text
stringlengths
1
2.59k
language
stringclasses
10 values
মণিপুৰৰ ভাইৰেল ভিডিঅই কঁপাইছে দেশ প্ৰধানমন্ত্ৰীয়ে কলে ৰেহাই দিয়া নহব দোষীক
Assamese
মণিপুৰৰ জীয়ৰীসকলৰ সৈতে হোৱা অপৰাধ ক্ষমা কৰা নহব কলে প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
বাংগালুৰু ৰক্তাক্ত কৰাৰ লক্ষ্যৰে আজাৰবাইজানৰ বাকুৰ পৰা অভিসন্ধি সন্ত্ৰাসবাদী জুনেইডে জমা কৰিছিল বিস্ফোৰক
Assamese
পৰকীয়া প্ৰেমৰ পৰিণতি পত্নীৰ প্ৰেমিকে স্বামীক হত্যা কৰি ৬ টুকুৰা কৰিলে মৃতদেহ
Assamese
নতুন ভাৰত বিৰোধীৰ ৰ পিছত মোদীৰ মুখত ৰ নতুন বাখ্যা কি কলে প্ৰধানমন্ত্ৰীয়ে
Assamese
বাংলাদেশৰ জুলীয়ে পলুৱাই নিলে নেকি অজয়ক ক ত হেৰাল অজয়
Assamese
৪৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে তাজমহলৰ দেৱালত কি দেখা গৈছে আপুনি জানেনে আপুনি জানি আচৰিত হ ব
Assamese
চলন্ত ৰেলত ভয়ংকৰ অগ্নিকাণ্ড ফলকনামা এক্সপ্ৰেছৰ তিনিটা ডবা ভস্মীভূত
Assamese
সাংসদবিধায়কৰ বিৰুদ্ধে আইনৰ গোচৰ চলাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ
Assamese
চোৰৰ চকু এইবাৰ বিলাহীত চোৰে লুটিলে লক্ষাধিক টকাৰ বিলাহী ৰাজ্য চৰকাৰক ক্ষতিপূৰণ বিচাৰিলে বিলাহী খেতিয়কে
Assamese
প্ৰথমে বিবাহিতা মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক তাৰপিছত প্ৰেমিকাক ইটাৰে মৰিয়াই হত্যা প্ৰেমিকৰ
Assamese
কন্যাৰ প্ৰেম বিবাহত ক্ষুণ্ণ হৈ শহুৰেকে জ্বলাই দিলে জোঁৱায়েকৰ ঘৰ
Assamese
বৰষুণ অব্যাহত থাকিব আৰু কেইদিনমানৰ বাবে হ ব বৰষুণ শেহতীয়া আপডেট জানক
Assamese
২৬ জানুৱাৰীলৈকে ৪২ টা প্ৰকল্প প্ৰধানমন্ত্ৰী মোডীয়ে এই উপহাৰসমূহ দেশক প্ৰদান কৰিব যাৰ ওপৰত দৃষ্টি নিবদ্ধ আছে সমগ্ৰ বিশ্বৰ
Assamese
ৰ অজিত পাৱাৰৰ দাবী ৩০ জুনতে দলৰ মুৰব্বীৰ পৰা অব্যাহতি দিয়া হৈছে শাৰদ পাৱাৰক
Assamese
ক্ৰিকেটাৰ প্ৰবীণ কুমাৰৰ দুৰ্ঘটনাৰ ফটো পোহৰলৈ আহিছে কোটি কোটি টকাৰ এই গাড়ীখনৰ কি ক্ষতি হৈছে চাওক
Assamese
১ টকাৰ পৰা ক্ৰয় কৰক সামগ্ৰী ২৫০ বছৰ পুৰণি এই বজাৰখন কত আছে চাওক
Assamese
নাগালেণ্ডত ভয়ংকৰ ঘটনা পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি তিনিজনৰ কৰুণ মৃত্যু তিনিখন গাড়ী ধ্বংসপ্ৰাপ্ত
Assamese
বিজেপি নেতাই আদিবাসী যুৱকৰ গাত কৰিলে প্ৰস্ৰাৱ ভাইৰেল ভিডিঅ ৰ পিছতেই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Assamese
সন্ত্ৰাসবাদ হৈছে কিছুমান দেশৰ নীতি সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে পাকিস্তানচীনৰ সন্মুখতে ক লে এই কথা
Assamese
অনলাইন পাবজি খেলি হল প্ৰেম চাৰি সন্তানক লৈ প্ৰেমিকক লগ পাবলৈ ভাৰতলৈ আহিল পাকিস্তানী প্ৰেমিকা
Assamese
চিলিণ্ডাৰৰ দাম বৃদ্ধি কিমান বাঢ়িল ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম
Assamese
কেদাৰনাথ মন্দিৰৰ সন্মুখত প্ৰেম নিবেদন মনৰ মানুহজনৰ আঙুলিত পিন্ধাই দিলে আঙঠি প্ৰেমিক যুগলৰ কৰ্মকাণ্ডত সামাজিক মাধ্যম তোলপাৰ
Assamese
প্ৰধানমন্ত্ৰীৰ ঘৰৰ ওপৰত হঠাৎ উৰি আহিল ড্ৰোণ পুৱাই দিল্লীত চাঞ্চল্য আৰক্ষীৰ তদন্ত আৰম্ভ
Assamese
প্ৰেমৰ বাবে নিজ সন্তানক হত্যা মাতৃৰ চিনেমাৰ কায়দাৰে হত্যা কৰি নিজেই দাখিল কৰিলে এজাহাৰ
Assamese
মহাৰাষ্ট্ৰত ট্ৰিপল ইঞ্জিন চৰকাৰ ত চামিল নেতা অজিত পাৱাৰ নতুন উপমুখ্যমন্ত্ৰীৰূপে ল লে শপত
Assamese
উত্তৰ পূৰ্বাঞ্চলত মোদী চৰকাৰৰ ৯ বছৰীয়া ৰিপ ৰ্ট কাৰ্ড
Assamese
মহাৰাষ্ট্ৰত এক্সপ্ৰেছৱেত বাছত সংঘটিত অগ্নিকাণ্ডত ২৫ জন নিহত মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ ক্ষতিপূৰণ ঘোষণা
Assamese
দিল্লীৰ মেট্ৰ ৰে লত যাত্ৰা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাওক ভাইৰেল ফটো
Assamese
মুখামুখি দুই প্লেটফর্ম কিন্তু দুটা পৃথক ষ্টেচন এই দেশতে আছে
Assamese
বেংকসমূহ জুলাইত ইমান দিনৰ বাবে বন্ধ থাকিব সোনকালে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক
Assamese
ৰথযাত্ৰা কৰি থকা অৱস্থাত মুহূৰ্ততে মৃত্যুমুখত পৰিল দুই শিশুসহ ৬গৰাকী আহত ১৫
Assamese
বাইক মেকানিকৰ ৰূপত ৰাহুল গান্ধী তেওঁ গোটেই সন্ধিয়াটো গেৰেজতে কটালে কি হ ল হঠাতে
Assamese
পত্নীৰ সৈতে মানালীত মধুচন্দ্ৰিকাত যাবলৈ হাতত নাছিল ধন তাৰপিছত স্বামীয়ে এনেদৰে কৰিলে পত্নীৰ সপোন পূৰণ
Assamese
দিল চে বুৰা লাগতা হে ৰ জৰিয়তে জনপ্ৰিয় হোৱা ইউটিউবাৰ দেৱৰাজ পেটেলৰ পথ দুৰ্ঘটনাত মৃত্যু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ টুইটৰত শোক প্ৰকাশ
Assamese
ত্ৰিপুৰীসকলৰ পবিত্ৰ খাৰ্চী পূজা ৰ বিষয়ে জানেনে ১৪ জন দেৱতাৰ উপাসনাৰে কেনেদৰে পালন কৰা হয় এই উৎসৱ
Assamese
ভাৰতীয় ৰেলৰ কিছুমান অদ্ভুত নিয়ম আছে যি আপোনাক আচৰিত কৰি তুলিব ৰেলৰ খিৰিকীৰ ক্ষেত্ৰত কি নিয়ম আছে
Assamese
পত্নীৰ সৈতে পৰকীয়া প্ৰেমৰ সন্দেহত বন্ধুৰ ডিঙি কাটি ৰক্তপান কৰিলে যুৱকে
Assamese
ৰাজপথত ডকাইতি কৰিবলৈ আহি সুৰাপায়ী ডকাইতে ওলোটাই দম্পতীৰ হাতত গুজি দি গ ল ধন চাওক ভিডিঅ
Assamese
ভাৰতীয় গণতন্ত্ৰৰ কলা অধ্যায় সংবাদ মাধ্যমৰ ওপৰত কৰা নিৰ্যাতনৰ ৪৮টা বছৰ
Assamese
ৰাজপথত প্ৰতিবাদ প্ৰত্যাহাৰ মল্লযোদ্ধাসকলৰ এতিয়াৰে পৰা আদালতত অব্যাহত ৰাখিব তেওঁলোকৰ যুঁজ
Assamese
অনলাইনত ২০০০ টকাৰ নোট কেনেদৰে সলনি কৰিব জানক প্ৰক্ৰিয়া
Assamese
বিবাহ বিচ্ছেদৰ বাবে কন্যাক প্ৰৰোচিত কৰাৰ বাবে শাহুৱেকক হত্যা কৰিলে যুৱকে
Assamese
পাৰ হোৱা নাই এমাহো পুনৰ কৰমণ্ডলসদৃশ দুৰ্ঘটনা চাওক ভয়ংকৰ ৰে ল দুৰ্ঘটনাৰ ফটো
Assamese
গৃহিণীৰো স্বামীয়ে ক্ৰয় কৰা সম্পত্তিৰ সম অধিকাৰ থাকিবউচ্চ ন্যায়ালয়
Assamese
পশ্চিম বংগৰ বাঁকুৰাত ভয়ংকৰ ৰে ল দুৰ্ঘটনা ২ খন মালবাহী ৰে লৰ মাজত সংঘৰ্ষ বাতিল বহু ৰে ল
Assamese
সোণালী ফোগাট হত্যা গোচৰত আদালতে মূল অভিযুক্ত সুধীৰ চাংৱানক জামিন প্ৰদান কৰিছে
Assamese
দেশৰ এই ৰাজ্যখনত কৰ্মচাৰীয়ে লাভ কৰে সৰ্বাধিক দৰমহা শীৰ্ষ ১০টা স্থানত নাই দিল্লীহাৰিয়ানা চাওক কোনখন চহৰ কিমান স্থানত
Assamese
আমেৰিকাত জন গণ মন সংগীত পৰিৱেশন আমেৰিকান গায়িকা মেৰী মিলবেনৰ প্ৰধানমন্ত্ৰী মোদীৰ ভৰি স্পৰ্শ কৰি ললে আশীৰ্বাদ
Assamese
তুলসী গছজোপা নিজেই নাচিছে নেকি যদি আপুনি এই অদ্ভুত ভিডিঅ টো দেখে আচৰিত হৈ পৰিব
Assamese
দিল্লীৰ পঞ্চতাৰকা হোটেলত এটকাও ধন পৰিশোধ নকৰাকৈ ২ বছৰ থাকিল অসমৰ এজন লোক
Assamese
মধ্যবিত্ত শ্ৰেণীৰ বাবে এক ডাঙৰ ধামাকা পেট্ৰ ল আৰু ডিজেল প্ৰতি লিটাৰত ৫ টকাকৈ সস্তা হ ব পাৰে ডাঙৰ সিদ্ধান্তৰ পথত নেকি কেন্দ্ৰ
Assamese
কি লোমহৰ্ষক নাবালিকা কন্যাক কাপোৰ খুলি ডিঙি কাটি হত্যা পিতৃমাতৃৰ হতবাক আৰক্ষীও
Assamese
চিঞৰবাখৰ বন্ধ কৰিবলৈ উচ্চ স্বৰত বজোৱা হৈছে সংগীত চোৰৰ সন্দেহত ব্লেড লোহাৰ ৰডেৰে মৰিয়াই যুৱতীক হত্যা
Assamese
চন্দনকাঠৰ বাকচত ৭৫ কেৰেট সেউজীয়া হীৰা ৰূপৰ গণেশৰ মূৰ্তি প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিডেন আৰু ফাৰ্ষ্ট লেডীলৈ উপহাৰ
Assamese
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগ দিৱস উদযাপন প্ৰধানমন্ত্ৰী মোডীয়ে গঢ়িলে বিশ্ব অভিলেখ
Assamese
আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথ যাত্ৰা ভগৱান বিষ্ণুৰ এই অৱতাৰক কৰা হয় উপাসনা
Assamese
কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰলৈ ৪০ কোটি টকাৰ চাকৰি প্ৰত্যাখান কৰি ২ বছৰত ৪ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিক
Assamese
ভাৰতৰ পাঁচখন বিদ্যালয় বিশ্বৰ শীৰ্ষ ১০খন বিদ্যালয়ৰ ভিতৰত তালিকাত চাওক শিক্ষানুষ্ঠানকেইখন
Assamese
প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ১৮০ খন দেশৰ লোকৰ সৈতে যোগ দিৱস ২০২৩ উদযাপনৰ নেতৃত্ব দিব
Assamese
দিল্লীত তাপ প্ৰবাহৰ পৰা সকাহ এই ৬ খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কতা
Assamese
আপুনি পুৰীত ৰথ যাত্ৰা প্ৰত্যক্ষ কৰিব নেকি এই বিশেষ সময়ত কেনেদৰে ভ্ৰমণ কৰিব জানক
Assamese
ভাৰত ভ্ৰমণলৈ আহিছিল পাকিস্তানী ইউটিউবাৰ ৰাজপথত শেষ হ ল বাইকৰ পেট্ৰল জানেনে তাৰপিছত কি হ ল
Assamese
গণতান্ত্ৰিক পৰিৱেশত হিংসা আৰু ঘৃণাৰ কোনো স্থান নাই মণিপুৰৰ অশান্তিজৰ্জৰ পৰিস্থিতিক লৈ উদ্বিগ্ন
Assamese
যৌতুকত বুলেট বাইক নিদিয়াৰ বাবেই বিহ খুৱাই হত্যা নৱ বিবাহিতা মহিলাক
Assamese
দেওৰেকৰ প্ৰেমত পৰি পত্নীৰ ভয়ংকৰ কাণ্ড স্বামীক হত্যা কৰি পুতি থলে শৌচাগাৰৰ গাঁতত
Assamese
অসাধাৰণ দুখজনক আহ্বানঅৱসৰপ্ৰাপ্ত বিষয়াৰ মণিপুৰ টুইটত ভাৰতীয় সেনাৰ প্ৰাক্তন মুৰব্বী জেনেৰেল মালিকৰ মন্তব্য
Assamese
গুজৰাটত কালৰূপ ধাৰণ কৰা ঘূৰ্ণীবতাহ বিপৰ্যয় অহা ১২ ঘণ্টাৰ ভিতৰত অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা
Assamese
দেশৰ প্ৰতিখন জিলাৰ দুজনকৈ শিক্ষাৰ্থীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে অধ্য়য়ন কৰা প্ৰাথমিক বিদ্যালয়লৈ বিনামূলীয়া শিক্ষামূলক ভ্ৰমণৰ সুযোগ
Assamese
মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদী এই বিশেষ ভ্ৰমণৰ আছে বহু বিশেষত্ব
Assamese
আন পুৰুষৰ সৈতে ফোনত ব্যস্ত থকাৰ বাবেই কোঠাত ডিঙি চেপি হত্যা প্ৰেয়সীক
Assamese
প্ৰধানমন্ত্ৰী মোডীয়ে ২০ ৰ পৰা ২৫ জুনলৈ ইজিপ্ত ভ্ৰমণ কৰিব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব
Assamese
গুজৰাটত ঘূৰ্ণীবতাহ বিপৰ্যয় তাণ্ডৱ ধাৰাসাৰ বৰষুণৰ বাবে বিদ্যুৎহীন গুজৰাটৰ ৯০০ খন গাওঁ
Assamese
জম্মুকাশ্মীৰৰ কুপৱাৰাত সেনাৰ বৃহৎ সফলতা পাঁচ পাকিস্তানী সন্ত্ৰাসবাদীক এনকাউণ্টাৰ
Assamese
মণিপুৰত পুনৰ বিক্ষিপ্ত ঘটনা কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ ইম্ফলস্থিত ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰিৰ
Assamese
ৰথ মানে পুৰী কিন্তু আপুনি পুৰীৰ ৰথৰ বিশেষত্ব জানেনে জানিলে আপোনাৰ মন ভৰি পৰিব
Assamese
শ্বৰিয়ৎ আইন বহু বিবাহ বন্ধ হ ব আহি আছে
Assamese
যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত এজন যুৱকক হত্যা কৰি ৮ টুকুৰা কৰিলে মৃতদেহ
Assamese
অপাৰেচন গংগা উদ্ধাৰ অভিযানৰ ওপৰত ৰ নতুন তথ্যচিত্ৰ ১৭ জুনত হ ব সম্প্ৰচাৰ
Assamese
ভয়াৱহ তাণ্ডৱৰ আশংকা কত খুন্দা মাৰিব ঘূৰ্ণীবতাহ বিপৰ্যয়ে পাবহি নেকি অসম
Assamese
ইউজিৰ ফলাফল ঘোষণা মানকাচৰৰ খান জায়েদ আফ্ৰিদীৰ অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ
Assamese
পুনৰ ৰক্তাক্ত মণিপুৰ ইম্ফলত দুৰ্বৃত্তৰ গুলীচালনাত নিহত ৯ জন
Assamese
তামিলনাডুৰ শক্তি মন্ত্ৰীৰ ঘৰত ইডিৰ তালাচী অভিযান নিশা মন্ত্ৰী চেন্থিলক আটক ইডিৰ
Assamese
৭৫ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ এই ৰাজ্যত ৪ শতাংশ বৃদ্ধি হৈছে এতিয়া কেন্দ্ৰৰ পাল
Assamese
আহি আছে ঘূৰ্ণিবতাহ বিপৰ্যয় ২৭ ৰাজ্যত প্ৰবল বৃষ্টিৰ সম্ভাৱনা আছে অসমো
Assamese
নিজকে সেন্দূৰ পিন্ধাই আত্মবিবাহ পাতিছিল তেওঁ এতিয়া যুৱতীগৰাকীয়ে পালন কৰিলে বিবাহবাৰ্ষিকী চাওক ছবি
Assamese
আহি আছে ঘূৰ্ণীবতাহ বিপৰ্যয় কত আঘাত কৰিব বিপৰ্যয়ে কত চলাব তাণ্ডৱ
Assamese
ৰেম্পত খোজ দিয়াৰ সময়তে পিলাৰ ভাঙি মৰ্মান্তিক মৃত্যু মডেলৰ
Assamese
ৰে লৱে ট্ৰেকত মূৰ থৈ শুই পৰিল এজন লোক সেই সময়তে এগৰাকী মহিলা কনিষ্টবলে ৰক্ষা কৰিলে জীৱন য়ে শ্বেয়াৰ কৰিলে ভিডিঅ
Assamese
মোৰ পত্নীক ১২০ জন লোকে অৰ্ধনগ্ন কৰি প্ৰহাৰ কৰে সেনা জোৱানৰ ভয়ংকৰ অভিযোগ আৰক্ষীয়ে দিলে এই প্ৰত্যুত্তৰ
Assamese
ত্ৰিপুৰাৰ উজজয়ন্ত প্ৰাসাদৰ চাৰিওফালে সপ্তাহান্তৰ পৰ্যটন কেন্দ্ৰ বিকশিত কৰিব ৰাজ্য চৰকাৰে
Assamese
অৱশেষত পদযাত্ৰাৰে পবিত্ৰ মক্কা পালেগৈ কেৰালাৰ চিহাব প্ৰায় ৩৭০ দিনত ৮৬০০ কিলোমিটাৰ খোজ কাঢ়ি উপস্থিত হল তীৰ্থস্থান মদিনামক্কা
Assamese
অৰুণাচলৰ কামলে জিলাৰ গোদাকৰাগা পথত ভয়াৱহ ভূমিস্খলনত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত ৩ জন লোক নিহত আৰু ৬ জন আহত
Assamese
মণিপুৰত ১১৭৬৩টা গুলী ৮৯৬টা অস্ত্ৰ ২০০টা বোমা উদ্ধাৰ নিৰাপত্তা বাহিনীৰ
Assamese
ছৌদি আৰৱৰ ৰাজকুমাৰ ক কৃতজ্ঞতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছুডানৰ পৰা ভাৰতীয়ক উদ্ধাৰত কৰিছিল সহায়
Assamese
আমেৰিকাৰ সংসদৰ যুটীয়া বৈঠকত দ্বিতীয়বাৰৰ বাবে ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে ক লে সন্মানিত অনুভৱ কৰিছো
Assamese
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ৰ বাবে গ্লবেল ৰেগুলেচন সন্দৰ্ভত আলোচনা
Assamese
আম কেৱল ভাৰতৰে ৰাষ্ট্ৰীয় ফল নহয় আন বহুতো দেশে ফলৰ ৰজা ৰ মৰ্যাদা প্ৰদান কৰিছে
Assamese
বিবাহ পাশত আৱদ্ধ নিৰ্মলা সীতাৰমণৰ কন্যা ভাংগামায়ী পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত অতি সাধাৰণভাৱে অনুষ্ঠিত হল বিবাহ
Assamese
আফটাবশ্ৰদ্ধা কাণ্ড ৰ দ্বাৰা প্ৰভাৱিত হৈছিল মুম্বাইৰ মীৰা ৰোড হত্যাকাণ্ডৰ অভিযুক্ত
Assamese