text
stringlengths
1
2.59k
language
stringclasses
10 values
বৰ্তমানলৈ কৰ্ণাটকত কংগ্ৰেছৰ ১৮ খন আসনত জয়লাভ ৰ ১খন আৰু বিজেপিৰ ৬খন আসন দখল
Assamese
কৰ্ণাটকত কোনে মাৰিব বিজয়ৰ হাঁহি ২২৪খন আসনৰ মহাৰণত খোলাৰ লগে লগে কংগ্ৰেছৰ অগ্ৰগতি
Assamese
কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত কোন দলত আগত
Assamese
৫ দিনলৈ ৰাজ্যত কমলাহালধীয়া ৰঙৰ এলাৰ্ট অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত মোচা ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞানীৰ
Assamese
আজি ঘোষণা হব দেশৰ চাৰি ৰাজ্যৰ উপনিৰ্বাচনৰ ফলাফল
Assamese
কাৰ দখলত কৰ্ণাটক পুৱা ৮ বজাৰ পৰা আৰম্ভ হব ভোটগণনা
Assamese
শিক্ষকৰ পৰা শিশুৱে ধৈৰ্য আৰু আনক সহায় কৰাৰ দৰে গুণ শিকে শিক্ষা সংঘ অধিৱেশনত কলে প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
আজি ঘোষণা হল ৰ দশম শ্ৰেণীৰ ফলাফল এইসমূহ ৱেবছাইটত চাওক পৰীক্ষাৰ ফলাফল
Assamese
নাগালেণ্ডত বিদেশী সুৰা ধ্বংস প্ৰায় ৪০ লাখ টকাৰ সুৰা জব্দ কৰি এক্সকেভেটৰেৰে নষ্ট কৰিলে ৰাজ্যখনৰ কেইবাটাও সামাজিক সংগঠনে
Assamese
ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা উত্তীৰ্ণৰ হাৰ ৮৭৩৩ শতাংশ বিগত বৰ্ষৰ তুলনাত ৫৩৮ শতাংশ হ্ৰাস
Assamese
আৰু
Assamese
প্ৰসৱকক্ষত পৰিণত হ ল ভোটগ্ৰহণ কেন্দ্ৰ কৰ্ণাটকৰ ভোটদান কেন্দ্ৰতে সন্তান প্ৰসৱ মহিলাৰ
Assamese
কৰ্ণাটকত বিয়লি ৩ বজালৈকে ৫২১৮ শতাংশ ভোটদান অ টো লৈ ভোটদান কেন্দ্ৰলৈ আহিল কংগ্ৰেছী নেতা ডি কে শিৱকুমাৰ
Assamese
ৰাজস্থানৰ নাথদ্বাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৫৫০০ কোটিৰ উন্নয়নমূলক প্ৰকল্প মুকলি
Assamese
ৰেচন কাৰ্ড ধাৰকসকলৰ বাবে বৃহত্‍ খবৰ এইসকল লোকে চাউলৰ সুবিধা নাপাব জানক কিয়
Assamese
কৰ্ণাটক বজৰংগবলীৰ ভূমি ১৩ মে ত কংগ্ৰেছে উত্তৰ পাব বিজেপি সাংসদ তেজস্বী সূৰ্য
Assamese
আজি পঞ্জাৱৰ এখন লোকসভা আসন আৰু মেঘালয় উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ চাৰিখন বিধানসভা আসনৰ উপনিৰ্বাচন
Assamese
আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ নৱপ্ৰজন্মক ভোটদান কৰিবলৈ বিশেষ অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ
Assamese
কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কলকাতা ৰঙালী বিহু উদযাপন
Assamese
ম্যানমাৰত সোণোৱালে মুকলি কৰিলে চিটৱে বন্দৰ
Assamese
এখন গাঁৱত ১৩টা বেংক ডিপজিত ৫০০০ কোটি টকা দেশৰ আটাইতকৈ ধনী গাঁওখন কত আছে জানেনে
Assamese
মুম্বাইৰ থুক লগানা মনা হে অনুচিত্ৰ শিল্প প্ৰদৰ্শনীত অসম অসমৰ ১০ গৰাকী নিৰ্বাচিত শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শন
Assamese
উত্তৰ প্ৰদেশত কৰমুক্ত হব দ্য কেৰালা ষ্টৰী চলচ্চিত্ৰ মুখ্যমন্ত্ৰী যোগীয়ে নিজ মন্ত্ৰীসভাৰ সৈতে চাব চলচ্চিত্ৰখন
Assamese
ছবিৰ দৰে ধুনীয়া যদি আপুনি ভাৰতৰ এই ষ্টেচনলৈ যায় এনে অনুভৱ হয় যেন আপুনি বিদেশ ভ্ৰমণ কৰি আছে
Assamese
কেৰালাৰ মলপ্পুৰমত ভয়ংকৰ নাও দুৰ্ঘটনাত ২২ জন লোকৰ মৃত্যু মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী মোদীৰ ২ লাখ টকাৰ সাহাৰ্য্য ঘোষণা
Assamese
ৰাজস্থানৰ হনুমানগড়ত ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত ৩ জন লোকৰ মৃত্যু সুৰক্ষিত আছে পাইলট
Assamese
গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ ব নাৰী শক্তি পেৰেডত অন্তৰ্ভুক্ত হ ব কেৱল মহিলা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পত্ৰ
Assamese
বাংগালুৰুত প্ৰধানমন্ত্ৰী মোদীৰ মেগা ৰোড শ্ব বিজেপিৰ সমৰ্থকসকলৰ গেৰুৱা টুপী পৰিধান
Assamese
চুৰাচন্দপুৰত পুৱা ৩ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন এতিয়ালৈকে মুঠ ২৩ হাজাৰ লোকক উদ্ধাৰ সেনা আৰু অসম ৰাইফলছৰ
Assamese
ত্ৰিপুৰা চৰকাৰৰ উদ্যোগত সুকলমে উভতিল মণিপুৰত অধ্যয়নৰত ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকল
Assamese
বেংগালুৰুত ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব
Assamese
অতীত হল অল ইণ্ডিয়া ৰেডিঅ নাম এতিয়াৰে পৰা কেৱল আকাশবাণী নামেৰে পৰিচিত হল
Assamese
অৰুণাচলত ভূমিস্খলনৰ ফলত ৪ জন শ্ৰমিক নিহত ভূমিস্খলনৰ সময়ত পথৰ কাষৰ অস্থায়ী কেম্পত আছিল শ্ৰমিকসকল
Assamese
বাৰামুলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত আগুৰি ৰখা হৈছে আন কেইবাজন সন্ত্ৰাসবাদীক
Assamese
কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কলকাতা ৰঙালী বিহু ২০২৩ আয়োজন
Assamese
ৰ মূৰব্বী হৈ থাকিব শৰদ পাৱাৰ দলীয় কৰ্মীৰ দাবীৰ পিছত পদত্যাগ প্ৰত্যাহাৰ
Assamese
মণিপুৰত অৰ্ধসামৰিক বাহিনীৰ ১৪টা দল মোতায়েন প্ৰায় ২০ হাজাৰ লোকক নিৰাপদে স্থানান্তৰ
Assamese
ৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ ৰ বিজ্ঞানী পাকিস্তানী চোৰাংচোৱা সংস্থাক যোগান ধৰিছিল গোপন তথ্য
Assamese
মণিপুৰত দুদিনৰ বাবে বাতিল ৰে ল চলাচল ৰাজ্যখনলৈ যাবলগীয়া সকলো ৰে ল সেৱা বন্ধ উত্তৰপূৱ সীমান্ত ৰে লৱেৰ
Assamese
মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পদক্ষেপ পৰিস্থিতি নিয়ন্ত্ৰণত বায়ু সেনাইয়ো কৰিব সহায়
Assamese
চৰম ঘটনা ৰ ক্ষেত্ৰত ৰ নিৰ্দেশ জাৰি উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে অমিত শ্বাহৰ আলোচনা
Assamese
মনীষ চিছোদিয়াৰ বিৰুদ্ধে ২১০০ পৃষ্ঠাত লিখা হৈছে অভিযোগ এ দাখিল কৰে চাপ্লিমেন্ট্ৰী চাৰ্জশ্বীট
Assamese
নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত এ দেখুৱাব ৯০ বছৰ পুৰণি পৃথিৱী ভাৰতত পোনপ্ৰথমবাৰৰ বাবে হ ব এই কলাৰ প্ৰদৰ্শন
Assamese
জ্বলিছে মণিপুৰ ৮খনকৈ জিলাত হিংসাত্মক ঘটনা সান্ধ্য আইন জাৰি কৰ্তন ইণ্টাৰনেট সেৱা
Assamese
কৰ্ণাটকৰ ভোটাৰসকলক জয় বজৰং বলী বুলি কৈ কংগ্ৰেছে বিজেপিক দিয়া গালিৰ প্ৰত্যুত্তৰ দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
Assamese
হঠাৎ প্ৰধানৰ পদ এৰিলে শাৰদ পাৱাৰে কোন বহিব পাৱাৰৰ স্থানত
Assamese
মণিপুৰৰ ইম্ফলত শুল্ক বিভাগৰ অভিযানত কোটি টকা মূল্যৰ সামগ্ৰী জব্দ
Assamese
প্ৰগতিৰ পথত অৰুণাচল কেন্দ্ৰৰ য়ে কেনেকৈ বৃদ্ধি কৰিলে অৰুণাচল প্ৰদেশৰ আন্তঃগাঁথনিৰ উন্নয়ন
Assamese
সীমান্ত অঞ্চলৰ স্থানীয় বাসিন্দাৰ সৈতে সুসংযোগ স্থাপন কৰিবলৈ তিব্বেতলজী শিকি আছে ভাৰতীয় সেনা বিষয়াই
Assamese
১৪টা মবাইল এপ নিষিদ্ধ কৰিলে ভাৰতে কি কি এপ নিষিদ্ধ হল
Assamese
ষ্টেচনৰ নামৰ সৈতে কিয় লিখা থাকে ই অতি বিশেষ জানক ইয়াৰ কাৰণ
Assamese
সুলভ হৈছে ৰন্ধন গেছ চিলিণ্ডাৰ বাণিজ্যিক এলপিজিৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৭২ টকা হ্ৰাস
Assamese
মন কী বাত ৰ শততম সংস্কৰণ শুনিবলৈ সমবেত হ ল বলীউড জানক কি ক লে শ্বাহিদ কাপুৰ ৰোহিত শ্বেট্টীয়ে
Assamese
৬২ৰ চীনভাৰতৰ থৈয়ানথৈয়া যুদ্ধৰ স্মাৰক বমডিলালৈ এক শিহৰণকাৰী যাত্ৰা
Assamese
মন কি বাত ৰ ১০০ সংখ্যক খণ্ড সম্প্ৰচাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কি কি কলে এই অুষ্ঠানত জানক
Assamese
প্ৰধানমন্ত্ৰী মোদীয়ে কি উদ্দেশ্যৰে এৰিছিল ঘৰপৰিয়াল মন কী বাত ৰ ১০০ সংখ্যক খণ্ডত ক লে এইদৰে
Assamese
লুধিয়ানাৰ এক কাৰখানাত বিষাক্ত গেছ নিৰ্গত হৈ দুটি শিশুসহ ১১ জন লোকৰ মৃত্যু ৰ উদ্ধাৰ অভিযান অব্যাহত
Assamese
দিল্লীৰ যন্তৰ মন্তৰত বিদ্যুৎ কৰ্তনৰ অভিযোগ উত্থাপন মল্লযোদ্ধাসকলৰ বজৰং পুনিয়াই কলে সামগ্ৰী অনা মানুহক দিল্লী আৰক্ষীৰ প্ৰহাৰ
Assamese
আজি সম্প্ৰচাৰ হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত ১০০ সংখ্যক খণ্ড এই অনুষ্ঠানটোত মুম্বাইৰ পৰা অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
Assamese
ৰ মুখ্য কাৰ্যবাহী বিষয়া বাইজু ৰবীন্দ্ৰনৰ বাসগৃহ আৰু কাৰ্যালয়ত প্ৰৱৰ্তন সঞ্চালকালয়ৰ তালাচী অভিযান
Assamese
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত ১০০ সংখ্যক খণ্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
Assamese
দিল্লীৰ আদালতে মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা ৮ মে লৈ বৃদ্ধি কৰিছে
Assamese
প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানক বিল গেটছৰ প্ৰশংসা ৰ সমীক্ষাত জনতাই ক লে প্ৰকৃত ভাৰতৰ সৈতে কৰাই দিলে পৰিচয়
Assamese
সাৱধান এতিয়াৰে পৰা ধৰ্মৰ নামত ঘৃণা বিয়পাব নোৱাৰিব উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি
Assamese
দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলৰ সমৰ্থনত দিল্লীৰ যন্তৰমন্তৰত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা
Assamese
পুৱতি নিশা কাৰাগাৰমুক্ত হল বিহাৰৰ ৰাজনীতিবিদ আনন্দ মোহন সিং
Assamese
মন কী বাত ৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰ ৯১ টা ট্ৰান্সমিটাৰ মুকলি ক লে ডিজিটেল ইণ্ডিয়াই দিলে নতুন শ্ৰোতা নতুন চিন্তা
Assamese
উচ্চতম ন্যায়ালয়ৰ আদেশক সন্মান কৰিছো কিন্তু ধৰ্ণা অব্যাহত থাকিব ব্ৰীজ ভূষণ শৰণক গ্ৰেপ্তাৰৰ দাবীত অটল মল্লযোদ্ধাসকল
Assamese
জিয়া খানৰ মৃত্যুৰ গোচৰত উপযুক্ত প্ৰমাণৰ অভাৱত সূৰজ পাঞ্চোলীক দোষমুক্ত ঘোষণা চিবিআই আদালতৰ ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ ব মাতৃ ৰাবিয়া
Assamese
অমিত শ্বাহৰ উপস্থিতিত ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ ডিমাছা উগ্ৰপন্থী সংগঠন ৰ
Assamese
ভাল খবৰ গৰমৰ পৰা সকাহ পাব দেশবাসীয়ে অসমকে ধৰি দেশৰ এইসমূহ ৰাজ্যত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা
Assamese
এজন আৰক্ষী বিষয়াৰ উদাৰতাই হৃদয় স্পৰ্শ কৰিছে সকলোৰে এজন গৃহহীন যুৱকক চেণ্ডেল কাপোৰ উপহাৰ আৰক্ষীৰ
Assamese
আমা পাণ্ডুম উত্‍সৱ উদযাপনৰ সময়ত ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত নিহত ১০জন জোৱান এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ
Assamese
৫ বাৰকৈ মুখ্যমন্ত্ৰী ১০ বাৰলৈ বিধানসভাৰ সদস্য প্ৰকাশ সিং বাদল আছিল ৰাজনীতিৰ প্ৰতিটো কৌশলৰ বিশেষজ্ঞ
Assamese
পুঞ্চৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল পাকিস্তানৰ পৰা সূত্ৰ
Assamese
ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ ১১জন জোৱান শ্বহীদ
Assamese
হাতত উদ্যত মাৰণাস্ত্ৰ লৈ বিদ্যালয়ত সোমাল যুৱক লগত এচিডৰ বটল ঘটনাক লৈ তীব্ৰ চাঞ্চল্য
Assamese
পঢ়াৰ অদম্য হেঁপাহ ১৯৬২ চনৰ পৰা ৫৬ বাৰ দশম পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ৫৭তম বাৰত উত্তীৰ্ণ হৈছে এজন বৃদ্ধ
Assamese
কৰ্ণাটকৰ হোটেলত প্ৰিয়ংকা গান্ধীয়ে বনালে দোচা
Assamese
উত্তৰ প্ৰদেশ বোৰ্ডৰ চূড়ান্ত কাণ্ডজ্ঞানহীনতা দশম শ্ৰেণীত ৯৪% নম্বৰ লাভ কৰিও বিফল আমেথিৰ এগৰাকী দুৰ্ভগীয়া ছাত্ৰী
Assamese
ময়ো মন কী বাত ৰ ১০০ সংখ্যক খণ্ডৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Assamese
প্ৰকাশ সিং বাদলৰ বিয়োগ মোৰ বাবে এক ব্যক্তিগত ক্ষতি পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ
Assamese
পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান পাঁচবাৰলৈ আছিল মুখ্যমন্ত্ৰী
Assamese
কেৰালা ভ্ৰমণৰ সময়ত কোচিত গীৰ্জাৰ ধৰ্মগুৰুসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Assamese
সুৰা নীতিৰ গোচৰত ৰ চাৰ্জশ্বীটত প্ৰথমবাৰৰ বাবে সাঙোৰ খাই পৰিছে মনীষ ছিছদিয়াৰ নাম
Assamese
ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান
Assamese
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাৰিটা সমবায় বেংকৰ ওপৰত ৪৪ লাখ টকাৰ জৰিমনা আৰোপ
Assamese
কেৰালাত ভাৰতৰ প্ৰথমখন ৱাটাৰ মেট্ৰ মুকলি সৌৰ পেনেল বেটাৰীত চলিব এই ৱাটাৰ মেট্ৰ
Assamese
কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ
Assamese
আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কেদাৰনাথ ধাম দৰ্শনৰ বাবে ইয়াত হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা ভিৰ
Assamese
সমীক্ষাত নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানক লৈ চমকপ্ৰদ তথ্য প্ৰকাশ ১০০ কোটি জনতাই শুনিলে প্ৰধানমন্ত্ৰীৰ মন কী বাত
Assamese
সংৰক্ষণৰ অভাৱত মৃত‍্যুমুখত পৰিছে যোৰহাটৰ শতবছৰীয়া এটা পুখুৰী
Assamese
পানীত চলিব মেট্ৰ দেশত প্ৰথম ৱাটাৰ মেট্ৰ ২৫ এপ্ৰিলত শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
শ্ৰীনিবাসৰ ঘৰত আৰক্ষীয়ে আঁৰিলে জাননী ২ মত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাননীত
Assamese
অযোধ্যাৰ ৰাম মন্দিৰত ১৫৫খন দেশৰ পৱিত্ৰ পানীৰে ভগৱান ৰামৰ জলাভিষেক আজি
Assamese
গৰমৰ পৰা সকাহ পাব আজি দেশৰ ১৬ খন ৰাজ্যত বৰষুণৰ সম্ভাৱনা
Assamese
গ্ৰেপ্তাৰ হল অমৃতপাল সিং পঞ্জাবৰ মোগাৰ পৰা গ্ৰেপ্তাৰ প্ৰেৰণ কৰা হব ডিব্ৰুগড় জেললৈ
Assamese
প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত অনুষ্ঠানে এপ্ৰিলত স্পৰ্শ কৰিব ১০০টা খণ্ড বিগত খণ্ডবোৰত দেশৰ ভিন্ন ৰাজ্য হৈছিল প্ৰশংসিত
Assamese
মই সঁচা কথা কোৱাৰ মূল্য পৰিশোধ কৰিছো বিষয়বোৰ উত্থাপন কৰি যামবাংলো এৰি যোৱাৰ সময়ত ৰাহুল গান্ধীৰ মন্তব্য
Assamese
২৫৪টা টাৱাৰ দেশলৈ উৎসৰ্গা ৩৩৬ খন গাঁৱলৈ টেলিকম সংযোগ
Assamese