text
stringlengths
1
2.59k
language
stringclasses
10 values
যুগ্ম জীৱনৰ ২টা বৰ্ষ পূৰ্ণ কৰিলে জনপ্ৰিয় দম্পতী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাই
Assamese
এইখন কি পৃথিৱী য ত ই বৈধ আৰু অনুমোদিত পাপাৰাজিৰ কাণ্ডত ক্ষোভ প্ৰকাশেৰে আলিয়া ভাটৰ ইনষ্টাগ্ৰাম পোষ্ট
Assamese
বলীউডত তেওঁৰ বাদশ্বাহ কোন হ ব শ্বাহৰুখে নিজেই দিলে উত্তৰ কাক নিজৰ ঠাই এৰি দিলে কিং খানে
Assamese
শ্বাহৰুখ খানে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে যে তেওঁৰ পৰৱৰ্তী ছবিখনৰ নাম কিয়
Assamese
হায়দৰাবাদত এখন ৰেষ্টুৰেন্টে চনু চুডৰ নামেৰে নামকৰণ কৰিছে ভাৰতৰ বৃহত্তম থালি ৰ চনু চুডে কৰিলে মুকলি
Assamese
সঞ্জয় লীলা ভাঞ্চালীৰ অ টিটি শৃংখলা হিৰামন্দি পোষ্টাৰ প্ৰকাশ মোগলইআজম আৰু পাকিজা প্ৰতি শ্ৰদ্ধাঞ্জলি চলচিত্ৰ নিৰ্মাতাগৰাকীৰ
Assamese
মহাশিৱৰাত্ৰিৰ তৃতীয় দিনটোত শিৱসাগৰৰ শিৱদৌলত পুৱাই সপত্নীক শিল্পী মানস ৰবীন
Assamese
ৰীমা দাসৰ চতুৰ্থখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ৰ ট্ৰেইলাৰ মুকলি মুক্তিৰ পূৰ্বেই দেশেবিদেশে সমাদৃত চলচ্চিত্ৰখন
Assamese
নন্দীভৃঙ্গীৰ ৰূপত বিউটীমোহন কিয় এই ৰূপ তাক লৈ সামাজিক মাধ্যমত চৰ্চা চাওক দুখন বিশেষ ফটো
Assamese
প্ৰভাস আৰু দীপিকা পাডুকনৰ নতুন ছবি ৰ মুক্তিৰ তাৰিখ ঘোষণা সামাজিক মাধ্যম যোগে ঘোষণা দীপিকাৰ
Assamese
হৰ হৰ মহাদেৱ মহাদেৱৰ আৰাধনাত ব্যস্ত অভিনেত্ৰী বৰষাৰাণী বিষয়া
Assamese
স্বৰা ভাস্কৰে যিজন ব্যক্তিক ভাতৃ বুলি পৰিচয় দিছিল তেওঁৰ সৈতে গুপুতে বিবাহপাশত আৱদ্ধ হ ল স্বামীৰ ফটো দেখি আচৰিত হ ল অনুৰাগীসকলো
Assamese
গোপনে বিবাহপাশত আৱদ্ধ হ ল স্বৰা ভাস্কৰ সমাজবাদী পাৰ্টিৰ যুৱ নেতাৰ সৈতে অভিনেত্ৰীগৰাকীৰ বিয়া
Assamese
এটা বিশেষ খবৰ লৈ ছ চিয়েল মেডিয়াত মোহনে শ্বেয়াৰ কৰিলে ফটো নেটিজেনে ক লে কমলৰ ভনীয়েক নেকি
Assamese
প্ৰেমৰ বিশেষ দিন অথবা সংজ্ঞা জানো কোনোবাই দিব পাৰে ভেলেণ্টাইনছ ডেত স্বামী গৌতমলৈ এইদৰে শুভেচ্ছা জনালে অভিনেত্ৰী আশা বৰদলৈয়ে
Assamese
আজি ভেলেণ্টাইনছ ডে কণ্ঠশিল্পী নীল আকাশে এইদৰে পত্নীক জনালে শুভেচ্ছা
Assamese
শিৱপ্ৰিয়ংকাক চেৰ পেলাই এমচি ষ্টেনে আঁজুৰি আনিলে বিগ বছ ১৬ৰ খিতাপ কি পালে পুৰস্কাৰ হিচাপে
Assamese
হাৰ্দিক পাণ্ডিয়াৰ বিয়া এটি পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ পাছত পুনৰ বিবাহৰ পথত ভাৰতীয় ক্ৰিকেটাৰগৰাকী
Assamese
এই পাকিস্তানী ক্ৰিকেটাৰজনৰ সঁচাকৈয়ে তামান্না ভাটিয়াৰ সৈতে বিয়া ঠিক হৈছিল নেকি
Assamese
স্মৃতি ইৰাণীৰ জীয়ৰী কইনা হ বলৈ গৈ আছে তেওঁ ৫০০ বছৰ পুৰণি কিল্লাত বিয়াত বহিব
Assamese
মিষ্টাৰ আৰু মিচেছ মালহোট্ৰাক অভিনন্দন তাৰকাসকলৰ সিদ্ধাৰ্থকিয়াৰাৰ বিয়াৰ ছবিত প্ৰেমৰ ধুমুহা
Assamese
যদিহে কাৰোৱাক প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবিছেতেন্তে আজিয়েই সুবৰ্ণ সুযোগ
Assamese
বিয়াৰ পিছত সিদ্ধাৰ্থকিয়াৰাৰ ৱিকিপিডিয়া প্ৰফাইল সলনি হৈছে জানেনে বিয়াৰ কাপোৰ কোনে ডিজাইন কৰিছিল
Assamese
সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সম্পন্ন হানিমুনলৈ সোনকালে যাব নোৱাৰিব দম্পতী
Assamese
মৰুভূমিত দৰাকইনা পাৰ্টী আৰম্ভ সিদ্ধাৰ্থকিয়াৰাৰ বিয়াৰ পৰিৱেশ চাওক
Assamese
আজি অভিনেত্ৰী আশা বৰদলৈৰ জন্মদিন আপুনিও জনাওক শুভকামনা
Assamese
আজি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ওপজা দিন জন্মদিনত কত কি কৰিব দীপলিনাই
Assamese
জানে বালমা ঘোঁৰে পে ক্যিউ চাৱাৰ হ্যেগীতৰ তালত নাচি ভাইৰেল অসমৰ ফ্লৰিনা গগৈ চাওক ভিডিঅ
Assamese
কাইলৈ সিদ্ধাৰ্থকিয়াৰাৰ বিয়া বিয়াৰ সুৰক্ষা তথা নিৰাপত্তাৰ দায়িত্বত কোন থাকিব জানিলে আচৰিত হ ব আপুনিও
Assamese
অভিনেত্ৰী অমৃতা গগৈয়ে দিলে আন এটা ভাল খবৰ কি ভাল খবৰ দিলে অভিনেত্ৰীগৰাকীয়ে
Assamese
কিয়াৰাই বাৰে বাৰে শাৰীত সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে পিছে অভিনেত্ৰীগৰাকীয়ে বিয়াত কি পিন্ধিব
Assamese
সিদ্ধাৰ্থৰ কইনা হ বলৈ জয়ছেলমেৰলৈ ৰাওনা হৈছে মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানী
Assamese
হেণ্ডপাম্প নহয় চানী দেওলে উৎখাত কৰিলে পিলাৰ গদাৰ ২ শ্বুটিঙৰ পৰা লিক হোৱা ছবিখনৰ এক দৃশ্য অনুৰাগীসকলে ক লে হে ভগৱান
Assamese
এদিনৰ বাবে ইমান টকা সিদ্ধাৰ্থকিয়াৰাৰ বিবাহ ভৱনৰ ছবিখন দেখিলে আপুনিও আচৰিত হ ব
Assamese
বিয়ালৈ অহা অতিথিসকল বিয়াৰ পিছতে ঘৰলৈ যাব নোৱাৰিব কেনে হব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আডৱানীৰ বিয়াখন
Assamese
ছবিগৃহলৈ আহিল ড০ বেজবৰুৱা ২ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো মুক্তিলাভ
Assamese
মৰুভূমি চফৰ স্পাৰ ব্যৱস্থা সিদ্ধাৰ্থকিয়াৰাৰ বিয়াত অতিথিসকলৰ বাবে থাকিব ৰাজকীয় সুবিধা
Assamese
এফডিচিআইৰ সহযোগত আয়োজিত লেকমী ফেশ্বন উইকত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে সাজু গুৱাহাটীৰ ডিজাইনাৰৰ দল
Assamese
পাঠান চাই ব ল্ড ইংৰাজ ক্রিকেটাৰ উত্থাপন কৰিলে ৭০০ কোটি টকাৰ প্রশ্ন
Assamese
কল হো না হো বীৰ জাৰা কোই মিল গয়া ইখনৰ পিছত সিখন সফল ছবিৰ নায়িকা বলীউডৰ ডিম্পল গার্ল প্রীতি জিন্টাৰ আজি জন্মদিন
Assamese
জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ অসুস্থ গুৱাহাটীৰ হেল্থ চিটী হস্পিতালত ভৰ্তি হৈছে শিল্পীজন
Assamese
পাঠানৰ সংবাদমেলত দৃষ্টি কাঢ়িলে দীপিকা পাডুকণে কি পিন্ধিছিল সুন্দৰীয়ে চাওক ফটো
Assamese
নিক নে প্ৰিয়ংকা দেখাত কাৰ দৰে হৈছে মালতী প্ৰথমবাৰলৈ কন্যাৰ মুখ সকলোকে দেখুৱালে প্ৰিয়ংকা চোপ্ৰাই
Assamese
শ্বাহৰুখ খানৰ ছবি পাঠান এ বক্স অফিচত ৰচিলে ইতিহাস বিদেশতো হৈছে হিট সংগ্ৰহ কৰিব পাৰিবনে ৫০০ কোটি
Assamese
অনুৰাগ কাশ্যপৰ চাঞ্চল্যকৰ প্ৰকাশ মৃত্যুৰ ৩ সপ্তাহ পূৰ্বে তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰা সুশান্ত সিং ৰাজপুতৰ সৈতে কথা পাতিবলৈ কৰিছিল অস্বীকাৰ
Assamese
আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিয়াৰ মেহেন্দীসংগীত অনুষ্ঠানৰ ফটোত দুয়োকে দেখা গ ল আকৰ্ষণীয় ৰূপত
Assamese
ছবিত মাকৰ কোলাত বহি থকা ছোৱালীজনী এতিয়া বলীউডৰ ছুপাৰষ্টাৰ বেক টু বেক হিট ফিল্ম কৰা এই অভিনেত্ৰীগৰাকীক আপুনি চিনি পাইছেনে
Assamese
এ বক্স অফিচত দপদপনি অব্যাহত ৰাখিছে এতিয়ালৈকে ছবিখনৰ বক্স অফিচ সংগ্ৰহ জানক
Assamese
বিয়াৰ চাৰিদিন পাৰ হৈ গ ল এইবাৰ পোহৰলৈ আহিছে ৰাহুলআথিয়াৰ হালধি অনুষ্ঠানৰ ছবি
Assamese
পৰিয়ালে অস্বীকাৰ কৰিলে উপহাৰ হিচাপে ৫০ কোটি টকাৰ ফ্লেট বিলাসী গাড়ী লোৱাৰ খবৰ
Assamese
জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ বিশেষ দিন ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লিখিলে আশীৰ্বাদ কৰিব
Assamese
১০০ কোটিৰ অভিলেখ স্পৰ্শ কৰিলে পাঠানে বিশ্বজুৰি বক্স অফিচত বাম্পাৰ কালেকশ্যন
Assamese
অভিনেতাপৰিচালক অন্নু কাপুৰৰ স্বাস্থ্যৰ অৱনতি গংগা ৰাম চিকিৎসালয়ত চিকিৎসাধীন
Assamese
কে এল ৰাহুলে এতিয়া হানিমুনলৈ নাযায় আথিয়াই কেইমাহমান অপেক্ষা কৰিব লাগিব
Assamese
ওভতিব মুন্নাভাইচাৰ্কিটৰ যুটি ৰূপালী পৰ্দাত পুনৰ একেলগে দেখা যাব সঞ্জয় দত্ত আৰু আৰ্শ্বাদ ৱাৰ্ছীক
Assamese
পাঠানে ক অতিক্ৰম কৰে শ্বাহৰুখ খানৰ ছবিখনে প্ৰথম দিনাই ১০০ কোটি ক্লাবত প্ৰৱেশ কৰিছে
Assamese
ছবিত কিং খানৰ সৈতে অভিনয় কৰা অসমৰ দিগন্ত হাজৰিকাই শ্বাহৰুখ সৰ্ন্দভত কি ক লে
Assamese
শ্বাহৰুখ খানৰ পৰা সিদ্ধাৰ্থ মালহোত্ৰালৈ বলীউডৰ বহু তাৰকাই কৰিছে দেশপ্ৰেমমূলক ছবি চাওক তালিকা
Assamese
অসমৰ আন আন ঠাইৰ দৰে ৰঙিয়াতো হাউছফুল পাঠান শ্বাহৰুখৰ ফেন ক্লাৱে কাটিলে কেক ফুটালে ফটকা
Assamese
দীপলিনাই দিলে ভাল খবৰ আজি সন্ধিয়ালৈ আহিব জিড্ডি কাঞ্চা
Assamese
অনলাইনত পাঠান লীক ছবিগৃহত মুক্তিৰ পূৰ্বে একাংশ ছাইটত লীক হল শ্বাহৰুখ খানৰ বহুচৰ্চিত ছবিখন
Assamese
শ্বাহৰুখ খানৰ পাঠানত অসমৰ দিগন্ত হাজৰিকা ঋত্বিক ৰোশনৰ পিছত কিং খানৰ সৈতে অসম সন্তান
Assamese
সিদ্ধান্ত ঘেগাদমাল
Assamese
বয়কট ট্ৰেণ্ডক উপেক্ষা শ্বাহৰুখ প্ৰেমীৰ বহু বিতৰ্কৰ পিছত আজি মুক্তি পালে শ্বাহৰুখ খানৰ পাঠান পুৱাৰে পৰা ছবিগৃহত ভিৰ
Assamese
আথিয়া চেট্টীৰ লেহেঙ্গা ৪১৬ দিন ধৰি তৈয়াৰ কৰা হৈছে এই লেহেঙ্গাত কি আছে
Assamese
শৰ্মা জী বুলি কাক সম্বোধন কৰিলে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে কিং খানৰ টুইটক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা
Assamese
ৰ নাটু নাটু গীতে অস্কাৰতো ৰচিলে ইতিহাস একাডেমী বঁটাৰ বাবে এই শিতানত লাভ কৰিলে মনোনয়ন
Assamese
আজি জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ ওপজা দিন স্বামী পৱিত্ৰ মাৰ্ঘেৰিটাই এইদৰে জনালে শুভেচ্ছা
Assamese
৯৫তম অস্কাৰ মনোনয়নতাৰিখ সময় আৰু অন্যান্য লাইভ অনুষ্ঠানৰ বিৱৰণ জানো আহক
Assamese
এমএমএছ লীকৰ পৰা পাৰ্টীলৈ নিজৰ কেৰিয়াৰতকৈ বিবাদক লৈ অধিক চৰ্চাত এইগৰাকী অভিনেত্ৰী
Assamese
এইগৰাকী পাকিস্তানী ছোৱালীয়ে ভনীয়েকৰ বিয়াত বলীউড চিনেমাৰ গীতত নৃত্য প্ৰদৰ্শনেৰে ধুমুহাৰ সৃষ্টি কৰিলে ইণ্টাৰনেটত
Assamese
ৰণবীৰ কাপুৰশ্ৰদ্ধাৰ সতেজ যুটি দৰ্শকৰ বাবে এক নতুন আমোদ
Assamese
পাঠান ৰ সৈতে আহিব ভাইজান চলমান খানে অনুৰাগীসকলক দিলে এই ভাল খবৰ
Assamese
মুক্তিৰ পূৰ্বে অসমতো শ্বাহৰুখ খানৰ পাঠান অভিলেখ
Assamese
পাঠান মুক্তিৰ পূৰ্বেই ভক্তৰ বাবে বিশেষ উপহাৰ শাহৰুখৰ চাৰি বছৰৰ পিছত ৰূপালী পৰ্দাত কিং খান
Assamese
সৰিয়হৰ হালধীয়াৰ মাজত এইদৰে দেখা গল বহুতৰে সপোনৰ ৰাণী দীপলিনা ডেকাক
Assamese
সুশান্তৰ জন্মদিনত ৰিয়া চক্ৰৱৰ্তীয়ে শ্বেয়াৰ কৰিলে সুশান্তৰ সৈতে পূৰ্বতে নেদেখা কিছু ফটো
Assamese
ছাৰা তেণ্ডুলকাৰ নে ছাৰা আলী খান কাৰ সৈতে ডেট কৰি আছে শুভমন গীলে পঞ্জাবী অভিনেত্ৰীয়ে কলে ক্ৰিকেটাৰগৰাকীৰ ডেটিঙৰ আচল কাহিনী
Assamese
আজি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিন ভগ্নী শ্বেতাই ছচিয়েল মিডিয়াত লিখিলে আবেগিক পোষ্ট
Assamese
বহু যুৱকৰ ক্ৰাছ দীপলিনা কিন্তু দীপলিনাৰ ক্ৰাছ কোন নিজেই কলে কণ্ঠশিল্পীগৰাকীয়ে
Assamese
গ্ৰেপ্তাৰ হল ড্ৰামা কুইন ৰাখী সাৱন্ত কি অভিযোগত গ্ৰেপ্তাৰ হল ৰাখী
Assamese
অসমৰ জোঁৱাই হল জনপ্ৰিয় কৰিঅ গ্ৰাফাৰ তুষাৰ কালিয়াসামাজিক মাধ্যমত ভাইৰেল ফটো
Assamese
মুক্তিৰ দিনা আইকনিক গেইটী গেলেক্সীত শ্বাহৰুখ খানৰ চলচ্চিত্ৰ পাঠান পুৱা ৯ বজাত আৰম্ভ শ্ব
Assamese
কন্যা সন্তান ৰাহাৰ জন্মৰ পিছতে আলিয়াক লৈ নাৰাজ পৰিয়ালৰ এজন সদস্য গুৰুত্বহীন হৈছে আলিয়া
Assamese
গোল্ডেন গ্লোবৰ পিছত এইবাৰ এ জিকিলে বিশ্বৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ বাবে ক্ৰিটিকচ চইচ বঁটা
Assamese
টমিজেলি নামৰ কুকুৰৰ আড়ম্বৰপূৰ্ণ বিবাহ সমগ্ৰ গাওঁবাসীক নিমন্ত্ৰণ নাচিবাগি আনন্দত মতলীয়া সকলো কোন ঠাইত হৈছে এই বিয়া জানো আহক
Assamese
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কিদৰে উদযাপন কৰিলে উৰুকা সামাজিক মাধ্যমত ভাইৰেল ফটো
Assamese
আমি এজন আনজনৰ বাবে সৃষ্টি হোৱা নাই দ্ৱিতীয় বিবাহৰ পিছত এই কথা কিয় ক লে মহালক্ষ্মীৰবীন্দ্ৰই
Assamese
ৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত
Assamese
শ্বাহৰুখ খান বিশ্বৰ আটাইতকৈ ধনী অভিনেতাসকলৰ মাজত এজন ৰাজহুৱা হ ল কিং খানৰ সম্পত্তিৰ পৰিমাণ
Assamese
দেশৰ গৌৰৱ গোল্ডেন গ্লোবৰ উপৰিও এ ৩০ টাতকৈও অধিক আন্তৰ্জাতিক বঁটা লাভ কৰিছে
Assamese
প্ৰিয়ংকা চোপ্ৰাই সোণালী ৰঙৰ পোছাকেৰে মোহিলে সকলোকে অনুৰাগীসকলে প্ৰশংসাৰে আগবঢ়ালে বিভিন্ন মন্তব্য
Assamese
আদিলৰ সৈতে বিবাহৰ পিছতে ফাতিমা হৈ গল ৰাখী সাৱন্ত এতিয়া ভয় হৈছে এই কথাত
Assamese
শক্তিপীঠ কামাখ্যাত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছেলফি উঠিবলৈ হেতাওপৰা অনুৰাগীৰ
Assamese
প্ৰেমিক আদিলৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হল ৰাখী সাৱন্ত হাতত দেখা গল ক্ট মেৰিজৰ চাৰ্টিফিকেট
Assamese
কাল হো না হো ত শ্বাহৰুখ খানৰ সৈতে দেখা পোৱা ঝনক শুক্লাৰ বাগদান সম্পন্ন দীৰ্ঘদিনীয়া প্ৰেমিক স্বপ্নীল সূৰ্যবংশীৰে বাগদানৰ ফটো শ্বেয়াৰ ঝনকৰ
Assamese
গোল্ডেন গ্লোব ২০২৩ এছ এছ ৰাজামৌলীৰ ৰ যাদু নাটু নাটু গীতে লাভ কৰিলে বঁটা
Assamese
চকু টিপেৰে খ্যাতি লাভ কৰা প্ৰিয়া গান গাই খ্যাতি লাভ কৰা ৰাণু ভুৱন চাহাদেৱ আজিকালি ক ত এইসকল
Assamese
ৰাজস্থানৰ প্ৰাসাদত মঞ্জুলিকা মহিলাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল জানক প্ৰকৃত সত্য
Assamese
শ্বাহৰুখ খানৰ পৰা অনুৰাগীয়ে বিচাৰিলে প্ৰত্যুত্তৰত মুম্বাই পুলিচে এনেদৰে কৰিলে টুইট পঢ়িলে আপোনাৰো উঠিব হাঁহি
Assamese