text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ব্ৰিটেইনৰ আদালতত মুখথেকেচা সুৰা সম্ৰাট বিজয় মালিয়াৰ প্ৰত্যাৰ্পণৰ পথ মুকলি | Assamese |
গ্ৰাহকলৈ সকাহলকডাউনৰ মাজতে এয়াৰটেলভোডাফোন আইডিয়াৰ বিশেষ ঘোষণা | Assamese |
মাৰে হৰি ৰাখে কোন বন্দুক চাফা কৰি থাকোঁতেই ভুলতে গুলী ফুটি মৃত্যু ব্যৱসায়ী সদাগৰ বৰুৱাৰ | Assamese |
অপৰাধ আৰু শাস্তি | Assamese |
বেংকসমূহলৈ ৰ ডাঙৰ সকাহ ৰিভাৰ্ছ ৰেপ ৰেটত কৰ্তন ২৫ বেছিছ পইন্ট | Assamese |
গুৱাহাটীত পঞ্চম মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ৫৩ বছৰীয়া মহিলাই | Assamese |
পূজাৰ বেলুনো নুফুটে এনেকৈ আজি আকৌ নুনমাটিত ফুটিল পানীৰ পাইপ | Assamese |
২২ জুনৰ পৰা অম্বুবাচী মেলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে জাৰী কৰিছে | Assamese |
আমি শান্তিৰ পক্ষত আছোঁ নৰেন্দ্ৰ মোডী | Assamese |
লকডাউনত গ্ৰাহকলৈ ৰ সকাহ প্ৰিমিয়াম দিয়াৰ সময়সীমা বৃদ্ধি | Assamese |
আৰ বি আইৰ ঘোষণা মধ্যবিত্ত শ্ৰেণীৰ ঋণৰ ত ৩ মাহৰ বাবে ৰেহাই | Assamese |
দ্ৰুততাৰে গলিছে হিমালয়ৰ বৰফ গংগা ব্ৰহ্মপুত্ৰৰ ভৱিষ্যতকলৈও শংকা | Assamese |
গুৱাহাটী কমাৰ্চ কলেজৰ আজৱ নীতি নামভৰ্তিৰ সময়ত বাধ্যতামূলক ৭০০ টকা মূল্য নামঘোষা ক্ৰয় | Assamese |
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী নমনাকৈ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰক অসম নাগৰিক সমাজ | Assamese |
জি এছ টি শুল্ক ৫ লাখ টকালৈকে আয়কৰ ৰিফাণ্ড তৎকালে মুকলিৰ সিদ্ধান্ত কেন্দ্ৰৰ | Assamese |
একেটা ক্লাৱতে পিতৃপুত্ৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ ৭ নম্বৰ জাৰ্ছিৰে নামিব জুনিয়ৰ ক্ৰিশ্চিয়ানো ৰোনাল্ডো | Assamese |
বিধ্বংসী কৃষ্ণাছিৰাজ ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ কৰি ৰোহিতৰ নেতৃত্বৰ যাত্ৰা আৰম্ভ | Assamese |
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি২০ শৃংখলাৰ পৰা বাহিৰ ৰাহুল অক্সৰ পেটেল দললৈ আমন্ত্ৰণ হুদা আৰু গাইকোৱাডক | Assamese |
আইপিএলৰ মেগা নিলামৰ মাজতে ঢলি পৰিল নিলামকাৰী হাগ এডমিডছ্ | Assamese |
পিতৃ হল ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপৰ নায়ক কাৰ্লোছ ব্ৰেথৱেট কলকাতাৰ ইডেন গাৰ্ডেনৰ সৈতে কি সম্পৰ্ক সদ্যোজাত সন্তানৰ | Assamese |
লতা মংগেশকাৰৰ ওচৰত চিৰঋণী হৈ থাকিব ভাৰতীয় ক্ৰিকেট কিন্তু কিয় | Assamese |
হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি মহাভাৰতৰ ভীম প্ৰবীণ কুমাৰ ছবতিৰ | Assamese |
বেটেবলে উজলিল টীম ইণ্ডিয়া ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক | Assamese |
যুৱ চেম্পিয়ন দললৈ বোৰ্ডৰ আৰ্থিক পুৰস্কাৰ ঘোষণা প্ৰতিজন ক্ৰিকেটাৰে পাব ৪০লাখকৈ টকা | Assamese |
অনুৰ্দ্ধ১৯ বিশ্বকাপ ক্ৰিকেটত ইংলেণ্ডক বিধ্বস্ত কৰি বিশ্ব চেম্পিয়ন ভাৰত | Assamese |
উত্তৰপূবৰ নিৰ্বাচনী ফলাফলত মোদী ঢৌ নে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ প্ৰতিফলন | Assamese |
অসমৰ ৰাজকোষৰ ওপৰত বোজা কোনে বহন কৰিব এই ব্যয় | Assamese |
মানুহৰ হাতত নাহৰফুটুকী বাঘৰ কৰুণ মৃত্যুৱে উদ্বিগ্ন কৰিছে প্ৰকৃতিপ্ৰেমী তথা বন্যজন্তুপ্ৰেমীক | Assamese |
ৰাজ্যিক বাজেট গুৱাহাটীৰ বাবে নতুন বটলত পুৰণি মদ | Assamese |
টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ নিৰুদ্দেশ হৈছে পৰ্যটক কঢ়িয়াই নিয়া চাবমেৰিন টাইটান | Assamese |
হিংসাজৰ্জৰ মণিপুৰত সীমিত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ | Assamese |
চাই লওঁক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ কেইটামান বিৰল ভিডিঅ | Assamese |
গৰুৰ গাখীৰ বিক্ৰী কৰি এক কোটি টকাৰ ব্যৱসায় এইগৰাকী যুৱতীৰ | Assamese |
আই আই টি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু হস্তক্ষেপ বিচাৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ মাতৃৰ পত্র | Assamese |
নেলী পঁয়ত্ৰিছ বছৰে খেদি ফুৰা বিভীষিকাময় স্মৃতি | Assamese |
লকডাউন আদিয়ে আপোনাক ঘৰতে দি যাবহি ধন কিন্তু কেনেকৈ | Assamese |
নাগালেণ্ডৰ নিৰ্বাচনে ডাঙৰ সকাহ দিলে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক | Assamese |
অসমীয়া ভাষাৰ ওপৰত আন এটা আঘাত মাইক্ৰছফটৰ ইমেইল ঠিকনাৰ বাবে নিৰ্বাচিত নহল অসমীয়া | Assamese |
যদি মই প্ৰযোজকক মূলধনটো ঘুৰাই দিব নোৱাৰো তেন্তে পৰিচালকৰ শাৰীত মোৰ নামটো জবৰদস্তি অন্তৰ্ভূক্ত কৰাৰ মোৰ নৈতিক অধিকাৰ নাইদীপক কুমাৰ ৰয় | Assamese |
আবেদন মাছুলৰ নামত ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ শোধাইছে গুৱাহাটী বিশ্ববিদ্যালয়ে | Assamese |
এ আৰম্ভ কৰিলে | Assamese |
বিষ্ণুপ্ৰসাদ ৰাভাঃ অসমীয়া জনজীৱনৰ মহানায়ক | Assamese |
জোনমণি ৰাভাই ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক ডিভাইছ সমূহ পৰীক্ষা কৰিব চিবিআইএ | Assamese |
দীপৰ বিলৰ পৰিসৰ ৯০ দশকৰ তুলনাত ২০ শতাংশ কমি গৈছে ড০ বিভৱ তালুকদাৰ | Assamese |
এম বি বি এছ পাঠ্যক্ৰমত চিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে | Assamese |
আলি আঃয়ে লৃগাং বৃহত্তৰ অসমীয়া সমাজসংস্কৃতিত মিচিংসকলৰ অতুলনীয় সংযোজন | Assamese |
চৰা দামত সামগ্ৰী বিক্ৰী কৰি মুনাফা লাভ ৰামদেৱৰ পতঞ্জলিক জৰিমনা এ | Assamese |
সাহায্যত কেন্দ্ৰৰ অনুমোদন ভডাফোনআইডিয়া এয়াৰটেলৰ ষ্টকৰ উত্থান | Assamese |
কাইলৈ ৰাভা দিৱসকলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী সৃষ্টিৰ জ্যোতিৰে উজলিব ৰাজ্য | Assamese |
জে পি নাড্ডাৰ সভালৈ নোযোৱাৰ বাবে শিৱসাগৰত দম্পতীক নিৰ্মম প্ৰহাৰ বিজেপি কৰ্মীৰ | Assamese |
এইবাৰ দেশত গাড়ী নহয় নিৰ্মাণ হব ফ্লাইং কাৰ ডাচ্চ কোম্পানীৰ সৈতে চুক্তি সম্পন্ন | Assamese |
সোণৰ দাম হ্ৰাস প্ৰতি ১০ গ্ৰামত ৫০০০ টকালৈকে কমিছে মূল্য | Assamese |
এদিনতে কিমান হাজাৰ কোটি দুখীয়া হল মুকেশ আম্বানি | Assamese |
গ্ৰাহকৰ বাবে সুখবৰ মাৰুতি চুজুকীয়ে বাহনত আগবঢ়াইছে বৃহৎ পৰিমাণৰ ৰেহাই | Assamese |
প্ৰয়োজন মাত্ৰ ছয় ৰানৰ আন এক মাইলষ্টনৰ দিশে বিৰাট কোহলী | Assamese |
প্ৰয়োজন মাত্ৰ ৯৪ ৰানৰএক যুটীয়া মাইলষ্টনৰ দিশে বিৰাট কোহলীৰোহিত শৰ্মাৰ যুটি | Assamese |
ভাৰতীয় ক্ৰিকেট শিবিৰত সালসলনিদললৈ আমন্ত্ৰণ ঈষাণ কিষাণক দলত আন এখন নতুন মুখ | Assamese |
অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা জাষ্টিন লেংগাৰৰ পদত্যাগ | Assamese |
১২ আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব খেলুৱৈৰ নিলাম | Assamese |
ভাৰতীয় হকী তাৰকা পি আৰ শ্ৰীজেশলৈ ২০২১ বৰ্ষৰ ৱৰ্ল্ড গেমচ্ এথলীট অৱ দ্য ইয়েৰ সন্মান | Assamese |
শ্ৰীলঙ্কাৰ বিৰুদ্ধে বাংগালুৰুত দিবানৈশ টেষ্টত অংশ লব ভাৰতে | Assamese |
ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা দললৈ উভতিল ৰোহিত শৰ্মা | Assamese |
পৰম বিশিষ্ট সেৱা মেডেল সন্মানেৰে বিভূষিত হব অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা | Assamese |
আইচিচি ৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত স্মৃতি মান্ধানা | Assamese |
তোষামোদ নে সস্তীয়া স্বাৰ্থান্বেষণ মেদামমেফিৰ কাৰ্য্যসূচীৰ পুস্তিকাত চাও লগালে অনাআহোম ব্যক্তিৰ নামৰ আগত | Assamese |
চাকৰি নে ব্যৱসায় কৰিব | Assamese |
বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ আশা আৰু শংকা | Assamese |
ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাটো তাৰ লক্ষ্যই আছিল পৰাগ দাস | Assamese |
অভূতপূৰ্ব কেমেৰাৰ ফিচাৰসহ এই মাহতেই বজাৰলৈ আহিব | Assamese |
এন আৰ চিৰ প্ৰথমটো খচৰা সৰ্বসাধাৰণৰ মাজত উৎকণ্ঠা নাই | Assamese |
আলিফা অসমৰ ৰাজনীতি আৰু আৰ্থসামাজিক পৰিস্থিতি | Assamese |
মুম্বাইআহমেদাবাদেই নহয় ভাৰতৰ আৰু ছটা পথত চলিব পাৰে বুলেট ট্ৰেইন | Assamese |
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰ কেৰিয়াৰ চিন্তা | Assamese |
খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰক কানাডাত গুলীয়াই হত্যা কৰিলে বন্দুকধাৰীয়ে | Assamese |
জিঅ হোলী ধামাকা ৩৬৫ দিনৰ সস্তীয়া প্লেন চাওক কি আছে | Assamese |
প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কাণ্ড ৰেষ্টুৰেণ্টত সকলোকে খুওৱাৰ কথা দি বিল নিদিয়াকৈয়ে আঁতৰিল ট্ৰাম্প | Assamese |
এছ বি আই বনাম ডাকঘৰ কোনে আপোনাক দিব অধিক সুত জানিবলৈ পঢ়ক | Assamese |
ভাৰততে অস্ত্ৰ প্ৰস্তুত কৰিব বিখ্যাত ব্ৰিটিছ কোম্পানি ৱেবলি এণ্ড স্কটে | Assamese |
কেলেংকাৰীয়ে জোকাৰিছে কেদাৰনাথ স্বয়ং পুৰোহিতেই কৰিলে ফাদিল উত্তাল দেৱভূমি | Assamese |
কলেজৰ গেটৰ সন্মুখতে সহপাঠীক ছুৰীকাঘাত কৰি হত্যা নেপথ্যত প্ৰেমিকা | Assamese |
গ্ৰাহকৰ ওপৰত মাধমাৰ ট্ৰাইক ডাটাৰ মূল্য বৃদ্ধিৰ প্ৰস্তাৱ দিলে ই | Assamese |
যোগীহিমন্তই ক্ষমা খুজিব লাগিব আদিপুৰুষক লৈ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণ শিৱসেনাৰ | Assamese |
বেংকৰ গ্ৰাহকলৈ সকাহ মাৰ্চৰ তিনিদিনীয়া ধৰ্মঘট স্থগিত | Assamese |
১ এপ্ৰিলৰ পৰা ১৫টা ৰাজহুৱা বেংকহে থাকিব দেশত | Assamese |
নেটৱৰ্কেই নাই তেনেহলে স্মাৰ্টফোনবোৰৰ কাম কি | Assamese |
চাণক্যৰ দুটা সৰু পৰামৰ্শ জীৱনত আৰু আধৰুৱা নহব আকাশলংঘী সফলতা | Assamese |
প্ৰৱাসী ভাৰতীয়ৰ নামত মেডিকেলৰ আসন সংৰক্ষণে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বৃহৎ ক্ষতি কৰিবঃ ডি ৱাই এফ আই | Assamese |
আগতীয়াকৈ কৰক পৰিকল্পনা মাৰ্চত মুঠ ১১ দিন বন্ধ থাকিব বেংক একেৰাহে বন্ধ থাকিব ৬দিন | Assamese |
জ্বলিছে মণিপুৰ নিশ্চুপ মোদীমন কি বাত কাৰ্যসূচীৰ সময়তে ট্ৰেঞ্জিষ্টৰ ভাঙি প্ৰতিবাদ জনতাৰ | Assamese |
গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰক চৰকাৰেদাবী আপৰ | Assamese |
মাতাল অচেতন যুৱতীক ফ্লেটলৈ লৈ গৈ ধৰ্ষণ ব্ৰিটেইনত গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ ছাত্ৰ | Assamese |
গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই অনাৰ লক্ষ্যৰে টীয়কত অনুষ্ঠিত সাংসদ কাপ ক্ৰীড়া | Assamese |
সেয়া মৰম নাছিল যদি আছিলনো কি পূৰ্বৰ প্ৰেমিক ঋষভ পন্টক ট্ৰোল কৰি ভাইৰেল উৰ্বশী | Assamese |
১৯ অনুৰ্দ্ধৰ ক্ৰিকেট বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতীয় দলৰ গঢ়িলে অভিলেখ | Assamese |
কোহলীৰ অবাঞ্ছিত অভিলেখ অতিক্ৰম কৰিলে ৰাহুল দ্ৰাবিড়ক | Assamese |
ধৰ্ষণৰ গোচৰত ব্ৰাজিলৰ ফুটবলাৰ ৰবিনহোৱে খাটিবই লাগিব ৯বছৰৰ কাৰাবাস | Assamese |
২৩ অক্টোবৰত মেলব্ণত টী২০ বিশ্বকাপৰ প্ৰথম মেচত এইবাৰো মুখামুখি হব ভাৰতপাকিস্তান | Assamese |
ঋষভ পণ্টৰ নতুন অভিলেখ অতিক্ৰম দ্ৰাবিড় ধোনীৰ দৰে তাৰকা খেলুৱৈক | Assamese |
আইচিচি ৰ ২০২১ বৰ্ষৰ টেষ্ট দল ঘোষণাদলত অন্তৰ্ভূক্ত তিনি ভাৰতীয় ক্ৰিকেটাৰ | Assamese |
টীয়কত কভিড মানি প্ৰাইজমণি ভলীবলৰ চূড়ান্ত খেলত নিশা দুয়ো দলকে বিজয়ী ঘোষণা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.