text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
দুপৰ নিশা জুৱাৰ আড্ডাৰ পৰা গ্ৰেপ্তাৰ ঠিকাদাৰসহ পাঁচজন | Assamese |
জামুগুৰিহাটত আৰক্ষীয়ে নিশা জব্দ কৰিলে ৪০ টাকৈ চোৰাং গৰুসহ ট্ৰাক | Assamese |
মহানগৰীত ম বাইল কাঢ়ি পলাব খোজোঁতে যুৱতীয়ে থপিয়াই ধৰিলে চিলনীচোৰক তাৰ পিছত | Assamese |
পাথাৰকান্দিত হেৰোৱা ১০ টা মোবাইল উদ্ধাৰ কৰি আৰক্ষীয়ে চমজাই দিলে প্ৰকৃত গৰাকীক | Assamese |
মুখলৈ ৰাসায়নিক দ্ৰব্য স্প্ৰে কৰি ডকাইতে লুটি নিলে গাড়ী | Assamese |
শিৱসাগৰ আৰক্ষীৰ জালত বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াৰ অভিযোগত অভিয়ুক্ত ব্যৱসায়ী ঠিকাদাৰ | Assamese |
অৰুণাচলী সুৰাৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীৰ অভিযান অবৈধ সুৰা ব্যৱসায়ী আটক | Assamese |
ভুৱা কিউ আৰ কোড বঙাইগাঁৱত যোগানৰ নামত ব্যাপক প্ৰৱঞ্চনা | Assamese |
যোৰহাটৰ ৰাজপথত নিশা ডকাইতি বলপূৰ্বকভাৱে ধন কাঢ়ি নিয়া তিনি অভিযুক্তক আটক আৰক্ষীৰ | Assamese |
মবাইলত গেম খেলাৰ বাবে ১৩ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক অপহৰণৰ অপচেষ্টা বহিঃ ৰাজ্যৰ এজন যুৱকৰ বৰ্তমান আৰক্ষীৰ জালত অপহৰণকাৰী | Assamese |
অপৰাধীৰ ৰম্যভূমিত পৰিণত জাগীৰোড নকল সোণৰ নাওসহ আটক চাৰি প্ৰৱঞ্চক | Assamese |
কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন এগৰাকী অভিযুক্তৰ | Assamese |
গোসাইগাঁৱৰ গ্ৰাহামপুৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী | Assamese |
পাকিস্তানী এজেন্ট মৈৰাবাৰীত ৪৩৮খন সক্ৰিয় ছিম কাৰ্ডসহ এজনক গ্ৰেপ্তাৰ | Assamese |
সুৰাপায়ী স্বামীয়ে দোকানৰ ভিতৰতে হত্যা কৰিলে পত্নীক | Assamese |
পেট্ৰ লডিজেলৰ মূল্যবৃদ্ধিৰ ছাইড এফেক্ট ভেজাল ডিজেলেৰে দুষ্ট চক্ৰই চলাইছে ৰমৰমীয়া ব্যৱসায় দোকানৰ বটলৰ পৰা তেল ভৰাওতে সাৱধান হওক | Assamese |
গুৱাহাটীত বৃদ্ধ দম্পতীৰ হত্য়াত জড়িত কেয়াৰটেকাৰ আকাশ চৌধুৰী জেৰাৰ পিছত আৰক্ষীয়ে বিচাৰি পাইছে ক্লু | Assamese |
৩৭ কোটিৰ কাৰণে ফেটীসাপেৰে খোঁটাই ব্যক্তিক হত্যা কৰি নিজকে বীমা কোম্পানীত দেখুৱালে মৃত | Assamese |
মডেল ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে চাৰ্জশ্বীট আৰক্ষীৰ চাৰ্জশ্বীট দিয়া বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যাই | Assamese |
ছুইফট ডিজায়াৰত উদ্ধাৰ চুৰি ছাগলী হোজাইত আৰক্ষীৰ জালত ছাগলী চোৰৰ গেং | Assamese |
শ্বেৰমান আলীৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ গীতানগৰ আৰু পাণবজাৰ থানাৰ দুয়োটা গোচৰতে জামিন আৱেদন নাকচ | Assamese |
ৰহস্যঘন হৈ পৰিছে অসহায় দম্পতীৰ নৃশংস হত্যাকাণ্ড কেয়াৰটেকাৰ আৰু পত্নীক সোধাপোচা আৰক্ষীৰ | Assamese |
নিচাজাতীয় দ্ৰব্য খুৱাই ডিব্ৰুগড়ৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ নগ্ন ফটো লিক হোৱাৰ পিছতে সহপাঠী ছাত্ৰক গ্ৰেপ্তাৰ | Assamese |
গুৱাহাটী মহানগৰীত নৃশংস হত্য়াকাণ্ড ছাৰ্ভেত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ ল বৃদ্ধ দম্পতীৰ | Assamese |
আৰক্ষী জোৱানক আক্ৰমণ কৰি পলায়নৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ পলাবলৈ লওতেই আৰক্ষীৰ গুলীত আহত হ ল মণিপুৰৰ ড্ৰাগছ মাফিয়া | Assamese |
কাৰ্বি আংলঙত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত গুলিয়াগুলী এটা ড্ৰাগছ মাফিয়া নিহত | Assamese |
লোহাৰ গেট ভাঙি চোৰে নিলে বুলেট বাইক আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে বাইক চোৰে | Assamese |
কেঁকো সাপৰ কাৰণে এজনক হত্যাৰ চেষ্টা ১৭ অক্টোবৰৰ পৰা অচেতন যুৱকে চেতনা ঘুৰাই পোৱাত ওলাল ৰহস্য | Assamese |
বৰাগাঁৱৰ চাঞ্চল্যকৰ আন্তিমা হত্যাকাণ্ডৰ আঁৰত পৰকীয়া প্ৰেম বিস্ফোৰক স্বীকাৰোক্তি ঘাতক দেৱযানীৰ | Assamese |
বাৰে বাৰে জামিন আৱেদন নাকচ ভাঙি পৰিছে কিং খানৰ পুত্ৰ কাৰাগাৰত পঢ়িবলৈ লৈছে ৰাম আৰু সীতাৰ কাহিনী | Assamese |
মদাহী পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক বৰপেটাৰোডৰ খৈৰাবাৰীত চাঞ্চল্য | Assamese |
মহিলাই ত চাৰ্চ কৰিলে কন্যাক কিদৰে হত্যা কৰিব পাৰি পিছত অতি নিৰ্মম ভাবে হত্যা কৰিলে নিজৰ ৩ মহীয়া কন্যাক | Assamese |
কাৰাগাৰতে পুনৰ জেৰাৰ সন্মুখীন হ ব নিলম্বিত ৰৌণক আলী হাজৰিকা | Assamese |
বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ী আব্দুল্লা গ্ৰাহকৰ বেশত আৰক্ষীয়ে চলাইছিল অভিযান | Assamese |
হোমৱৰ্ক নকৰাই হ ল অপৰাধ বিদ্যালয়তে ছাত্ৰক মৰিয়াই মৰিয়াই হত্যা কৰিলে শিক্ষকে | Assamese |
ডিব্ৰুগড়ত যুৱ উশৃংখলতাৰ চৰম ৰূপ কেৱল এখন চাইকেলৰ বাবেই প্ৰাণ গ ল এজন যুৱকৰ | Assamese |
ড্ৰাগছৰ গোচৰত ৰেহাই নাপালে আৰিয়ান খানে আদালতে পুনৰ নাকচ কৰিলে আৰিয়ান খানৰ জামিন আবেদন | Assamese |
ৰহা আৰক্ষীয়ে চাপৰমুখ ৰে ল ষ্টেচনত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰিলে ৩ ড্ৰাগছ সৰবৰাহকাৰীক | Assamese |
পেট্ৰ লৰ দৰে মূল্যবৃদ্ধি হৈছে ড্ৰাগছৰো খেতিপথাৰৰ মাজত ড্ৰাগছসহ ধৃত দুই যুৱকৰ খং | Assamese |
যতীন বৰাৰ ৰত্নাকৰ অভিলেখ ভংগ ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি এই পৰ্যন্ত ১০ কোটিৰ ঘৰ অতিক্ৰম | Assamese |
আইনী মেৰপাচত দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় ৰুজু হৈছে গোচৰ এই কাৰণত সোমাই পৰিছে বিতৰ্কত | Assamese |
শ্বাহৰুখ খানে ৩১ বছৰ ধৰি বলীউডক কেনেকৈ শাসন কৰি আহিছে আপুনি প্ৰকৃত ৰহস্যটো জানি আচৰিত হ ব | Assamese |
নৱজাতক আৰু পত্নীৰ সৈতে ঘৰলৈ ওভতাৰ সপোন হ ল থানবান পত্নীৰ মৃতদেহ কান্ধত ল ব লগা হ ল ৰাজপাল যাদৱে | Assamese |
আদিপুৰুষ ৰ আঁৰৰ ব্যক্তিজন এতিয়ালৈকে ১৫০ খন চলচ্চিত্ৰত কৰিছে কাম গোলাম ছবিৰে আৰম্ভ কৰ্মজীৱন | Assamese |
প্ৰমোদ ভ্ৰমণৰ মুহূৰ্তত নৱদম্পতী আশীষৰূপালীক বিমানবন্দৰত দেখা গ ল এনেদৰে | Assamese |
কাৰ্বিসকলৰ চেংপী ৰ বিষয়ে জানো আহক | Assamese |
পানীত ডুব যোৱা উচিত ৰামায়ণ ৰ লক্ষ্মণে অদিপুৰুষ দেখি ক্ষোভত জ্বলি উঠিছে | Assamese |
জনপ্ৰিয় টিভি শ্ব ৰ বিবেকক মনত আছেনে জানেনে তেওঁ এতিয়া কি কৰি আছে | Assamese |
হাতত মাত্ৰ এখন ছবি কোটি টকা খৰচ কৰি কি কিনিলে সুহানাই দাম শুনিলে থতমত খাব | Assamese |
মৃত্যুক ভয়ত কঁপিছে হানি সিং মৃত্যুৰ ভাবুকি পোৱাৰ পিছত আৰক্ষীৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী | Assamese |
কেনে আছে ৰাণু মণ্ডল এতিয়া তেওঁৰ উপাৰ্জন কিমান জীৱন আগৰ দৰেই চলিছেনে | Assamese |
৩ কোটি টকাৰ চেক বাউন্সৰ ঘটনা মৌনতা ভংগ কৰি আমিশাই কি ক লে | Assamese |
ৰায় বংশৰ কন্যা দৃশাৰ সৈতে বিবাহপাশত আৱদ্ধ হ ল ছানী দেউলৰ পুত্ৰ কৰণ দেউল চাওক বিবাহ অনুষ্ঠানৰ ফটো | Assamese |
সীতাৰ চৰিত্ৰত সকলোৰে মন মুহিছে কৃতিয়ে কিন্তু তেওঁ পৰিচালকৰ প্ৰথম পছন্দ নাছিল | Assamese |
ক লা ফ্ৰক পিন্ধি দেউতাকৰ কোলাত থকা কণমানিজনী কোন এই নায়িকাই টলিউডত কৰিছে শাসন | Assamese |
শীঘ্ৰেই এখন নতুন অসমীয়া ছবিৰে পুনৰ নিৰ্মাতা ৰূপে চলচ্চিত্ৰ জগতত খোজ দিব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই | Assamese |
কিয়াৰা হৃত্বিকৰ নতুন সংগী নেকি বিটাউনত ক লৈ জল্পনাকল্পনা | Assamese |
কাৰ্বিসকলৰ দৃষ্টিনন্দন লেংপুম ছক চন নৃত্য অভিভূত হ ব আপুনিও | Assamese |
মদন চোৰ কিদৰে হৈ পৰিল ছলমান খান শেহতীয়াকৈ খলকনিৰ সৃষ্টি কৰা অৰুণ নাথে ক লে বহু কথা | Assamese |
গোপনীয়তা আৰু অন্তৰ্ভুক্তিৰ একবিন্দুমুখিতাসকলো শৌচাগাৰ ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তাৰ সন্তুলন কাৰ্য্য | Assamese |
চেম্পিয়নিং অধিকাৰএলজিবিটিকিউ+ লোকসকলৰো স্বাস্থ্যসন্মত প্ৰস্ৰাবগাৰত প্ৰৱেশৰ সমান অধিকাৰ নিশ্চিত কৰাৰ হকে ওকালতিৰ প্ৰচেষ্টা | Assamese |
সেতু নিৰ্মাণলিংগ আৰু যৌন অভিমুখীতা নিৰ্বি বাবে শৌচাগাৰ অন্তৰ্ভুক্তিৰ প্ৰচাৰত শিক্ষা আৰু সজাগতা অভিযানৰ ভূমিকা | Assamese |
অমূলক শংকাৰপৰা সৱলীকৰণলৈ+ সম্প্ৰদায়ৰ বাবে সুৰক্ষিত আৰু অন্তৰ্ভুক্তিকৰণ শিতে শৌচালয় স্থাপনৰ বাট মুকলি | Assamese |
অন্তৰ্ভুক্তিকৰণৰ বাবে পৰিক্লপনা লিংগনিৰপেক্ষ আৰু + বন্ধুত্বপূৰ্ণ শৌচালয় স্থান সৃষ্টিৰ অভিনৱ পদ্ধতি | Assamese |
মণিপুৰৰ ইমা মাৰ্কেটৰ দৰে শিলচৰত এখন সৰু ইমা মাৰ্কেট | Assamese |
পুৰণি চিন্তাৰ দূৰিকৰণ আৰু তথ্যৰ ভাগবাটোৱাৰাঅধিক গ্ৰহণযোগ্য এখন সমাজৰ খাতিৰত ৰাজহুৱা শৌচালয়ত +ৰ অন্তৰ্ভুক্তিসম্পৰ্কে ভুলধাৰণা আঁতৰ কৰা | Assamese |
শৌচালয়ত অন্তৰ্ভুক্তিকৰণৰ সুবিধাৰ প্ৰচাৰশৌচালয়ৰ প্ৰয়োজনীয়তা আৰু +সকলৰ কল্যাণৰ অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ | Assamese |
ক্ষুদ্র সঞ্চয়ত সুদৰ হাৰ বঢ়ালে কেন্দ্রই জানক কোন আঁচনিত হ ব আপোনাৰ বেছি লাভ | Assamese |
শেষ হ ল ৰ সময়সীমা শেষ মুহূৰ্তত আয়কৰ বিভাগে টুইটযোগে পুনৰ কি জনালে | Assamese |
বাঢ়িব বেতন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ এৰ পিছত এইবাৰ বৃদ্ধি | Assamese |
ঘৰতে চাবোনধূপকাঠী প্ৰস্তুত কৰি মাহে উপাৰ্জন লাখ টকা | Assamese |
অধিক পেঞ্চনৰ বাবে আবেদন কৰাৰ আজি শেষ তাৰিখ বাঢ়িব নেকি সময়সীমা জানক কেনেকৈ কৰিব আবেদন | Assamese |
বজাৰত মাৰুতি ছুজুকি জিমনিৰ চমক নতুন খনে টক্কৰ দিব ব্ৰেজা ফ্ৰংক্স আৰু গ্ৰেণ্ড ভিটাৰাৰ দৰে মডেলৰ সৈতে | Assamese |
ধনৰ লেনদেন সম্পৰ্কে ৰ জৰুৰী ঘোষণা এতিয়াই নাজানিলে পিছত অসুবিধাত পৰিব পাৰে আপুনি | Assamese |
জুলাই মাহত ১৫ দিন বন্ধ থাকিব বেংক চাওক সম্পূৰ্ণ বন্ধৰ তালিকা | Assamese |
ঘৰত বাঢ়িছে নেকি বিদ্যুতৰ বিল মানি চলক এই ৬টা উপায় হুৰমুৰকৈ কমিব টকা | Assamese |
শিগেলাত সংক্ৰমিত হৈ কেৰেলাত ১৬ বছৰীয়া শিক্ষাৰ্থীৰ মৃত্যু কি এই শিগেলা বেক্টেৰিয়া ই কিমান বিপজ্জনক | Assamese |
দুই আদালতৰ মতঅমতৰ মাজত জিগনেশ মেৱানী গ্ৰেপ্তাৰ কাণ্ড বৰপেটাৰ আদালতৰ পৰ্যৱেক্ষণত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা | Assamese |
ঋণে কেনেদৰে শেষ কৰিছে শ্ৰীলংকাক দেশখনৰ অৰ্থনৈতিক সংকটৰ ৫টা মূল কাৰণ ই ভাৰতৰ বাবে কিয় বিপজ্জনক সবিশেষ পঢ়ক এই প্ৰতিবেদনত | Assamese |
উত্তৰ প্ৰদেশেই ২০২৪ চনত মোডীযোগী ডাবল ইঞ্জিনক দিল্লীত অধিষ্ঠিত কৰাব | Assamese |
ইউক্ৰেইনলৈ কিয় পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰছাত্ৰী কি কাৰণত উচ্চ শিক্ষাৰ বাবে প্ৰিয় ঠাই হৈ পৰিছে ইউক্ৰেইনজানিলে হ ব আচৰিত | Assamese |
ৰাছিয়াই ইউক্ৰেইনক কিয় আক্ৰমণ কৰিছে বিবাদৰ আঁৰত থকা মুখ্য ১০ টা কাৰণ কি কি জানক সবিশেষ | Assamese |
ৰ ক লোকেচন বিতৰ্ক কি চিত্ৰা ৰামাকৃষ্ণ আৰু ৰবি নাৰায়ণৰ ইয়াত কি ভূমিকা আছে নেচনেল ষ্টক এক্সচেঞ্জ কাণ্ডৰ সবিশেষ | Assamese |
কেনেকৈ নিৰাপত্তা প্ৰদান কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীক | Assamese |
গোচৰত বেংগালুৰুত জালত পৰিল বছৰীয়া অভিযন্তা ত মুছলমান মহিলাৰ ফটো নিলাম কৰা এপ কি জানক | Assamese |
ডেল্টা প্ৰকাৰতকৈ ৭০ গুণ দ্ৰুতগতিত বিয়পে হাঁওফাঁওৰ বাবে ই কিমান বিপদজনক জানি লওক | Assamese |
তেওঁক প্ৰতিবাৰে লগ ধৰাটো জৰুৰী নে কি ছোনীয়া গান্ধীক লৈ মমতা বেনাৰ্জীৰ তীক্ষ্ণ মন্তব্য কংগ্ৰেছৰ ৰাহুল গান্ধী নহয় লোকসভা নিৰ্বাচনত বিৰোধীৰ মুখ হব বিচাৰিছে মমতা দিদি | Assamese |
ভাৰতে ক লৈ কি স্থিতিত আছে নতুন আইনৰ ফলত কি প্ৰভাৱ পৰিব ৰ ক্ৰেতাৰ ওপৰত | Assamese |
আপুনি কিয় ১০ মিনিটতকৈ অধিক সময় শৌচাগাৰত বহিব নালাগে চিকিৎসকৰ মুখত শুনক সম্পূৰ্ণ কাহিনী | Assamese |
শেষ নহ ল তালিবান এতিয়া কেনে পৰিস্থিতি আফগানিস্তানত পুনৰ মৌলবাদী সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি হ ব নেকি দেশখন | Assamese |
কোভিডৰ ভয়ত অমৰ লতাকে ধৰি খাইছে নেকি ভেষজ ঔষধ অবিবেচনাৰে কৰা ব্যৱহাৰে কেনে ক্ষতি কৰে লিভাৰৰ ৪টা উদাহৰণ | Assamese |
এতিয়াও অপেক্ষাৰত সৰ্বানন্দ সোণোৱাল কিয় মহাৰাষ্ট্ৰৰ ৰাজনীতি হেঙাৰ হৈ থিয় দিছে মোদী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত | Assamese |
কিয় ৰেলৰ একেবাৰে পিছফালে কিয় এটা ডাঙৰ চিহ্ন থাকে কাৰণটো জানিলে আপুনি আচৰিত হ ব | Assamese |
আৰু শিশু আপোনাৰ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ কিছু পৰামৰ্শ | Assamese |
ভুৱা কোভিড টিকাকৰণ কি আৰু কেনেকৈ ইয়াক চিনাক্ত কৰিব সবিশেষ জানি লওক | Assamese |
দক্ষিণ আফ্ৰিকাৰ চৰকাৰে কিয় এগৰাকী মহিলাৰ একাধিক স্বামী থকাটো বিচাৰে পুৰুষৰ পিছত মহিলাৰ বহুবিবাহক লৈ বহু যুক্তিতৰ্ক | Assamese |
মাস্ক অপ্ৰয়োজনীয় বুলি ভাবিছিল এইকেইখন দেশে কিন্তু দ্ৰুতিগতিত সংক্ৰমিত ডেল্টা প্লাছে আকৌ কৰিলে বাধ্যতামূলক | Assamese |
বাৰিষাত মেলেৰিয়া ডেংগুৱে কোৰোণাৰ বিপদাশংকা বৃদ্ধি কৰিব পাৰে এই সময়ত কেনেকৈ সুৰক্ষিত থাকিব | Assamese |
শিক্ষাগ্ৰহণৰ বাবে বিদেশলৈ যাব বিচৰা শিক্ষাৰ্থীলৈ চৰকাৰৰ উপহাৰ এটা প ৰ্টেলতে লাভ কৰিব সকলো তথ্য | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.