text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
সাংসদ পদ খাৰিজৰ পিছত ৰাহুল গান্ধীৰ সংবাদমেল কলে মোৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে | Assamese |
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে ১২৪ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ | Assamese |
ৰত্ন চিনি পোৱাত ভুল কৰে নেকি কংগ্ৰেছে নিজৰ আত্মজীৱনীত গোলাম নবী আজাদে কি বুলি উল্লেখ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথা | Assamese |
প্ৰসংগ ৰাহুল গান্ধী সাংসদ পদ খাৰিজ সময়ৰ লগে লগে কংগ্ৰেছ আপ আৰু তেওঁলোকৰ পৰিৱৰ্তনশীল স্থিতি | Assamese |
ঈশা আম্বানীলৈ উদ্যোগী বঁটা | Assamese |
আজি আমি সন্তুষ্ট প্ৰধানমন্ত্ৰী মোডীয়ে ৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক যুঁজত স্বাস্থ্য কৰ্মীসকলক অভিবাদন জনায় | Assamese |
ৰাহুল গান্ধী তেওঁৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনত ৬৩ বছৰীয়া হ ব যদি মানহানিৰ গোচৰত দোষী সাব্যস্ত হৈ থাকে | Assamese |
২০১৯ চনত দিছিল ভাষণ চাৰি বছৰৰ পিছত শাস্তি এটা গোচৰ যিয়ে ৰাহুল গান্ধীক বহিষ্কাৰ কৰিলে সংসদৰ পৰা | Assamese |
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ মানহানি গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ সাংসদ পদ | Assamese |
অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়কে অসমৰ মানুহে কুকুৰৰ মাংস খাই বুলি কৈছিল বিধায়কজনে | Assamese |
আজি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ওপজা দিন অসমৰ মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা | Assamese |
মৃত্যু বাৰ্ষিকীত দেশে স্মৰণ কৰিলে ভগত সিং ৰাজগুৰু আৰু সুখদেৱক | Assamese |
ৰাহুল গান্ধীক মোডী উপাধি গোচৰত দুবছৰৰ কাৰাদণ্ড লগে লগে জামিনো পালে ৰাহুলে | Assamese |
চুৰাট আদালতে মোডী উপাধি মন্তব্যৰ গোচৰত দোষী সাব্যস্ত কৰিছে ৰাহুল গান্ধীক | Assamese |
বহু মহিলাৰ সৈতে সম্পৰ্ক মহিলাক চুম্বন আৰু অশ্লীল প্ৰেৰণ অমৃতপাল সিঙৰ আন এক অন্ধকাৰ সত্য | Assamese |
কেৱল মাত শুনিবলৈ ২ কিলোমিটাৰ দীঘল শাৰী এনে কি আকৰ্ষণ আছে বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীৰ | Assamese |
আকৌ সমস্যাৰ সৃষ্টি কৰিছে ই আজি আবেলি প্ৰধানমন্ত্ৰী মোডীৰ উচ্চ পৰ্যায়ৰ বৈঠক | Assamese |
৫ এপ্ৰিললৈকে কাৰাগাৰত থাকিব লাগিব মনীষ চিছোদিয়া ৰিমাণ্ডত ল বলৈ অস্বীকাৰ ৰ তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে | Assamese |
আফগানিস্তানত ৭৭ ৰেখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প কঁপিল দিল্লীৰ লগতে কেইবাখনো ৰাজ্য | Assamese |
লাখ লাখ এণ্ড্ৰইড স্মাৰ্টফোন বিপদাশংকাত ১৮ টা বাগে আক্ৰমণ কৰিছে কেনেদৰে ইয়াৰ পৰা হাত সাৰিব জানক | Assamese |
আহি আছে নতুন বন্দে ভাৰত ৰেল ৬ ঘন্টাত অতিক্ৰম কৰিব ৭৫০ কিলমিটাৰ দূৰত্ব | Assamese |
ৰ তথ্যচিত্ৰ ত মনোজ বাজপেয়ীয়ে ক ব ভাৰতৰ ভেকচিন প্ৰস্তুতৰ কাহিনী | Assamese |
হিৰোছিমা সন্মিলনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জাপানৰ প্ৰধানমন্ত্ৰীৰ | Assamese |
বিশ্বৰ অৰ্থনৈতিক অস্থিৰতাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক আৰু বেংকিং ব্যৱস্থা শক্তিশালীপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
সুৰাৰ প্ৰতিটো বটলৰ বাবদ গো শুল্ক ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা সুৰাপায়ীৰ বাবে নতুন নিয়ম চৰকাৰৰ | Assamese |
টীয়কবাসীয়ে সুঁৱৰিলে লুকিনাথ শেনচোৱাক ১৮৫৮ চনৰ ১৮ মাৰ্চৰ দিনটোৰ স্মৃতিচাৰণ | Assamese |
ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী কাশ্মীৰত কি কৈছিল ৰাহুল গান্ধীয়ে | Assamese |
খালিস্তানী অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ ব্যাপক অভিযান ডিব্ৰুগড়লৈ স্থানান্তৰ গ্ৰেপ্তাৰ হোৱা ৪ খালিস্তানীক | Assamese |
স্বধর্ম স্বদেশী আৰু স্বৰাজৰ ভাৱনাই ভাৰতক বিশ্বৰ সৰ্বোচ্চ মর্যাদা সম্পন্ন ৰাষ্ট্ৰত পৰিণত কৰিব: | Assamese |
পশ্চিম বংগৰ ঠাকুৰনগৰত অনুষ্ঠিত মতুৱা ধৰ্ম মহামেলাত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ | Assamese |
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ | Assamese |
মানস ছাৰৰ ইংৰাজী শিকোৱাৰ নতুন ফৰ্মূলা | Assamese |
দেশৰ বস্ত্ৰ খণ্ডলৈ সুখবৰ ৭ খন ৰাজ্যত স্থাপন হ ব মেগা টেক্সটাইল পাৰ্ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা | Assamese |
উন্নয়নে ঢুকি নোপোৱা টীয়কৰ এখন গাঁও | Assamese |
অৰুণাচল প্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ দুই সেনাবিষয়াৰ মৃত্যু | Assamese |
অৰুণাচল প্ৰদেশত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ দৃশ্য চাওক ফটো | Assamese |
মৰিয়নিৰ নাগাজাংকাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ | Assamese |
অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ | Assamese |
প্ৰধানমন্ত্ৰী কিষাণ কিস্তিৰ অধীনত কৃষকসকলক দিয়া ধনৰ পৰিমাণ বিগত বৰ্ষৰ তুলনাত ২৪% হ্ৰাস কেন্দ্ৰই সংসদত প্ৰকাশ কৰিলে এই তথ্য | Assamese |
মুঝে চলতে জানা হে বিজেপিৰ এনিমেটেড ভিডিঅ ত প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱাৰ যাত্ৰা | Assamese |
ই ত আৰু ৩৪ খন চহৰ যোগ দিছে সম্প্ৰতি এই সেৱা ৩৬৫ খন চহৰলৈ সম্প্ৰসাৰিত | Assamese |
ভাৰত আৰু বিশ্বৰ আটাইতকৈ দীঘল ৰে ল ষ্টেচনটো ক ত অৱস্থিত জানেনে | Assamese |
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ এচাম লোকৰ | Assamese |
ভাৰতৰ বাবে এটা বিজয়ৰ দিন দ্য এলিফেন্ট হুইচপাৰাৰ্ছ বাবে গুণীত মংগাৰ জয়ৰ পিছত ৰ নাটু নাটুৱে সৃষ্টি কৰিলে ইতিহাস | Assamese |
যোৰহাটৰ গৌৰৱ জিমখানা ক্লাৱৰ ইতিবৃত্ত | Assamese |
কলকাতাৰ সত্যৰূপ সিদ্ধান্তৰ অভিলেখ মাউন্ট কেনিয়াৰ শিখৰত উপনীত হোৱা দ্ৰুততম ভাৰতীয় পৰ্বতাৰোহী ৰূপে গঢ়িলে অভিলেখ | Assamese |
মঘাই ওজা শিশু নিকেতনত অতিৰিক্ত শ্ৰেণীকোঠা উদ্বোধন | Assamese |
ৰ প্ৰতিষ্ঠাপক ৰীতেশ আগৰৱালাৰ পিতৃ ওখ অট্টালিকাৰ পৰা বাগৰি পৰি মৃত্যু ৩ দিন পূৰ্বে হৈছিল পুত্ৰৰ বিয়া | Assamese |
নাগালেণ্ড মন্ত্ৰীসভা মুখ্যমন্ত্ৰী ৰিঅ য়ে কোন মন্ত্ৰীক কি দপ্তৰ দিলে | Assamese |
অৰুণাচল প্ৰদেশত সেৱা আপকে দ্বাৰ কাৰ্যসূচীৰ শিবিৰ | Assamese |
অভিনেতা সতীশ কৌশিকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ আৰক্ষীসূত্ৰই জনালে মৃত্যুৰ কাৰণ | Assamese |
আহমেদাবাদত চতুৰ্থ টেষ্টৰ আগতে টীম ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ হেণ্ডচেক | Assamese |
হোলীৰ পিছদিনাই বলীউডত শোকৰ ছাঁ জনপ্ৰিয় অভিনেতাপৰিচালক সতীশৰ কৌশিকৰ আকস্মিক বিয়োগ | Assamese |
বিশ্ব নাৰী দিৱসৰ উপহাৰ নাগালেণ্ডত প্ৰথমগৰাকী মহিলা মন্ত্ৰীয়ে ল লে শপত | Assamese |
বিজেপিৰ ২০২৪ৰ ব্লুপ্ৰিন্ট ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ মোদীয়ে সম্বোধন কৰিব ১০০খন জনসভা | Assamese |
মানিক সাহাই প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত একেৰাহে দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে | Assamese |
মঙলবাৰৰ দিনটোত নাগালেণ্ডত তিনিটা ঐতিহাসিক ঘটনা সাক্ষী হৈ ৰ ল প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি | Assamese |
শিলচৰত যাত্ৰা আৰম্ভ কৰিলে ভাৰতবাংলাদেশ মৈত্ৰী সংসদে | Assamese |
ভাৰতত ১০ লাখ চীনা চোৰাংচোৱা আপোনাৰ প্ৰতিটো কাৰ্যকলাপৰ ওপৰত ৰাখিছে শেনচকু সাৱধান হৈছে চৰকাৰ জানক সবিশেষ | Assamese |
পাগলাদিয়াৰ নদীৰ পাৰত বান্ধ নিৰ্মাণৰ দাবীৰে বাক্সাৰ কেইবাখনো গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ বছৰ বছৰ ধৰি অৱহেলা কৰি অহাৰ গুৰুতৰ অভিযোগ | Assamese |
পঞ্চমবাৰৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হল নেফিউ ৰিঅ মুখ্যমন্ত্ৰীৰ লগতে ৯গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ | Assamese |
নেফিউ ৰিঅ ই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে ল লে শপত প্ৰধানমন্ত্ৰী মোডী উপস্থিত থাকিল শপত গ্ৰহণ অনুষ্ঠানত | Assamese |
ৰাবড়ী দেৱীৰ পিছত লালু প্ৰসাদ যাদৱৰ জীয়ৰী মিছা ভাৰতীৰ বাসগৃহত ৰ দল | Assamese |
এইবাৰ হিন্দু ৰীতিনীতিৰে বিবাহপাশত আৱদ্ধ হ ব স্বৰা ভাস্কৰফাহাদ আহমেদ ব্যতিক্ৰমী শৈলীৰে তৈয়াৰী নিমন্ত্ৰণী পত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে | Assamese |
মেঘালয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে কনৰাড ছাংমাই | Assamese |
আজি কনৰাড চাংমাই মেঘালয় আৰু নেফিঅ ৰিঅ ই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব এই অনুষ্ঠান উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
গংগাবিলাসৰ পিছত এইবাৰ আন এক ৰোমাঞ্চকৰ অভিজ্ঞতা বিলাসী ৰেলেৰে উত্তৰপূব ভ্ৰমণৰ সুযোগ | Assamese |
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ত কেন্দ্রীয় চৰকাৰৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ভানুপ্ৰতাপ সিং বাৰ্মা | Assamese |
আজিৰ পৰা মুকলি হব দিল্লীৰ আশ্ৰম ফ্লাইঅভাৰ ব্যাপক যানজঁটৰ পৰা সকাহ পাব দিল্লীনয়ডাৰ যাত্ৰীসকলে | Assamese |
ইন্টাৰনেট যোগে প্ৰেমত পৰিল যুৱতী ওলালগৈ প্ৰেমিকৰ ঘৰ আৰু উভতিল বিবাহৰ দিনবাৰ ঠিক কৰি | Assamese |
নাগালেণ্ডৰ বিজেপি বিধায়ক পি পাইৱাং কন্যাকৰ ব্যক্তিগত সহায়কৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ | Assamese |
নিজৰ লাখটকীয়া অট্টালিকা এৰি পলাল কাচা বাদাম গীতেৰে সামাজিক মাধ্যমত জনপ্ৰিয় হোৱা ভূবন বাদ্যকৰ কিন্তু কিয় | Assamese |
অসমৰ মানুহে কুকুৰ খায় পথৰ কুকুৰ অসমলৈ প্ৰেৰণ কৰিব লাগেমহাৰাষ্ট্ৰ বিধানসভা অধিৱেশনত বিধায়ক বচ্চু কাডুৰ বিতৰ্কিত মন্তব্য | Assamese |
বিজেপি মিঠাই ৰ সোৱাদ পাইছেনে আপুনি ১৩০০ টকা কিলোত বিক্ৰী হৈছে বিজেপি মিঠাই ক ত পাব এই বিশেষ মিঠাই | Assamese |
প্ৰত্যাহ্বানক নেওচি অটুট আছে দেশৰ অৰ্থনীতিৰ সামৰ্থসৰ্বানন্দ সোণোৱাল | Assamese |
ভাৰত ভ্ৰমণ কৰিব অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছে ৮ মাৰ্চত মোদীৰ সৈতে চাব পাৰে আহমেদাবাদ টেষ্ট মেচ | Assamese |
পদত্যাগ কৰিলে মানিক সাহাই ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ ব আৰম্ভ হৈছে জল্পনাকল্পনা | Assamese |
জিকি জিকি হাৰিল নেকি বিজেপি সৰ্বশক্তি প্ৰয়োগ কৰিও তিনি ৰাজ্যত নাপালে আশা কৰা ধৰণে ফলাফল | Assamese |
ছোনিয়া গান্ধী অসুস্থ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি | Assamese |
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অন্তৱৰ্তীকালীন জামিন অহা ১৩ মাৰ্চ পৰ্যন্ত বাহাল উচ্চতম ন্যায়ালয়ৰ | Assamese |
নিৰ্বাচনী ৰণত বাগৰিল দুজনকৈ সেনাপতি | Assamese |
কোনে দখল কৰিব মেঘালয়ৰ মচনদ কোন দলে পালে কিমান আসন | Assamese |
একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কোনোৰকমে জয় লাভ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ | Assamese |
টেনচনেৰে আৰম্ভ পুৱা মিঠা মুখেৰে সমাপ্ত আবিৰৰ সৈতে দলীয় কাৰ্যালয়ত মানিক সাহাৰ বিজয় উদযাপন | Assamese |
নাগালেণ্ডত ৰ চৰকাৰ ৩৮খন আসনেৰে ক্ষমতাত বিজেপি মিত্ৰজোঁট | Assamese |
ত্ৰিপুৰাত পুনৰ ফুলিল পদুম ৩২খন আসনেৰে বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা | Assamese |
ইতিহাস সৃষ্টি কৰি নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত দুই মহিলা প্ৰাৰ্থী নাগালেণ্ড গঠনৰ পিছত প্ৰথমবাৰলৈ বিধানসভাত মহিলা বিধায়ক | Assamese |
তুৰা সমষ্টিৰ পৰা পুনৰ জয়লাভ কনৰাড চাংমাৰ | Assamese |
হাৰ কৰ জিতনে ৱালে কো কেহতে হ্যে নিৰ্বাচনত জয়লাভৰ পিছতে টেমজেন ইমনা আলঙৰ বিশেষ পোষ্ট | Assamese |
ৰ কঠোৰ আহ্বানৰ পাছতো আলংটাকী সমষ্টিবাসী ৰাইজে জয়যুক্ত কৰালে টেমজেন ইমনা আলঙক | Assamese |
নাগালেণ্ডৰ ইতিহাসত প্ৰথম মহিলা বিধায়ক ৪৭ বছৰীয়া হেকানী জাখালুৰ জয়লাভ ৭ মাহ পূৰ্বে খোজ দিছিল ৰাজনীতিৰ পথাৰত | Assamese |
উত্তৰপূৰ্বাঞ্চলৰ ৩ ৰাজ্য ক্ৰমে নাগালেণ্ড ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ | Assamese |
আজি নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা ১৩ লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য | Assamese |
আজি নাগালেণ্ড মেঘালয় আৰু ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা | Assamese |
বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক জেদ প্লাছ নিৰাপত্তা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ | Assamese |
এনকাউণ্টাৰৰ তদন্ত বিচাৰি ৰাজপথত নামিল চি পি আই এম এল | Assamese |
ত্ৰিপুৰা আৰু নাগালেণ্ডত হ ব বিজেপিৰ জয় মেঘালয়ত থাকিব তৃতীয় স্থানত এগজিট প লৰ সমীক্ষাত প্ৰকাশ তথ্য | Assamese |
জামিন বিচাৰি উচ্চ ন্যায়ালয়লৈ যাওক উচ্চতম ন্যায়ালয়লৈ অহা পৰম্পৰা বাদ দিয়কমনীষ চিচোদিয়াৰ অধিবক্তাক এই নিৰ্দেশ ৰ | Assamese |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী চিকিৎসালয়ত ভৰ্তি দেখা দিছে বৃক্কৰ সমস্যা | Assamese |
আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস এই ৫টা যুগান্তকাৰী আৱিস্কাৰে সলনি কৰিলে পৃথিৱী | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.