text
stringlengths
1
2.59k
language
stringclasses
10 values
গুৱাহাটীত কংগ্ৰেছৰ মিটিং পাতিবলৈ হাইকমাণ্ডক আৰ্জি ভূপেন বৰাৰ কাৰণ দৰ্শালে কি
Assamese
ৰ সদস্য আব্দুছ শুকুৰ আলীক আৰক্ষীৰ মাৰাথন জেৰা মোবাইলত পোৱা তথ্যৰ ভিত্তিত পৰৱৰ্তী অভিযানৰ সম্ভাৱনা
Assamese
তৃতীয় লিংগৰ বাবে দুৱাৰ খুলি দিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে
Assamese
হাতী চৰ্দাৰ শুক্ল দাসক উত্তৰ পাৰত নাজানে কোনে
Assamese
দিনজানৰ সেনা চাউনীলৈ বিপদ আহিছে কোনে আনিছে এই বিপদ
Assamese
গোলাপী টকবিপীৰ হাতৰ মূৰ্গী মাংস আৰু মাটি দাইলৰ সোৱাদ লওঁ আহক
Assamese
ব্যতিক্ৰমী বেটুপাত অংকনেৰে সমাদৃত সন্ন্যাসিনী আজি অসুস্থ
Assamese
প্ৰসংগগ্ৰন্থ ক্ৰয় দুৰ্নীতি মন পচন্দ লেখক প্ৰকাশকৰ গ্ৰন্থ ক্ৰয় পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ
Assamese
আমবাৰীত অগপ মহিলা পৰিষদৰ সাধাৰণ সভা সম্পন্ন ঐক্যবদ্ধ নাৰী শক্তিয়ে ত্বৰান্বিত কৰিব ৰাজ্যৰ উন্নয়ণ আৰু বিকাশঅতুল বৰা
Assamese
সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত মিশ্যন ইন্দ্ৰধনুষ ৫০ জিলাখনত মুঠ ৩৫১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন
Assamese
বিজেপিৰ সাংগঠনিক ভেটিত ঘটিব ব্যাপক সালসলনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগেই ঘটিব সংগঠনত ৰদবদল
Assamese
বাজপেয়ী ভৱন কোনেও দখল কৰিব নোৱাৰেঅশোক শৰ্মা
Assamese
কোকৰাঝাৰত ডুৰান্ড কাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কি ক লে
Assamese
ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭৪ জন মৃত্যু ১১ জনৰ
Assamese
ৰাজ্যৰ খেতিয়কসকলক লাভান্বিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ মন্ত্ৰী পীযুষ হাজৰিকা
Assamese
শিলচৰৰ তিনিটা আশ্ৰয়গৃহত থকা অনাথ শিশুসকলৰ চমৎকাৰ সৃষ্টিকৰ্ম
Assamese
এইসকলৰ কথাও ভাবিছেনে কেতিয়াবা খালী বটলেৰেই যিয়ে পূৰ কৰে পেট
Assamese
মৰাণত লোমহৰ্ষক ঘটনা যুৱকৰ দাৰ ঘাপত ঢলি পৰিল শহুৰেক জেঠায়েক আৰু মাহীয়েক
Assamese
মহানগৰীত ৰহস্যজনক অপহৰণ স্কুললৈ যোৱাৰ পথৰ পৰাই সন্ধান নাই ভাতৃভগ্নীৰ
Assamese
ধুবুৰীত আনছাৰুল্লাহ বাংলা টীমৰ সদস্যক আটক দুৰ্গম স্থানত আটক আব্দুছ শুকুৰ আলীক
Assamese
অসমত আৰু কিহৰ কেলেংকাৰী নহয় এইবাৰ দিহানামত কেলেংকাৰী দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল
Assamese
ৰাজ্যত পুনৰ বাঢ়িব মাটিৰ খাজনা সলনি হব গাঁওনগৰৰ মাটিৰ শ্ৰেণী বিভাজন
Assamese
ত্ৰিপল মাৰ্ডাৰৰ পিছত গোলাঘাটত আন এক ভয়ংকৰ ঘটনা পত্নীশাহুকে ধৰি চাৰিজনক ঘপিয়ালে এজন লোকে
Assamese
ৰাজ্য চৰকাৰৰ ৬ বিষয়ালৈ কৰ্মশ্ৰী সন্মান গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকীত কলাক্ষেত্ৰত লোক কল্যাণ দিৱস
Assamese
জাপানীজ এনকেফেলাইটিছে ভয়ংকৰ ৰূপ লৈছে ৰাজ্যত যোৰহাটত ৫জনৰ মৃত্যু
Assamese
মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণত জড়িত আৰু এজনক আটক জেৰা অ‍ব্যাহত
Assamese
এজন শিক্ষকৰ চমক পেলনীয়া সামগ্ৰী আৰু বাঁহবেতেৰে সাজি উলিয়াইছে ৰংঘৰ কাৰেং ঘৰ মহামৃত্যুঞ্জয় মন্দিৰ
Assamese
আজি ঐতিহাসিক আলাবৈ ৰণৰ স্মৃতি দিৱস মোগলৰ বিৰুদ্ধে যুঁজি প্ৰাণ দিছিল ১০ হাজাৰ অসমীয়াই
Assamese
তিতাবৰত বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ গল কেইবালাখ টকাৰ সামগ্ৰী
Assamese
সাৱধান যোৰহাটত নিতৌ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ এ ই এছ আৰু ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা
Assamese
ক লৈ একেবাৰেই সন্তুষ্ট নহয় বীগব্ৰাডাৰ বিজেপি বিপিএফক এৰাই চলিবও পৰা নাই বিজেপিয়ে
Assamese
পাৰ্থিৱ সুন্দৰ গগৈৰ হেট্ৰিকৰ সহায়েৰে ডুৰান্ড কাপৰ উদ্বোধনী খেলত নৰ্থ ইষ্ট ইউনাইটেডৰ বিশাল জয়
Assamese
যোৰহাটমাজুলীত কৃষি যান্ত্ৰিকীকৰণৰ দিশত আৰু এখোজ
Assamese
অচিনাকি ঠাইত ভাড়াঘৰ বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি
Assamese
সুদীৰ্ঘ ৫০ বছৰৰ পিছত পৰিয়ালৰ সৈতে মহামিলন ২২ বছৰতে ওলাই যোৱা ইন্দ্ৰ ৭২ বছৰীয়া হৈ উভতিল ঘৰলৈ
Assamese
যোৰহাটত উৎখাত হৈছে ইখনৰ পিছত সিখন অবৈধ বাৰ অবৈধ সুৰাৰ বিৰুদ্ধে যোৰহাটত চলিছে ব্যাপক অভিযান
Assamese
কাজিৰঙাত বাঢ়িব পাৰে বাঘৰ সংখ্যা উত্তৰ পাৰে এতিয়াও হোৱা নাই বাঘৰ সঠিক গণনা
Assamese
পুথিভঁৰাল সঞ্চালকালয়ত কোটিটকীয়া দুৰ্নীতি গ্ৰন্থ লিখাৰ পূৰ্বে গ্ৰন্থ ক্ৰয় পুথিভঁৰাল সঞ্চালকালয়ৰ
Assamese
অৰ্জুন ভোগেশ্বৰ বৰুৱাক অটমেটেড হুইল চেয়াৰ উপহাৰ হিচাপে দিলে নাহৰকটীয়াৰ বিজেপি বিধায়ক তৰংগ গগৈয়ে
Assamese
টুইটাৰত পৰিয়ালৰ ফটো শ্বেয়াৰক লৈ সমালোচনা উচিত প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই
Assamese
ছন পৰি ৰৈছে তিনিচুকীয়াৰ গোবিন্দপুৰবৰুৱাহোলা গাঁৱৰ শ শ বিঘা মাটি এলাহতে খেতি নকৰে অসমীয়াই
Assamese
বিয়া ভঙা পথ অভিশপ্ত এটা বিধ্বস্ত ৰাস্তাৰ কাহিনী
Assamese
নলবাৰীত নথকা এখন নলবাৰী আপুনি কেতিয়াবা নলবাৰীৰ এইখন ঠাইলৈ গৈছে নে
Assamese
গছ পুলি ৰুলে লাভ কৰিব ১০০ টকা বৃক্ষ আন্দোলন কাৰ্যসূচীত ৰাজ্যবাসীলৈ বিশেষ উপহাৰ
Assamese
পাঁচগৰাকীকৈ ছাত্ৰীক কি কৰিছিল অধ্যক্ষ মহোদয়ে আদালতে বিহিলে চৰম শাস্তি
Assamese
সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ দাবী লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক
Assamese
পানীত হাঁহ নচৰা অৱস্থা হৈছে জোনমণি ৰাভাৰ পৰিয়ালৰ এমাহ ধৰি হাস্পতালত মাতৃ আৰু ভাতৃ
Assamese
বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীৰ আগ্ৰাসন নিশাটোৰ ভিতৰতে সাজিছে টিনৰ চালি
Assamese
অন্তঃসত্ত্বা পত্নীক হত্যা কৰি স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড ধেমাজিৰ বৰদলনি ভকত কৈৱৰ্ত গাঁৱত চাঞ্চল্য
Assamese
বজৰং দলৰ আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণক লৈ মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষক জেৰা অনুমতি অবিহনে চলিছিল অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ
Assamese
ভাল খবৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কিমান টকাকৈ কমিল প্ৰতিটো চিলিণ্ডাৰত
Assamese
চামগুৰিৰ সোনাৰীবালি মেলাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
Assamese
ভয়ংকৰ দুৰ্ঘটনা ৰৈ থকা ট্ৰাকৰ তলত সোমাল দ্ৰুতবেগী বলেৰ পিকআপ
Assamese
ঘগ্ৰাপাৰ থানা কাণ্ডৰ মূল অভিযুক্ত বিমান চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে আন এক গোচৰ এই গোচৰ ৰুজু কৰিলে মহিলা সহকৰ্মীয়ে
Assamese
তিনিচুকীয়াত এডোখৰ মাটিৰ বাবে খিলঞ্জীয়াৰ আৰ্তনাদ
Assamese
গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ সামৰণি
Assamese
নলবাৰীত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস দুগৰাকী মহিলাৰ ডিঙিৰ পৰা থপিয়ালে সোণৰ চেইন
Assamese
সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙাতো পালন বিশ্ব ৰেঞ্জাৰ দিৱস
Assamese
ভৱেশ কলিতাৰ বিৰুদ্ধে তদন্ত চলাই গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে অখিল গগৈ
Assamese
মাজুলীত জিলা আৰু সত্ৰ ন্যায়ালয়ত শূন্য হ ল গোচৰ সমাপ্ত জমা গোচৰৰ ৰায়দান
Assamese
শিৱসাগৰৰ এদিনীয়া দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদীপে আজি কৰিলে কি
Assamese
বিদ্যুৎস্পৃষ্ট হোৱা কণমানি পুত্ৰক বচাবলৈ গৈ মাতৃয়ে সাৱটিলে মৃত্যু
Assamese
আৱেগ বিহ্বল বাজপেয়ী ভৱন অসম এৰিলে ফণীন্দ্ৰনাথ শৰ্মাই
Assamese
ধাৰাবাহিকভাৱে বৃদ্ধি ঔষধৰ মূল্য হঠাৎ ২০ শতাংশ দাম বৃদ্ধি হোৱাৰ বাবে চকুত পৰিছে সাধাৰণ জনতাৰ
Assamese
১৫ দিনত ২৫ হাজাৰৰো অধিক গাঁও ভ্ৰমণ আপোনাৰ গাঁৱলৈও যাব নেকি মুখ্যমন্ত্ৰী চাই লওক বিষয়সূচী
Assamese
মহানগৰীত পুনৰ জলবিস্ফোৰণ পানীৰ পাইপ ফটাত আকৌ লাগিল হুৱাদুৱা
Assamese
মাজনিশা ৰাজপথত এয়া কোন যুৱতী কেমেৰাত আবদ্ধ হল আচৰিত দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ
Assamese
কলিয়াবৰৰ মিছাত মুকলি হ ল খেল ইণ্ডিয়া হকীৰ ৰাজ্যৰ প্ৰথমটো প্ৰশিক্ষণ কেন্দ্ৰ
Assamese
নাৰায়ণপুৰত বৰতীয়া খাই অসুস্থ শিশুসহ ১৫ গৰাকী
Assamese
শিলচৰত পালন দেশভক্ত তৰুণৰাম ফুকনৰ ৮৪সংখ্যক মৃত্যু বাৰ্ষিকী
Assamese
হনুমানে বিশল্যকৰণী চিনি নাপায় পাহাৰখনকে দাঙি আনিছিল আপুনিও চিনি লওক সেই বিশল্যকৰণী
Assamese
দিলীপ শইকীয়া কামাখ্যা প্ৰসাদ তাছা
Assamese
ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰিল ফণীন্দ্ৰ নাথ শৰ্মা
Assamese
মন্ত্ৰীৰ আশ্বাসলৈ ৰৈ ৰৈ আমনি লাগিল নিজেই মেৰামতি কৰি ল লে পথ
Assamese
ভাড়াঘৰক লৈ ভাড়াতীয়া আৰু মালিকপক্ষৰ মাজত খণ্ডযুদ্ধ
Assamese
বিলাসীপাৰাত ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে দুখন অটোক
Assamese
লখিমপুৰত চাগলী চোৰে হত্যা কৰিলে যুৱকক কেনেকৈ সংঘটিত হল এই ঘটনা
Assamese
আৰক্ষীৰ গাড়ীয়ে মহতিয়াই নিলে দুই বাইক আৰোহীক মহানগৰত নিশা আৰক্ষীৰে ৰাইজৰ খণ্ডযুদ্ধ
Assamese
কাজিৰঙাৰ এটা চৰকাৰী ভূতবাংলা চাও আহক
Assamese
যোৰহাট নগৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা উপায়ুক্তৰ বাসভৱনৰ সমীপতে চুৰিৰে আক্ৰমণ যুৱকক
Assamese
কাজি ভূপেন বৰা কোনে সলালে ভূপেন বৰাৰ নাম ক্ষমা খুজিও শান্তি পোৱা নাই ৰ সভাপতিগৰাকীয়ে
Assamese
‍ ব্ৰহ্মপুত্ৰৰ জলপথেৰে আটাইতকৈ গধুৰ আৰু বৃহৎ আকৃতিৰ যন্ত্ৰ পৰিবহণ বিৰল ইতিহাস সৃষ্টি
Assamese
নাকেৰে বজোৱা বাঁহীৰ মধুৰ সুৰ আগতে শুনা নাছিল যদি আজি শুনক
Assamese
যোৰহাটত ভুমুকি মাৰিলে ৰুদ্ৰকন্যাই
Assamese
চৰকাৰলৈ আশা নকৰি এইবাৰ পথ বন্ধাত নামিল গঞা
Assamese
শিলচৰতো ৰেহাই পোৱা নাই ভূপেন বৰাই কৃষ্ণৰুক্মিণীয়ে ঘটালে অথন্তৰ
Assamese
পথ দুৰ্ঘটনা পিছে দুৰ্ঘটনাগ্ৰস্ত গাড়ীত ওলাল গৰু গাড়ী এৰি পলাল গৰুচোৰ
Assamese
একাংশ কণ কণ শিশুকিশোৰীয়ে কান্ধত ল লে খোল
Assamese
ডিঙিত কেঁচা জলকীয়াপিয়াজনহৰুৰ মালা পিন্ধি কোন ওলাল ৰাজপথত
Assamese
ভাৰতীয় বায়ুসেনাৰ বয়োজ্যেষ্ঠ পাইলটগৰাকীয়ে ভৰি দিলে ১০৩ বছৰত
Assamese
কাজিৰঙাৰ চি ডব্লিউ আৰ চিৰ নতুন আলহী এটা দুবছৰীয়া হাতী পোৱালি
Assamese
সাজু হৈ উঠিছে ১৮৬ আসনৰে সুসজ্জিত বিধানসভাৰ নতুন ভৱন
Assamese
লাভ জেহাদ প্ৰসংগত মহাভাৰত শ্ৰীকৃষ্ণৰ কথা কৈ বিপদত পৰিব নেকি ভূপেন বৰা থানাত দাখিল এজাহাৰ
Assamese
জিতু দাসৰ সৈতে উঠা ফটোৱে খেদি ফুৰিছে বিজেপি সভাপতি ভৱেশ কলিতাক
Assamese
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ তদন্তৰ বাবে আঠজনীয়া গঠন
Assamese
জনতা ভৱনৰ ২নং গেট আৰু পাৰ্কিং বন্ধক লৈ ব্যাপক প্ৰতিক্ৰিয়া
Assamese
লখিমপুৰমাজুলী সীমান্তত চপৰাচপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা
Assamese
সঁচা প্ৰেম লাহে লাহে হেৰাই যাবলৈ ধৰাৰ সময়তে এটা অমৰ প্ৰেমৰ খবৰ পাৰ্থস্বাতীৰ প্ৰেমৰ আৰ্ট গেলাৰী সৃজন
Assamese
সত্ৰনগৰী মাজুলীত পুনৰ গুমগুমাই উঠিব দবাশংখই
Assamese
স্বামী স্কুলত থকাৰ সময়ত গুপুতে প্ৰেম দমকল মিস্ত্ৰীৰ সৈতে পলাই গল প্ৰধান শিক্ষকৰ সুন্দৰী পত্নী
Assamese