text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ৰাহুল গান্ধীৰ আৱেগিক ভাষণক ধূলিস্যাৎ কৰি মোদীৰ দৰিদ্ৰতাক লৈ ভাষণ কৰ্ণাটকত | Assamese |
ভাৰতীয় সেনাত যোগদানৰ বাবে প্ৰস্তুতি চলোৱা যুৱচামৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা এই নিয়মবোৰ ভাৰতীয় সেনাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ ব | Assamese |
পৰীক্ষাৰ বাবে পলম হৈছিল এগৰাকী ছাত্ৰীৰ বিচাৰিছিল আৰক্ষীৰ সহায় তাৰপিছত আৰক্ষী বিষয়াজনে কৰিলে এই কাম নেটিজেনৰ প্ৰশংসা | Assamese |
নাগালেণ্ডত ৮৩% আৰু মেঘালয়ত ৭৪% লোকে দিলে ভোট এগজিট প ল অনুসৰি কোনে পাব কিমান আসন | Assamese |
আশাহত মনীষ ছিছ দিয়া জামিনৰ পৰিৱৰ্তে আদালতে দিলে ৫ দিনৰ ৰ জিম্মাত | Assamese |
ভাৰতবাংলাদেশ সীমান্তত বি এছ এফক আক্ৰমণ শতাধিক বাংলাদেশী দুষ্কৃতিকাৰীৰ আহত ২ জোৱান | Assamese |
নাগালেণ্ডত নিৰ্বাচনকেন্দ্ৰীক হিংসা ভোটগ্ৰহণৰ মাজতে গুলীবৰ্ষণ শিলগুটি নিক্ষেপ | Assamese |
আজি মেঘালয় আৰু নাগালেণ্ডত ভোটযুদ্ধ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ | Assamese |
দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছদিয়াক গ্ৰেপ্তাৰ ৰ সুৰা কেলেংকাৰীৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগ | Assamese |
নাগালেণ্ড ১৩১৭৬৩২ ভোটাৰৰ ভোট গ্ৰহণৰ বাবে ২৩১৫ ভোট কেন্দ্ৰত উপস্থিত প্ৰিজাইডিং প লিং বিষয়া | Assamese |
মেঘালয়ৰ নিৰ্বাচনৰ বাবে গৈ থাকোঁতে পথ দুৰ্ঘটনাত থিতাতে মৃত্যু পলিং বিষয়াৰ | Assamese |
কংগ্ৰেছ দলৰ সংগঠনৰ সকলো পদত মহিলা আৰু যুৱসকলৰ বাবে ৫০ শতাংশ পদ সংৰক্ষণ ২০২৫ চনৰ পৰা কেৱল ডিজিটেল সদস্যপদ | Assamese |
ফটো সাংবাদিক গীতিকা তালুকদাৰৰ ক্ৰীড়া ফটো প্ৰদৰ্শনী | Assamese |
নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ বন্ধ ২৭ ফেব্ৰুৱাৰীৰ বাবে সাজু নিৰ্বাচনী বিষয়া ভোটাৰ | Assamese |
এইয়াই নতুন ভাৰত ভাৰতীয় সেনাত এতিয়াৰে পৰা ব্ৰিটিছ যুগৰ কেতবোৰ ৰীতিনীতিৰ লগতে ঘোঁৰা গাড়ী পাইপ বেণ্ড বন্ধ কৰাৰ যোজা | Assamese |
নাগালেণ্ড নিৰ্বাচন অভিযানত জব্দ নগদ টকাসহ ৪৮৭৭ কোটি টকা মূল্যৰ ড্ৰাগছসুৰা | Assamese |
নমস্কাৰ আপনাখান কেনেকা আছেনাগালেণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কি কি ক লে | Assamese |
সোমবাৰে হ ব পৰীক্ষাৰ তাৰিখৰ ওপৰত শুনানি ৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে | Assamese |
বিয়াৰ মাজতে দৰা পাৰ্টীয়ে উৰুৱালে নকল নোট বিবাদৰ পিছত কইনা অবিহনে উভতি আহিল দৰা কইনাই ক লে মোৰ জীৱন ধ্বংস কৰিলে | Assamese |
কংগ্ৰেছে উত্তৰপূবক ৰ দৰে ব্যৱহাৰ কৰিছিল আমি অষ্ঠলক্ষ্মী হিচাপে মানো নাগালেণ্ডত কলে প্ৰধানমন্ত্ৰী মোদীয়ে | Assamese |
নমস্কাৰ আপনাখান কেনেকা আছে নাগালেণ্ডত মোদীৰ নিৰ্বাচনী সভা নাগামিজ ভাষাৰে আৰম্ভ কৰিলে ভাষণ | Assamese |
কংগ্ৰেছ নেতা পৱন খেৰাক ডাঙৰ সকাহ উচ্চতম ন্যায়ালয়ে ২৮ ফেব্ৰুৱাৰীলৈকে স্থগিত ৰাখিলে পৱন খেৰাৰ গ্ৰেপ্তাৰ | Assamese |
নাগালেণ্ড বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ৰ কঠোৰ স্থিতিৰ সন্দৰ্ভত ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কি ক লে | Assamese |
গুৰুগ্ৰামত এগৰাকী মহিলাৰ ৩ বছৰৰ বাবে নিজৰ লগতে পুত্ৰক ঘৰতে বন্দী সাত বছৰতে বন্দী কৰা পুত্ৰৰ বয়স এতিয়া ১০ বছৰ | Assamese |
মালদাত মাছমৰীয়াৰ জালত ৯১ কিলোগ্ৰামৰ বাঘাৰ মাছ | Assamese |
ভাৰতৰ ভিতৰত আটাইতকৈ লেহেমীয়া গতিত চলা যাত্ৰীবাহী ৰেল প্ৰতিঘণ্টাত গতিবেগ ৯ কিলোমিটাৰ কত চলে এই ৰেলখন | Assamese |
টেনজেম ইম্না আলঙক ভোট নিদিবলৈ আলংটাকি সমষ্টিবাসীক ৰ সকীয়নি আলঙে নগা লোকক ভাৰতীয় বুলি কোৱাক লৈ ক্ষুব্ধ বিদ্ৰোহী সংগঠনটো | Assamese |
আইফেল টাৱাৰতকৈও ওখ মেঘৰ সমুদ্ৰত ডুবি থকা এই ৰেল ব্ৰীজখন ভাৰতৰ কত আছে জানেনে | Assamese |
স্বামীৰ ঘৰৰ সন্মুখত পত্নীৰ ধৰ্ণা আচল কাৰণ জানিলে অবাক হব আপুনি | Assamese |
আজি নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব দুখনকৈ নিৰ্বাচনী সভাত | Assamese |
৪০তকৈ বেছি আসন পালে মন্ত্ৰিত্ব দিয়াত সমস্যা হয় ভোটাৰক বুজালে নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে | Assamese |
বিয়া চলি থকাৰ সময়তে পত্নীক দেখি থতমত খালে দৰাই লাগিল হুলস্থূল জানক সম্পূৰ্ণ ঘটনা | Assamese |
প্ৰসংগঃ কংগ্ৰেছৰ ৰায়পুৰ পূৰ্ণাংগ অধিৱেশন দলৰ সদস্যতা মাচুল প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচন সংক্ৰান্তত কেতবোৰ সিদ্ধান্ত গ্ৰহণৰ যোজা | Assamese |
সেউজ বন্দৰ পৰিৱেশ প্ৰণালীৰ বাবে পৰিকল্পনা প্ৰস্তুতকৰণত অগ্ৰাধিকাৰ কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ | Assamese |
জাভেদ আখটাৰে পাকিস্তানীসকলক ২৬১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা মনত পেলাই দি ক লে অভিযোগটো ভাৰতীয়সকলৰ হৃদয়ত থাকিব | Assamese |
যৌতুকত পুৰণি আচবাব দিয়াৰ বাবে দৰাৰ বিবাহ বাতিল কইনাৰ দেউতাকৰ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু | Assamese |
চনু নিগমক অনুষ্ঠানৰ সময়ত বিধায়কৰ পুত্ৰৰ আক্ৰমণ চনুক চেম্বুৰ চিকিৎসালয়ত ভৰ্তি | Assamese |
আনকি মইও আছিলোঁমেঘালয়ত প্ৰধানমন্ত্ৰী মোদীৰ ৰেলীৰ অনুমতি অস্বীকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী চাংমা | Assamese |
মাহৰ শেষত দেশৰ ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰৰ বতৰা জানক | Assamese |
অহা পাঁচ বছৰৰ ভিতৰত নগা ৰাজনৈতিক সমস্যা সমাধান হ ব ড০ হিমন্ত বিশ্ব শৰ্মা | Assamese |
মেঘালয়ত শোকাৱহ ঘটনা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে পথ দুৰ্ঘটনাত মৃত্যু ৫জনৰ | Assamese |
কাইলৈ নাগালেণ্ডলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গৃহমন্ত্ৰী অমিত শ্বাহ ২৪ ফেব্ৰুৱাৰীত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও | Assamese |
চিমলাত ফেব্ৰুৱাৰীৰ আটাইতকৈ গৰম নিশা স্বাভাৱিকতকৈ ১১ ডিগ্ৰী চেলচিয়াছ অধিক তাপমাত্ৰা | Assamese |
উত্তৰপূৱৰ ব্ৰু ৰিয়ান জনগোষ্ঠীক শৰণাৰ্থীৰ পৰা নাগৰিকৰ মৰ্যাদা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৰি বছৰীয়া সমস্যাৰ সমাধান | Assamese |
মহাশিৱৰাত্ৰি উপলক্ষে মুকেশ আম্বানী আৰু পুত্ৰ আকাশ আম্বানীৰ গুজৰাটৰ সোমনাথ মহাদেৱ মন্দিৰ দৰ্শন | Assamese |
বায়ুসেনাৰ বিমানত দক্ষিণ আফ্ৰিকাৰ পৰা মধ্য প্ৰদেশলৈ অনা হৈছে ১২ টা চিতা | Assamese |
বালথাকৰেৰ উত্তৰাধিকাৰী উদ্ধৱ থাকৰেই নাপালে শিৱসেনাৰ উত্তৰাধিকাৰ নিৰ্বাচন আয়োগে শিণ্ডেক দিলে শিৱসেনা আৰু চিহ্ন ধনুকাঁড় | Assamese |
মেঘালয়নাগালেণ্ডলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ তাৰিখ ঘোষণা | Assamese |
ঘৰতে দিয়ক ভোট যাব নালাগে ভোটকেন্দ্ৰলৈ এই নিয়ম প্ৰৱৰ্তন কৰিছে নিৰ্বাচন আয়োগে | Assamese |
নাগালেণ্ড কাৰ ৰ প্ৰচাৰত নিষ্প্ৰভ বিৰোধী শিবিৰ নিৰ্বাচনী প্ৰচাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিৰেন ৰিজিজু | Assamese |
শুকুৰবাৰে অসমত প্ৰৱেশ কৰিব বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী এম ভি গংগা বিলাস | Assamese |
জল জন অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় পানী থাকিলেহে অনাগত ভৱিষ্যত সুৰক্ষিত হৈ থাকিব | Assamese |
প্ৰজাৰ পৰা উপহাৰ ৰূপে পোৱা ১০০ টকীয়া নোট লৈ ৰজাই ক লে এইখন নোটৰ মূল্য আদানিৰ হাজাৰ কোটিতকৈও বেছি | Assamese |
নিৰ্বাচনৰ পূৰ্বে নাগালেণ্ডত ড্ৰাগছসুৰাৰ জোৱাৰ অভিযানত জব্দ ৩৯১৮ কোটি টকা | Assamese |
জনজাতীয় সমাজৰ স্বাৰ্থ মোৰ বাবে ব্যক্তিগত সম্পৰ্ক আৰু অনুভূতিৰ বিষয়প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী | Assamese |
ভাৰতবৰ্ষৰ এই কোম্পানীটোত কৰিব নোৱাৰে অভাৰটাইম শ্বিফ্ট শেষ হ লেই চিষ্টেমে কয় আজিলৈ হ ল এতিয়া ঘৰলৈ যাওক | Assamese |
হেলিকপ্টাৰত উঠি মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো তাৰ পিছতে ছচিয়েল মিডিয়াত সৰৱ চৰ্চা | Assamese |
ৰেকৰ্ড নম্বৰত ভোট দিয়ক ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীৰ ত্ৰিপুৰাবাসীলৈ আহ্বান | Assamese |
বহু প্ৰতীক্ষিত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ মুঠ ৩৩৩৭ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰে পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া | Assamese |
মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কৰ্মজীৱি মহিলাই লাভ কৰিব ছুটী উচ্চতম ন্যায়ালয়ত ২৪ ফেব্ৰুৱাৰীত শুনানি | Assamese |
৭ দশক পুৰণি নগা সমস্যা সমাধানৰ সঠিক প্ৰতিশ্ৰুতি নাই কোনো দলৰ | Assamese |
মূৰ আছে দেহ নাই এয়া আকৌ কেনেকুৱা মানুহ ক পৰা আহিল নাগিন কন্যা | Assamese |
বিগত ৩ বছৰত গোচৰৰ মীমাংসাৰ ক্ষেত্ৰত অসমৰ পুতৌজনক অৱস্থা লোকসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ বক্তব্যই উদঙালে এই চাঞ্চল্যকৰ তথ্য | Assamese |
শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি প্ৰেমিকে নৃশংসভাৱে হত্যা কৰি ফ্ৰিজত সুমুৱাই থলে মৃতদেহ | Assamese |
ৱ মেন প্ৰিমিয়াৰ লীগৰ নিলামক লৈ সুখী নীতা আম্বানী এয়া এক ঐতিহাসিক ক্ষণ ৰূপে কৰিলে অভিহিত | Assamese |
বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান কৰ্মচাৰীৰ ফোন জব্দ | Assamese |
ছাগলী চৰোৱা ১৩ বছৰীয়া কিশোৰীৰ ক্ৰিকেট খেল দেখি মুগ্ধ শচীন তেণ্ডুলকাৰ শ্বেয়াৰ কৰিলে ভিডিঅ | Assamese |
নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি জে পি নাড্ডাই ক লে নগা সমস্যা ৰ দাবীও পূৰণ কৰিব য়ে | Assamese |
বিজেপিৰ নহয় বিজেপিত চামিল হওক ত্ৰিপুৰাত সাংসদ গৌৰৱ গগৈৰ মন্তব্য | Assamese |
ৰ প্ৰধান প্ৰভাকৰণ জীয়াই আছে নে এজন তামিল নেতাৰ দাবীত দেশত পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে প্ৰভাকৰণ | Assamese |
ভাৰতবাসীয়ে পাহৰিব নোৱাৰা এটা দিন আজিৰ দিনটোতে পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান | Assamese |
২০২৪ৰ নিৰ্বাচনত দুটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ চিন্তা ৰ বিগ ব্ৰাদাৰ বিজেপিয়ে ৰ আগত ৰাখিছে বিশেষ চৰ্ত | Assamese |
গুণোৎসৱে শিক্ষাৰ গুণগত মান বঢ়াইছে নে ছাত্ৰছাত্ৰীয়ে কিয় আধাতে সামৰিছে শিক্ষা | Assamese |
ঠাণ্ডা বতাহ দ্ৰুতগতিত বলিব বৰষুণ বহু ঠাইত সহজে নেৰিব পুনৰ হাড় কঁপোৱা শীত আহিব ৰ শেহতীয়া আপডেট | Assamese |
ওঁম আৰু আল্লা একেই আৰ্ছাদ মাদানীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা জৈনকে ধৰি হিন্দু সংগঠনৰ | Assamese |
ত্ৰিপুৰাৰ জনসাধাৰণক এটাই কথা ক ম শেষ পৰ্যায়ৰ প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক লে এনেদৰে | Assamese |
নাগালেণ্ড বিধানসভালৈ কোন মহিলা প্ৰতিনিধি প্ৰথমবাৰলৈ নিৰ্বাচিত হ ব এইবাৰ নিৰ্বাচনী যুঁজত নামিছে ৪ মহিলা প্ৰাৰ্থী | Assamese |
আগৰতলাত নিজ কন্যাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গুৱাহাটীৰ সাংসদ কুইন ওজা পিছে ত্ৰিপুৰাত সাংসদ কুইন ওজাৰ কন্যা কোন | Assamese |
কোনো কাৰণ নোহোৱাকৈ মাতৃক অত্যাচাৰ কৰে কুলাংগাৰ পুত্ৰ সমৰে মোমায়েকে ক লে সমৰ ভৰালীৰ জঘন্য কুকাণ্ডৰ কাহিনী | Assamese |
মহানগৰীৰ মাজমজিয়াতে মাতৃক নিৰ্দয় নিৰ্যাতন কুলাংগাৰ পুত্ৰৰ ঘৰৰ পৰাই আৰক্ষীয়ে ধৰি লৈ আহিল কুলাংগাৰ পুত্ৰক | Assamese |
পথত নহয় ঘৰৰ সোমাই চিলনী চোৰে থপিয়াই নিলে মহিলাৰ ডিঙিৰ চেইন | Assamese |
জুৱা খেলত সৰ্বস্বান্ত স্বামীয়ে ঘৰলৈ আহি কৰিলে লোমহৰ্ষক কাণ্ড | Assamese |
মোবাইলত অশালীন ভিডিঅ চাই আছিল পত্নীয়ে তেজপুৰত স্বামীয়ে দুচেও কৰিলে হাত | Assamese |
বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই প্ৰেমিকে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে যুৱতীক | Assamese |
অবৈধ প্ৰেমত বাধা দিছিল স্বামীয়ে বিচনাত বান্ধি ৫ টুকুৰা কৰি নদীত উটুৱাই দিলে পত্নীয়ে | Assamese |
চিনেমাৰ ৰীলত নহয় এইবাৰ দুধনৈত ৰিয়েল লাইফত বন্তি আৰু বাবলী ৰ কাৰনামা সাৱধান নহ লে পৰিব বিপদত | Assamese |
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনা এইবাৰ নাজিবুৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বৌৱেকৰ | Assamese |
ডাঃ সংগীতাৱালিউলৰ চাৰ্জশ্বীটৰ পাতে পাতে জঘন্যবীভৎস কাহিনী | Assamese |
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ নতুন পাক মহিলাসহ আৰক্ষীৰ জালত দুজন | Assamese |
চিলনী চোৰ বা ডকাইতে নহয় গুৱাহাটীত দিন দুপৰতে লুটিলে লক্ষাধিক টকা কোনে | Assamese |
মহানগৰীত দিনদুপৰতে শিলেৰে মৰিয়াই মৰিয়াই হত্যা এজনক | Assamese |
চাধা কিনিবলৈ যোৱাই কাল হল এদল নৰপিশাচৰ হাতত প্ৰাণ গল এজন লোকৰ | Assamese |
প্ৰেম বিয়া আৰু শেষত জঘন্য হত্যাকাণ্ড চিনেমাৰ দৰেই গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ আঁৰৰ কাহিনী | Assamese |
শহুৰেকশাহুৱেকপত্নীক হত্যা কৰি ৯ মহীয়া সন্তানসহ থানাত আত্মসমৰ্পণ হত্যাকাৰী নাজিবুৰৰ | Assamese |
চলন্ত গাড়ীত কণী মাৰি ডকাইতে লুটিলে নগদ ধনসহ মোবাইল ফোন | Assamese |
ৰ মোবাইল চুৰিৰ ঘটনা মাৰ নৌযাওঁতেই অনুৰূপ ঘটনা গুৱাহাটীত | Assamese |
ভনীয়েকৰ প্ৰেমৰ সম্পৰ্ক মানি লব পৰা নাছিল যুৱকে কৰি পেলালে ভয়ংকৰ কাণ্ড | Assamese |
পৰকীয়া প্ৰেমত বাধা হৈ থিয় দিয়া বাবেই নাবালক পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা পাষাণ মাতৃৰ | Assamese |
সিদিনালৈকে একেলগে পাৰ্কৰেস্তোৰাঁই ভাল লগা সময় পাৰ কৰা প্ৰেমিকযুগলৰ ইজনে ল লে আনজনীৰ প্ৰাণ | Assamese |
ৰক্তাক্ত অৱস্থাত নবৌ আতংকত চিঞৰি উঠিল ননদ ভয়ংকৰ কাণ্ড কত | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.