text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ৰাছিয়াই শ্বেন পেন বেন ষ্টীলাৰকে ধৰি স্থায়ীভাৱে নিষেধাজ্ঞা আৰোপ কৰিলে ২৫ জন আমেৰিকানক | Assamese |
ভাৰতে আৰম্ভণিতে এই পৰামৰ্শ দিছিল ৰাছিয়াইউক্ৰেইন যুদ্ধ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কি ক লে | Assamese |
ভাৰতীয় মূলৰ চুৱেলা ব্ৰেভাৰমেনক ব্ৰিটেইনৰ নতুন কেবিনেটত গৃহমন্ত্ৰীৰূপে নিযুক্তি | Assamese |
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰূপে লিজ ট্ৰাছ নিৰ্বাচিত হোৱাৰ কেইঘণ্টামান পিছতে গৃহ সচিব প্ৰীতি পেটেলৰ পদত্যাগ | Assamese |
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক সম্পন ভাৰতবাংলাদেশৰ ৭ খন চুক্তিত স্বাক্ষৰ | Assamese |
সপোনৰ চাকৰিএজন জাপানিজ ব্যক্তি যিয়ে একো নকৰিবলৈ দৰমহা পায় | Assamese |
লিজ ট্ৰাছ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী পৰাজিত কৰিলে ঋষি চুনাকক কাইলৈ হ ব শপত গ্ৰহণ | Assamese |
আফগানিস্তানত পুৱাই বিধ্বংসী ভূমিকম্প ৮ জন নিহত আৰু অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা | Assamese |
লণ্ডনৰ পৰা চুৰি ব্যয়বহুল বেন্টলী মুলচানে পাকিস্তানৰ কাৰাছীত উদ্ধাৰ | Assamese |
২০ বছৰ অকলশৰে থকা আমাজন মানৱ ৰ মৃত্যু তেওঁৰ জীৱনে উন্মোচিত কৰিছে গণহত্যাৰ ভয়ংকৰ গোপন তথ্য | Assamese |
এংকৰে লাইভ অন এয়াৰ প্ৰতিবেদনত গিলিলে এটা মাখি নিজৰ সুস্থিৰতাৰ বাবে চৌদিশে প্ৰশংসাৰ পাত্ৰ | Assamese |
কিক অফৰ ৩ ঘণ্টা পূৰ্বে ফিফা বিশ্বকাপ ফুটবলত বিয়েৰ বিক্ৰীৰ অনুমতি দিব কাটাৰে | Assamese |
পাইলটে চুৰি কৰিলে বিমান ৱালমাৰ্ট ষ্টত ভূপতিত কৰাৰ ভাবুকি | Assamese |
অনলাইনত চিকেন অৰ্ডাৰ কৰিছিল কিন্তু খাদ্যৰ বাকচত পালে হাড় আৰু দুখৰ শব্দৰে ভৰা এখন চিঠি | Assamese |
শ্ৰীলংকালৈ ওভতি আহিল গোটাবায়া ৰাজাপক্ষ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৪ ঘণ্টাৰ নিৰাপত্তাৰ সৈতে প্ৰদান কৰা হৈছে বাংলো | Assamese |
চীনৰ প্ৰতিটো পদক্ষেপক এনেদৰে বিফল কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ সৈতে বাইডেনৰ ডাঙৰ পৰিকল্পনা সকলো জানো আহক | Assamese |
ফেচবুক ইনষ্টাগ্ৰাম আৰু ওৱাটছএপৰ কিছু বিশেষ ফিচাৰ্ছৰ বাবে দিব লাগিব টকা জানক মেটাৰ পৰিকল্পনাৰ বিষয়ে | Assamese |
ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ মূল্যৰ ওপৰত তাৎক্ষণিক পদক্ষেপ লোৱাৰ সিদ্ধান্ত ৰ | Assamese |
ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থব্যৱস্থা হিচাপে পৰিগণিত হ ল ভাৰত | Assamese |
কমনৱেলথ গেমছৰ খেল এৰি লগ কৰিবলৈ গৈছিল আত্মীয়ক বাংলাদেশ টেনিছ ফেডাৰেছনৰ নিলম্বনৰ সন্মুখীন টেনিছ তাৰকা সোনাম চুলতানা সোমা আৰু সাদিয়া আখতাৰ মৌ | Assamese |
ৰামধেনু সকলোৱে দেখিছে কিন্তু এনে ৰামধেনু প্ৰত্যক্ষ কৰি সকলোৱে ক লে এয়া প্ৰথম অভিজ্ঞতা | Assamese |
পিতৃ হত্যাৰ প্ৰতিশোধ মাতৃক ফাঁচী দিলে নিজ কন্যাই | Assamese |
পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া ব্যক্তিজনৰ মৃত্যু ২৬টা বছৰ জংঘলত অকলে কটোৱা ব্যক্তিগৰাকী কোন | Assamese |
দেশৰ লগতে বিদেশতো অপাৰ জনপ্ৰিয়তা এ আৰ ৰহমানৰ নামেৰে কানাডাত পথৰ নামকৰণ | Assamese |
পৰ্টুগালৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালে উদ্ধাৰ ডাইনোচৰৰ বৃহৎ অৱশিষ্ট ই বৰ্তমানলৈ ইউৰোপৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ হিচাপে বিবেচিত | Assamese |
পেট্ৰ ল চালিত বাহনৰ বিক্ৰী নিষিদ্ধ ২০৩৫ চনৰ পৰা নহ ব বিক্ৰী | Assamese |
পাকিস্তানত জৰুৰীকালীন অৱস্থা আধা দেশ ডুব গৈছে বানপানীত ৩ কোটিতকৈ অধিক লোক ক্ষতিগ্ৰস্ত ১০০০ লোকৰ মৃত্যু | Assamese |
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰতিদ্বন্দী ঋষি সুনকে পত্নী অক্ষতা মূৰ্তিৰ সৈতে লণ্ডনত কৰিলে গোপূজা | Assamese |
আমেৰিকান ফাৰ্মা কোম্পানী ৰ আৰু ৰ বিৰোদ্ধে গোচৰ ক ভিড ভেকচিন প্ৰযুক্তি নকলৰ অভিযোগ | Assamese |
মোডী হৈছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা বাইডেনজনছন বহু পিছত প্ৰকাশ পালে সমীক্ষাত | Assamese |
পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ বিপক্ষে ভোটদান কৰিলে ভাৰতবৰ্ষই ইউক্ৰেইনক সমৰ্থন | Assamese |
পাকিস্তানৰ বানত ৩৪৩ গৰাকী শিশুসহ নিহতৰ সংখ্যা ৯৩৭ লৈ বৃদ্ধি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা | Assamese |
সাৱধান পৃথিৱীৰ দিশে আগবাঢ়িছে ১০০ ফুট প্ৰস্থৰ ধ্বংসাত্মক গ্ৰহাণুঃ কৰিব নেকি পৃথিৱীত আঘাত | Assamese |
টেক্সাছত ভাৰতীয় আমেৰিকান মহিলাৰ এটা দলৰ ওপৰত কটু মন্তব্য তথা শাৰীৰিক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ এগৰাকী মহিলা | Assamese |
হিজাব নিপিন্ধাৰ বাবেই জনপ্ৰিয় অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰি অকথ্য নিৰ্যাতন আৰক্ষীৰ ১৬ বছৰ পৰ্যন্ত কাৰাবাসৰ সম্ভাৱনা | Assamese |
কিয় নিলম্বিত হ ল থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুথ চানওচাক কোন আছে এতিয়া দায়িত্বত | Assamese |
পুত্ৰৰ কলেজ মাচুলৰ ধন সংগ্ৰহ কৰিবলৈ এলন মাস্কৰ প্ৰাক্তন প্ৰেয়সীয়ে নিলাম কৰিলে তেওঁলোকৰ পুৰণি ফটো উপহাৰ | Assamese |
ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা আই এছ আত্মঘাতী বোমাৰুক আটক কৰিলে ৰাছিয়াই | Assamese |
যাত্ৰী নহয় ৩৭০০০ ফুট উচ্চতাত বিমানতে টোপনি গ ল দুজনকৈ পাইলট পাৰ হৈ গ ল লক্ষ্যস্থান | Assamese |
মিছ উনিভাৰ্ছ সৌন্দৰ্য প্ৰতিযোগিতাত এতিয়া যোগদান কৰিব পাৰিব বিবাহিত মহিলা আৰু মাতৃয়ে | Assamese |
অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ নাইটিংগেল খ্যাত নায়াৰা নুৰৰ ৭১ বছৰ বয়সত পাকিস্তানৰ কৰাচীত দেহৱসান | Assamese |
মহিলাৰ বয়স নুসুধিব প্ৰেমেই হওক প্ৰফেছনেই হওক মহিলাৰ বয়স সুধিলে বিপদত পৰিব পাৰে আপুনি | Assamese |
চলমান ৰুশদীক হত্যাৰ চেষ্টা কৰা আক্ৰমণকাৰীৰ নিজকে নিৰ্দোষী স্বীকাৰ কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হয় প্ৰখ্যাত লেখকজন | Assamese |
যুদ্ধবিধ্বস্ত ৰাছিয়াৰ নতুন জনসংখ্যা নীতি ১০টাকৈ সন্তান জন্ম দিয়া মাতৃক ১৩ লাখৰ পুৰস্কাৰ ৰ সন্মান | Assamese |
ৰাছিয়ান মহিলাসকলে ১০ টা সন্তান জন্ম দিব লাগিব ৰাষ্ট্ৰপতি পুটিনৰ নতুন আহ্বান | Assamese |
আফগানিস্তানত তালিবানৰ নতুন ৰূপ আক্ৰমণত বিধ্বস্ত কাৰ্টে পাৰৱান গুৰুদ্বাৰত পুনৰ নিৰ্মাণৰ বাবে আগবঢ়ালে ৪০ লাখ আফগান টকা | Assamese |
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষ পত্নী আৰু পুত্ৰৰ সৈতে আমেৰিকাত থিতাপি ল বলৈ গ্ৰীণ কাৰ্ডৰ অপেক্ষাত | Assamese |
কাবুলত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন নিহত গুৰত্বভাৱে আহত ৪০ জন | Assamese |
টেক্সাছত একেলগে ১৫০০ শিক্ষাৰ্থীয়ে পাঠ কৰিলে সমগ্ৰ শ্ৰীমদ্ভগৱতগীতা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ | Assamese |
কাপোৰ পিন্ধা বাবেই প্ৰেমিকৰ সৈতে কৰিছিল ব্ৰেকআপ এতিয়া প্ৰেমিকাই পস্তাই আছে কিয় | Assamese |
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুৱেল মেক্ৰৰ টেলিফোনিক আলোচনা বনাঞ্চলৰ জুইৰ পৰা পৰিত্ৰাণ পাবলৈ দেশখনক সহায় কৰিব মোদীয়ে | Assamese |
পৰীমণিৰ কোলাত কলিজাৰ টুকুৰা হস্পিতালৰ পৰা সুখৰ মুহূৰ্তৰ আন এখন ছবি শ্বেয়াৰ | Assamese |
ফিফা ৰ আশ্চৰ্যকৰ সিদ্ধান্ত ক কৰিলে নিলম্বন ভাৰতত আয়োজিত হব লগা মহিলা বিশ্বকাপৰ আয়োজনত লাগিল গ্ৰহণ | Assamese |
মধ্যবয়সৰ সংকটত ভুগিছে সূৰ্য আয়ু শেষ হৈ আহিছে কেতিয়া চিৰন্তন শক্তিৰ ভাণ্ডাৰ শেষ হ ব | Assamese |
ৰুশ্বডিক আক্ৰমণৰ পিছতে হেৰী পটাৰৰ স্ৰষ্টা জে কে ৰাউলিঙক হত্যাৰ ভাবুকি | Assamese |
ছলমান ৰুশ্দীক আক্ৰমণ কৰা ২৪ বৰ্ষীয় যুৱক হাদি মাটাৰে প্ৰদান নকৰিলে স্বীকাৰোক্তি জেললৈ প্ৰেৰণ | Assamese |
ৰ অভিনেত্ৰী এনি হেচেৰ ৫৩ বছৰ বয়সত মৃত্যু শোকত ভাগি পৰিছে প্ৰিয়ংকা চোপ্ৰা | Assamese |
অস্ত্ৰোপচাৰৰ পিছত ভেণ্টিলেটৰত ছলমান ৰুশ্বডী হেৰুৱাব পাৰে এটা চকু লিভাৰত লাগিছে ছুৰী | Assamese |
বিশ্ব বিখ্যাত লেখক ছলমান ৰুশ্বডীক আক্ৰমণ চাওক ভিডিঅ | Assamese |
ক ৰোনাৰ অ মিক্ৰন প্ৰকাৰৰ ৰ মিউটেশ্যন কিয় চিন্তাৰ বিষয় বিশ্ব স্বাস্থ্য সংস্থাই কি কৈছে | Assamese |
ভয়ংকৰ আগজাননী এণ্টাৰ্কটিকাৰ হিমবাহ খহিছে আমি ভবাতকৈও দ্ৰুতগতিত উপগ্ৰহৰ নতুন ছবিয়ে দেখুৱাইছে ভয়ংকৰ দৃশ্য | Assamese |
টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে বিক্ৰী কৰিলে টেছলাৰ ৭৯ লাখ টকাৰ অংশীদাৰিত্ব বিক্ৰী কৰিব নেকি কোম্পানী | Assamese |
হাস্পতালত ভৰ্তি ছোৱেইব আখতাৰ আবেগিক হৈ কলে মই আৰু ৪৫ বছৰ | Assamese |
কোভিড আঁতৰাই নাই পুনৰ নতুন ভাইৰাছৰ সংক্ৰমণ চীনত ইতিমধ্যে আক্ৰান্ত ৩৫জন | Assamese |
ক ভিডৰ বিভীষিকা মাৰ নৌ যাওতেই চীনত পুনৰ প্ৰাদুৰ্ভাৱ নতুন লাংয়া ভাইৰাছ ইতিমধ্যে আক্ৰান্ত ৩৫ জন | Assamese |
ইউক্ৰেইন যুদ্ধত উত্তৰ কোৰিয়াৰ প্ৰৱেশ ৰাছিয়াক ১ লাখ সৈন্য দি সহায় কৰাৰ প্ৰস্তাৱৰিপোৰ্ট | Assamese |
প্ৰতিজন কৰ্মচাৰীক দিয়ে ৬৩ লাখ টকাৰ দৰমহা আছে যিকোনো ঠাইৰ পৰা কাম কৰাৰ স্বাধীনতা তীব্ৰ চৰ্চাত এগৰাকী উদাৰ বছ | Assamese |
লণ্ডন ডায়েৰীঃ মুদ্ৰাস্ফীতিৰ কৱলত ব্ৰিটেইন মানুহে এৰিছে ক্ৰেডিট কাৰ্ড বিক্ৰী কৰিছে পোহনীয়া জন্তু | Assamese |
পাকিস্তানত মহৰমৰ শোভাযাত্ৰাত শ্বাসৰুদ্ধ হোৱাৰ ফলত ৬ জনৰ মৃত্যু ১২ জন অচেতন | Assamese |
বিদেশত থাকিব বিচাৰে নেকি ১০ লাখকৈ খালী পদত নিযুক্তি আৰু স্থায়ী বসবাসৰ সুযোগ দিছে কানাডাই | Assamese |
৩ বছৰৰ আইনী যুঁজৰ অন্তত অষ্ট্ৰেলিয়াৰ প্ৰৱাসী ভাৰতীয় দম্পতীয়ে লাভ কৰিলে চাৰগেছি পুত্ৰৰ অভিভাৱকৰ অধিকাৰ | Assamese |
ইজৰাইলৰ প্ৰতিশোধ বিধস্ত পেলেষ্টাইনৰ গাজাপট্টি চহৰ ইজৰাইলক জোকাই বিপদত পেলেষ্টাইন | Assamese |
আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলত বোমা বিস্ফোৰণ ২২ জন আহত | Assamese |
পুটিনৰ হাইপাৰচনিক মিছাইল প্ৰকল্পৰ সৈতে জড়িত বিজ্ঞানীক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ | Assamese |
বাংলাদেশ চৰকাৰে ইন্ধনৰ মূল্য ব্যাপক হাৰত বৃদ্ধি কৰিছে পেট্ৰ লৰ মূল্য ৫১১৬% লৈকে বৃদ্ধি | Assamese |
ক ভিড নিগেটিভ বাইডেন দ্বিতীয়বাৰৰ বাবে ক ভিডৰ পৰা সুস্থ হৈ উঠিছে বাইডেন | Assamese |
এগৰাকী মহিলাই জীৱনত প্ৰথমবাৰৰ বাবে শুনিলে মানুহৰ মাত আৱেগত নিগৰিল চকুলো | Assamese |
টাইৱান আকাশসীমাত প্ৰৱেশ চীনা বিমানৰ ড্ৰেগনে ইয়াৰ প্ৰকৃত ৰং দেখাব নেকি | Assamese |
হিৰো আলমক গান নাগাবলৈ সকীয়াই দিলে আৰক্ষীয়ে কি কৰিলে হিৰো আলমে | Assamese |
হ বলৈ প্ৰায়ে লৈ আছিল বিপদজনক বেজী কিন্তু জন্মদিনৰ দিনাই মৃত্য়ু হ ল তেওঁৰ | Assamese |
চীনআমেৰিকাৰ জটিল সংঘাত টাইৱানৰ আকাশী সীমাত প্ৰৱেশ চীনৰ ২০খনৰো অধিক যুঁজাৰু বিমান | Assamese |
টাইৱানত আমেৰিকাৰ দূত নেন্সী সীমান্তত হঠাৎ চীন সেনাৰ ৰণচালি | Assamese |
অল কায়দাৰ মুৰব্বীক নিহত কৰা আমেৰিকাৰ মাৰাত্মক হেলফায়াৰ মিছাইল কি কিয় ই ৰ অতি পছন্দৰ | Assamese |
অল কায়দাৰ মুৰব্বী জৱাহিৰিক ২১ বছৰ ধৰি বিচাৰি আছিল আমেৰিকাই কেনেকৈ চিকিৎসকৰ পৰা হল সন্ত্ৰাসবাদী | Assamese |
ড্ৰোণ আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি দাবী আমেৰিকাৰ | Assamese |
ঘৰুৱা টী২০ লীগৰ ক্ৰিকেট খেল চলি থাকোঁতে ষ্টেডিয়ামত ফুটিল গ্ৰেনেড চাৰিগৰাকী দৰ্শক আহত | Assamese |
আফগানিস্তানত সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে শিখ সম্প্ৰদায় উপাসনাস্থলী গুৰুদ্বাৰাৰ গেটত বিস্ফোৰণ | Assamese |
ভাড়াঘৰত পৰি ৰৈছিল দুবছৰ পূৰ্বে মৃত্যু হোৱা বৃদ্ধাৰ মৃতদেহ কিন্তু ভাড়া আদায় কৰি থাকিলে ঘৰৰ মালিকে | Assamese |
পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰ বন্দীসকলে নৰক যন্ত্ৰণা ভুগিব লাগে | Assamese |
অৰ্থনৈতিক সংকটত শ্ৰীলংকা অহা ১২ মাহৰ বাবে সীমিত কৰা হ ব ইন্ধন আমদানি শক্তি মন্ত্ৰীৰ বক্তব্য | Assamese |
৭ বছৰীয়া শিশুৰ সৈতে দবা খেলি থকা ৰবটে হঠাতে ভাঙিলে আঙুলি চাওক বিপজ্জনক ভিডিঅ | Assamese |
৯টা সন্তানৰ পিতৃ এলন মাস্ক তেওঁলোকৰ সকলোৰে মাতৃ বেলেগ বেলেগ | Assamese |
মই কেঞ্চাৰ আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ ভিডিঅক লৈ বিশ্বজুৰি চাঞ্চল্য | Assamese |
ব্ৰিটিছ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ভাৰতীয় মূলৰ ঋষি সুনক কিমান মসৃণ ঋষিৰ পথ সন্মুখত লিজ ট্ৰাছৰ প্ৰত্যাহ্বান | Assamese |
ৰ পিছত মাৰবৰ্গ ভাইৰাছৰ ভয় নাই চিকিৎসা নাই ভেকছিন পশ্চিম আফ্ৰিকাৰ দেশত বাঢ়িছে প্ৰকোপ | Assamese |
শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ৰনিল বিক্ৰমসিংঘে ৬ বাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে বিক্ৰমসিংঘেই | Assamese |
এয়া কি গাৰ নোম শিয়ৰি উঠা ভিডিঅ ছচিয়েল মিডিয়া কঁপাই লাখ লাখ ভিউজ | Assamese |
প্ৰথমবাৰ ব্ৰিটেইনত ৪০ ডিগ্ৰী অতিক্ৰম কৰিলে পাৰাস্তম্ভ ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী ২০৬০লৈকে অব্যাহত থাকিব হিটৱেভ | Assamese |
ব্ৰিটিছ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আগুৱালে আৰু এখোজ ইতিহাস সৃষ্টিৰ অপেক্ষাত ঋষি ছুনাক | Assamese |
প্ৰতি ছেকেণ্ডত ১৮ জোপা গছ হেৰাই যায় পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰণ্যত নিঃশব্দে কি হৈ আছে | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.