text
stringlengths
1
2.59k
language
stringclasses
10 values
অস্কাৰ ছালাক চিনি পায়নে যাৰ স্মৰণত গুগলে আজি ডুডল সৃষ্টি কৰিছে
Assamese
অভিনেতা বেন এফ্লেকৰ সৈতে বিবাহপাশত আৱদ্ধ জেনিফাৰ লোপেজ
Assamese
প্ৰেক্টিচৰ বাবে যাবলৈ গাড়ীত নাই তেল পেট্ৰ ল পাম্পত দুদিন অপেক্ষা কৰি তেল ভৰালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
Assamese
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ৰণিল বিক্ৰমসিংঘেক সমৰ্থন কৰিব ৰাজাপাক্ষেৰ শাসকীয় দলে
Assamese
ডনাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানাৰ মৃত্যু ১৯৯২ চনত হৈছিল তালাক
Assamese
কানাডাত শিখ নেতা ৰিপুদমন সিং মালিকক হত্যা এয়াৰ ইণ্ডিয়াৰ বিমান বিস্ফোৰণত সাঙোৰ খাইছিল নাম
Assamese
ভাৰতীয় মূলৰ ঋষি সুনাক বৃটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত আগবাঢ়িছে
Assamese
পত্নী আৰু সন্তানক হত্যা কৰি নগ্ন অৱস্থাৰে বাইক চলাই পলায়ন অভিযুক্তৰ
Assamese
ক ৰ নাৰ মাজতে নতুন আতংক মাৰবাৰ্গ ভাইৰাছ মাৰাত্মক ক্ষমতা ঘানাত পোৱা গৈছে সন্দেহজনক ৰোগী
Assamese
ইয়াত মহিলাসকলে তেওঁলোকৰ ছোৱালীৰ বাবে জন্ম নিয়ন্ত্ৰণ বড়ি ক্ৰয় কৰাৰ কাৰণ কি
Assamese
শ্ৰীলংকাৰ সাম্প্ৰতিক পৰিস্থিতি কি প্ৰধানমন্ত্ৰী বিক্ৰমাসিংঘেও এতিয়া চকীখন এৰিব লাগিব নেকি জানক শেহতীয়া শীৰ্ষ ১০টা আপডেট
Assamese
দুৱাৰত টোকৰ দিয়া নাই কলিং বেল বজোৱা নাই চিধাই মহিলাৰ ঘৰত প্ৰৱেশ কৰিলে
Assamese
শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা সংসদ আৰু প্ৰধানমন্ত্ৰী আবাস পালে প্ৰতিবাদকাৰী
Assamese
এলেন মাস্কে টুইটাৰৰ ভাবুকিৰ বিষয়ে উপহাস কৰি কৈছে কোম্পানীটোৱে মোক আদালতলৈ লৈ যাব আৰু নিজে বিবুদ্ধিত পৰিব বিতৰ্ক কিয় বঢ়াইছে
Assamese
প্ৰধানমন্ত্ৰীৰ বাসভৱনত প্ৰতিবাদকাৰীয়ে বনাইছে খাদ্য চলিছে তাচকেৰমটিভি
Assamese
শ্ৰীলংকাত প্ৰতিবাদকাৰীৰ চৰকাৰ ৰাষ্ট্ৰপতি ভৱনত কেবিনেট বৈঠক প্ৰধানমন্ত্ৰীৰ ঘৰত ভোজ
Assamese
ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ ভৱনত ওলাইছে কোটি কোটি টকা শ্ৰীলংকাৰ প্ৰতিবাদকাৰীৰ দাবী
Assamese
শ্ৰীলংকাত জনতাৰ ক্ষোভৰ জুই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে ৰনিল বিক্ৰমসিংহেই
Assamese
শোকত ম্ৰিয়মান জাপানপ্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃতদেহ টকিঅ লৈ অনা হৈছে প্ৰিয় নেতাৰ অন্তিম দৰ্শনৰ বাবে অনুৰাগীৰ ভিৰ
Assamese
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ ছুইমিং পুলত ক্ষুব্ধ জনতা প্ৰতিবাদকাৰীৰ ৰূপত ক্ৰিকেটাৰ সনথ জয়সূৰ্যও
Assamese
শ্ৰীলংকাত ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষে পলাতক
Assamese
টুইটাৰ এৰিলে এলন মাস্কে ৪৪ বিলিয়ন ডলাৰৰ চুক্তি বাতিল বুলি লিখিলে পত্ৰ
Assamese
১০ ফুট দূৰত্বৰ পৰা শীতল মস্তিষ্কৰে গুলীয়াই হত্যা শ্বিনজ আবেক কোন এই টেটছুৱা য়ামাগামি ৮টা চাঞ্চল্যকৰ তথ্য
Assamese
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ আবেৰ মৃত্যু আজি আততায়ীৰ গুলীত আহত হৈছিল আবে
Assamese
জীৱনৰ যুঁজত পৰাজিত ছিনজো আবে গুলীৰ আঘাতত মৃত্যু
Assamese
কোনে গুলীচালনা কৰিছিল ছিনজো আবেলৈ লক্ষ্য কৰি আক্ৰমণৰ পিছত কিয় ৰৈ আছিল সেই স্থানতে
Assamese
ছিনজো আবেলৈ লক্ষ্য কৰি গুলীচালনা হাস্পতালত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী
Assamese
অৱশেষত পদত্যাগ কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে
Assamese
এলন মাস্ক ৯টা সন্তানৰ পিতৃ হ ল যমজ পুত্ৰ জন্ম দিয়া মহিলাগৰাকী কোন জানেনে এখন আবেদনে প্ৰকাশ কৰিলে সকলো
Assamese
ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ বাবে এক ডাঙৰ আঘাত গৃহমন্ত্ৰী প্ৰীতি পেটেলেও ক লে পদত্যাগ কৰিবলৈ
Assamese
দুদিনত চাৰিজন মন্ত্ৰীয়ে এৰিলে সংগ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ওপৰত বৃদ্ধি পাইছে পদত্যাগৰ হেঁচা
Assamese
ইন্ধন নাই নাই বিদ্যুৎ শ্ৰীলংকা চৰকাৰে পুনৰ বন্ধ কৰিলে বিদ্যালয়
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনইছত ব্যাপক গুলীচালনা পেৰেডত জনতাৰ ওপৰত গুলীচালনা ৫ জন নিহত
Assamese
মাজনিশা একাধিক ভূমিকম্পত কঁপিল ইৰান ৫জনৰ মৃত্যু আহত শতাধিক
Assamese
ইৰাণত ৬১ প্ৰাবল্যৰ ভূমিকম্প ৫ জন নিহত আৰু ৪৪ জন আহত চীনলৈকে কম্পন অনুভৱ
Assamese
পাকিস্তানৰ বিপদ চৰকাৰে হঠাতে মোবাইল আৰু ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিছে
Assamese
আমাৰ শৰীৰ চৰকাৰে নিয়ম কৰিব কিয় আমেৰিকাৰ ৰাজপথত মহিলাৰ প্ৰতিবাদ
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰত এখন ট্ৰাকৰ ভিতৰত ওলাল ৪৬টা মৃতদেহ দেশজুৰি চাঞ্চল্য
Assamese
পূৱ ইউক্ৰেইনৰ জনবহুল শ্বপিং মলত আঘাত কৰিলে ৰাছিয়াৰ মিছাইলে দুজন নিহত আৰু কেইবাজনো আহত
Assamese
ছাউথ আফ্ৰিকাৰ নাইট ক্লাবত উদ্ধাৰ ২২টাকৈ মৃতদেহ দেহত নাছিল কোনো আঘাতৰ চিহ্ন ৰহস্য
Assamese
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বেডৰুমত স্পাই কেমেৰা কৰ্মচাৰীক গ্ৰেপ্তাৰ
Assamese
পিতৃমাতৃ সকলো মৃত ভূমিকম্পত পৰা ৰক্ষা পৰা একমাত্ৰ সন্তানৰ ছবি পোষ্ট কৰিলে ৰছিদ খানে
Assamese
আফগানিস্তানৰ ভূমিকম্পত কমেও ১০০০ লোক নিহত ভাৰত ৰাষ্ট্ৰসংঘই আগবঢ়াইছে সহায়
Assamese
বিমানত যুৱতীয়ে কৰিলে লজ্জাজনক কাণ্ড ভাইৰেল ভিডিঅ ক লৈ উত্তাল সামাজিক মাধ্যম
Assamese
বিধ্বংসী ভূমিকম্পত প্ৰাণ হেৰুৱালে ১০০০ লোকে আহত ১৫০০ জনৰো অধিক
Assamese
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি ক অতিপাত ঘৃণা কৰে জীয়ৰিয়ে মুকলিকৈ কলেমই তেওঁৰ সৈতে কোনো সম্পৰ্ক ৰাখিব নোখোজো
Assamese
আফগানিস্তানত ৬১ প্ৰাবল্যৰ ভূমিকম্প কমেও ২৫০ জন লোকৰ মৃত্যু
Assamese
১২২ বছৰৰ ইতিহাসত আটাইতকৈ ভয়ানক বানপানীৰ সন্মুখীন হৈছে বাংলাদেশ বানৰ কবলত চুবুৰীয়া দেশৰ ১০খন জিলা
Assamese
চাইকেল চলাবলৈ গৈ বিপত্তি বাগৰি পৰিল মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন চাওক ভিডিঅ
Assamese
শ্ৰীলংকা চৰকাৰৰ ঘোষণা সোমবাৰৰ পৰা কোনেও আহিব নালাগে কাৰ্যালয় আৰু বিদ্যালয়লৈ
Assamese
এসময়ত আছিল বিখ্যাত টিভি এংকৰ এতিয়া ৰাস্তাৰ কাষত খাদ্য বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে
Assamese
আফগানিস্তানৰ ৰাজধানী কাবুলস্থিত গুৰুদ্বাৰাত সশস্ত্ৰ বন্দুকধাৰীৰ গুলীবৰ্ষণ বোমা বিস্ফোৰণ
Assamese
আঘাতৰ বাবে কে এল ৰাহুল ইংলেণ্ড টেষ্টৰ পৰা বাহিৰ অহা সপ্তাহত বাৰ্মিংহামত ইংলেণ্ডৰ বিৰুদ্ধে ৫ম টেষ্ট
Assamese
এইজন ভাৰতীয় ল ৰাৰ নাম বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এ ৪০০ বাৰ উল্লেখ কৰিছে কিন্তু কিয়
Assamese
সৰ্বকালৰ ৰেকৰ্ড দামত বিক্ৰী প্ৰতিখন খেলৰ মূল্যৰ ক্ষেত্ৰত এ ইংলিছ প্ৰিমিয়াৰ লীগকো অতিক্ৰম কৰিছে
Assamese
৯৬ বছৰীয়া ৰাণী এলিজাবেথৰ নতুন অভিলেখ আটাইতকৈ দীঘলীয়া ৰাজত্বকালৰ দ্বিতীয় স্থানত এলিজাবেথ
Assamese
নিশা ১০ বজাৰ পিছত বিয়া বন্ধ ৮৩০ বজাৰ পিছত বজাৰ বন্ধ পাকিস্তানত এনে কঠোৰ নিয়মৰ কাৰণ কি
Assamese
পাৰভেজ মুছাৰফৰ অৱস্থা সংকটজনক স্বাস্থ্যৰ উন্নতিৰ কোনো আশা নাই পৰিয়ালে ক লে প্ৰাৰ্থনা কৰক
Assamese
উইকেট কীপাৰৰ হাতত বল আছিল তথাপিও বেটছমেনে দৌৰি দৌৰি ৩ ৰাণ চুৰি কৰিছিল খেলপথাৰৰ এই নাটকীয় দৃশ্য চাওক
Assamese
চিৰিয়াখানা চাবলৈ যাওতে সাৱধান কিয় চাই লওক এই ভিডিঅ
Assamese
আশাৰ ৰেঙণি ঔষধ পৰীক্ষণত প্ৰথমবাৰলৈ প্ৰতিগৰাকী ৰোগীয়ে প্ৰতিহত কৰিলে কৰ্কট ৰোগ
Assamese
স্কুল বাছৰ ৰং কিয় হালধীয়া হয় আপুনি জানেনে ইয়াৰ আঁৰত এটা আশ্চৰ্যজনক বৈজ্ঞানিক কাৰণ আছে আপুনি শুনি আচৰিত হ ব
Assamese
১২ বছৰীয়া যুগ্ম জীৱনৰ ইতি পেলালে ছাকিৰাই পিকেৰ সৈতে ঘটিল বিবাহ বিচ্ছেদ
Assamese
ফ্ৰান্সত দ্ৰুতগতিত বিয়পিছে মাঙ্কিপক্স ৫১ জন লোক সংক্ৰমিত ভেকছিনৰ বাবে আহ্বান চৰকাৰৰ
Assamese
ধঁপাত সেৱনে ভাবুকি নমাই আনিছে পৃথিৱীৰ পৰিৱেশলৈও পৰিসংখ্যাই আচৰিত কৰিব আপোনাক
Assamese
নেপালৰ গাঁৱত সন্ধান ওলাল ভাঙি পৰা বিমানৰ ৪ ভাৰতীয়সহ আছিল ২২ আৰোহী
Assamese
চাৰিজন ভাৰতীয়কে ধৰি ১৯ জন যাত্ৰী কঢ়িয়াই অনা নেপালৰ বিমান আকাশমাৰ্গত সন্ধানহীন
Assamese
৪ ভাৰতীয়সহ আছে ২২ যাত্ৰী হঠাৎ নিৰুদ্দেশ বিমান নেপালৰ মাজ আকাশত মহাৰহস্য
Assamese
ত গুলীচালনাত নিহত ২১ জনৰ ভিতৰত ১৯ টা শিশু কিশোৰ বন্দুকধাৰীৰো মৃত্য়ু বিষয়াসকলে কয় যে তেওঁ প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ আগতে তেওঁৰ আইতাককো হত্যা কৰিছিল
Assamese
ত্ৰাহি মধুসূদন সুঁৱৰিছে শ্ৰীলংকাবাসীয়ে সৰ্বকালৰ সৰ্বোচ্চ মূল্যবৃদ্ধি পেট্ৰ ল আৰু ডিজেলত
Assamese
নাইজেৰিয়াত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ নিহত ৫০
Assamese
মৰ্মান্তিক আমেৰিকাত পুনৰ স্কুলত নিৰ্বিচাৰ গুলীবৰ্ষণ ২১ শিক্ষাৰ্থীৰ মৃত্যু
Assamese
বিশ্ব ১২খন দেশলৈ বিয়পিছে ভাইৰাছ মাংকীপক্স কেন্দ্ৰৰ সতৰ্কতামূলক নিৰ্দেশ ৰাজ্যসমূহক
Assamese
৭৬ বছৰ বয়সত তৃতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হল ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি
Assamese
উত্তৰ কোৰিয়াৰ পৰা বিয়পিব পাৰে কোৰোণাৰ নতুন ভেৰিয়েণ্ট আশংকা প্ৰকাশ কৰিলে এ
Assamese
ভাৰতৰ সমৰ্থনত ওলাই আহিছে চীন ঘেঁহু ৰপ্তানি নিষিদ্ধকৰণ বিষয়ত জি দেশসমূহক উপযুক্ত প্ৰত্যুত্তৰ চীনৰ
Assamese
এলিয়েনবোৰে পৃথিৱীলৈ সঁচাকৈ আহি থাকে নেকি যোৱা বছৰ ২৫০তকৈ অধিকবাৰ এলিয়েন দেখাৰ দাবী
Assamese
ব্লাড কেন্সাৰত আক্ৰান্ত নেকি ভ্লাডিমিৰ পুটিন ৰুছ ধনকুৱেৰৰ দাবীয়ে তোলপাৰ লগাইছে বিশ্ব
Assamese
ব্লাড কেঞ্চাৰত আক্ৰান্ত ভ্লাডিমিৰ পুটিন ৰুছ ধনকুবেৰৰ দাবীক লৈ তোলপাৰ বিশ্ব
Assamese
বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালত উপস্থিত হৈ মহামায়া মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰীৰ নেপালৰ প্ৰধানমন্ত্ৰীৰে মিলিত হব দ্বিপাক্ষিক বৈঠকত
Assamese
সোমবাৰৰ দিনা বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৰূপালী জোন হ ব ৰঙা কেতিয়া ক ৰ পৰা প্ৰত্যক্ষ কৰিব জানি লওক
Assamese
জীয়াই থাকিবলৈ মাত্ৰ ৫বিধ খাদ্যহে খাব পাৰে এইগৰাকী মহিলাই ওজন হৈ পৰিছিল ৩৬ কিলোগ্ৰাম
Assamese
উত্তৰ কোৰিয়াত কোভিড১৯ৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ ৩ দিনত আক্ৰান্ত ৮২০৬২০জন
Assamese
এক মাৰাত্মক প্ৰভাৱ এৰি গৈছে ই আপুনি এই ৰোগবোৰৰ দ্বাৰা প্ৰভাৱিত নেকি
Assamese
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত পুনৰ মুকলি হব ভাৰতীয় দূতাবাস ১৭ মেত নতুন ৰাষ্ট্ৰদূতে খুলিব তলা
Assamese
হঠাৎ তেজৰ দৰে ৰঙা হৈছে চীনৰ আকাশ চাওক ভিডিঅ
Assamese
প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই ক ত আশ্ৰয় লৈছে ভাৰতলৈ পলায়নৰ সন্দেহ শ্ৰীলংকাৰ জনতাৰ
Assamese
চীনৰ ৰাষ্ট্ৰপতি জিনপিং এই বিপদজনক ৰোগত ভুগি আছে চলি আছে চিকিৎসা
Assamese
মঙলবাৰে অতি স্পৰ্শকাতৰ হৈ পৰিছে শ্ৰীলংকা ৰাজপাক্ষেই পৰিয়ালসহ আশ্ৰয় লৈছে নৌ ঘাটিত ৭টা পইণ্ট
Assamese
শ্ৰীলংকাত লংকাকাণ্ড ৰাজধানীত প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ ঘৰত গুলীবৰ্ষণ জনতাৰে সংঘৰ্ষত নিহত সাংসদ
Assamese
প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছত লংকাকাণ্ড শ্ৰীলংকাত জনতাই জ্বলাই দিলে নেতামন্ত্ৰীৰ ঘৰ
Assamese
শ্ৰীলংকাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে মন্ত্ৰীৰ প্ৰাসাদোপম অট্টালিকা
Assamese
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ পদত্যাগ দেশজুৰি প্ৰতিবাদৰ জুই এজন সাংসদৰ মৃতদেহ উদ্ধাৰ আন এজন সাংসদৰ ঘৰত অগ্নিসংযোগ
Assamese
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ পদত্যাগ সমগ্ৰ দেশতে কাৰ্ফিউ হিংসাত্মক সংঘৰ্ষত সাংসদ নিহত
Assamese
তালিবানে দেখুৱাইছে নিজৰ আচল ৰং আফগানিস্তানত মহিলাক মূৰৰ পৰা ভৰিলৈকে বোৰ্খা পিন্ধাৰ ফটোৱা অন্যথা কঠোৰ শাস্তি
Assamese
উত্তৰ কোৰিয়াত জিন্সৰ পিছত এতিয়া নিষিদ্ধ টাইট পেণ্ট কিম জংউনৰ মতে এয়া অশ্লীল
Assamese
গভীৰ খাদ এটাৰ গড়াত থিয়ৈ হৈ আছে দুজন লোক দেখিলে লাগে অসম্ভৱ কিন্তু এয়া বাস্তৱ
Assamese
এবছৰীয়া হ ল একেলগে জন্ম গ্ৰহণ কৰা ৯ ভাইভনী জন্মৰ পিছৰ পৰা ভালদৰে শুব পৰা নাই মাক।
Assamese
নিজৰ মিমবোৰৰ বাবে ছোৱালীজনী হৈ পৰিছিল বিখ্যাত উদ্ধাৰ হ ল মৃতদেহ
Assamese
মাত্ৰ ২৭ বছৰৰ ভিতৰত পৃথিৱীৰ সকলো খাদ্য সমাপ্ত হ ব হাতত যিমানেই টকা নাথাকক খাদ্য ক্ৰয় কৰিব নোৱাৰিব
Assamese