text
stringlengths
1
2.59k
language
stringclasses
10 values
ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱসত অসামৰিক সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Assamese
কেৰালাৰ চৰকাৰী পৰীক্ষাত ১০৮ বছৰীয়া এইগৰাকী বৃদ্ধাই শীৰ্ষ স্থান দখলৰে কৰিলে অভিনৱ প্ৰদৰ্শন
Assamese
কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ বৃহৎ অভিযান পুঞ্চত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তৎপৰ ভাৰতীয় সেনা
Assamese
ভাৰতবৰ্ষত শনিবাৰে উদযাপন কৰা হ ব পবিত্ৰ ঈদউলফিটৰ
Assamese
কাশ্মীৰত সেনাবাহিনীৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড ৫ জন জোৱানৰ মৃত্যু
Assamese
অভিষেকঐশ্বৰ্যৰ কন্যা আৰাধ্যা বচ্চনৰ অভিযোগৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ কি ঘটিছিল আৰাধ্য়াৰ সৈতে
Assamese
মেঘালয়ৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল এখন তেলটেংকাৰ
Assamese
উত্তৰপূৰ্বাঞ্চলৰ এই ৰাজ্যখন দেশৰ ভিতৰতে সুখী ৰাজ্য এক সমীক্ষা অনুসৰি দিয়া হৈছে এই স্বীকৃতি
Assamese
খালিস্তানী বিচ্ছিন্নতাবাদী অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপক অমৃতসৰ বিমানবন্দৰত আটক জেৰা অব্যাহত
Assamese
দেশত পুনৰ ৰ আতংক এদিনত ১২৫৯১ টা নতুন কেছৰ সৈতে সক্ৰিয় ৰোগীৰ সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি
Assamese
অন্নপূৰ্ণা পৰ্বতৰ পৰা সন্ধানহীন পৰ্বতাৰোহী অনুৰাগ মালু সুৰক্ষিত অৱস্থাত উদ্ধাৰ লগতে উদ্ধাৰ আন দুজন পৰ্বতাৰোহী
Assamese
ৰাহুল গান্ধীৰ আবেদন খাৰিজ আদালতৰ ছেছন ক্টৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব কংগ্ৰেছ
Assamese
সুখবৰ গুৱাহাটীৰ পৰা শ্ৰীনগৰলৈ পোনপটীয়া ৰেলসেৱা আৰম্ভ হব ৰেলযোগে কাশ্মীৰ ভ্ৰমণৰ সুবিধা
Assamese
উৎকট গৰম আজিৰে পৰা ২১ এপ্ৰিললৈকে গাৰো পাহাৰৰ তিনি জিলাৰ বিদ্যালয়সমূহ বন্ধ
Assamese
উচ্চতম ন্যায়ালয়ত আৰম্ভ হল সম লিংগ বিবাহক বৈধতা প্ৰদানৰ শুনানি কেন্দ্ৰৰ মতে এইয়া নগৰীয়া আভিজাত্যৰ ধাৰণা
Assamese
জাতিগত লোকপিয়লৰ পক্ষত কংগ্ৰেছ মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি কলে ইয়াৰ অবিহনে সামাজিক ন্যায় অসম্ভৱ
Assamese
আধা ডজনতকৈও অধিক কুকুৰৰ আক্ৰমণত নিহত এজন লোক চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ ঘটনা
Assamese
সাংবাদিকৰ ছদ্মবেশত আতিক হত্যা সাংবাদিকৰ বাবে গাইডলাইন জাৰি কৰিব অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে
Assamese
জনপ্ৰিয় হ বলৈকে হত্যাকাণ্ড আতিকআশ্ৰফৰ হত্যাকাৰীৰ চাঞ্চল্যকৰ ভাষ্য
Assamese
মহাৰাষ্ট্ৰত হিট ষ্ট্ৰোকত ১১জনৰ মৃত্যু অৰ্ধশতাধিক চিকিৎসাধীন চৰকাৰী অনুষ্ঠানত ডাঙৰ বিপৰ্যয়
Assamese
চিবিআইৰ ৯ ঘণ্টাৰ জেৰাৰ অন্তত ওলাই আহিল অৰবিন্দ কেজৰিৱাল বিস্ফোৰক মন্তব্য
Assamese
উষ্ণপ্ৰবাহৰ পৰিস্থিতিৰ বাবে পশ্চিম বংগত চৰকাৰী বিদ্যালয়ত আগুৱাই দিয়া হ ল গ্ৰীষ্ম বন্ধ
Assamese
ৰ মুখ্য কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আপ সমৰ্থনকাৰীক পথত বাধা আৰক্ষীৰ
Assamese
১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হব কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ নিয়োগ পৰীক্ষা অসমীয়া ভাষাতো থাকিব প্ৰশ্নকাকত
Assamese
উত্তৰ প্ৰদেশত ১৪৪ ধাৰা জাৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা
Assamese
শতাধিক গোচৰত অভিযুক্ত আছিল গেংষ্টাৰ আতিক আহমেদ দুদিন পূৰ্বে এনকাউন্টাৰত হেৰুৱাইছিল পুত্ৰক জানক সবিশেষ
Assamese
উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে গুলীয়াই হত্যা
Assamese
১ জুলাইৰ পৰা আৰম্ভ হব অমৰ নাথ যাত্ৰা ১৭ এপ্ৰিলৰ পৰা হব পঞ্জীয়ন
Assamese
দেশৰ চিকিৎসা খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন বৃদ্ধি পাইছে সংস্থাপন ৰ সমীক্ষাত প্ৰকাশ এই তথ্য
Assamese
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত ১৬ এপ্ৰিলত হাজিৰ হবলৈ ৰ চমন জাৰি
Assamese
বিহুগীতৰ মাজতেই ৰৈ যাব নেকি নদীসমূহৰ নাম প্ৰদূষণে শেষ কৰিছে বহু নদীৰ প্ৰাণ
Assamese
দৈনিক আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১১ হাজাৰৰ সংখ্যা ক্ৰমে বাঢ়িছে আতংক
Assamese
আজি আম্বেদকাৰ জয়ন্তী তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ চাওঁক
Assamese
বিশ্ব মঞ্চত ভাৰতৰ মান বৃদ্ধি পাইছে ৰ সমীক্ষাত দেখা গৈছে মানুহৰ মতামত
Assamese
দেশত প্ৰতিদিনে ১০০০০ৰো অধিক লোক আক্ৰান্ত হৈছে ক ভিডত
Assamese
আজি দেশজুৰি প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলা প্ৰধানমন্ত্ৰীৰ প্ৰায় ৭১ হাজাৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ
Assamese
পঞ্জাবৰ বাঠিণ্ডাৰ মিলিটেৰী ষ্টেচনত গুলীচালনা চাৰিজনৰ মৃত্যু ছীল কৰি দিয়া হৈছে সমগ্ৰ অঞ্চল
Assamese
দিল্লীত আজিৰ দিনটোত ৯৮০ জন লোক কোভিড১৯ত আক্ৰান্ত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা দুগুণ বৃদ্ধি সংক্ৰমণৰ হাৰ প্ৰায় ২৬%
Assamese
নাম শুনিলেই জিভালৈ পানী আহিব এনে প্ৰলোভনমূলক খাদ্য বন্দে ভাৰতত পোৱা যাব
Assamese
কামাখ্যাদিল্লী নৰ্থইষ্ট এক্সপ্ৰেছত গুলীচালনাৰ ঘটনা ঘটনাত নিহত এজন লোক
Assamese
পাছপ্ট নালাগে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিলেই বিদেশ ভ্ৰমণ কৰিব পাৰিব
Assamese
বন্দে ভাৰতৰ পিছত চলিব মিনি বন্দে ভাৰত উত্তৰপূৰ্বাঞ্চললৈ আহিব পাৰে সুখবৰ
Assamese
ইনষ্টলমেন্টত আম প্ৰথমে আম খাওক পিছত ধন পৰিশোধ কৰক গ্ৰাহকৰ বাবে কিস্তিত আম ক্ৰয় কৰাৰ সুবিধা আগবঢ়ালে এইজন বিক্ৰেতাই
Assamese
ভাৰতৰ নিৰ্বাচন আয়োগে আম আদমী পাৰ্টীক প্ৰদান কৰিলে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা তৃণমূল কংগ্ৰেছ য়ে হেৰুৱালে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি
Assamese
কোনেও এক ইঞ্চি মাটিও দখল কৰিব নোৱাৰেঃ অৰুণাচলত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য
Assamese
টাটা ২০২৩ৰ প্ৰথম সপ্তাহত চিনেমাত ৰেকৰ্ড সংখ্যক বিজ্ঞাপনদাতা আৰু পৃষ্ঠপোষকৰ যোগদান
Assamese
বাৰে বাৰে কৈছিল গুৰুত্বই নিদিলে আৰক্ষীয়ে আৰক্ষীৰ তালাচীৰ সময়তে মৰ্মান্তিক মৃত্যু বাইক আৰোহীৰ
Assamese
আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে তেওঁ অংশ লব অৰুণাচল আৰু অসমৰ বিভিন্ন কাৰ্যসূচীত
Assamese
ৰাজস্থানৰ আলোৱাৰাত সংঘটিত পথ দুৰ্ঘটনাত অসমৰ একে পৰিয়ালৰ শাহুজীজোঁৱাইৰ কৰুণ মৃত্যু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নাতিয়েক
Assamese
চৰকাৰে দৰিদ্ৰ বন্দীসকলক জামিন আৰু জৰিমনা প্ৰদান কৰাত কৰিব সহায় কাৰাগাৰত হ্ৰাস হব ভিৰ পাব ন্যায়
Assamese
আজি শিক্ষাৰ্থীৰ সংখ্যা ৫জনৰ পৰা ৫৮ হাজাৰ ভাৰততে আছে বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয় গিনিজ বুকতো আছে নাম
Assamese
কাইলৈ চেন্নাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুন বিমানবন্দৰ বন্দে ভাৰত ৰে ল
Assamese
পৃথিৱীৰ বহুতো দেশত এতিয়াও ৰেল সেৱা নাই কিছুমান দেশ ধনী তথাপিও ৰেল সেৱা নোহোৱাৰ কাৰণ জানি আচৰিত হ ব
Assamese
চূড়ান্ত প্ৰতিশোধ প্ৰেমিকে প্ৰাক্তন প্ৰেমিকাৰ বিবাহত বিস্ফোৰকভৰ্তি হোম থিয়েটাৰ দি প্ৰাণ ল লে দৰা আৰু তেওঁৰ ভাতৃৰ
Assamese
ভাইৰাছৰ প্ৰাদুৰ্ভাৱমহাৰাষ্ট্ৰত নতুনকৈ আক্ৰান্তৰ সংখ্যা ১৮৬ % বৃদ্ধি ২৪ ঘণ্টাত ৪ জনৰ মৃত্যু
Assamese
পাঠ্যক্ৰমত সংশোধন দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ কিতাপৰ পৰা বাদ পৰিল মোগলৰ বুৰঞ্জী
Assamese
ছিকিমৰ নাথুলা সীমান্ত অঞ্চলত ভয়ংকৰ হিমস্খলনত নিহত ৭ পৰ্যটক আবদ্ধ বহু লোক উদ্ধাৰ অভিযান অব্য়াহত
Assamese
মণিপুৰত বোমা বিস্ফোৰণ ৫ জন লোক আহত হোৱাৰ লগতে এজনৰ অৱস্থা সংকটজনক
Assamese
চিনেমাত ২০২৩ৰ উদ্বোধনী সপ্তাহান্তত ১৪৭ কোটি ভিডিঅ দৰ্শন লাভ বিগত ছিজনৰ প্ৰথম সপ্তাহান্তৰ তুলনাত ৬০ শতাংশতকৈও অধিক
Assamese
নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ মুকলিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতা আম্বানীক জনালে অভিনন্দন
Assamese
ৰাহুল গান্ধীক মানহানি গোচৰত জামিন প্ৰদান পৰৱৰ্তী শুনানি অহা ৩ মেত
Assamese
নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত আৰ্ট হাউচ মুকলি কৰিলে কোকিলাবেন ধীৰুভাই আম্বানীয়ে
Assamese
ডিঙিত কোঁচ ৰাজবংশীৰ গামোচা লৈ ৰাষ্ট্ৰীয় বিজেপি নেতাৰ অনবদ্য প্ৰয়াস
Assamese
আজিৰে পৰা আপুনি অত্যাৱশ্যকীয় ঔষধৰ বাবে ব্যয় কৰিব লাগিব অধিক ধন চৰকাৰে বৃদ্ধি কৰিছে ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য
Assamese
মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ চূড়ান্ত বিজয়ী অসমৰ নয়নজ্যোতি শইকীয়া দ্বিতীয় স্থানত আছে অসমৰ শান্তা শৰ্মা
Assamese
ৰাজনৈতিক নেতা খেলুৱৈ অভিনেতাকে ধৰি বহু তাৰকাৰ উপস্থিতিৰে উদুলিমুদুলি নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান
Assamese
নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত কন্য়া ঈশা আম্বানীৰ সৈতে উপস্থিত মুকেশ আম্বানী
Assamese
ভাৰতীয় শিল্পকলাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ লক্ষ্যৰে ৰিলায়েন্সে উদ্বোধন কৰিলে দেশৰ প্ৰথমটো সাংস্কৃতিক কেন্দ্ৰ
Assamese
কফি টিবুল বুকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিলে ক উপৰাষ্ট্ৰপতিৰ টুইটক লৈ মোদীয়ে কলে এইদৰে
Assamese
দেশৰ নতুন সাংস্কৃতিক গন্তব্যস্থান নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ ৰ আজি শুভ উদ্বোধন
Assamese
পৰিচালক সিদ্ধাৰ্থ আনন্দই কয় পাঠানে বলীউডৰ চলচ্চিত্ৰ উদ্যোগ এতিয়াও জীয়াই থকাটো প্ৰমাণ কৰিছে লগতে ক লে বয়কটৰ ট্ৰেণ্ডক লৈও
Assamese
মহিলা কৰ্মী অবিহনে ভাৰতত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হব নোৱাৰে উদ্যোগী মহিলা বিনীতা সিং
Assamese
সুৰক্ষাৰ বিষয়ত ৰাজ্যসমূহৰ সৈতে বিজেপি চৰকাৰে শিলৰ দৰে থিয় দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎকাৰৰ ১০টা মূল কথা
Assamese
কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সময়ত চিবিআইয়ে মোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফচাবলৈ হেঁচা প্ৰয়োগ কৰি আছিল ত অমিত শ্বাহ
Assamese
ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কলে ভাৰতৰ অৰ্থব্যৱস্থা এতিয়া ফ্ৰেজাইল ৫ৰ পৰা ফেবুলাছ ৫ হৈছে
Assamese
এতিয়া ভাৰতৰ সময় আহি গৈছে বিশ্বৰ ১ নম্বৰ অৰ্থনীতি হিচাপে পৰিগণিত হব কলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
Assamese
নৰেন্দ্ৰ মোদীক ভুৱা গোচৰত ফচোৱাৰ বাবে মোৰ ওপৰত চাপ দিয়া হৈছিল বিস্ফোৰক মন্তব্য অমিত শ্বাহৰ
Assamese
আধাৰ কাৰ্ডৰ সৈতে কাৰ্ড সংযোগ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি নিষ্ক্ৰিয় হলে কৰদাতাই দাখিল কৰিব নোৱাৰিব আয়কৰ ৰিটাৰ্ণ
Assamese
এটা পৰিয়ালৰ বাবে কি দেশৰ আইন সলনি হব লাগে ৰাহুল গান্ধী সন্দৰ্ভত অমিত শ্বাহ
Assamese
কৰোনাৰ পিছত দেশত হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি কিয় কি ক লে মনসুখ মান্দাভিয়াই
Assamese
গেজেট উদ্যোগত ভাৰতীয় ব্ৰেণ্ড সফল হব পাৰে বুলি মানুহে কেতিয়াও ভবা নাছিল অমন গুপ্তা
Assamese
টীয়কত পূৰ্ণোদ‍্যমে চলিছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বিহুৰ আখৰা
Assamese
দেশত হাইড্ৰজেন শক্তিৰে বাছ চলাচল কৰাৰ দিন আৰু বহু দূৰৈত নহয় নীতিন গাডকাৰী
Assamese
সমগ্ৰ অনগ্ৰসৰ শ্ৰেণীক অপমান কৰিও ক্ষমা নিবিচাৰিলে ৰাহুল গান্ধীয়ে ৰাইজিং ইণ্ডিয়া ছামিটত মন্তব্য পীয়ুষ গোৱেলৰ
Assamese
‍ আপুনি ৰকষ্টাৰ ছামিটত জয়শংকৰক নতুন উপাধি দিলে পীয়ুষ গোৱেলে
Assamese
পূৰ্বৰ দৰেই বিনামূলীয়া লেনদেন আপোনাৰ বাবে একো সলনি হোৱা নাই
Assamese
‍ সাধাৰণ মানুহৰ অসাধাৰণ কৃতিত্বক সন্মান আজিৰে পৰা আৰম্ভ ছামিট
Assamese
১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি
Assamese
ঘনিষ্ঠ বন্ধুৰ পৰা পৃথক হোৱাৰ পিছত হতাশত এটা সাৰস ক্ৰেইন পক্ষী উত্তৰ প্ৰদেশ চিৰিয়াখানাত খোৱা নাই খাদ্য
Assamese
নেটৱৰ্ক আৰু পুনাৱালা ফিনকৰ্পে ৰাইজিং ইণ্ডিয়া সন্মিলন ২০২৩ত বাস্তৱ জীৱনৰ ২০ নায়কসকলক জনাব সন্মান উদযাপন কৰিব সাধাৰণ লোক ৰ উল্লেখযোগ্য সাফল্যক
Assamese
লোকসভা হাউচিং সমিতিয়ে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাংলো খালী কৰাৰ বাবে জাননী জাৰি কৰিছে
Assamese
নৈনিতালৰ এই মন্দিৰৰ অলৌকিক পানীয়ে ঠিক কৰে সকলো ধৰণৰ চৰ্ম ৰোগ
Assamese
কৰ্তব্যৰত আৰক্ষীক গুলীয়াই হত্যা কৰি জেলৰ পৰা পলাল ২ কয়দী
Assamese
বিশ্বৰ সৰ্বোচ্চ দলঙত দৌৰিব বন্দে ভাৰত উধমপুৰশ্ৰীনগৰবৰামুল্লা ৰেল প্ৰকল্পৰ অধীনত এই দলং নিৰ্মাণ
Assamese
টুইটাৰত পৰিচয় সলনি কৰিলে ৰাহুল গান্ধীয়ে
Assamese
প্ৰধানমন্ত্ৰী মোদীৰ ৯৯তম মন কি বাত সম্পন্ন উৎসৱমুখী বতৰৰ লগে লগে বৰ্ধিত কোভিড কেচৰ বিষয়ে মানুহক সতৰ্ক কৰিছে প্ৰধানমন্ত্ৰীয়ে
Assamese
সাংবাদিক হোৱাৰ ভাও নলব বিজেপিৰ বেজ পিন্ধি লওঁক সাংসদ পদ খাৰিজ হোৱাৰ এদিন পিছতে এজন সাংবাদিকক উদ্দেশ্যি অপমানসূচক মন্তব্য ৰাহুল গান্ধীৰ
Assamese
মোৰ নাম চাভাৰকাৰ নহয় গান্ধী ক্ষমা নিবিচাৰো ৰাহুল গান্ধী
Assamese
অকল ৰাহুল গান্ধীয়েই নে দেশত আৰু কাৰ কাৰ খাৰিজ হৈছে সাংসদ বিধায়কৰ পদ
Assamese
আৰু ৰ যুটীয়া উদ্যোগত কৌশলগত পৰিকল্পনা বিষয়ক কৰ্মশালা
Assamese