান কত আৰু কেনেকৈ দুয়ো লগ পাইছিল জানক
Assamese
কৰ্ণাটকত কংগ্ৰেছেই কিং একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে কংগ্ৰেছ
Assamese