text
stringlengths
1
2.59k
language
stringclasses
10 values
যোৰহাটত তিনিটা কোঠা ভৰ্তি হৈ থকা শ শ লোকৰ শৰীৰৰ অঙ্গই পোহৰলৈ আনিছে ভয়ংকৰ তথ্য
Assamese
লাভ জেহাদক লৈ যুযুধান শাসকবিৰোধী গ্ৰেপ্তাৰ হ ব নেকি ভূপেন বৰা কি ইংগিত মুখ্যমন্ত্ৰীৰ
Assamese
মহাভাৰতৰ দিনৰে পৰা লাভ জেহাদ চলি আছে কলে ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে কলে মহাভাৰতৰ দিনত প্ৰেম হৈছিল জেহাদ হোৱা নাছিল
Assamese
প্ৰকাশ পাব লাচিত বৰফুকনৰ জীৱনীমূলক নতুন গ্ৰন্থ চলিত বৰ্ষৰ শেষৰফালে প্ৰকাশ পাব গ্ৰন্থখন
Assamese
মুখ্যমন্ত্ৰীয়ে কৈ অহাৰ পিছতো গা নলৰে বিভাগৰ কাজিৰঙাৰ এই পথেৰে যাওঁতে সাৱধান হওক
Assamese
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত সদৌ অসম শিশু নাট সমাৰোহ
Assamese
নৱকান্ত বৰুৱাৰ লঘোণ ৰ সুন্দৰ নাটকীয় ৰূপ কণ কণ লৰাছোৱালীক ব্যতিক্রম পদ্ধতিৰে অভিনয়ৰ পাঠ
Assamese
মহাভাৰতৰ দিনত লাভ জেহাদ হোৱা নাছিল মুখ্যমন্ত্ৰীৰ ব্যাখ্যাত লাভ জেহাদ কি
Assamese
আৰক্ষীৰ জালত পৰিল ৰ পৰা মবাইল থপিয়াই নিয়া চোৰ
Assamese
শিলচৰতো মৰ্যাদা সহকাৰে পালন কাৰ্গিল বিজয় দিৱস
Assamese
নিশা তৰা দেখা চালিৰ তলত থকা মাজুলীৰ এজন লোক
Assamese
এম্বুলেঞ্চ যাব নোৱাৰা এখন গাঁও ৰোগীক সাঙী কৰি নিব লাগে চিকিৎসালয়লৈ
Assamese
অৱতৰণত জটিলতা ডিব্ৰুগড় বিমানবন্দৰৰ আকাশত প্ৰায় ৫০মিনিট ধৰি উৰি আছে দুখনকৈ বিমান
Assamese
ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অঘটন ৫০ মিনিট ধৰি আকাশতে উৰি থাকিল দুখন বিমান
Assamese
ধুবুৰীত শোকাৱহ ঘটনা বিদ্যুতৰ তাঁৰ চিঙি এজন লোকৰ মৃত্যু
Assamese
জিতু দাস মোৰ নহয় জিতুৰে মোৰ কোনো সম্পৰ্ক নাইভৱেশ কলিতা
Assamese
চৰ অঞ্চল চাহ বাগিচা এলেকা বা অনুসূচীত জাতিজনজাতি অধ্যুষিত এলেকাত স্বাক্ষৰতাৰ হাৰ সামগ্ৰীকভাৱে কমি আছেশিক্ষামন্ত্ৰী
Assamese
মহানগৰীত পুনৰ হত্যাকাণ্ড হাতীগাঁৱত উদ্ধাৰ অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃতদেহ
Assamese
ঋতুপৰ্ণ পেগুক মনত আছেনে কেনে আছে কণমানি গেৰী পেগু
Assamese
বাৰিষাত পানী শুকাই যোৱা খৰালিত পানীৰে উপচি পৰা হ্ৰদটো অসমৰ ক ত আছে জানেনে
Assamese
উজনিত আতংক নয়ন অসমৰ ধাৰাবাহিক ফোনকল মেছেজ কাক কিয় ফোন কৰিছে নয়নে
Assamese
অটত অসৎ প্ৰস্তাৱ দিয়া মইনাৰ দুৰ্দশা ৰাজপথত মহিলাই চেণ্ডেলেৰে কোবাই গতালে আৰক্ষীক
Assamese
বঙাইগাঁৱত দুদিন থাকি কি কি কৰিব মুখ্যমন্ত্ৰীয়ে
Assamese
মঙলদৈৰ এটা বহুৰূপী মহাপ্ৰৱঞ্চক কামত জ্যোতিষী নামত সাংবাদিক প্ৰেমযোগৰ বাবে দিয়ে তাবিজ
Assamese
গুৱাহাটীত ঘৰ থাকিও বিধায়কে লয় ভাড়াঘৰৰ নামত হাজাৰ হাজাৰ টকা
Assamese
কামৰূপ মহানগৰ জিলাত অভিভাৱক মন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক
Assamese
নিশাৰ ঘোৰ অন্ধকাৰতো পলাতক অভিযুক্তৰ ভৰি কিদৰে লক্ষ্যভেদ কৰিব পাৰে প্ৰমাণ কৰিবলৈ আলফা স্বা ৰ প্ৰত্যাহ্বান জি পি সিঙক
Assamese
প্রয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ক্ষেত্ৰত বৈষম্য কিয় জি পি সিঙক উভতি ধৰিলে আলফা স্বাধীনে
Assamese
কাজিৰঙাত বন্যজীৱৰ সুৰক্ষাৰ বাবে সৰব বিধায়ক প্ৰদীপ হাজৰিকা
Assamese
মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ
Assamese
মঙলদৈত সামৰণি পৰিল গ্ৰীষ্মকালীন কৰ্মশালা
Assamese
নাৰায়ণপুৰৰ ভিলেজ ৰকষ্টাৰ মোলান গগৈ
Assamese
হিংসাত্মক ঘটনাৰ বাবে বাধাপ্ৰাপ্ত হৈছে মহিলাৰ উন্নয়নঃ বিশিষ্ট অধিবক্তা বীথিকা আচাৰ্য
Assamese
মমতাংক পশ্চিম বংগৰ ঘৰ দুৱাৰ এৰি দিন কটাইছে গুৱাহাটীত
Assamese
যোৰহাটত পৰিবহন বিভাগৰ অভিযানত পোহৰলৈ আহিল যান বাহনৰ কৰ ফাকি দিয়াৰ বিশেষ কৌশলস্ক্ৰেপ হিচাপে বিক্ৰী কৰা গাড়ী জব্দ
Assamese
নিক লাছলেৰিছ আৰু তিনি হেজাৰ জোপা পাণগছৰ এখন বাৰী
Assamese
পেছাত তেওঁ ফেৰীৱালা কিন্তু মনত প্ৰতি মুহূৰ্ততে কবিতাই তোলে শিহৰণ
Assamese
ধুবুৰীত তিনি শ্ৰমিকৰ মৃত্যুৰ পাৰ্শ্বক্ৰিয়া আটক কনিষ্ঠ অভিযন্তা অংশুমান শৰ্মা
Assamese
গোলাঘাট কাণ্ডৰ ভুক্তভোগীৰ কাষত মন্ত্ৰী অজন্তা নেওগ কাইলৈ উপস্থিত হ ব মুখ্যমন্ত্ৰী
Assamese
শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন চৰকাৰক সমালোচনা ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ
Assamese
স্বাধীনতা দিৱসত গুৱাহাটীত হ ব হৰ্ছ ৰাইডিং আৰু বাইক ৰাইডিং ডিজিপি জি পি সিং
Assamese
ভয়ংকৰ ছাগলী বচাবলৈ গৈ পথৰ বাহন চিটিকি সোমাল দ খাৱৈত
Assamese
তিনিবছৰীয়া হল ৰুক্মিণী আৰু বৰষাৰ সন্তান জুনিয়ৰ কাৰ্তিক আৰু পৰমানন্দ
Assamese
ডকাইতৰ উদ্ভাৱনী শক্তি বন্দুকপিষ্টল নহয় এইবাৰ কণী ব্যৱহাৰ কৰি ডকাইতি কেনেকৈ
Assamese
লুডু খেলৰ ভয়ংকৰ পৰিণতি একেখন গাঁৱৰে দুজনৰ মাৰপিটত নিহত এজন
Assamese
গুৱাহাটীত জাল নোটৰ মেচিন বহুৱাই লৈছিল ইমদাদুৰ আৰু ৰুবুল আলীয়ে তাৰ পিছত
Assamese
আনন্দ মিশ্ৰৰ নিৰ্দেশ লখিমপুৰ থানাত হাজিৰ হল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু জিলা সভাপতি যুগ্মজ্যোতি দত্ত
Assamese
ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী জব্দ প্ৰায় ৪০ কোটি টকাৰ ড্ৰাগছ
Assamese
মৰ্মান্তিক পানী যোগান আঁচনিৰ টেংকী চাফা কৰি থকা অৱস্থাত তিনি শ্ৰমিকৰ মৃত্যু
Assamese
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ ভিডিঅ কলত কি দেখিছিল সংঘমিত্ৰাৰ ভগ্নী অংকিতাই জঘন্য কাণ্ডৰ শিহৰণকাৰী বিৱৰণ
Assamese
তামিলনাডুৰ আতচবাজী কাৰখানাত বিস্ফোৰণ ৩ গৰাকী মহিলাসহ ৮ জন লোক নিহত
Assamese
পুত্ৰৰ বিয়া পাতিব বিচাৰে ছোনিয়া গান্ধীয়ে ৰাহুলৰ বাবে কাক বিচাৰিব দিলে কইনা
Assamese
ভয়ংকৰ ভূমিস্খলন পাহাৰৰ পৰা বাগৰি অহা ঢলে উটুৱাই নিলে এখন বাহন
Assamese
ভূমিকম্পৰ তীব্ৰ জোকাৰণি ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬ কত
Assamese
এখন ব্যক্তিগত ৰে লৰ মালিক এগৰাকী ভাৰতীয় কৃষক ঘৰত বহিয়েই লয় উপাৰ্জনৰ অংশ
Assamese
কিয় জ্বলিছে মণিপুৰ মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি
Assamese
ৰাজ্যসভাত পাইৰেচী ৰোধ আৰু অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়া সৰলকৰণৰ অৰ্থে বিধেয়ক গৃহীত
Assamese
ৰীল বনোৱাৰ বাবে সন্তানক বিক্ৰী কৰি পিতৃমাতৃয়ে কিনিলে চুবুৰীয়াই পোহৰলৈ আনিলে ভয়ংকৰ কাণ্ড
Assamese
দেশত বেংকসমূহ আগষ্ট মাহত ১৪ দিনৰ বাবে বন্ধ থাকিব সম্পূৰ্ণ তালিকা চাওক
Assamese
মণিপুৰৰ ভাইৰেল ভিডিঅ গোচৰক লৈ কেন্দ্ৰীয় চৰকাৰে ল লে ডাঙৰ সিদ্ধান্ত
Assamese
অযোধ্যাৰ ৰাম মন্দিৰলৈ যোৱা পথবোৰ হব ৰঙীন ৰামপথৰ আকৰ্ষণীয় ফটোবোৰ চাওক
Assamese
ভাৰতৰ মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ আজি মৃত্যু বাৰ্ষিকী তেওঁৰ ১০টা অনুপ্ৰেৰণামূলক বাণী জানো আহক
Assamese
এইবাৰ তালিকাত নাই শীৰ্ষস্থান প্ৰাপ্তসকলৰ নাম অসমৰ ময়ূৰ হাজৰিকাই পালে পদ
Assamese
আত্মবিশ্বাসী নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ হ ব দেশৰ প্ৰধানমন্ত্ৰী আজি মোদীয়ে কি গেৰান্টী দিলে দেশবাসীক
Assamese
সংসদৰ বাহিৰত কাউৰীৰ আক্ৰমণৰ পিছত আপৰ সাংসদ ৰাঘৱ চাড্ডাক মিমৰ সৈতে ট্ৰ ল
Assamese
পাকিস্তানৰ গাৰ্ডেনত অঞ্জু নাম সলনি হ ল অঞ্জুৰ চাওক অঞ্জুৰ কি ক লে পিতৃয়ে
Assamese
ফলিয়ালে নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদ্বাণী মিলি গল বছৰো ভাইৰেল ভিডিঅক লৈ তোলপাৰ
Assamese
অশান্ত মণিপুৰলৈ শান্তি কেতিয়া ৰাষ্ট্ৰপতি শাসনৰ দাবী কুকি সংগঠনৰ বৰ্তমানলৈকে গ্ৰেপ্তাৰ ৭জন অভিযুক্তক
Assamese
কাৰ্গিল বিজয় দিৱস ভাৰতৰ গৌৰৱ গাঁথাৰ ২৪ বছৰ সম্পূৰ্ণ বীৰ শ্বহীদলৈ দেশবাসীৰ শ্ৰদ্ধাঞ্জলি
Assamese
ছত্তিছগড়ৰৰ ধানুৱাৰসকলক মৰ্যাদা প্ৰদান সংসদত গৃহীত আইন
Assamese
পাকিস্তানত উপস্থিত হৈয়ে অঞ্জু হ ল ফাতিমা ইছলাম ধৰ্ম গ্ৰহণ কৰি নছৰুল্লাহৰ সৈতে আৱদ্ধ হ ল বিবাহপাশত
Assamese
কাৰ্গিল বিজয়ৰ ২৪ তম বাৰ্ষিকী উদযাপন কৰিবলৈ আজিৰ পৰা আৰম্ভ হৈছে দুদিনীয়া অনুষ্ঠান
Assamese
উমৈহতীয়া আইনৰ প্ৰসংগত কৰা সমীক্ষাত মুছলমান মহিলাসকলৰ মতামত আৰু আকাংক্ষা আছিল ধৰ্মৰ ঊৰ্ধ্বত
Assamese
মুছলমান দেশসমূহ সংস্কাৰৰ পথত ভাৰত কিয় নহয় প্ৰশ্নৰ অৱতাৰণা হৈছে মুছলমান মহিলাৰ উত্তৰত
Assamese
নাগালেণ্ডৰ এখন বিশেষ গাঁও যিখন গাঁৱৰ বাসিন্দাই ভাৰত আৰু ম্যানমাৰ দুয়োখন দেশৰে নাগৰিকত্ব লাভ কৰে
Assamese
পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ ২২ খন জিলাৰ ৩৩৯ টা কেন্দ্ৰত পুৱাৰে পৰা ভোটগণনা
Assamese
ইউনিফৰ্ম চিভিল কোড সমীক্ষা অনুসৰি দেশৰ কিমান শতাংশ মুছলমান মহিলাই বিচাৰে পুত্ৰকন্যাৰ সমান উত্তৰাধিকাৰৰ অধিকাৰ
Assamese
দেশৰ কিমান শতাংশ মুছলমান মহিলাই বিবাহ বিবাহ বিচ্ছেদ উত্তৰাধিকাৰৰ বাবে উমৈহতীয়া আইন সমৰ্থন কৰে
Assamese
৭৪ শতাংশ মুছলমান মহিলাই বিবাহ বিচ্ছেদৰ পিছত বাধানিষেধ অবিহনে পুনৰ বিবাহৰ অধিকাৰ বিচাৰে
Assamese
৭৬% মুছলমান মহিলাই নিবিচাৰে যে পুৰুষে ৪ গৰাকী পত্নী বিবাহৰ অধিকাৰ লাভ কৰক
Assamese
মুছলমান মহিলাসকলে কি বিচাৰে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সমীক্ষাত প্ৰকাশ পালে এই উত্তৰ
Assamese
দেশজুৰি প্ৰকৃতিৰ সংহাৰী ৰূপ যোৱা ২৪ ঘন্টাত দেশৰ ৭ ৰাজ্যত ভূমিস্খলনবানত ৫৬ জন লোকৰ মৃত্যু চাওক ফটো
Assamese
ৰে লৱে কৰ্মী আৰক্ষীয়ে ঠেলি আগুৱালে ৰে ল ৰে লৱেই এইদৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া
Assamese
ক লৈ ৰ সৰ্ববৃহৎ সমীক্ষা কি ৰায় দিলে দেশৰ মহিলাই চাওক আজি সন্ধিয়া ৭ বজাৰ পৰা
Assamese
অবিবাহিত লোকসকলেও পাব পেঞ্চন বেংক একাউণ্টত সোমাব হাজাৰ হাজাৰ টকা
Assamese
পুৰুষ প্ৰধান ব্যৱস্থাৰ অৱসান শীঘ্ৰে অসমত আৰম্ভ হব নাৰী আদালত
Assamese
হঠাৎ সলনি হল বন্দে ভাৰতৰ ৰং ৰাতিটোৰ ভিতৰতে নীলাবগা ৰং হ ল গেৰুৱা কিয় জানিলে আচৰিত হব আপুনি
Assamese
মগজু খোৱা এমিবা বাবে যুৱকৰ মৃত্যু কিমান ভয়ংকৰ হব পাৰে এই ব্ৰেইন ইটিং এমিবা ভাবিবও নোৱাৰিব আপুনি
Assamese
ৰক্তাক্ত বংগ নিৰ্বাচনী হিংসাত এতিয়ালৈ প্ৰাণ হেৰুৱালে ১০জনে
Assamese
পশ্চিমবংগত টোপনিৰ পৰা উঠাই আনি তৃণমূল কৰ্মীক হত্যা চলিল নিৰ্বিচাৰ গুলী
Assamese
পঞ্চায়ত নিৰ্বাচনক লৈ ৰক্তাক্ত পশ্চিম বংগ নিৰ্বাচনকেন্দ্ৰীক হিংসাত ৮জনৰ মৃত্যু
Assamese
৪ ৰাজ্যত বিজেপিয়ে নিযুক্তি দিলে নিৰ্বাচনী প্ৰভাৰী কোন ৰাজ্যত কাক দিলে কি দায়িত্ব
Assamese
বালাচোৰ ৰে ল দুৰ্ঘটনাত তথ্যপ্ৰমাণ নষ্ট কৰাৰ অভিযোগত ৩ গৰাকী ৰে লৱে কৰ্মচাৰীক গ্ৰেপ্তাৰ ৰ
Assamese
গুজৰাট উচ্চ ন্যায়ালয়ত পুনৰ বিমুখ ৰাহুল গান্ধী স্থগিতাদেশ বিচাৰি কৰা আবেদন খাৰিজ
Assamese
যোৰহাটত বহিঃৰাজ্যৰ ট্ৰাকচালকৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰ আন এক ট্ৰাকচালক
Assamese
যোৰহাটৰ ৰাজপথৰ কাষত বহিঃৰাজ্যৰ ট্ৰাকচালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
Assamese
নিজৰ শিক্ষাগুৰুৰ পৰা উৎকোচ লওতেই দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ হাতত ধৰা পৰিল কেৰাণী
Assamese
১৫ দিন আগতেই স্বামীক হত্যা কৰিবলৈ কিনি থৈছিল দা তিনি ঘাপত স্বামীক হত্যা কৰিলে পত্নীয়ে
Assamese
মাতৃৰ সোণৰ গহনা বেচি ড্ৰাগছ ক্ৰয় কৰা জগমোহনক আটক কৰিলে আৰক্ষীয়ে
Assamese
ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত দুটা ফৈদৰ মাজত সংঘাত গুৰুতৰভাবে আহত ১০ জন
Assamese